বিজেপি এৰিব কোনে? ৪ প্ৰাক্তন বিজেপি বিধায়কে দল এৰাটো নিশ্চিত। চৰ্চাত আৰু কাৰ কাৰ নাম?

Поделиться
HTML-код
  • Опубликовано: 14 окт 2024
  • 📌বিজেপি এৰিব কোনে? ৪ প্ৰাক্তন বিজেপি বিধায়কে দল এৰাটো নিশ্চিত। চৰ্চাত আৰু কাৰ কাৰ নাম? চাওক সৱিশেষ।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

Комментарии • 97

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 3 месяца назад +33

    Congress zindabad Assam CM Gaurav Gogoi zindabad 💯🙏💪💪💪

  • @sahidulsvlogs7862
    @sahidulsvlogs7862 3 месяца назад +12

    নিউজ লাইভৰ মনত বৰ দুখ।

  • @asomorloramoimridul2712
    @asomorloramoimridul2712 3 месяца назад +30

    আজি সাত ৰাজ্য উপনিবাচৰ বিষয়ে বাতৰি প্ৰকাশ কৰিব

    • @TazuddinTaz-wc1yb
      @TazuddinTaz-wc1yb 3 месяца назад +3

      😂😂😂 সুন্দৰ

    • @habibtanbir7003
      @habibtanbir7003 3 месяца назад +5

      Ajiye Himanta I lath Mari channel r pora ulai dibo

  • @ParthaBharali-sn5so
    @ParthaBharali-sn5so 3 месяца назад +11

    লাজ পাইছে মামাই

  • @প্ৰিয়ানুজ
    @প্ৰিয়ানুজ 3 месяца назад +11

    হিমন্ত হাটাও অসম বিজেপি বাচাও

  • @pompipatgiri
    @pompipatgiri 2 месяца назад +7

    এতিয়া।।বি।জে।পি।।ৰ।।চৰকাৰ।।নহয়।।এতিয়া। বেপাৰী ৰ।চৰকাৰ

  • @hemjeet2023
    @hemjeet2023 3 месяца назад +25

    হিমন্ত হাটাও অসম বচাও অভিযান আমি শিক্ষিত নৱপ্ৰজন্মই বুকুত হাত দি সংকল্প লৈছো ,ৰাইজ আমি সকলোৱেই সজাগ হবৰ হল ৰাইজ। হিমন্তৰ চৰকাৰ থাকিলে অসমখনৰ ঐতিহ্য নাথাকিব আৰু অসম বিক্ৰী কৰি বিদেশীক গতাই দিব ৰাইজ

    • @শ্ৰীসঞ্জীৱ
      @শ্ৰীসঞ্জীৱ 2 месяца назад +1

      হিমন্ত চৰকাৰ জিন্দাবাদ জিন্দাবাদ ❤

    • @benudharmoran1970
      @benudharmoran1970 2 месяца назад

      ​@@শ্ৰীসঞ্জীৱ Kam ni bjp

    • @শ্ৰীসঞ্জীৱ
      @শ্ৰীসঞ্জীৱ 2 месяца назад +1

      @@benudharmoran1970
      এতিয়াও আৰু বহুত কাম কৰিব লগীয়া আছে বিজেপিয়ে । ইমানতেই উন্নয়নৰ কাম শেষ হল বুলি ভাবিছে নেকি আপোনালোকে ? এইখন চৰকাৰে আৰু বহু উন্নয়নৰ কাম কৰিবলৈ বাকি আছে । এতিয়ালৈকে আধাতকৈ বেছি উন্নয়ন হৈছে হলেওঁ আৰু বহু উন্নয়নৰ কাম বাকী আছে আৰু আমি আশাবাদী ...

  • @deadlydrax2711
    @deadlydrax2711 3 месяца назад +2

    Gourav Gogoi is coming to power next 26 strongly.

