Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
সঁচাকৈ ইমান সুন্দৰ কণ্ঠ লগতে হুৰ আৰু শব্দৰ সফল অৰ্থ মন প্ৰাণ চুই গৈছে
Jai shree krishna ki jay .......
জয় শ্ৰীকৃষ্ণ বনমালী অতি সুন্দৰ প্ৰদৰ্শন ভক্তি ভৰা নাম বৰ ভাল লাগিছে শুভ সন্ধিয়া 🥰😊🌹💐🌸🌺🌷👌👍
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে, দলটোৰ মাৰ্জিত পৰিৱেশন। আজিকালি সকলোতে অভিনৱত্ব আনিবলৈ গৈ, অধিকাংশই সুৰ তাল লয়ৰ সামঞ্জস্য নথকা কৰি পেলায়, তাৰ বিপৰীতে এইভাগ নামত নামতী আইৰ লগতে বাদ্যযন্ত্ৰৰো ব্যৱহাৰো বৰ সুন্দৰ হৈছে। দলটিৰ উত্তৰোত্তৰ কামনা কৰিছোঁ ।
বৰ সুন্দৰ হৈছে। আমি লয় লাশ ও ভঙ্গিমা যোগ কৰি আৰু অধিক মনোমোহা কৰা দৰকাৰ ।ই আমাৰ জাতীয় কৃসতিৰ পৰিচায়ক।
কৃষ্ণ কৃষ্ণ কৃষ্ণ আই মাতৃ সকল ইমান সুন্দৰ কণ্ঠ মনপ্রাণ হৰি নিচে আগলৈ আৰু হৰি নামৰ অমিয়া ৰখপ্ৰাণ কৰিবলৈ পাওয়া ধণ্যবাদ।
Iman sundar kàntha nam bag suni mon vari goise aru aguai jaok tarei kamana karilu
কৃষ্ণ কৃষ্ণ , ভক্তি ভৰা সেৱাহে নিবেদিছোঁ । হৰি নাম এনে মধুৰ তাতে আপোনাৰ শুৱলা কণ্ঠত শুনিবলৈ শুমধুৰ হেছে । ও আই গামুচাখন দুয়ো ঘাৰে লোৱ লাগে । নহলে দাস্য ভাৱ প্ৰকট নহয় ।
আপোনাৰ মতামতৰ বাবে ধন্যবাদ
সচাকথা ক'বলৈ গ'লে একদম সুন্দৰ পৰিবেশন।মন ভৰি গৈছে। আগবাঢ়ি যাওক ঈশ্বৰ আপোনাৰ সহায় পথত।
ধন্যবাদ জনাইছোঁ 🙏
মন প্ৰিণ শীতল কৰি নিয়া সুন্দৰ দুৰ্গা নাম শুনি আপ্লুত হ'লো । মা দুৰ্গাই মানৱ সমাজৰ সকলো লৈকে সুখ- শান্তি - সুস্বাস্থ্য আনি দিয়াৰ কামনাৰে ।
উৰ্মিলাবা যমুনাৰ কেঁচা বালি দিহানাম টি আজি ছয সাত বাৰ শুনিও আমনি নালা গিল , সঁচাকৈয়ে আপোনাৰ যি মধুৰ কন্ঠ ভগৱানে আপোনাক উজ্বল কৰক ! তাৰেই কামনা কৰো। !
আন্তৰিক ধন্যবাদ। আপোনালোকৰ এষাৰ উৎসাহ মূলক মন্তব্যই আমাৰ বাবে আৰ্শীবাদ সদৃশ।
Dhuniya kantha vall lagil
Bar bar Jun Jun Wali ka action chabaloi khub Mon Jay.
