সকলোৰে সপোন আধৰুৱা কৰি থৈ গ'লা | REDFM LOVE STORY BY RJ PAHI |
HTML-код
- Опубликовано: 3 окт 2024
- Red FM Love Story by RJ Pahi is just not only a weekend show, it is roller coaster ride of emotions. Enjoy real love stories by real people with a beautiful narration by RJ Pahi. This show is weaved with love and drama. A two hours beautiful journey of love, emotion, jealousy, heart break, longing and hope. Every weekend Saturday 9-11 PM and Sunday 7-9 PM. Let's get lost in love together.
Follow RedFM Assamese Social Media:
/ redfmassamese
/ redfmassamese
___________________________________________________
Now Enjoy your favorite show on the Red FM India App.
Download NOW: bit.ly/redfmapp
Connect with us at our social media handles
Facebook: / redfmindia
Twitter: / redfmindia
Instagram: / redfmindia
RUclips: / 935redtv
Telegram: t.me/redfmindia
Clubhouse: www.clubhouse....
Follow your favorite RJ's at: www.redfmindia...
Follow RJ Pahi :
rjpahi
/ rjpahiassam
Follow RJ Kuldeep :
rjkuldeep_
/ rjkuldeeep
Follow RJ Pallavi :
/ radiojockeypallavi
/ rj_pallavi_official
Thank you so much pahi baa for uploading my story ❤
Apunar contact number to pam ne
Dada apunar love story huni bht Dhukh lagil apunar gf jote ase valkoi thkok 😢
Hskoi sokupni uly gol stry2 huni😢 njnu kio vl mnhr lgt ankua hoi bru😢
Painfull luvstry...lyf t move on kora...aguwai jua
Salma jote ase kukhole thakok... sokur pani rakhibole nuwarilu hekhot... Heruwa jonehe jne bedona kimn godhur... Baki apuni u kukhole thakibo.
চকুপানী ধৰি ৰাখিব নোৱাৰিলোঁ। বৰ দুখ লাগিল । আপোনাৰ মনোবল সদায় অটুট থাকক 🙏।
😭😭
Bohut basi dukh lagile huni .... Dada tumi hodai ba joni r maa dauta r lgt thakiba .... Ba tatia bohut basi hukhi hobo ..... ba loi bohut morom ❤
বহুত বহুত দুখ লাগিলে পাহি বা নজৰুল তুমি সদায় সুখী হব চেষ্টা কৰিবা, চকুপানী ৰখাব নোৱাৰিলোঁ, চলমা তুমি জতে আছা সুখত থাকা
শেষৰ খিনি শুনি মন চুই গল। আশা কৰোঁ সালমা যাতে আল্লাহ জান্নাত নচিব কৰোঁ তাৰে কামনা কৰোঁ। আৰু নজৰুল দাক হাঁহি মুখত জীৱনটো লৈ আগুৱাই যোৱা আল্লাহ যি কৰে বালেই কৰে।😢😢😢❤❤
কবলৈ ভাষা বিচাৰি পোৱা নাই। বহুত বেয়া লাগিল কিন্তু কি কম আল্লাই যি লিখে সেইটো এ হয় তাত আমাৰ একো কৰিব লগাই নাথাকে । শেষত এইটো এ কম তেওঁ সদায় আপোনাক সুখী চাব বিচাৰে so আপুনি তেওঁ বিচৰাটোৱে কৰক তেওঁ সদায় আপোনাৰ লগতে আছে।
Allah bless you and pahi baa thankyou for the sharing a inspiring story ❤❤
Fast story tu শুনি বহুত ভাল লাগিছিল কিন্তু পিছৰ খিনি শুনি বহুত ধুখ লাগিল চালমা বা তুমি যতে আছে শান্তিত থাকক ❤️❤️🤲🤲তোমাৰ বাবে Allhr ওচৰত দোৱা কৰিছোঁ
বহুত দুখ লাগিল শুনি...তেওঁৰ আত্মাই শান্তি পাওক.... 🙏🙏
বৰ দুখ লাগিল Love Story টো শুনি নিয়তিৰ নিষ্ঠুৰে তাইক আতৰাই লৈ গল ভগৱানে তেওঁ যত আছে সদায় সুখী হৈ থাকক যতে আছে তাৰ পৰা তোমাক চাই আছে ভাই সদায় আগৱাঢ়িযোৱা তেওঁৰ বাবে জন্ম মৃত্যু কত কেতিয়া কেনেকৈ কাৰ লগত হৈ কোনো নাজানে Om Shanti.. 🙏🌸🤍😢
জীৱনক লৈ কাহিনী লিখিবলৈ সহজ কিন্তু কাহিনীৰ দৰে জীৱনটো সজাবলৈ বৰ কঠিন___😢
Oh my God..ai kahintu huniboloiu..dhoijya lagibo bhut..ru hahokh lagibo...enekua jen karu logt nohouk...