  • @jatinkonwar883
    @jatinkonwar883 3 месяца назад +8

    ২৬ৰ পিছত c m েয় মাখি মাৰি থাকিব লাগিব

    • @শ্ৰীসঞ্জীৱ
      @শ্ৰীসঞ্জীৱ 2 месяца назад +1

      ২০ বছৰত কৰিব লগিয়া কাম মামাই তিনি বছৰতেই কৰি শেষ কৰিলে ।

  • @tapansaikia5798
    @tapansaikia5798 3 месяца назад +3

    2026 T again BJP Government.Likhi Rakhowk.

  • @nripenborgohain201
    @nripenborgohain201 2 месяца назад +1

    ধন্যবাদ আপোনালোকক

  • @arzedhussain387
    @arzedhussain387 3 месяца назад +1

    আপোনাক ও আমনি পোৱা হৈছে ৰাইজে চাৰ

  • @ashrafurrahman8629
    @ashrafurrahman8629 2 месяца назад +1

    Gourav Gogoi zindabad 🎉🎉🎉

  • @NurulIslam-ry8zw
    @NurulIslam-ry8zw 2 месяца назад +1

    Congress zindabad zindabad

  • @habibtanbir7003
    @habibtanbir7003 3 месяца назад +8

    Assam t non BJP government hole ai dalali kora channel tur ki j hobo 😮

  • @basisthaacharya6590
    @basisthaacharya6590 3 месяца назад +5

    আমাৰো ইয়াত পাচলি বেপাৰী কেইজনমানেও এটা নতুন দল খোলাৰ সিদ্ধান্ত লৈছে। 😂😂😂

  • @mofijali4108
    @mofijali4108 2 месяца назад

    কংগেছ খালি নহয়

  • @MonikaKakoti-sb4jv
    @MonikaKakoti-sb4jv 2 месяца назад

  • @tapansaikia5798
    @tapansaikia5798 3 месяца назад +1

    Aibilak golehe BJP karone Val.

  • @puspadhardowarah1932
    @puspadhardowarah1932 2 месяца назад

    মোক কোটি টকা দি কোনেও কলৈকো নিব'নোৱাৰে!!