Hundor Kontho Aru Hundor Horinamti Poribekhon Korile Bohut Val Lagil❤
অনুপম সুৰৰ কন্ঠ নিগৰাইছে আইগৰাকীয়ে। কৃষ্ণ 🙏
বৰ সুন্দৰ, গীতৰ কথা, সুৰ, ভিডিও ়়়়়়়় হৃদয় স্পর্শ কৰি যোৱা। শুভেচ্ছা জনালোঁ।
কৃষ্ণ আইসকল বাপ সকল অতি সুন্দৰ শুনি বহুতো ভাল লাগিল। সকলোলৈকে শুভেচ্ছা জনালোঁ 🙏🙏🙏।
ব্ৰজ ধমাৰ গোপী সকলে প্ৰভু নাম গাই থকা যেন লাগিছে অতি সুন্দৰ
অ ৰাম জয় হৰে নহয় দেই প্ৰভুজন অ ৰাম জয় হৰি হে হব আৰু গৌবিন্দ নহয় গোবিন্দ হে হব দেই কৃষ্ণ সেৱাহে জনালো বাকী সুন্দৰ ভাল লাগিল সেৱা জনাইছো কৃষ্ণ🙏❤️🙏🙏🙏
Wahh bohot val lagil dada ❤ video ❤️🔥❤️🔥❤️🔥
অসমৰ এক সুকীয়া পৰিচয়। 🙏🙏
Bor dhunia lagise baideu
Oti sundori . Goy guru Sankar❤🎉🎉🎉🎉
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤❤❤
কৃষ্ণ কৃষ্ণ সুন্দৰ আই সকলো চৰণ ভক্তি ভৰা সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ
কৃষ্ণ , ধন্যবাদ জনাইছোঁ 🙏
নাম ভাগি বৰ সুন্দৰ , বিনা কষ্টৰে সুললিত কণ্ঠৰে গোৱা যেন লাগিল, আগুৱাই যাওঁক শুভেচ্ছা জনালোঁ কৃষ্ণ 🙏
হে প্ৰভু ঘৰখন বিপদৰ পৰা উদ্ধাৰ কৰক শতকোটী প্ৰনাম জনাইছো ৰক্ষা কৰক
কৃষ্ণ কৃষ্ণ সুন্দৰ কণ্ঠৰ দিহা নাম। কৃষ্ণ যেন সাক্ষাৎ আহি ৰৈ আছেহি এনে লাগিল জয় গুৰু শঙকৰ
কৃষ্ণ
অতি সুন্দৰ আৰু আগুৱাই যাওক 🙏🙏🙏🙏
Excellent, absolutely ati sundar Dihanam.
Dhuniya nice❤❤❤❤❤❤
সুন্দৰ নৃত্য প্ৰদৰ্শন 🙏
Bahut dhuniya lagise xhuni, Mon Tu bahut Val lage goise, sokur Pani rokhabo pora nai Jai Shree Krishna ❤❤❤
কৃষ্ণ অতি সুন্দৰ
,শুনি ভাল লাগিল কৃষ্ণ 🙏
সুন্দৰ কন্ঠৰ অধিকাৰী । অনাগত দিনত আৰু সুন্দৰ সুন্দৰ দিহানাম শুনিবলৈ পাম বুলি আশা থাকিল......
😢 সঁচাকৈয়ে মনপ্ৰাণ চুই গ'ল 🙏 অতি সুন্দৰ কণ্ঠ, অতি সুন্দৰ সংগঈবইন্দ👍 ইমান সুন্দৰ বাদ্যযন্ত্ৰ মনটো পবিত্ৰ হৈ গ'ল🙏♥️🙏
অতি সুন্দৰ
@@bipulbaruah9245p😊
নাম ভাগ শুনি বহুত ভাল লাগিল!
অতি সুন্দৰ। শুভেচ্ছা জনালো। আৰু আগবাঢক
সুন্দৰ। আৰু শুনিবলৈ পাম বুলি আশা ৰাখিলো।
ঈশ্বৰৰ নাম লৈ এবাৰো ঈশ্বৰক অৰ্থাৎ গুৰু আসন নেদেখোৱালে । বাকী নাম সুন্দৰ হৈছে।
সুন্দৰ কণ্ঠ ❤❤❤
ইমান সুন্দৰ হৈছে শুনিলে বা চালে চাই থাকিবলৈ মন যায় আকৌ কমেণ্ট দিলোঁ ।❤️❤️❤️
ধন্যবাদ বাইদেউ
Bohut hundor, kob aku vakha nai. Hunile huni thakib mon jay. Hundor kontho. Kissno.
