What Is Classical Language Explained | LIVE | অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যদা | N18L

Поделиться
HTML-код
  • Опубликовано: 22 янв 2025

Комментарии • 53

  • @arifhaqueborhapjan5494
    @arifhaqueborhapjan5494 3 месяца назад +4

    অসমীয়া জাতিৰ বাবে এটা গৌৰৱময় বতৰা । বিশ্ব দৰবাৰত অসমীয়া ভাষাই এটা বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হ'ল। এয়া মুখ্যমন্ত্ৰীৰ স্মৰণীয় পদক্ষেপ 🙏🙏

  • @kushamahanta4447
    @kushamahanta4447 2 месяца назад +2

    বহু আকাঙ্খীত বতৰা ।এইযাত্ৰাত জড়িত ব্যক্তি , বিশেষকৈ চৰকাৰ আৰু সৎশ্লিষ্ট বিভাগৰ লগতে আমাৰ সন্মানীয়সোণোৱাল আৰু ড'
    শমা ডাঙৰীয়াক কৃতজ্ঞতা জনাইছো।

  • @AnilDutta-n3d
    @AnilDutta-n3d 3 месяца назад +7

    অসমৰ বৰ্তমানৰ মুখ্য মন্ত্ৰীক ধন্যবাদ জনাব লাগে,তেখেতৰ প্ৰচেষ্টা স্মৰণীয়।

  • @MadhavDas-e7t
    @MadhavDas-e7t 2 месяца назад +1

    ৮০০০ বছৰ আগতেই কৈৱৰ্ত সকলেই এই অসমীয়া ভাষা ৰ আৰম্ভ কৰিছিল।অলপ দিন আগতে সকলো অসমীয়া newspaper t উল্লেখ কৰা হৈছিল বিস্তাৰিত ভাবে।।

  • @Immantu
    @Immantu 3 месяца назад +3

    বৰ ভাল খবৰ
    "অসমীয়া ভাষা জগত সভালে যাব,,"

  • @shreddedface6039
    @shreddedface6039 3 месяца назад +4

    চিৰ চেনেহী মোৰ ভাষা জননী।🙏🏿❤️🙏🏿❤️

  • @khagenmahanta4769
    @khagenmahanta4769 3 месяца назад +1

    চিৰ চেনহী ভাষা জননী দীঘ জীবি হওঁক। জয় আই অসম।

  • @metkamurmu4192
    @metkamurmu4192 3 месяца назад +1

    बहुत अच्छा खबर।

  • @aparajitatamuli7273
    @aparajitatamuli7273 3 месяца назад

    আমাৰ অসমীয়া ভাষা জনাটো প্ৰতি অসম বাসী য়ে লিখিব সমানে জানিব লাগিব , অসমীয়া ভাষা অতিকে শুৱলা, ভাষা,সাংস্কৃতিক দিশটো যাতে আৰু সুন্দৰ ভাৱে জগতত প্ৰচাৰ প্ৰসা ৰ কৰাত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰে ❤ব্যতমূলক হব লাগিব বিদ্যালয় বিলাকত, অংকুৰ শ্ৰেণীত পৰা।সেয়া চৰকাৰী বেচৰকাৰী যিকোনো বিদ্যালয় নহওঁক কিয়❤ জয় আই অসম,চিৰ চেনেহী মোৰ ভাষা জননী ❤❤❤❤

  • @satyalakshmeesarma3934
    @satyalakshmeesarma3934 3 месяца назад

    Indeed a Great Recognition and proud moment.

