সদনত চকুপানী পেলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই!

Поделиться
HTML-код
  • Опубликовано: 13 сен 2024
  • সদনত চকুপানী পেলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই! এটা লুপ্ত হ'ব ধৰা সভ্যতাক মই প্ৰতিনিধিত্ব কৰিছোঁ। আমি কেইদিনমান জীয়াই থাকিব বিচাৰিছোঁ। আমাক জীয়াই থাকিব দিয়ক।
    _______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
    Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Комментарии • 590

  • @rahil8680
    @rahil8680 15 дней назад +26

    Caa আন্দোলনত কাক মাৰিলে মুখ্য মন্ত্ৰী মহদয়

  • @taradoi7957
    @taradoi7957 15 дней назад +132

    নাটকৰ শেষ নাই । কোনো দিনে জাতিৰ কথা ভৱাই নাচিল । হঠাতে এতিয়া জাতি প্ৰেম কৰপৰা উদয় হল ।সেয়াও ৰহস্য ।

    • @nayankumarpawe2671
      @nayankumarpawe2671 15 дней назад

      এইবোৰ অসমৰ সচেতন তথা শিক্ষিত সমাজে এইবোৰ কথাত আৱেগিক নহয়। স্মাৰ্ট মিটাৰ প্ৰসংগ লুকুৱাবলৈ ইটোৰ পৰা সিটো divert কৰি আছে। এইবোৰ সাধাৰণ ৰাইজে নাজানিব পাৰে কিন্তু সকলোকে বুৰ্বক বুলি ভাৱে চাগে মামা ই

    • @Papudevnath-e9y
      @Papudevnath-e9y 15 дней назад

      Vol karise jadi hodarni kariba bisarise

    • @sharifulhussain5257
      @sharifulhussain5257 15 дней назад +9

      Choki khon jabo buli kandise.

    • @user-bx5oq7pr8c
      @user-bx5oq7pr8c 15 дней назад

      Kiya iman johora hobo para he kiman pressure d thaka a thot kukur hat

    • @prasantadeka6215
      @prasantadeka6215 15 дней назад

      26 o pakka bhai anekoi sali thakibi pisloi ok bhaijaan

  • @nayankumarpawe2671
    @nayankumarpawe2671 15 дней назад +103

    অসমীয়া জাতিটোক জীয়াই থকা অধিকাৰ হিমন্ত নাইকীয়া কৰিলে CAA বলৱৎ কৰি এতিয়া ৰাইজক বুৰ্বক সজাব বিচাৰিছে এই কথা অসমৰ সচেতন আৰু শিক্ষিত মানুহবোৰক আৱেগিক কৰিব নোৱাৰে সেই কথা জানি থোৱা ভাল।

    • @anamikatalukdar774
      @anamikatalukdar774 15 дней назад

      Jodha murkha

    • @NirmolRay1996
      @NirmolRay1996 15 дней назад +4

      সেইকাৰণে কংগ্ৰেছক ভোট দিয়া নিশ্চয় অসমীয়াক নবচালেও তুমাৰ পৰিয়ালটোক মীয়াৰ পৰা সুৰক্ষা দিব।

    • @Highlightsmusic123
      @Highlightsmusic123 15 дней назад +4

      Toi comgress k vote dibi miya desh bonabi 😂

    • @Raja1-x4g
      @Raja1-x4g 15 дней назад +4

      Miya r suporter sudurvaai

    • @jahanarabegum173
      @jahanarabegum173 15 дней назад

      ঠিকেই

  • @jayantipanchani9496
    @jayantipanchani9496 15 дней назад +68

    এইজন অভিনেতাই অস্কাৰ এৱাৰ্ড পোৱাটো বহুত আৱশ্যক।

    • @rofikabegumrofikabegum9168
      @rofikabegumrofikabegum9168 15 дней назад +1

      😂😂😂

    • @DogloverBruno
      @DogloverBruno 15 дней назад

      Jun Dina koti mara jabi hai dina Buji pabi 😂😂

    • @Papudevnath-e9y
      @Papudevnath-e9y 15 дней назад

      Val dare vabiba son ahiba son amar rupahi saparit😢dekha paba dada nij sakure saru katha lai matiba ahei amr manuh tat kam babe😢val kai nijak xodhi ans diba atiya tat amr manuh sab gosi gai ase