Liked the song very nice ❤❤❤
krishna krishna bohut hundor kontha 🙏🙏🙏👏👏
❤
Outstanding
We are anxiously waiting for more collections, God bless all of you
ইমান শ্ৰুতিমধুৰ কণ্ঠ,বৰ ভাল লাগিল।
নাম ভাগ বৰ সুন্দৰ লাগিছে লিখিত ৰূপ দিবচোন মই মুবেই mumbai পৰা কলো
বহুত ভাল লাগিল ❤
Bahut dhuniya lagise xhuni, mon tu bahut val lagi goise, sokur Pani rokhabo pora nai, Jai Shree Krishna ❤❤❤
Bohut val lagil nam vag huni
Baideu bor dhuniya hoisa
Bor sundor hoisa
বহোতেই ভাল লাগিল কৃষ্ণ কৃষ্ণ ৰাম ৰাম আই
Jun Jun wala gyika jonir performance atI hundar haiche.
🎉🎉❤❤❤ সুন্দৰ লাগিল।
Bohut val lagil apunar diha nam Sai aru aguai jabole vogobanor usorot prathona jonalu
বাইদেউ আপোনাৰ কণ্ঠত শুনি বৰ ভাল লাগিল ৷🙏আপোনাৰ ছাত্ৰ হিচাপে আমি গর্ব অনুভৱ কৰিছোঁ৷৷
অতি। সুন্দৰ
Overall performance is fantastic.nice voice.
অপূর্ব সুন্দৰ অনুভৱ 🙏🙏
বৰ মধুৰ কণ্ঠ,, ভাল লাগিল।। 🙏
বহুত সুন্দৰ হৈছে আৰু আগলৈ শুভ কামনা থাকিল ।
কৃষ্ণ কৃষ্ণ। জয় গুৰু শঙ্কৰ।
Hundor hoisa❤❤❤
Eman hundor Horinam, Mor namore nam, mitha kontho, huni val lagil👍👋👋
❤❤❤❤
Thanx
Hundor 🙏
কৃষ্ণ 🙏🙏🙏🙏🙏 কৃষ্ণ।
Krishna, oti sundar aai sakalar nam, aru aguai jauk, dhanyabad.
সুন্দৰ কণ্ঠ শুনি ভাল লাগিল❤
Bohut mojaaaàa dei
কি সুৰ উফ সঁচাকৈ শুনিলে শুনি থাকিব মন যায় বহু বাৰ শুনিলোঁ আমনি নালাগে ❤️😌🙏🏻
Bohut dhunia hoisa baidow.... Krishna 🙏🙏🙏
Hundor hoise❤❤
Hundor...aji dintuloi bohut agrohara baat sai asilu...Hokoluwa abar sabo aru hunibo..
P'_e, zeds 😁❤😊
Val lagilHuvessa jonalu
কৃষ্ণ কৃষ্ণ আইসকল নামভাগি শুনি আপ্লোত হলো । বৰ সুন্দৰ উপস্হাপন ,আগোৱাই যাওক ।
সকলো দিশতে পাৰ্গত । সকলোৱে প্ৰেৰণা দিয়া উচিত।
🕉 🕉 Dhuniya hoise Baideu ❤❤❤❤
বৰ সুন্দৰ প্ৰকাশ।
😊🙏😍 ৰাধে ৰাধে 🥰 🙏🥳 মা য়মুনা 🥺 মোৰ মা ৰাধা মোৰ প্ৰভু স্থান বৃন্দাবন 😍🙏😍 Vale Hoise Aru Aaguai Jauk 😊
Hundor namvagi aru kontha hundor 👌🙏🙏🔱
ধন্যবাদ
অতি সুন্দৰ, কৃষ্ণ 🙏🙏
সুন্দৰ কন্ঠ চাই থাকিলে চাই থাকিবলৈ মন যায় !
কৃষ্ণ কৃষ্ণ । বহুত ভাল হৈছে । ❤️❤️❤️
কৃষ্ণ ভাল লাগিল🙏🙏🙏🌼🌺🌸🌼
Baideu apunar diha namti hunile huni thakibo mon jai bohut val lage .