  • @abanidas6895
    @abanidas6895 3 месяца назад +1

    ধন্যবাদ।

  • @sudipdutta6765
    @sudipdutta6765 3 месяца назад +1

  • @dr.lakshmikalita8857
    @dr.lakshmikalita8857 3 месяца назад +2

    বৈদিক সংস্কৃত ভাষাই প্ৰথম শাস্ত্ৰীয় ভাষা , কিয়নো সংস্কৃত হৈছে দেৱ ভাষা। প্ৰাচীন ভাৰতীয় বৈদিক সংস্কৃত ভাষাতেই পোনতে ধৰ্মীয় শাস্ত্ৰ সমূহ ৰচনা হৈছিল। গতিকে চৰকাৰী ভাৱে সংস্কৃতক ধ্ৰুপদী মৰ্যদা দিয়াৰ কথা আহি নপৰে।
    বৈদিক সংস্কৃত ভাষাৰ পৰাই পালি প্ৰাকৃতৰ মাজেৰে ৰূপান্তৰিত হৈ পৰবৰ্তী কালত অসমীয়া, মৈথিলী, বাংলা উড়িয়া,মাৰাঠী, গুজৰাটী, হিন্দী আদি আধুনিক আৰ্যমূলীয় ভাষা বৰ্গৰ জন্ম হৈছিল স্বাভাৱিক ভাৱে।
    সৌ তাহানি প্ৰাক বৈষ্ণৱ অৰ্থাৎ শংকৰদেৱৰ পৰা প্ৰায় এশ বছৰ আগতেই অসমীয়া ভাষাই শাস্ত্ৰীয় মৰ্যদা লাভ কৰিছে। যি সময়ত ভাৰতীয় আৰ্যমূলীয় আধুনিক ভাষাৰ পণ্ডিত সকলে মহাকবি বাল্মিকী মুণিৰ সংস্কৃত ৰামায়ণ অধ্যয়ন কৰিছিল সেই সময়ত অসমীয়া ভাষাৰ মহাকবি মহামান্য মাধৱ কন্দলীয়ে অসমীয়া ভাষালৈ সংস্কৃত ৰামায়ণ অনুবাদ কৰি অসমীয়া পণ্ডিত সকলক ৰামায়ণ শাস্ত্ৰৰ জ্ঞান দিছিল। সেই সময়ত অসমীয়া প্ৰথম কবি হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ ৰচনা কৰিছিল। দূৰ্গাবৰ, মনকৰ , নাৰায়ণ দেৱ, পীতাম্বৰ আদিৰ শাক্ত ধৰ্মী ৰচনা, বিভিন্ন মন্ত্ৰ পুথি, মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ দ্বাৰা ৰচিত বিভিন্ন ধৰণৰ শাস্ত্ৰীয় পুথি পাজি সমূহ , ভট্টদেৱৰ গদ্য শাস্ত্ৰ সাহিত্য সমূহ, ৰঘুনাথ মহন্তৰ কথা ৰামায়ণ, শংকৰদেৱৰ পৰবৰ্তী কালত ৰচিত বিভিন্ন বৈষ্ণৱ গ্ৰন্থ, ৰাম সৰস্বতীৰ অসমীয়া মহাভাৰত, বিবিধ বধ কাব্য আদি বহুত শাস্ত্ৰ অসমীয়া ভাষাত ৰচনা হৈছে।

  • @mohanchutia9506
    @mohanchutia9506 3 месяца назад

    অতি সুন্দৰ খবৰ। ধন্যবাদ।

  • @Sumidharpadi936
    @Sumidharpadi936 3 месяца назад

    Educational programs good step

  • @SushilchDas-fn2ev
    @SushilchDas-fn2ev 3 месяца назад

    জয় আই অসম।

  • @PrabinNath-w8i
    @PrabinNath-w8i 3 месяца назад

    Jay. Aii. Assam. Thanks

  • @bchazarika1967
    @bchazarika1967 3 месяца назад

    11 চিৰ চেনেহী মোৰ ভাষা জননী 11 🙏🙏🙏🙏🙏🙏🙏
    মুখ্য মন্ত্ৰী মহোদয়ৰ প্ৰচেষ্টা
    বহুত বহুত ধন্যবাদ

  • @pranabbarman9255
    @pranabbarman9255 3 месяца назад +4

    ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পালেই নহ'ব.... চৰকাৰে, অসমীয়া ভাষাটোৰ সাহিত্য চৰ্চা আন্দোলন গঢ়ি তুলিব পাৰিব লাগিব... তেতিয়াহে ভাষাটোৱে ইতিহাস প্ৰসিদ্ধ সৰ্ব শ্ৰেষ্ঠ ভাষা হিচাপে চিহ্নিত হ'ব
    । সাহিত্য চৰ্চা বাবে প্ৰয়োজনীয় পৰিৱেশ চৰকাৰে সৃষ্টি কৰিব লাগিব

  • @ajitgogoi6878
    @ajitgogoi6878 3 месяца назад

    সুন্দৰ খবৰ।

  • @anjanadeka939
    @anjanadeka939 3 месяца назад

    ভাল খবৰ ।

  • @rashmitadas1703
    @rashmitadas1703 3 месяца назад

    Assamese and Bengal❤❤

  • @durgeswarphukan8498
    @durgeswarphukan8498 3 месяца назад

    আমি অতি সুখী আমাৰভাষাজননীমৰযদাত😊

  • @RanjumoniBora-u2g
    @RanjumoniBora-u2g 3 месяца назад

    Thanks

  • @satyajitkumargogoi358
    @satyajitkumargogoi358 3 месяца назад +1

    অসমীয়া ভাষাই ধ্ৰোপদী ভাষাৰ স্বৃীকৃতি পোৱাৰ বাবে অসমীয়া জাতিৰ ৯পুৰুষৰ পীতামহ সকলক শ্ৰদ্ধা জনাইছো।
    আমি অসমীয়া জাতি এতিয়াও সোৰক্ষিত নহয় যদিহে ৬ জনগুষ্টিক জন-জাতি স্বীকৃতি দিয়া নহয়।।যিহেতো অসমীয়াৰ সংখ্যা তেনেই তাকৰ,তাৰ মাজতে ভাগ-ভাগ ,গতিকে ৰাইজে বিচাৰ কৰক।জাতি বাচিলেহে ভাষা বাছিব।

  • @abhisekhrai6706
    @abhisekhrai6706 3 месяца назад +1

    jai bangla amar sonar bangla

  • @kulengogoi6813
    @kulengogoi6813 3 месяца назад

    জয় আই অসম

  • @nagendranarzary1823
    @nagendranarzary1823 3 месяца назад

    Very much satisfied.