    • @biswajit9878
      @biswajit9878 15 дней назад

      Jati tuk badan borphukan e besi sil ,,ajir badan tumaluk

    • @Papudevnath-e9y
      @Papudevnath-e9y 15 дней назад

      @@biswajit9878 atiya samasyar samdhan lage keneke haba situ ka

  • @Rana-hg8hg
    @Rana-hg8hg 15 дней назад +35

    এতিয়া নিশ্চয় ৰীণিকীৰ সম্পত্তি সমূহ অসমৰ জনগোষ্ঠীয় লোক সকলৰ মাজত বিতৰণ কৰি দিব নিশ্চয়,

    • @AinulAli-j4g
      @AinulAli-j4g 15 дней назад +1

      লাজ নালাগেনে বারু নিলাজ

  • @MWorld134
    @MWorld134 15 дней назад +77

    এয়া ঘৰিয়ালৰ চকু পানী 😂
    2026 চনৰ নিৰ্বাচনৰ বাবে তৈয়াৰী কৰি আছে এইবোৰ সকলো নীতি ৰাজনীতিৰ 😔

    • @topongogoi9953
      @topongogoi9953 15 дней назад +1

      Ji acting krise n kunu film r karne audition dibo gla direct select hoi jabo.... Enekua ghorial r soku Pani t burbk buror bahire kunau vul najai... Okhomiya r kis poristhiti hoise hei2 ami nije dekhisu...

    • @world-Mix-Eeaction
      @world-Mix-Eeaction 15 дней назад

      😂 tohote Miya k he soportter xei babe ghoriyal lor soku Pani k 😂 loi val loga nai tohote congress aani axomiya bilak kok maribi bleg aku nai 😅 nijor ghort jetiya kunubar rep hobo tetiya ghoriyal lor sokur Pani dekha nepababi 😅😅 xei babe tu hindu suwalik target kori ase BJP hatibo Jun dina kukur hobo lagibo all India t Sai thak aji moi kolu 😅

    • @world-Mix-Eeaction
      @world-Mix-Eeaction 15 дней назад

      Miya sopoter bilak kor ghoriyal lor soku Pani kenekoi sabo he 😅😅

    • @jahanarabegum173
      @jahanarabegum173 15 дней назад +2

      ঠীক

    • @rupjyotisaikiaofficial
      @rupjyotisaikiaofficial 15 дней назад +1

      Acting krise jdiu তেওঁ কোৱা কথা খিনিক নুই কৰিব নোৱাৰি

  • @madhurjyadeka5248
    @madhurjyadeka5248 15 дней назад +57

    একদম সত্য ।দূৰদৰ্শী সকলে বুজিব ।যাৰ দূৰদৰ্শীতাৰ অভাৱ বুজি নেপায় ।

    • @praknthenew1670
      @praknthenew1670 15 дней назад

      True

    • @krishnashaharia9748
      @krishnashaharia9748 15 дней назад

      Himata saraa katha suni Mur sakupai ulaise 😂
      。,

    • @mainudavi9510
      @mainudavi9510 15 дней назад

      CAA আনি জাতি বচাব গৈছে ই।কনাই কয় কলায় হয় হয়।

    • @amarsinha3404
      @amarsinha3404 15 дней назад

      Very well decision

    • @mdsd4174
      @mdsd4174 15 дней назад

      Right

  • @pororforfolopjofor
    @pororforfolopjofor 15 дней назад +63

    ই কেলা কান্দি কান্দি নিমাতী কইনাক লেং মাৰিলে। কান্দি কান্দি জালুকবাৰীক ঠগন দিলে। এইবাৰ কান্দি কান্দি ২৬ত জিকাৰ পৰিকল্পনা বনাইছে 😂😂