Right 👍😌❤
পাহি বাৰ কন্ঠৰে শুনা মই দ্বিতীয় টি story য'ত এজনে আনজনে পৰা একেবাৰে বিদায় লয় ।❤🥲
Exactly ❤
হৃদয় খন ক বুজাব নোৱাৰি এনেকুৱা story শুনিলে তুমি সুখত থাকা অ সুখৰ ঠাইত 😢❤ আপুনিও ভালে থাকক।
নোৱাৰিম চাগে
সঁচাকৈ এনেকুৱা যাতে আৰু কাৰো লগতে নহওঁক বহুত ষ্টোৰি শুনি পাইছোঁ আগতে কিন্তু কেতিয়াও কন্দিব লগা হোৱা নাছিল😭😭😭 তুমি যতে আছা ভালে থকা🙏🙏🙏
বহুত দুখ লাগিল। চকু পানি। ওলাই গল 😭😭😭😭
সচাঁকৈ ভগৱানৰ যে কি লীলা... জাক সচা ভালপোৱা দিয়ে তাক উপভোগ কৰিব নিদিয়েই বেছিদিন...হয় ঘৰখনে কাঢ়ি লৈ যায় নহয় সমাজৰ কঠোৰ নিয়ম...হয়টো ভগৱানে নিজে কাঢ়ি লৈ যায় ।।।।
পাহিবা মই কিমান দিনৰ পৰা তোমাৰ story বোৰ শুনি আহিছো নাজানো কিন্তু আজিৰ story তোৰ ending বহুত দুখ লগা আছিল পাহিবা...😔😔অকল মই নহয় সকলোৰেই চাগে চকুৰ পানী বৈ আহিছে..😭
নাজানো বা আৰু দাদা জনৰলগত কিয় এনেকুৱা কৰিলে ভগৱানে...😢
এতিয়া এটাই প্ৰাৰ্থনা নেদেখাজনৰ ওচৰত আৰু এনেকুৱা কাৰো লগতেই নকৰে...বা জনীৰ আত্মাক জাতে চীৰ শান্তি দিয়ে...দাদা জনকো সদায়েই সাহস দিয়ে তাইৰ স্মৃতিবোৰ বুকুত সাৱটি বহু দূৰ আগুৱাই যাব পাৰে...🙂
ভূলকৈ যদি কিবা কৈ পালো 🙏কৰি দিব
ইমান দূখ লাগিল মই য়ো কান্দি গলো😭😭😭 বিশেষ কৈ যেতিয়া দাদা জনে উচুপি উচুপি কান্দি কৈছিল তাই আৰু নাই 😢😢😢 তুমি যতে আছা ভালে থাকা😢😢
আজি এই ষ্টোৰীটো শুনি বহুত বেয়া লাগিল😢 আৰু যাতে এনেকুৱা কৰোঁ লগত নহয় তাৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ🙏 আৰু বা তুমি জতে আছা ভালকে থাকা 🙏😢
বহু ত দুখ লাগিল,চকু পানী ধৰি ৰাখিব পৰা নাই 🥹🥹🥹🥹 ভাল মানুহ বোৰ বৰ সোনকালেই গুচি যায় অ আমাৰ মাজৰ পৰা,দুখ নকৰিবা যি আছিল হৈ গ'ল,,,, আগবাঢ়ি যাবলৈ চেষ্টা কৰা,তাইৰ মাক দেউতাকক সদায় চাবা,,তাইৰ আত্মাই শান্তি পাব,,,,🙏🙏🙏🙏
Waiting for this story 😢... Hope moi voba Tu hoi jate....
