জোনে ঐ জোনালী...(June Oi Junali..) Old Super duper hit Bihu song by KRISHNAMONI NATH & ANITA DAS.

Поделиться
HTML-код
  • Опубликовано: 1 дек 2024

Комментарии •

  • @prasantabordoloi5555
    @prasantabordoloi5555 7 месяцев назад +7

    আইঐ মজা

  • @anitadasborgohain7151
    @anitadasborgohain7151 2 месяца назад +4

    মই অনিতা দাস বৰগোহাঁই এই বিহু নামটো আৰু ফটো খন দিয়া বাবে আপোনালোকক বহুত মৰম ধন্যবাদ জনালো ।

    • @puranibihugita
      @puranibihugita  2 месяца назад

      @@anitadasborgohain7151, স্বাগতম জনাইছোঁ বাইদেউ.। আপুনি বৰ্ত্তমান ক'ত থাকে.? Contact কৰিব চোন, বহুত কথা পাতিব লগা আছে. facebook.com/jadu.saikia?mibextid=ZbWKwL

  • @rubulnath2816
    @rubulnath2816 7 месяцев назад +4

    আজৈ, মজ্জা 👌👌

  • @rajdeepgogoi7043
    @rajdeepgogoi7043 3 месяца назад

    কবলৈ ভাষা নাই বহুত সুন্দৰ

  • @juparikashyap1127
    @juparikashyap1127 9 дней назад

    Mojja

  • @D_MENI_X_GOLDEN
    @D_MENI_X_GOLDEN 28 дней назад

    বহুত মৰম লগা কথাবোৰ

  • @NarenSaikia-jr7yo
    @NarenSaikia-jr7yo 7 месяцев назад +1

    সুন্দৰ সঁচাই বহুত ভাল লাগিল

  • @bitu423
    @bitu423 7 месяцев назад +2

    বহুত বছৰ মূৰত শুনিলো ভাল লাগি গল মনতো ❤

  • @jitenartcentremerapanipain1477
    @jitenartcentremerapanipain1477 7 месяцев назад +11

    junmoni bohagore abeli asilu je umali geet to ase jodi plzzzz

    • @Music20163
      @Music20163 7 месяцев назад +1

      আছে নে দাদা

    • @puranibihugita
      @puranibihugita  7 месяцев назад +2

      চাব লাগিব, চেষ্টা কৰিম ।

    • @jitenartcentremerapanipain1477
      @jitenartcentremerapanipain1477 7 месяцев назад +1

      @@puranibihugita jodi ase plzzzzzz diyak na uplod

    • @puranibihugita
      @puranibihugita  7 месяцев назад +1

      ​@@jitenartcentremerapanipain1477আছে আছে, কেছেটটো পাইছো । convert কৰি আজি দি আছো।

    • @puranibihugita
      @puranibihugita  7 месяцев назад +1

      দিলো। " জোনমণি বহাগৰে আবেলি.... "

  • @DiluarHussain-dy3nk
    @DiluarHussain-dy3nk 7 месяцев назад +1

    ❤❤❤❤❤❤❤

  • @JituDutta-h9e
    @JituDutta-h9e 2 месяца назад +1

    অ'জুৰিমাই তোমৰ প্ৰেম সাগৰত দিলাদুবাই,দুবি দুবি নাপালো পাৰে জুৰিমাই আগৰ মৰম চেনেহ দিবা ঘোৰাই।এই গানতো আছে দিব চোন দাদা।

    • @puranibihugita
      @puranibihugita  2 месяца назад

      @@JituDutta-h9e বিচাৰি আছো। কোন কেছেটৰ জানা নেকি.?

    • @JituDutta-h9e
      @JituDutta-h9e 2 месяца назад

      @@puranibihugita মইও পাহৰিলো ২০০০চনৰ আগে পাছে পছোৱা কেছেতৰ আছিল নিকি।

  • @bhanukalita8990
    @bhanukalita8990 Месяц назад +1

    ❤❤❤❤❤😂😂😂😂😂

  • @bipulsonowal5096
    @bipulsonowal5096 7 месяцев назад +3

    Huna sun gitimoni
    Mure monor kothati
    Bohagote tumak moi biya patim
    Kijanii krishna moni nathor
    Ai bihu git ase nkii
    Plzzz

    • @puranibihugita
      @puranibihugita  7 месяцев назад

      চাব লাগিব, কোন খন কেছেটৰ আছিল জানা নেকি ?

  • @dhrubajyotigogoi518
    @dhrubajyotigogoi518 7 месяцев назад +3

    মজা ❤ এইয়াহে বিহু। ভাল লাগিল দাদা। এই কেছেটৰে "ব্ৰহ্মপুত্ৰৰ সিটো পাৰে শুনা সমনিয়া বাৰি খনি পাতিলো কৰি মোহনীয়া " কন্ঠ বিমান বৰুৱা দা । পাৰিলে আপলোড দিবচোন। ধন্যবাদ ।

    • @puranibihugita
      @puranibihugita  7 месяцев назад +3

      প্ৰথমতে মূল্যবান মন্তব্যৰ বাবে অশেষ ধন্যবাদ জনালোঁ।
      এই কেছেটটোত নাই সেইটো বিহুগীত ।
      ইয়াত থকা বিহুগীত সমূহ :-
      1. জোনে ঐ জোনালী...
      2. জোৰ জোৰ মলয়া..
      3. ঐ নাচনী সঁচাকৈ ক'বানে...
      4. ইমান মৰম কিয় লাগে...
      5. সোনালী ৰাতি ৰচিম....
      6. গোটেই অসম জুৰিলে...
      7. নাচনী মৰম লাগে...
      মুঠ ৭ টা আছে ।
      তথাপি মই চেষ্টা কৰিম চোন বাৰু " ব্ৰহ্মপুত্ৰৰ সিটো পাৰে...." বিহুগীতটো ।

    • @dhrubajyotigogoi518
      @dhrubajyotigogoi518 7 месяцев назад +1

      @@puranibihugita পাহৰিছো দাদা, বহু দিনৰ আগতেই শুনা যে। তথাপিও চেষ্টা কৰি চাবচোন। আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।

    • @Music20163
      @Music20163 7 месяцев назад

      @@puranibihugita 6 number গীতটো দিব পাৰিলে

    • @puranibihugita
      @puranibihugita  7 месяцев назад +1

      @@Music20163 অ'কে, দিয়া হ'ব নিশ্চয়।

    • @puranibihugita
      @puranibihugita  7 месяцев назад +1

      @@dhrubajyotigogoi518, ধন্যবাদ ধন্যবাদ।
      বহুত দিন মানে বছৰ হ'ল পাহৰাতোৱেই স্বাভাৱিক।

  • @bitu423
    @bitu423 7 месяцев назад +2

    কৃষ্ণমণি নাথৰ,,, দিখৌ নৈ হিপাৰত ধাননি পথাৰত তুমি ধান দাইছিলা, হাপুলৰ কিনাৰত নাওয়ে নাই যাবলৈ বঠা নাই বাব লৈ গীত টো আপলোড কৰিব চোন

  • @niyoresmiofficialmusic8161
    @niyoresmiofficialmusic8161 7 месяцев назад +4

    Please sobe subscribe Kari diyak❤

    • @puranibihugita
      @puranibihugita  7 месяцев назад

      অশেষ ধন্যবাদ জনালোঁ।