  • @JayantakonworKonwar
    @JayantakonworKonwar 2 месяца назад

    Hosa kotha

  • @binitadeka4370
    @binitadeka4370 2 месяца назад

    কামত নাহা কেইটা বি,জে, পি এৰি গলেও কথা নাই। স্বাথলোভি সিহত।

    • @pulakkonwar5082
      @pulakkonwar5082 2 месяца назад

      কংগ্ৰেছ এৰি যোৱা বোৰ নিস্বাৰ্থ

  • @asaduddinowaisi_gharwapsi
    @asaduddinowaisi_gharwapsi 3 месяца назад +1

    Swarthopor bure dol erile bhal hobo.
    Good job

  • @janjolali3378
    @janjolali3378 2 месяца назад

    B,, J,, P,, BAD,, DIBO, MAMA,, KAM,, NOHOBO. AEBAR

  • @nanareshpegu588
    @nanareshpegu588 2 месяца назад

    Good 👍👍👍👍👍very good

  • @AbhijitChutia-n2u
    @AbhijitChutia-n2u 2 месяца назад

    Good news ❤

  • @paporigogoi8980
    @paporigogoi8980 3 месяца назад +8

    উজনি অসমত BJP শেষ হব 26ত

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 3 месяца назад +2

      অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো
      এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ ৰাইজ জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। কিমান অসমীয়া মানুহ অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা কলিয়াবৰ সমষ্টি চাওক।
      ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এইবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয়? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব।
      আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি।
      অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক।
      এইবাৰ atleast গাৰুখুতিৰ মাটি অসমীয়াৰ হাতত আহিল, পাভৈ বননিৰ মাটি বেদখল মুক্ত হল। হোজাই, কাজিৰঙাৰ বহুত মাটি বেদখল মুক্ত হল। বৰপেটা সমষ্টি যত অসমীয়া মানুহ Minority তাত অসমীয়া মানুহ জিকিল। কাজিৰঙা যিটো আগতে কলিয়াবৰ আছিল মূলত, যত এতিয়া অসমীয়া মানুহ কমি গল তাত অসমীয়া মানুহ জিকিল। নহলে আগতে বাংলাদেশী মূলৰ ভোটত গৌৰৱ জিকিছিল। বাংলাদেশী চিনাক্ত কৰা যথেষ্ঠ কঠিন। কাৰণ তেওঁলোকৰ ককাকৰ নাম যদি আলি হয়, দেউতাকৰ নাম হুছেইন হব পাৰে, পুতেকৰ নাম হক হব পাৰে।
      যিকোনো চৰকাৰ বনাবলৈ 30-35% ভোট লগে। অসমত এতিয়া বাংলাদেশী মূলৰ মানুহ প্ৰায় 40% হল চাগে। এই মানুহ খিনিক শোণিতপুৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদিত আৰু অধিক সংস্থাপন কৰিব পাৰিলে অসমীয়া মানুহৰ হাতৰ পৰা অসম সৰ্বকালৰ বাবে গুচি যাব। লগতে অসম ভাৰতৰ ভিতৰতে আটাইকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা ৰাজ্যৰ ভিতৰত এখন কিন্তু অসমীয়াৰ জনসংখ্যা বৃদ্ধিৰ উদ্বেগ জনক ভাবে কমিছে। গতিকে এনেকৈ চলি থাকিলে অসমত অসমীয়াৰ জনসংখ্যা ২০% হব কেইবছৰ মান পিছত আৰু অসমিঞাৰ জনসংখ্যা ৮০% মান হব চাগে? পুনৰ কৈছোঁ আমাক বিশ্বাস নকৰিব, নিজে data Analyze কৰক।

    • @rishirajomivaidya5648
      @rishirajomivaidya5648 3 месяца назад

      ​@@thepoliticalawareness1021aku nhoi dyok gote axomiya jati sess hoi jaok...aree bjp beya hl buli congress k support jodi kribo paree ki kom auro 😂😂😂

    • @kumudbaruah2001
      @kumudbaruah2001 3 месяца назад

      ​@@thepoliticalawareness1021অত্যন্ত উদ্বেগ জনক বিষয়ৰ ওপৰত মন্তব্য কৰিছে। আপুনাৰ উল্লেখিত বিষয় সমুহে টোপনিৰ ভেশচন ধৰিথকা অসমীয়াক কিঞ্চিত হলেও চিন্তিত কৰিব বুলি আশা কৰিছো। চেকুলাৰ শব্দ টো ১৯৭৫ চনত সংবিধানত গজ হজিয়াকৈ সোমাই পৰি অসম আৰু অসমীয়াৰ বাবে কালৰূপ ধাৰণ কৰিলে। ভোটৰ লালসাত বাংলাদেশী মিঞা মুছলমানেৰে নিজেই নিজৰ জাতিটোক চিৰদিনৰ কাৰনে নিঃশেষ কৰি পেলালে। এয়া কোন? জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰি গনতন্ত্র আৰু সংবিধান হত্যা কৰি চেকুলাৰ নামৰ পোচাক যোৰ পিন্ধোৱা কংগ্রেস নহয়নে? আ মাৰ দৃষ্টিক কংগ্রেস অসমীয়াৰ চিৰ শত্রু।

    • @nayan.j
      @nayan.j 3 месяца назад +2

      ​@@thepoliticalawareness1021তুমি তোমাৰ মালিকক সোধা ১৬মে’ৰ পাছত টালি টোপোলা বান্ধিব লাগিব বুলি কৈ এতিয়ালৈকেও কিয় বাংলাদেশী ঘূৰি ফুৰিছে, বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে বেয়া পাব নেকি

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 3 месяца назад

      @@nayan.j আপুনি নপঢ়াকৈ কিয় reply দিছে। একে কথা আপোনাকো সুধিব ৰাইজে কিয় আপোনাৰ মালিকৰ বাংলাদেশী মূলৰ মানুহৰ প্ৰতি প্ৰেম?