নোৱাৰিলোঁ চকুপানী ৰখাব...😢 ভালে থাকক তেঁও ভগৱানৰ ওচৰত❤
আজি বহুত কান্দিলোঁ story শুনি কাৰণ মোৰ লগত তেনেকুৱা হয় গৈছে আজি ডেৰবছৰ হয় গল এতিয়া ও move on কৰিব পৰা নাই কিন্তু উপায় ভাগ্য নাই বুলি মানি লৈছে বহুত মিছ কৰো 😭😭
Sem condition bro 😢😢
বহুত দুখ লাগিল story ত শুনি 😭😭♥️♥️🙏🙏
হৃদয়ত গভীৰ ৰেখা পাত বহুৱাই থৈ গল 🤞
ভগৱানৰ ওচৰত পাৰ্থনা কৰো যে তেওঁৰ আত্মাই শান্তি পাওক🙏🙏🙏🙏🥺
Such a great story...If not in this birth, then you all should be together in the next birth..this is a pity from my God...
Najzurul লৈ মোৰ ফালৰ পৰা এটি সৰু উপহাৰ ...
"স্মৃতি"
স্মৃতি হৈছে এক অসীম বাট ।
"নিজান আকাশৰ তৰা'বোৰৰ দৰে চাই ৰ'ম মই তোমাৰ স্মৃতিৰ চলেৰে ।
"পাহৰিব পৰা নাই সেই তোমাৰ চেনেহৰ স্মৃতিবোৰক ।
"তুমি এইখন পৃথিৱীৰ পৰা শেষ ত্যাগ কৰিলেও ৰৈ যাব তোমাৰ এক বিশাল স্মৃতি ।
"বন্ধ আকাশৰ পৰা মোক মোকলাই কৰিব তোমাৰ স্মৃতিয়ে।
"মনত ৰাখি আগুৱাই যাম তোমাৰ এক এক মূহুৰ্তৰ পাহৰিব নোৱাৰা বিশাল স্মৃতিবোৰক ।
সেই'হে "স্মৃতি" হৈছে অমৰ যাৰ কোনো দিনেই মৃত্যু নাই । ধন্যবাদ ।।।
Thank you 😊
Apunar comment tu pori val lagile dada. ❤️R
প্ৰেম বোৰ সন্তেকিয়া এ ❤
Ami jdi story to xuni a sku pani rokhbo pra ni.. Ttiya najrul Tmi keneke move on kriba... 5year kom khmoi nhoi..... Najrul tmi happy huwa life t ag barha ai a duwa Allah usort
বহুত দুখ লাগিল শুনি 😢 মন চুই গল 🥺
বহুত story শুনিলো বা,,,কিন্তু এই story টোয়ে একেবাৰে কন্দুৱাই দিলে।। চালমা য'তে আছে শান্তিত থাকক🙂
ৰবিবাৰটোলৈ ৰৈ থাকো পাহি বাৰ মাতত প্ৰেমৰ কাহিনী শুনিবলে❤😍
Apuniyu love story bur xune
কিছুমান সুখ কেৱল স্মৃতিত থাকি যায় ❤
Eko niii memories bur a bhttt kafi bhht dhuniya karubak nijr mjt jiyai raxiboloi ❤😊
সঁচাকৈ এনেকুৱা কৈ বিদি য়ে এজনক আনজনৰ পৰা কাৰি লব.., ববাই নাছিলোঁ 😢😢💔
Emn vall puwa ajni suwali pora move on kora tu imposible nojrul daaa bht dukh lgile huni bht besi mur stry bah mur kahini r trejedi ekuwe nhoi tmr dukhot agt nojrul daaa kuneu tmr state buji napai moi gom paisu but yeah eneke strng thaka ❤
Bhut beya lgilse kintu upaai nai.ki koriba eaituwe niyom.jonmmo mrittu ru bibvah ei geita kuneuo kbo noware.solma hukhot thakibi.pray korisu god r osort ru paray korisu je tmi ako ejonoi morom loga tmk buja solama powa.tq so much Nazrul you r share the love story.moro ghr nalbarit hoi.log pale vl lgibo tmk.akha karu log pam.n tq so much pahi baa
I can't explain how to explain.. I literally crying and crying
Rokhabo nwarilu sokupani
চকুপানী ওলাই গ'ল পাহি বা
😥😭😭😭😭 তাৰ আত্মাই যে চিৰ শান্তি লাভ কৰে তাকে কামনা কৰিলো।।
কান্দি দিলো শেষত😢চালমা বা যতেই আছে শান্তিত থাকক🙏❤
My eyes filled with water, really a sad incident, god bless you Nazrul...
