Iron lady Mira Borthakur's outburst against BJP || Xakhyat with Ajit Kumar Bhuyan
HTML-код
- Опубликовано: 10 сен 2018
- Expelled BJP leader Mira Borthakur came out heavily against her former party BJP for expelling her for no valid reason. Her anger against the party for excluding party's top notch, potential leaders including her who have been active in consolidating the BJP win in Assam, has become a topic of controversy in the entire state of Assam.
Political maneuver with vicious conspiracy surrounding the expelling of top potential political leaders is now doing the rounds in BJP, as exposed by Mira Borthakur on Xakhyat.
#Xakhyat #MiraBorthakur #FormerBJPleaderMiraBorthakur #ExpelledBJPleaderMiraBorthakur
Very very strong Lady of Assam, Meera Bai Zindabad.
সুন্দৰ।আপোনি য়ে একনিষ্ট সকলোৱে বোজি উঠক।ইজন কিন্তু অলপ বেলেগ ।।।।।
😊
my idol...ekdom mon r kotha khini kole...শেষত আপোনাৰে জয় হৱ ।
মিৰা বৰঠাকুৰ , জিন্দাবাদ ।
জিন্দাবাদ জিন্দাবাদ । এইবাৰ জয় নিশ্চয় বাইদেউ ।
বি জে পি গেলিবলৈ ধৰিছে
Breve lady of assam. Salute you mam. Go ahead. Allah help you .
কি নিলাজ ৰাজনীতি থূই ,,,,,,,,,,,,
ভদ্ৰ মানুহে স্থান নাপায় যত তত।
I m with Mira madam
সাহস নকৰিলো ক'বলৈ ফেচবুকৰ জৰিয়তে, কিন্তু সদায় ভাবিছিলো আপোনাৰ দৰে এগৰাকী জাতিপ্ৰেমী নাৰী কিয় এটা মিছলীয়া জাতিদ্ৰোহী দলত থাকিব লাগে ! কিয় দল ত্যাগ কৰা নাই এটা বদমাইচ নম্বৰ ওৱান দলৰ পৰা ! নপ্ৰস্তাৱ বাইদেউ, ঘূৰিও নাযাব আত্ম মৰ্য্যদা আছে যিহেতু আপোনাৰ। বিনাশ কালে বীপৰীত বুদ্ধি, বিজেপিয়ে অসহায় জনতাক নজীৰবিহীন প্ৰবঞ্চনা কৰিছে যদিও ৰাইজৰ কৰিব'লৈ কোনো উপায় নাই গতিকে এনেকৈয়ে ধ্বংস হ'ব এইটো দল ! অগপক আপুনি বিশ্বাস কৰে ? নিশ্চয় অসমৰ জনতাৰ দৰেই আপুনিও নকৰে। বিজেপিৰ মানুহবোৰনো কোন? গতিকে এই দলক বুঢ়া আঙুলি দেখুৱাই দিয়ক-
মই কোনো দলৰ সমৰ্থক নহয়, তথাপি আজিৰ তাৰিখত কম- বিজেপিৰ দৰে দেশদ্ৰোহী নহয় অন্ততঃ কংগ্ৰেছ ! হাজাৰগুণে জন হিতৈষী কংগ্ৰেছ , এইটো বিজেপিৰ শাসন দেখি বুজি উঠিছো নতুনকৈ-
ww
Val lagil kothabor huni
ডাঙৰীয়ানীয়ে কোৱা কথাবোৰ যদি ১০০% ই শূদ্ধ বুলি ভাবি লও তেন্তে দুটামান প্ৰশ্নৰ উদয় হয় ৷ ইমানবোৰ torture সহ্য কৰি তেও ইমানদিনে কিয় দলত থাকিল! বহিষ্কাৰ কৰাৰ আগতে নিজে ওলাই আহিবহে লাগিছিল ৷ আৰু চন্দ্ৰশেখৰ বোলাজনে তেওৰ লগত অসভ্যালি কৰাৰ ইমান evidence থকাৰ পাছতো তেও কিয় দলৰ মাজত ন্যায় বিচাৰি থাকিল!! কিয় তেও আইন, আদালতৰ জৰিয়তে ন্যায় নিবিচাৰিলে!! অকল নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতা কৰিলেই চব শূদ্ধ হৈ নাযায় ৷ কথাবোৰৰ গূঢ়াৰ্থ বুজিবলৈ বহু শিপাব লাগিব ৷
@kallol baruah সক্ৰিয় ৰাজনীতিত নাথাকিও আদৰ্শ পালন কৰিব পাৰি ৷
Faltu
@Kallol Baruah ষক
Xosake nohol heten sir jodi Himanta Biswa sarma BJP loi nahil heten.
Iron lady😂😂😂😂
BJP Completely dependable on RSS
Hundar
Hoito hodai jai.
Apuni himnta ko Bhal lagaise ....baideu... Beya lagil
Now politics needs to change traditional formula... needs new fomula... ru kr kotha believe korim... rajnitit iman misa kotha chole..." bagh ou bagh" kahinir nisina...