  • @AbubkkrAli-hd9eb
    @AbubkkrAli-hd9eb 2 месяца назад

    চার,আপনি,বলেছি,কলে,নেকি

  • @dipentalukdar5626
    @dipentalukdar5626 2 месяца назад

    গাদি হৰুবা ভয় আহিল নেকি

  • @PranayBasumatary-cx5gq
    @PranayBasumatary-cx5gq 2 месяца назад

    Mama katia ahibo Congress t

  • @taidtriluchan
    @taidtriluchan 3 месяца назад

    Very good Diciason

  • @jayantachoudhury260
    @jayantachoudhury260 3 месяца назад

    CM Sir congress khali kori BJP tu Barbat nokoribo

  • @JayantaDas-qt3mq
    @JayantaDas-qt3mq 2 месяца назад

    Kam aru ki asai aji Jodi A G P Kali B J P😅

  • @saamsammy9406
    @saamsammy9406 2 месяца назад

    Eya news live e ne

  • @RukunAhmed-qj5sw
    @RukunAhmed-qj5sw 3 месяца назад +1

    Mani laisane atia

  • @PapulChetiaPapulChetia
    @PapulChetiaPapulChetia 2 месяца назад

    বি জে পি ক ভাল নোপোৱা হৈছে...তহতৰ চেনেলটোৰ বাবে আৰু তহতৰ মালিক হিমন্তৰ বাবে ।

  • @nituali1449
    @nituali1449 3 месяца назад

    Wel come

  • @jatinkonwar883
    @jatinkonwar883 3 месяца назад

    ধুনিয়া😅

  • @karunarabha6474
    @karunarabha6474 3 месяца назад +3

    Arile arok bjp konu apoti nai

  • @bharatbaruah5702
    @bharatbaruah5702 2 месяца назад

    নিউজ লাইভ বাচি থাকিব নে

  • @mrinmoychakraborty8426
    @mrinmoychakraborty8426 3 месяца назад

    Mamai eta signal dile ji oha juwa soli a thake 26 t mane mama aru Congress t a jabo

  • @KhwndwnBasumatary
    @KhwndwnBasumatary 3 месяца назад +1

    गेल तर मन गिलिले हिमन्त। तर आरु दाम कमिसे।

  • @BhaskarjyotiHazarika-qm3te
    @BhaskarjyotiHazarika-qm3te 3 месяца назад

    Start

  • @kakoligayan2065
    @kakoligayan2065 3 месяца назад

    ঐ বিজেপি
    কংগ্ৰেছত
    আহি আনৰ অনিষ্ট নকৰিবি
    .

  • @RobingogoiRobingogoi-k4h
    @RobingogoiRobingogoi-k4h 2 месяца назад

    Himantar kathar kunu velu nai

  • @shyamalbiswas1449
    @shyamalbiswas1449 3 месяца назад +3

    Congress hatau

  • @champaknath3239
    @champaknath3239 3 месяца назад

    Ata ktha thik 😂

  • @dipankarnath4652
    @dipankarnath4652 2 месяца назад

    News live r br dukh...

  • @gunjalkalita7187
    @gunjalkalita7187 3 месяца назад

    Good

  • @birendranathsaikia2350
    @birendranathsaikia2350 2 месяца назад

    Don't join in Congress , request to unite regional parties otherwise we the indigenous communities will be ruled by Bangladeshis Muslim . Please note in lots.

  • @KishorDeka-ig1ty
    @KishorDeka-ig1ty 3 месяца назад

    Aibilak bidhayak or name hona nasilo ajihe hunilo jaok de valei hol adha batuwa bilak thaki lav nai BJP jindabad