এই নামটিৰ লেখক আৰু সুৰকাৰ মোৰ অতিকে শ্ৰদ্ধাৰ কমলা গগৈদেউক লগতে আইগৰাকী ও তেখেতৰ সঙ্গীসকললৈ শ্ৰদ্ধা জনাই পুনৰ আশাৰে....গোলাঘাটৰ পৰা বাট চাই ৰলো।
Baideu bohut hundor dei apunr khntho vl lgil ❤❤
Eman sundor nam suni val lagil
Very nice I listen to this devotunal song once a day thanks
Thanks for listening
Very nice
Thanks
❤❤❤❤sundar ba.... ❤❤❤❤best withes
ধুনীয়া হৈছে বাইদেউ ❤❤
সুন্দৰ কণ্ঠ আগ বাঢ়ি জুৱা
Eman hundor kontho apunar,otikoi hukhi holu.
সদাই এবাৰ.শুনো.ভাল লাগে
বহুত ভাল লাগিল , ইমাান সুমধুৰ কণ্ঠ |
Bohut dhunia. Hoisa doltu
Sunibaboi bar dhuniya haiche,aaru Jun juwa actions dhuniya lagiche
🙏🙏🙏
সঁচাকৈ ইমান সুন্দৰ কণ্ঠ লগতে হুৰ আৰু শব্দৰ সফল অৰ্থ মন প্ৰাণ চুই গৈছে
Jai shree krishna ki jay .......
জয় শ্ৰীকৃষ্ণ বনমালী অতি সুন্দৰ প্ৰদৰ্শন ভক্তি ভৰা নাম বৰ ভাল লাগিছে শুভ সন্ধিয়া 🥰😊🌹💐🌸🌺🌷👌👍
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে, দলটোৰ মাৰ্জিত পৰিৱেশন। আজিকালি সকলোতে অভিনৱত্ব আনিবলৈ গৈ, অধিকাংশই সুৰ তাল লয়ৰ সামঞ্জস্য নথকা কৰি পেলায়, তাৰ বিপৰীতে এইভাগ নামত নামতী আইৰ লগতে বাদ্যযন্ত্ৰৰো ব্যৱহাৰো বৰ সুন্দৰ হৈছে।
দলটিৰ উত্তৰোত্তৰ কামনা কৰিছোঁ ।
বৰ সুন্দৰ হৈছে। আমি লয় লাশ ও ভঙ্গিমা যোগ কৰি আৰু অধিক মনোমোহা কৰা দৰকাৰ ।ই আমাৰ জাতীয় কৃসতিৰ পৰিচায়ক।
কৃষ্ণ কৃষ্ণ কৃষ্ণ আই মাতৃ সকল ইমান সুন্দৰ কণ্ঠ মনপ্রাণ হৰি নিচে আগলৈ আৰু হৰি নামৰ অমিয়া ৰখপ্ৰাণ কৰিবলৈ পাওয়া ধণ্যবাদ।
Iman sundar kàntha nam bag suni mon vari goise aru aguai jaok tarei kamana karilu
কৃষ্ণ কৃষ্ণ , ভক্তি ভৰা সেৱাহে নিবেদিছোঁ । হৰি নাম এনে মধুৰ তাতে আপোনাৰ শুৱলা কণ্ঠত শুনিবলৈ শুমধুৰ হেছে । ও আই গামুচাখন দুয়ো ঘাৰে লোৱ লাগে । নহলে দাস্য ভাৱ প্ৰকট নহয় ।
আপোনাৰ মতামতৰ বাবে ধন্যবাদ
সচাকথা ক'বলৈ গ'লে একদম সুন্দৰ পৰিবেশন।মন ভৰি গৈছে। আগবাঢ়ি যাওক ঈশ্বৰ আপোনাৰ সহায় পথত।
ধন্যবাদ জনাইছোঁ 🙏
মন প্ৰিণ শীতল কৰি নিয়া সুন্দৰ দুৰ্গা নাম শুনি আপ্লুত হ'লো । মা দুৰ্গাই মানৱ সমাজৰ সকলো লৈকে সুখ- শান্তি - সুস্বাস্থ্য আনি দিয়াৰ কামনাৰে ।
উৰ্মিলাবা যমুনাৰ কেঁচা বালি দিহানাম টি আজি ছয সাত বাৰ শুনিও আমনি নালা গিল , সঁচাকৈয়ে আপোনাৰ যি মধুৰ কন্ঠ ভগৱানে আপোনাক উজ্বল কৰক ! তাৰেই কামনা কৰো। !