ভাল কৰিলে, কাৰণ BJP য়ে নিজৰ ভৰিত নিজে কুঠাৰ মাৰিবলৈ গৈ আছে। ভালেই কৰিলে আতৰি আহিলে।
Bohut vl km korile Baideu....
Kotha khuni sobore kolija kope❤❤😂
Lankaloi gole sobe raboon hoi,sarbananda sonowal kunu onyotom nohoi.
Perhaps,the first politician in contemporary Assam politics to make it loud and clear that,politicians do need to have a backbone.Mrs Mira Barthakur is quite vocal in making one thing clear-Assam first and the rest next and this is where,most Assamese politicians has failed miserably.The Citizenship Bill and the NRC has exposed many jackels who,are actually in sheep skins in Assam including the tall and the most controversial politician who is acting as the Messiah of the Bangladeshi hindus.
Aji da, apunar xathyat lua speed tu olop borhaok. Hohole kasoa u kobo j moi ajit bhuyak pis pelai ahilu.
Duniya mam
Baideu apuni thamoki narobo. hahokhere agbahi jauk. apunar hityota proman hobo adin
বাইদেউ আপোনালৈ মোৰ এটা প্ৰশ্ন যে অসমৰ আইন ব্যৱস্থাৰ ওপৰত আপোনাৰ কিমান বিশ্বাস এগৰাকী অসমৰ ৰাজনীতিৰ সৈতে জড়িত ব্যক্তি হিচাপে .এগৰাকী অসমীয়া জীয়ৰী হিচাপে .এগৰাকী বোৱাৰী হিচাপে এগৰাকী পত্নী এগৰাকী মাতৃ হিচাপে ??? ।
যদি ভাবে আইন সদাই সকলোৰে বাবে সমান তেন্তে আপুনি বৰ্ত্তমান আপোনাৰ দললৈ 26 নে 27খনে চিঠি লিখি সময়বোৰ অপব্যৱহাৰ কৰিছে কিহৰ বাবে???।
আপোনাক যিজন ব্যক্তি বেয়া sms বোৰ দিছিল তেখেতৰ বিৰুদ্ধে আইনৰ ওচৰত কেচ কৰা নাই কিয়???।(তেখেতৰ ঠাইত যদি এজন সাধাৰণ নাগৰিক হলহেতেন তেতিয়া আপুনি আইনৰ ওচৰত নগলহেতননে??????)
আপুনি নোৱাৰে যদি smsবোৰ আমালৈ forward কৰক আমি অসমবাসীয়ে বিচাৰ কৰিম । বেয়া নাপাব বাইদেউ কথা এষাৰ কওঁ = গাই গৰুৰ পিছত ঘূৰিলেহে গাখীৰ পাব
হালুৱা বা দমৰা গৰুৰ পিছত ঘূৰিলে নাপাই ।
Hoytyo hodaijoy
বাইদেউৰ কথাত লবি কৰা যেন লাগিছে।
Gutai Khel 2 ticket!
Congress +deok
Strong lady, enekuwa mohila amak lage,
Bideu gute kotha bur salu bht Val lagil,
44:01 "Phone nodhore...appointment nidiye" tar karon..tekhet okol yogaxone kori thaake!!
Baidew BJP buli nohoi xokolo dolote mahilak beya sokure sowa hoi...
Axom dhongkhor mukhole jabo ai BJP r hatot...Sonowal k akhonr pora nomabo lge...
val lagil kothabur huni....myki manuh dom lage....ru teokr buwari hoi dom 2 thakiboi ....
মিৰা বাইদেউ আমি সাধাৰণ মানুহ কথাবোৰ সাধাৰণ ভাবেই ভাবো । আপুনি যি কৰিলে বহুত ভাল কৰিলে । কাৰণ বিজেপিৰ কোনো নিজস্বতা নাই RSSৰ আঙুলিৰ ইছাৰাত উঠ বহ কৰা মেৰুদণ্ডহীন দল আৰু এই দল অসমীয়াৰ সম্পূৰ্ণ বিৰোধী এটা দল । যি অসমক শেষ কৰাৰ পৰিকল্পনা কৰিছে । আৰু আপুনি এই দলত থাকিলে অসম বিৰোধী বুলি গ্লানি শুনিব।
বাইদেউ এটা প্ৰশ্ন যোৱাটো নিৰ্বাচনত বিজেপিয়ে হিমন্তবিশ্ব শৰ্মাক দুৰ্নীতিৰ ৰজা বুলি প্ৰচাৰ চলাইছিল । এতিয়া কেনেকৈ তেওঁ ধোৱা তুলসীৰ পাত হল
Mira barthakur baido Apuni Assam ro Muikhya montrrya Huatu bisarisu
Iron lady neki...ha ha ha
Kitap khon ketiya r pora likha r start korisil e
Vitor Luvat Ba Gadit Luvot Swadeshi O Bideshi Arambha Hoise
Mira ba apui real asom premi
Right, 2006 r bjp Atal bihari bajpeyejir bjp asil, kintu etia Asomot rss r bhakto bilakor bjp.