Tumi kandi diba bartaman sutution gom pale she is my cousin
Really very sad story...but I suggest you life t aaguai jua bro...koto j dhumuha ahbo nohoi...
বা story টো বহুত নীৰৱতা মাজত শুনাৰ বাবে নিজৰ এই চকু পানী উলাই গল😢
Story tu huni a dukh lagil sokupani ulal❤️jar logot hol anekuwa ki dore nijok hakh dila oo❤️
বহুত দুখ লাগিল।।।😢😢😢
জীৱত প্ৰথম বাৰ ভাগৰি পৰিছিলো যেতিয়া মই গম পাইছিলো মোক ভাল নাপাই বুলি। মোৰ ভালপোৱা ৭ বছৱ । মই এতিয়ালৈকে অকলে আছোঁ। আৰু অকল থাকিম কাৰণ মই অকলে সুখি আছোঁ। বহুত কষ্ট আৰু ধৈজ্য ফলত আজি মই আজি সুখী । মই ভবাই নাছিলো এনেকৈ এৰি যাৱ বুলি ভবাই নাছিলো একোনা তুমি য ত আছা ভালে থাকা মই তুমি সুখী হোৱা ভালে থাকা তোমাৰ আশা পূৰণ হও মই তাকে প্ৰাথনা কৰিম ।
Ketiya ba val pua jonor karone atori aoha val val pua jonor hukhor karone moiu bisaru mur val pua manuh jon hodai hukhot thakk
Nazrull dada dukh nakariba , jonma hale mrityu hboi , ami o adin gusi jam , xokolowe adin gusi jbo lgiba , SALMA baa r vlpoa khini k loi aagbari jouk , apuni dukh kri thakile SALMA baa o xanti napaba , vle thakiba ❤
Salma r nisina swali ajonik moi respect krisu bht besi hurt hoisu story tu xuni 😣hope nozrul o nijk a control krise xnti t thakok salma 😭💔🙏
চকুপানী ধৰি ৰাখিব নোৱাৰিলো।বহুত দুখ লাগিল😢😢
Nazrul ৰ চিঠিৰ শেষৰ কথাখিনিয়ে মোৰ চকু পানী নিগৰি । আৰু এটা কথা সচাঁ প্ৰকৃত ভালপোৱা, নিজৰ প্ৰিয় জন নাথাকেই। তথাপি মৃত্যু চিৰন্তন সত্য ইয়াৰ সুৱাদ আমি সকলোৱেই লবই লাগিব। একো নাই নজৰুলৰ অনাগত দিনত যাতে এজনী ভাল জীৱন সংগী পায় তাৰে কামনা থাকিল।
শেষলৈ আহি মোৰ গাৰ নোমবোৰ শিহৰি উঠিল। বুকুখন কৰিবলৈ ধৰিলে।😢😢😢
Story 2 huni bht Bea lagil Karu lgot jate anekua nhok
Bro ata kotha dukh kori nthakiba karon Allah val dekhila so BA jonik tumar pora atorai loi gol jike nhok dua koriba ru moiu dua krixu BA joni jote axe vale thakok ru Allah a jannat nasib korok ❤️
Hosa premr ortho bujai thoi goll Salma baae , aru prem matro ata xobdo nhoi tak proman kori dekhuaise Nazrul dadai ❤ thank you so much Nazrul dada apuni anekua ata ononto prem kahini agbohai diya babe jitu ketiyau hekh nuhua jitu mathu moi Omor prem kahini buli he sikriti dibo parim ❤Aru bhogowanor /allah usrt binomro parthona korisu j salma baar attmai hodai hanti lav korok aru apuni move on korok ❤️🩹❤️🥺🙏🌙🪔
🥺🥺🥺 আশা কৰো তেওঁ যতেই আছে ভালেই থাকক 🤲🤲
বহুত দুখ লাগিল story টো শুনি😢
Bahut dukh lagil aitu love story khuni 🥺❤️
Heart touching story 😭❤️
Waiting for my love story pahi ba...