  • @mamoniadhikari2958
    @mamoniadhikari2958 3 месяца назад

    শুভ খবৰ।

  • @arabindaborah9992
    @arabindaborah9992 3 месяца назад

    Khabarovsk too val lagise

  • @apurbasarmah69
    @apurbasarmah69 3 месяца назад

    Bor val khabat o bor val khabar

  • @bagadbilla452
    @bagadbilla452 3 месяца назад

    Very good👍 news

  • @Rana-hg8hg
    @Rana-hg8hg 3 месяца назад +4

    প্ৰিপেইড মিটাৰৰ ৰিচাৰ্জ কৰিবলৈ বৰ্তমান হাতত ধন নাই, কি ঘন্টা কৰিম ইমান ফটা ঢোল পিটি থাকিব নালাগে,

  • @sunalideka1524
    @sunalideka1524 3 месяца назад

    যি ৰজাৰ দিনত সেই দেশৰ বা ভাল কাম বোৰ পনৰনহয় সেই ৰজা জনৰ নাম নিশ্চয় উল্লেখ হৈ থাকিব ।

  • @rinabaruah5414
    @rinabaruah5414 3 месяца назад

    Bohut bhal lagishe.Asomia b😊hasa ses hobo buli thaka bhai naikia hol. Kendriya
    sarkara aru amar mukhya mantrik bohut bohut dhayabad.

  • @atulregon6841
    @atulregon6841 3 месяца назад

    এই বিলাক বুৰ্বক সজোৱা কাম। আমাক সীমা সমশ্যা সমাধান কৰি দিয়া।NRCৰসমশ্যা/অবৈধ নাগৰিক বিতাৰণ কৰা কেন্দ্ৰীয় বিভাগত নিৱনুৱাই অগ্ৰাধিকাৰ লাভ কৰা।

  • @rajaniborah6044
    @rajaniborah6044 3 месяца назад

    I think it is a red-letter day for
    Assames peole.

  • @ganeshsarma2321
    @ganeshsarma2321 3 месяца назад

    Discussing Dhrupadi Bhasa. Unable to write the heading of the video properly. Anchor is unable to pronunce the word "Dhrupadi" properly. If a channel anchor's plight is this what can we expect from common people. The topic seems to be quite new to him.

  • @kanitakalita4320
    @kanitakalita4320 3 месяца назад

    Assamese hisabe dhanya

  • @anantamahanta2886
    @anantamahanta2886 3 месяца назад +2

    বাতৰিটো কৈ থাকোঁতে ইংৰাজী বাক্য কেইটা বাদ দি বাকীবোৰ অসমীয়াতে ক'ব নোৱাৰিলে কিয় ? নকয় কিয় ? অসমীয়া ভাষা অধোন্নতিৰ মূল কাৰক আপোনালোকৰ দৰে লোকসকলেই। উচ্চাৰণৰ কথা বাদেই দিছোঁ। ধিক !

  • @kanitakalita4320
    @kanitakalita4320 3 месяца назад

    Asam Sahitya Savaro Jorder Anurodh successful hole

  • @BaneswarMirdha
    @BaneswarMirdha 3 месяца назад

    Khasakai asamr babe e ek param gaurabar kotha kali haitu sangsadatu Assamiya Vasa r madhyamedi dekhar samshyar charcha Kariba pariba

  • @inglishvlogs1015
    @inglishvlogs1015 3 месяца назад +1

    ২০২৬ৰ ইলেকচন চমক

    • @triptichoudhury4589
      @triptichoudhury4589 3 месяца назад

      Inglish Vblogs Iman tension kio hoise Assamia Dhrupodi BHASAR Skiriti Marjjada puar babe, Assamia bhasa Bransbali ARU brajbali BHASAR pora aha, atia Dhrupodi BHASAR parao Marjjada pale, amar Gouravar kotha, 2026 kotha kio? Assamar bhal nibisare kisuman Chakrantta kariye, Sab kothar urddhat ASSAMAR JATI DHARMAR BHASAR MANGAL

  • @bhabaniborah9582
    @bhabaniborah9582 Месяц назад

    Just I would like to know about the meaning of word of dhupadi I don't wants explanation of dhroupadi. ....just meaning of dhrupadi. ....please. ....😅

  • @Prasurjya__132
    @Prasurjya__132 3 месяца назад

    Good stap

  • @giribaladeka3237
    @giribaladeka3237 3 месяца назад +1

    অসমীয়া ভাষা

  • @MrinayPegu-rb5mo
    @MrinayPegu-rb5mo 3 месяца назад

    BJP BJP BJP 🎉🎉🎉🎉

  • @DulumaniDaimary-f6y
    @DulumaniDaimary-f6y 3 месяца назад

    Buji nplu

  • @KhagenBorah-ym2iq
    @KhagenBorah-ym2iq 2 месяца назад

    জয় আই অসম।