আন্তৰিক ধন্যবাদ। আপোনালোকৰ এষাৰ উৎসাহ মূলক মন্তব্যই আমাৰ বাবে আৰ্শীবাদ সদৃশ।
Dhuniya kantha vall lagil
Bar bar Jun Jun Wali ka action chabaloi khub Mon Jay.
Hundor Kontho Aru Hundor Horinamti Poribekhon Korile Bohut Val Lagil❤
অনুপম সুৰৰ কন্ঠ নিগৰাইছে আইগৰাকীয়ে। কৃষ্ণ 🙏
বৰ সুন্দৰ, গীতৰ কথা, সুৰ, ভিডিও ়়়়়়়় হৃদয় স্পর্শ কৰি যোৱা। শুভেচ্ছা জনালোঁ।
কৃষ্ণ আইসকল বাপ সকল অতি সুন্দৰ শুনি বহুতো ভাল লাগিল। সকলোলৈকে শুভেচ্ছা জনালোঁ 🙏🙏🙏।
ব্ৰজ ধমাৰ গোপী সকলে প্ৰভু নাম গাই থকা যেন লাগিছে অতি সুন্দৰ
অ ৰাম জয় হৰে নহয় দেই প্ৰভুজন অ ৰাম জয় হৰি হে হব আৰু গৌবিন্দ নহয় গোবিন্দ হে হব দেই কৃষ্ণ সেৱাহে জনালো বাকী সুন্দৰ ভাল লাগিল সেৱা জনাইছো কৃষ্ণ🙏❤️🙏🙏🙏
Wahh bohot val lagil dada ❤ video ❤️🔥❤️🔥❤️🔥
অসমৰ এক সুকীয়া পৰিচয়। 🙏🙏
Bor dhunia lagise baideu
Oti sundori . Goy guru Sankar❤🎉🎉🎉🎉
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤❤❤
কৃষ্ণ কৃষ্ণ সুন্দৰ আই সকলো চৰণ ভক্তি ভৰা সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ
কৃষ্ণ , ধন্যবাদ জনাইছোঁ 🙏
নাম ভাগি বৰ সুন্দৰ , বিনা কষ্টৰে সুললিত কণ্ঠৰে গোৱা যেন লাগিল, আগুৱাই যাওঁক শুভেচ্ছা জনালোঁ কৃষ্ণ 🙏
হে প্ৰভু ঘৰখন বিপদৰ পৰা উদ্ধাৰ কৰক শতকোটী প্ৰনাম জনাইছো ৰক্ষা কৰক
কৃষ্ণ কৃষ্ণ সুন্দৰ কণ্ঠৰ দিহা নাম। কৃষ্ণ যেন সাক্ষাৎ আহি ৰৈ আছেহি এনে লাগিল জয় গুৰু শঙকৰ
কৃষ্ণ
অতি সুন্দৰ আৰু আগুৱাই যাওক 🙏🙏🙏🙏
Excellent, absolutely
ati sundar Dihanam.
Dhuniya nice❤❤❤❤❤❤
সুন্দৰ নৃত্য প্ৰদৰ্শন 🙏
Bahut dhuniya lagise xhuni, Mon Tu bahut Val lage goise, sokur Pani rokhabo pora nai Jai Shree Krishna ❤❤❤
কৃষ্ণ অতি সুন্দৰ
,শুনি ভাল লাগিল কৃষ্ণ 🙏
সুন্দৰ কন্ঠৰ অধিকাৰী । অনাগত দিনত আৰু সুন্দৰ সুন্দৰ দিহানাম শুনিবলৈ পাম বুলি আশা থাকিল......