Bh Chy rss asil ...rss ki beya ????
Sb nija nija sartha....aai a politics .....
Sei sei bjp
Mira borthakurk CM patibo lagisil, baki bur sob shor,
Very very illegal
Saw 2 sai buja gol bjp r majot 2 akw lobikndrik rajniti strt hol...dudin pist bikhombd...saim natok dekha pam sage congrss r dinr suprhit natok khnr dre....
মুখা পিন্ধা বিজেপি চৰকাৰ । বিজেপিও কংগ্ৰছীৰ পথৰে যাত্ৰী । কোনো পাৰ্থক্য নাই। মীৰা বৰঠাকুৰৰে কোন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ কথা ক'লে ? আপুনি কৌশলগত অৱস্থান লৈছে , সঁচা আৰু মিছা মিলাই কৈছে । দক্ষতা আৰু সততা ৰাজনৈতিক ব্যক্তিত্বত দৰকাৰ নাই নেকি? আপোনাকো সম্পূৰ্ণ বিশ্বাস নহয় । আপুনি হিমন্তক তেল মাৰিছে । ধিক্ আপোনাৰ তেলমৰা ৰাজনীতি । আপোনাৰ দশাৰ পৰাই প্ৰমাণ হয় বিজেপিয়ে দলত গণতন্ত্ৰাতিক ব্যৱস্থা বৰ্তাই ৰাখিব নোখোজে ।
Baideuw B J P pora gusi ahile bhaley korile 2021 nibason B J P Geliboloi goi ase dukh nokorib
AL
Tar mane Mira mote himanta... Super man BJP huh... Sala Harami bamun Tahati Jindagit CM hab nuwaro
oi jatok loi ki gali disa ha
Axomia hoi bhakhar marjyada rokhya kori cholibo buli aakha korilu.
Monor kotha kole apuni.Ei goraki baidewk bhaal koi sini paun...Eunr pora baasi thakae bhaal
Look like one of advertising policy of BJP by Mira
ই মাল খাই আছে।
rongpur assam ছদ্মনামেৰে কিয় মতামত দিয়ে কাপুৰুষ নেকি?
Chuli kota Chuwali Asamia Maiki Manuh Dekhile Ghin Lage
Beti Bachao Beti Prahao. Herou Dolhe holoni hol manohikota aru mogojur maalhupa holoni huwa nai nohoi. Aru ai je Mahila Marcha hihotor kotha ki koba. Saram nai nari hakti jindabad buli nariye siyari fura.
বিজেপি দলৰ মূখপত্ৰ থাকোতে শ্ৰীমতী বৰঠাকুৰ ৰ কথাবোৰে কাণত বিন্ধিছিলে .... আজিৰ কথাবোৰে কাণক আমনি দিযা নাই দেখোন...... এনেকুৱা আৰু বা কোন কোন তাত আছে ... ?
Baideu apuni A.G.P. join hok aru power dekhuwak.
Bjb kam nay ...lag loga nay na
AGP + কৰক৷
সাহসেই লক্ষীমি সাহসেই বিঘিনি বুলি কথা এষাৰ আছে৷৷ গতিকে অলপ .............
Ghenta kotha koi lav nai.mira axom karone vl kam kora kotha k.
Who is Mira Borthakur?
Mirak Bjp a patta nidile
L
Ć
Ajit ali tor khata kowar adhakar nai
Mira bidew is the brave woman
Sarbanando Sonowal " a false propaganda of Jatia Nayak " is sold out in the black market created by BJP at the centre
বহিস্কাৰ হোৱা আগতে সকলো কথা ধোৱা তুলসী পাত আছিল নেকি
I am with Mira Borthakur
GB FCu Yb!bbYb Yb Yb
It is really unfortunate that Assamese political leaders sometimes due to due to their ignorance or for other considerations work against our own interest.
go or work against the interest
Lots of respect to this woman.
Qqq Jo
Bjp ত নাথাকাই ভাল
Chee chee jatiyo nayok
Anchor ji bisarisil....pabo nuaril....hahaha....
Better try next time dear Anchor...
N
Boidew Political neriba so Apunar nisina Women amar assam at lage..
Guwahati next mp
Mira Baethakur sarthapor
Perhaps,the first politician in contemporary Assam politics to make it loud and clear that,politicians do need to have a backbone.Mrs Mira Barthakur is quite vocal in making one thing clear-Assam first and the rest next and this is where,most Assamese politicians has failed miserably.The Citizenship Bill and the NRC has exposed many jackels who,are actually in sheep skins in Assam including the tall and the most controversial politician who is acting as the Messiah of the Bangladeshi hindus.
0ppp
Ć
BJP r sei dakhya netajon mane HBS. teu jodio namtu kabo khuja nasil. mira barthakur sosai hahokhi.