Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
বৰ সুন্দৰ কথা কৈছে ।সকলোৱে শুনিলে বহুত শিকিব পাৰিলে হেতেঁন । প্ৰধান মন্ত্ৰী , মুখ্য মুখ্যমন্ত্ৰীৰ গ্ৰীন কাৰ্ড হল হিতাধিকাৰী সকল , যি সকল অৰ্থ নীতি, সমাজ নীতি ,ৰাজনীতিৰ কথা নাজানে । মামা বুলিলে চেতনা হেৰুৱাই পেলোৱা মানসিকতাৰ মানুহ খিনিক লৈ ৰাজনীতি কৰি ভোটত জিকি আছে যি সকলে প্ৰতিবাদ কৰিব নোৱাৰে । স্ৰিশ্টি মুলক কামত গুৰুত্ব নাই মাথো ভাষনতে উন্নয়ন হৈ আছে ।
মুখ্যমন্ত্ৰীৰ মগজুত মিঞা মেনিয়াই গ্ৰাস কৰি আছে ৷ নিৰ্বাচন আগত থাকিলে এই পোকটো অধিক সক্ৰিয় হৈ পৰে ৷ অসমৰ মানুহে কথাবোৰ উপলব্ধি কৰিছে ৷ কথা হ'ল; অচিনাক্ত মানুহ অসমত আছেই তেন্তে চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ দায়িত্ব কাৰ ? এই প্ৰতিবেদনত ক’বৰদৰে বহিঃৰাজ্যৰ বণিকগোষ্ঠীও আমাৰবাবে অচিনাক্ত ৷ সিবিলাকক অপসাৰণ নকৰি উপযাচি ভূমি-অধিকাৰ দিয়াটো কি জাতিৰ বাবে চিন্তা কৰা হয় নে ?
নিজৰ কেলেংকাৰী লুই বাৰ্জাৰ, সাৰদা আদিৰ পৰা বাছি থাকিবলৈ বিভিন্ন অবান্তৰ আঁচনি প্ৰস্তুত আৰু গো মাংস নিষেধ আদি কৰি আছে। আৰু সফলো হৈ আছে, আন একো নহয়।
ভোটৰ সময়ত সেই অচিনাক্ত জনেই চিনাক্ত হৈযায়, তাকো বিশেষ মাংসৰে ভোজভাত খুৱাই।
অসম ৰ মাটি কৰোঁ লগতে বিক্ৰী কৰিব নালাগে সব মামাৰ লগতে বিক্ৰী কৰক
Aponi beya kowa kintu de
Laz lage CCC
Ohomor manuh sini nupuwa hol jen lagise,,,hunkale arugya huwar kamona korilu,,
মুখ্য মন্ত্ৰীৰ মাতৃ গাইগৰু। গৰুৰ পেটত জন্ম গতিকে মগজুৱে গৰুৰ নিচিনা কাম কৰে।
অচিনাকি লোকৰ ভুত খুবজিবলৈ জাই কিয় চিনাকি মানুহ জনে লাজ নে লাগে নেকি 😊😊😊😊😊😊😊😊
এও যদি চিনি নাপাই কি নো হ'ব। ইয়াৰ মুৰত গ্ৰেষ্টিক সোমাইছে। ভাল ডাক্তৰৰ ঔষধ খালেভাল হ'ব।
Thickkothakoisa
Rinikiktu ami sokolube sinipaw gotike ????
এওঁক নৰাধম বুলি নকৈ নোৱাৰি।
বিষবাষপ বিয়পাই নিদিলে টোপনি নাহে কিছুমানৰ ।
মোৰ মনৰ দৃষ্টিৰে--------------------যি কম সঁচা কম ।----------------+-আঁচলতে অসমৰ অশান্তিৰ ঘাই কাৰণ বা প্ৰধান মানুহজনেই হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শমা' । সৱল স্হিতি ললেই বিহিত ব্যৱস্থা কৰিলেই অচিনাকি মানুহ নাইকীয় হৈ যাব । চৰকাৰৰ এটা কঠোৰ নিদে'শ পালেই মাটি ৰেজিষ্টাৰ বিভাগে অচিনাকি মানুহক মাটি বেচা কিনাত যদি বাধা দিয়ে তেন্তে এনেও মাটি কিনিব নোৱাৰিব ।
আইন আদালতে এই বিলাক কথা নো হোনে নকি
Ji ada fehra lage,xei ada kajot lage_Kamrupeeya probochan!