Najrul bro ki kom 😭 aku hobdho hulua nai beya feel Kori asu.. Thank you pahi ba for sharing..Salma ba apuni jotei ase bhout bhout hukhot thakok🙏🙏
পাহি বা বহুত বেয়া লাগিল বুজাব নোৱাৰা এক অনুভূতি চুকুলো বৈ আহিল ❤❤
😢😢😢😢😢😢 সুখ বোৰ দুদিনিয়া কিয় 😭😭😭😭😭
জীৱন মধুৰলৈ আপোনালোকক স্বাগতম জনালোঁ।
It's true love ❤🥺
Waiting this story 😢❤
Heart touching love story 😢❤
বহুত দুখ লাগিল শুনি কথা বুৰ ! 😢
সুন্দৰ ❤
Thanks you pahi baa khosa k moi nije kandi disu allahe janata nasib korok amin
বহুত দুখ লাগি গল 😢🥺
Really heart touching 😪
It's true love ❤
Su sad love story lastor kandi dilu 😢😢😢xosake bor dukh loga asil love story tu 😢😢😢😢
Ago pora moi apunr story sunu ba ❤❤
বহুত দুখ লাগিল আল্লাৰ ওচৰত দোও কৰিম 🤲
Really heart touching pahi baa😢❤
বহুত দুখ লাগি গʼল story টো শুনি 😭😭
Powerful love ❤
God bless you and her
Bhut dukh lagile bhle thakok tau om shanti aru dada jonok u bhut morrom disu dada best of luck for ur future OM NAMAH SHIVAY
I felt very bad after listening. I just pray to Allah that this should not happen to anyone else😢😟
At last...I was crying very much
Goosebumps ahi gol 💔
Really imotional story 🥺🥺🥺 i wish karu logot enekuwa nohoi
কাহিনীটো শুনি আৰু বেয়া লাগিল তাইক বহুত ওচৰৰ পৰা পাইছিলো বহুত ভাল ছোৱালী আছিল তাই
Real love is not because all yase in hard......❤❤❤😢😢😢😢
Anekuwa story lifet frist time hunilu dhuk lgile hosake soku Pani rokhabo nuwarele teu jore thakom tar atmai sirohanti lab koro🙏🙏🙏🙏🙏
Bht Dukh lagil 😢
বহুত দুখ লাগিল।
সঁচাকৈ story তো শুনি শেষত চকুপানী ৰখাব নোৱাৰিলোঁ 🥺😢 চালমা বা যতে আছে সুখত থাকক☺️
Story khon sai moi vohot kandiso dada 😭 eman heart touching story ❤️❤️ dua takil salma baak jate Allah vale rakhe 🤲🤲 amin ❤️
Hope for the best for the next one it is very sad for u bro
Kahinir aanto anekua hobo buli bhobai nasilu....😢 teir aatmai siro hanti pauk... Takke kamona korilu🙏
দুচকুৰ দুধাৰি পানী বৈয় আহিল। O M G.. heart touching
Waiting for you
It's really really hurt 😢😢😢😢
Pahi baa agor dada jun kot gol teulukor mat nuxunile moi lave strory nuxunu 🥺🥺
😢😢😢😢 Bohut dukh lsgila kandi dilu ..biju da mat2 bohut Dinor murt xunilu
Bor dukh lagil huni....ma
Y her soul rest in peace 😢
Pinki....still we miss you..Salma tumi kio gusi goisila
Allahh a anekowa r kaku a nokorok lgt a muk o uff allahh 😭😭 xosai bht kndisu a allahh taik jannat nasif krok amin 🥺🥺🥺🤲🤲
বহুত দুখ লাগিল....... চকু পানী ওলাই গল...........😭😭😭😭😭
Heart touching story 😭🤧
সঁচাকৈ বহুত বহুত বেছি দুখ লাগিল😭