  • @thepoliticalawareness1021
    @thepoliticalawareness1021 3 месяца назад +2

    অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো
    এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ ৰাইজ জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। কিমান অসমীয়া মানুহ অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা কলিয়াবৰ সমষ্টি চাওক।
    ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এইবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয়? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব।
    আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি।
    অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক।
    এইবাৰ atleast গাৰুখুতিৰ মাটি অসমীয়াৰ হাতত আহিল, পাভৈ বননিৰ মাটি বেদখল মুক্ত হল। হোজাই, কাজিৰঙাৰ বহুত মাটি বেদখল মুক্ত হল। বৰপেটা সমষ্টি যত অসমীয়া মানুহ Minority তাত অসমীয়া মানুহ জিকিল। কাজিৰঙা যিটো আগতে কলিয়াবৰ আছিল মূলত, যত এতিয়া অসমীয়া মানুহ কমি গল তাত অসমীয়া মানুহ জিকিল। নহলে আগতে বাংলাদেশী মূলৰ ভোটত গৌৰৱ জিকিছিল। বাংলাদেশী চিনাক্ত কৰা যথেষ্ঠ কঠিন। কাৰণ তেওঁলোকৰ ককাকৰ নাম যদি আলি হয়, দেউতাকৰ নাম হুছেইন হব পাৰে, পুতেকৰ নাম হক হব পাৰে।
    যিকোনো চৰকাৰ বনাবলৈ 30-35% ভোট লগে। অসমত এতিয়া বাংলাদেশী মূলৰ মানুহ প্ৰায় 40% হল চাগে। এই মানুহ খিনিক শোণিতপুৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদিত আৰু অধিক সংস্থাপন কৰিব পাৰিলে অসমীয়া মানুহৰ হাতৰ পৰা অসম সৰ্বকালৰ বাবে গুচি যাব। লগতে অসম ভাৰতৰ ভিতৰতে আটাইকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা ৰাজ্যৰ ভিতৰত এখন কিন্তু অসমীয়াৰ জনসংখ্যা বৃদ্ধিৰ উদ্বেগ জনক ভাবে কমিছে। গতিকে এনেকৈ চলি থাকিলে অসমত অসমীয়াৰ জনসংখ্যা ২০% হব কেইবছৰ মান পিছত আৰু অসমিঞাৰ জনসংখ্যা ৮০% মান হব চাগে? পুনৰ কৈছোঁ আমাক বিশ্বাস নকৰিব, নিজে data Analyze কৰক।

  • @upendrakalita9054
    @upendrakalita9054 2 месяца назад

    Baba jatitok tupi pindhai asade aru....ha ..ha..ha....

  • @ramemdas4194
    @ramemdas4194 3 месяца назад

    Aponar ses ar

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 2 месяца назад

    BJP Sarkar very 000000000 Assam CM BJP 😂😂😂😂😂😂😂😂

  • @AriyaIkbal
    @AriyaIkbal 2 месяца назад

    Godi.media

  • @majedulislam3332
    @majedulislam3332 2 месяца назад

    Hamontobiso sarma akha kori thakok bjor murat chaca pani dalivo 2026Electsonat

  • @parthodas493
    @parthodas493 3 месяца назад

    Apuni katea cang hbo gom pua tu ha imprtnt asil

  • @mrinmoychakraborty8426
    @mrinmoychakraborty8426 3 месяца назад

    26 t tohote kar selekibi decide koriso ne ??

  • @BikashDas-f9o7s
    @BikashDas-f9o7s 3 месяца назад

    Ajp Bjp tata by by

  • @ANISURRAHMAN-jg2xk
    @ANISURRAHMAN-jg2xk 3 месяца назад

    Publish today's by election result.
    BJP jikile to aji headline korili hoy news tu.
    BJP k aru kiman bosabi news live😂

  • @habibtanbir7003
    @habibtanbir7003 3 месяца назад

    Joya kali dekhon nilaz Dalal r nisinakoi BJP t sob thik ase buli defend kori news publish korisil aji ki hol😂😂😂 himmat ase jodi aji declare hoya by election r result r kotha kook 😂

  • @ayangentertainer9975
    @ayangentertainer9975 3 месяца назад

    bjp 26t ses tohot news liver kam ki hobo

  • @inamulhoque1232
    @inamulhoque1232 3 месяца назад

    😂😂😂😂 আৰু বেছি নকলো

  • @ramemdas4194
    @ramemdas4194 3 месяца назад

    Hinduo loi ki karisay apuni

  • @Bobbi235
    @Bobbi235 3 месяца назад

    Ai Bilak Batari Assamar Raije pasa Bilahi Pasa Alu Pasa Mas Ghrina Laga Batari Assamar Raije Thu Thu Thu Thu Thu Dib

  • @Akd617
    @Akd617 2 месяца назад

    BJP jindabad..... Jai Shree Ram

  • @hdbbjail2003
    @hdbbjail2003 2 месяца назад

    Faltu. Kota

  • @monjit2617
    @monjit2617 3 месяца назад

    Fokotia mukhymontri....tatke fokotia apunaluk...😅

  • @parthaprotimbora368
    @parthaprotimbora368 3 месяца назад +1

    Congress zindabad