নগাঁৱত ড্ৰাগছ মাফিয়াই অপহৰণ কৰিলে ড্ৰাগছ মাফিয়া মফিজুল হকক
HTML-код
- Опубликовано: 1 окт 2024
- 📌নগাঁৱত ড্ৰাগছ মাফিয়াই অপহৰণ কৰিলে ড্ৰাগছ মাফিয়া মফিজুল হকক। ২ লাখ টকাৰ মুক্তিপণ দাবী কৰিছিল অপহৰণকাৰীয়ে। অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়াৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে উদ্ধাৰ কৰে মফিজুল হকক।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/