😢 সঁচাকৈয়ে মনপ্ৰাণ চুই গ'ল 🙏 অতি সুন্দৰ কণ্ঠ, অতি সুন্দৰ সংগঈবইন্দ👍 ইমান সুন্দৰ বাদ্যযন্ত্ৰ মনটো পবিত্ৰ হৈ গ'ল🙏♥️🙏
অতি সুন্দৰ
@@bipulbaruah9245p😊
নাম ভাগ শুনি বহুত ভাল লাগিল!
অতি সুন্দৰ। শুভেচ্ছা জনালো। আৰু আগবাঢক
সুন্দৰ। আৰু শুনিবলৈ পাম বুলি আশা ৰাখিলো।
ঈশ্বৰৰ নাম লৈ এবাৰো ঈশ্বৰক অৰ্থাৎ গুৰু আসন নেদেখোৱালে । বাকী নাম সুন্দৰ হৈছে।
সুন্দৰ কণ্ঠ ❤❤❤
ইমান সুন্দৰ হৈছে শুনিলে বা চালে চাই থাকিবলৈ মন যায় আকৌ কমেণ্ট দিলোঁ ।❤️❤️❤️
ধন্যবাদ বাইদেউ
Bohut hundor, kob aku vakha nai. Hunile huni thakib mon jay. Hundor kontho. Kissno.
Liked the song very nice ❤❤❤
krishna krishna bohut hundor kontha 🙏🙏🙏👏👏
❤
Outstanding
We are anxiously waiting for more collections, God bless all of you
ইমান শ্ৰুতিমধুৰ কণ্ঠ,বৰ ভাল লাগিল।
নাম ভাগ বৰ সুন্দৰ লাগিছে লিখিত ৰূপ দিবচোন মই মুবেই mumbai পৰা কলো
বহুত ভাল লাগিল ❤
Bahut dhuniya lagise xhuni, mon tu bahut val lagi goise, sokur Pani rokhabo pora nai, Jai Shree Krishna ❤❤❤
Bohut val lagil nam vag huni
Baideu bor dhuniya hoisa
Bor sundor hoisa
বহোতেই ভাল লাগিল কৃষ্ণ কৃষ্ণ ৰাম ৰাম আই
Ju
n Jun wala gyika jonir performance atI hundar haiche.
🎉🎉❤❤❤ সুন্দৰ লাগিল।
Bohut val lagil apunar diha nam Sai aru aguai jabole vogobanor usorot prathona jonalu
বাইদেউ আপোনাৰ কণ্ঠত শুনি বৰ ভাল লাগিল ৷🙏
আপোনাৰ ছাত্ৰ হিচাপে আমি গর্ব অনুভৱ কৰিছোঁ৷৷
অতি। সুন্দৰ
Overall performance is fantastic.nice voice.
অপূর্ব সুন্দৰ অনুভৱ 🙏🙏
বৰ মধুৰ কণ্ঠ,, ভাল লাগিল।। 🙏
বহুত সুন্দৰ হৈছে আৰু আগলৈ শুভ কামনা থাকিল ।
কৃষ্ণ কৃষ্ণ। জয় গুৰু শঙ্কৰ।
Hundor hoisa❤❤❤
Eman hundor Horinam, Mor namore nam, mitha kontho, huni val lagil👍👋👋
❤❤❤❤
Thanx
Hundor 🙏
কৃষ্ণ 🙏🙏🙏🙏🙏 কৃষ্ণ।
Krishna, oti sundar aai sakalar nam, aru aguai jauk, dhanyabad.
সুন্দৰ কণ্ঠ শুনি ভাল লাগিল❤
Bohut mojaaaàa dei
কি সুৰ উফ সঁচাকৈ শুনিলে শুনি থাকিব মন যায় বহু বাৰ শুনিলোঁ আমনি নালাগে ❤️😌🙏🏻
Bohut dhunia hoisa baidow.... Krishna 🙏🙏🙏
❤
Hundor hoise❤❤
Hundor...aji dintuloi bohut agrohara baat sai asilu...Hokoluwa abar sabo aru hunibo..
P
'_e, zeds 😁❤😊
Val lagil
Huvessa jonalu