    • @saratkalita6468
      @saratkalita6468 15 дней назад +1

      cm kenekoi kob lagy oloo maa deutak khudhi loba .jai shre Ram❤

    • @pororforfolopjofor
      @pororforfolopjofor 15 дней назад

      @@saratkalita6468 জয় আই অসম

    • @Abhi-pi4se
      @Abhi-pi4se 15 дней назад

      ​@@saratkalita6468Aru toi prothom banon bur thik kora,,

    • @dhrubajyotigogoi8147
      @dhrubajyotigogoi8147 15 дней назад +1

      ঠিকেই কৈছে ৷ এইটোক আৰু বিশ্বাস কৰিব পাৰিনে? যেতিয়াই দৰকাৰ হয় ঘৰিয়ালৰ চকুপানী উলিয়াই ৷ ইমান যদি জাতিৰ কথা খিলঞ্জীয়াৰ কথা চিন্তা কৰে তেতিয়াহ'লে CAA কিয় বলৱৎ কৰিছিল অসমীয়াৰ বিৰুদ্ধে গৈ ৷

  • @debajitkonwar1407
    @debajitkonwar1407 15 дней назад +10

    সংবিধানৰ নামত শপতলৈ যিজনে কেৱল সম্পতিৰ পাহাৰ গঢ়িছে, সাধাৰন জনতাক খাদ্যৰ পৰা আদি কৰি দৈনিক লাগতীয়াল সামগ্ৰীৰ দাম বঢ়াই বঢ়াই কোঙা কৰি পেলাইছে, কৰৰ বোজা প্ৰতিজন অসমীয়াৰ মুৰত ভাবিব নোৱাৰাকৈ জাপি দি ভবিষ্যত‌ অন্ধকাৰ কৰি পেলাইছে, তেৱৰ মুখত অসমীয়া জাতিৰ ভৱিষ্যতৰ কথা শুভা নাপায়। উজনিৰ দমদাৰ মানুহ খিনিয়ে ধৰ্মকলৈ মাথা মাৰি নথকা বাবে শিলৰ দৰে আজিও মুৰ দাঙি খাৰাহৈ থাকিব পাৰিছে। কিন্তু নামনিৰ কেইটামান জনগোষ্ঠীৰ বাদে বাকী ধৰ্ম ভিৰু খিনিৰ বাবেই নামনি খালাচ হব ধৰিছে।

  • @snehashabnam4545
    @snehashabnam4545 15 дней назад +6

    সৰুৰে পৰা অভিনয় কৰিছে, কেতিয়াবা হাতীৰ পিঠিত উঠি, কেতিয়াবা আলফা কৰি, কেতিয়াবা ছালফা হৈ, কেতিয়াবা কংগ্রেছ কৰি, এতিয়া বিজেপি কৰি, বাঃ মুখ্য মন্ত্রী বাঃ, চকুপানী ৰাইজে টুকিছে আপোনাৰ অত্যাচাৰ, ভগৱান বুলি যে কিবা এটা শক্তি আছে অলপ বয়সীয়া কৰক, আপোনাৰ , ৰিণিকিৰ, সম্পত্তি বোৰ কৰ পৰা হৈছে কওক চোন, ৰাইজে জানিব বিচাৰে।

  • @AzaharAli-y8c
    @AzaharAli-y8c 15 дней назад +27

    নাটক কিমান কৰিব মামা আপোনাৰ
    হিন্দু মুছলমান লগত কাজিয়া লগাই
    আৰু এখন নাটক আৰম্ভ লেতেৰা ৰাজনীতি ........