খিলঞ্জীয়া নিজেই
Bohua eitu misolia
Mamir taat bikok
বৰ সুন্দৰ কথা কৈছে ।সকলোৱে শুনিলে বহুত শিকিব পাৰিলে হেতেঁন । প্ৰধান মন্ত্ৰী , মুখ্য মুখ্যমন্ত্ৰীৰ গ্ৰীন কাৰ্ড হল হিতাধিকাৰী সকল , যি সকল অৰ্থ নীতি, সমাজ নীতি ,ৰাজনীতিৰ কথা নাজানে । মামা বুলিলে চেতনা হেৰুৱাই পেলোৱা মানসিকতাৰ মানুহ খিনিক লৈ ৰাজনীতি কৰি ভোটত জিকি আছে যি সকলে প্ৰতিবাদ কৰিব নোৱাৰে । স্ৰিশ্টি মুলক কামত গুৰুত্ব নাই মাথো ভাষনতে উন্নয়ন হৈ আছে ।
মুখ্যমন্ত্ৰীৰ মগজুত মিঞা মেনিয়াই গ্ৰাস কৰি আছে ৷ নিৰ্বাচন আগত থাকিলে এই পোকটো অধিক সক্ৰিয় হৈ পৰে ৷ অসমৰ মানুহে কথাবোৰ উপলব্ধি কৰিছে ৷ কথা হ'ল; অচিনাক্ত মানুহ অসমত আছেই তেন্তে চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ দায়িত্ব কাৰ ? এই প্ৰতিবেদনত ক’বৰদৰে বহিঃৰাজ্যৰ বণিকগোষ্ঠীও আমাৰবাবে অচিনাক্ত ৷ সিবিলাকক অপসাৰণ নকৰি উপযাচি ভূমি-অধিকাৰ দিয়াটো কি জাতিৰ বাবে চিন্তা কৰা হয় নে ?
নিজৰ কেলেংকাৰী লুই বাৰ্জাৰ, সাৰদা আদিৰ পৰা বাছি থাকিবলৈ বিভিন্ন অবান্তৰ আঁচনি প্ৰস্তুত আৰু গো মাংস নিষেধ আদি কৰি আছে। আৰু সফলো হৈ আছে, আন একো নহয়।
ভোটৰ সময়ত সেই অচিনাক্ত জনেই চিনাক্ত হৈযায়, তাকো বিশেষ মাংসৰে ভোজভাত খুৱাই।
অসম ৰ মাটি কৰোঁ লগতে বিক্ৰী কৰিব নালাগে সব মামাৰ লগতে বিক্ৰী কৰক
Aponi beya kowa kintu de
Laz lage CCC
Ohomor manuh sini nupuwa hol jen lagise,,,hunkale arugya huwar kamona korilu,,
মুখ্য মন্ত্ৰীৰ মাতৃ গাইগৰু। গৰুৰ পেটত জন্ম গতিকে মগজুৱে গৰুৰ নিচিনা কাম কৰে।
অচিনাকি লোকৰ ভুত খুবজিবলৈ জাই কিয় চিনাকি মানুহ জনে লাজ নে লাগে নেকি 😊😊😊😊😊😊😊😊
এও যদি চিনি নাপাই কি নো হ'ব। ইয়াৰ মুৰত গ্ৰেষ্টিক সোমাইছে। ভাল ডাক্তৰৰ ঔষধ খালে
ভাল হ'ব।
Thickkothakoisa
Rinikiktu ami sokolube sinipaw gotike ????
এওঁক নৰাধম বুলি নকৈ নোৱাৰি।
বিষবাষপ বিয়পাই নিদিলে টোপনি নাহে কিছুমানৰ ।
মোৰ মনৰ দৃষ্টিৰে--------------------
যি কম সঁচা কম ।----------------+-
আঁচলতে অসমৰ অশান্তিৰ ঘাই কাৰণ বা প্ৰধান মানুহজনেই হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শমা' । সৱল স্হিতি ললেই বিহিত ব্যৱস্থা কৰিলেই অচিনাকি মানুহ নাইকীয় হৈ যাব । চৰকাৰৰ এটা কঠোৰ নিদে'শ পালেই মাটি ৰেজিষ্টাৰ বিভাগে অচিনাকি মানুহক মাটি বেচা কিনাত যদি বাধা দিয়ে তেন্তে এনেও মাটি কিনিব নোৱাৰিব ।