  • @user-se5yz7zc6o
    @user-se5yz7zc6o 15 дней назад +36

    ঘৰিয়ালৰ চকুৰ পানী । আগতেও দেখিছোঁ এখেতৰ চকুৰ পানী।বিশ্বাস কৰিলেই মাৰিব ৰাইজ😅😅

    • @protimadutta2890
      @protimadutta2890 15 дней назад

      অসমৰ ৰাইজলৈ বিনম্ৰ অনুৰোধ---ইয়াৰ জালত ভৰি নিদিব---

  • @BhaskrTamang
    @BhaskrTamang 15 дней назад +4

    I dont usually support mana. But aru 20 - 30 bosor pasot jetia assom tripura nisina bongoladesi bidekhir harot jabo. Jetia axomor cm miya, bidut mantri miya, education minister miya , jote jabo miyar dopdoponi hobo tetia monot poribo ewr kotha. Amar akhmia mahuhor nisina ewluk huja nohoi. Amar time gol, amar lora sowalir dinot ki hobo. Mamar bahoot policy or kotha support nokoru but this is very much true. Jetia ekhon dekhot ba raijyot miyar rajpat sole tetia sobei jane heikho dekhor aru beleg homprodayor abosta ki hoi….. again I m talking only about bangkadeshi miya. Politics tu sidot thoi khlongiyai (assamese, boro, mising, adibashi, hokolu kilongiyai) kothatu vabibo lage. Nijor karone noholew at least next generationor karone akhomor futuror karone🙏

  • @user-rw3pv9dw1j
    @user-rw3pv9dw1j 15 дней назад +9

    ঠিক কথা ৷ CAA ৰ দৰে আৰু দুখন মান আইন আনি পৃথিৱীৰ চুকে কোনে যিমান হিন্দু আছে বিচাৰি আনি খিলঞ্জীয়াৰ মুৰৰ ওপৰত জাপি দি তেওঁ বিদেশত গৈ মস্তি মাৰি থাকক তেতিয়াই জাতি ৰক্ষা হৈ থাকিব ৷মিছলীয়া অভিনেতা ৷দুমুখীয়া বিষাক্ত সাপতকৈও বেছি বিষাক্ত ৷

  • @MMulaM3510
    @MMulaM3510 15 дней назад +5

    ভাল কথা কৈছ

  • @ajaypator9250
    @ajaypator9250 15 дней назад +4

    Right 👍👍 mama apni ji korise good 👍 all akhomiya apuna lgt ase jai ai akhom

  • @jishuroy8095
    @jishuroy8095 15 дней назад +6

    Yes mama❤

  • @bhaitisingha6063
    @bhaitisingha6063 15 дней назад +6

    আজমলৰ লগত তলে তলে মিলি আছে সেইটো নোকোৱা কিয়😂😂😂😂😂

  • @user-rw3pv9dw1j
    @user-rw3pv9dw1j 15 дней назад +37

    এইয়া ঘড়িয়ালৰ চকুপানী ৷আৰু এটা কাৰ্য্যকাল পালে অসমৰ বাকী থকা চাহবাগিছা মাটি এই খিনি ঘৈণীয়েকৰ নামত পুতেক পৰিয়ালৰ নামত নামত কৰি লোৱাৰ পাচত বিদেশত থকা ঘৰ মাটিলৈ উৰা মাৰিব ৷বামুণক চিনিবলৈ আমাৰ বাকী নাই ৷

    • @User-lina831
      @User-lina831 15 дней назад +1

      100% right

    • @user-bx5oq7pr8c
      @user-bx5oq7pr8c 15 дней назад

      Hello kukur r puwali katia r pora future suwa strart korisa thot kukur r jate katia o val tu nedekha

    • @mrinmoibordoloi5661
      @mrinmoibordoloi5661 15 дней назад +3

      Apunar asol prorisyoi diyoksun moi apunar real name tu janibo bisaru.

    • @AsadurRahman-b1h
      @AsadurRahman-b1h 15 дней назад

      100%

    • @anamikatalukdar774
      @anamikatalukdar774 15 дней назад +2

      ​@@mrinmoibordoloi5661eibure nijor parichay lukai comment kori thake....eibur e criminal mentality

  • @paragdas9337
    @paragdas9337 15 дней назад +4

    Right cm sir

  • @HiteshPadi
    @HiteshPadi 15 дней назад +5

    সদনত সীমান্তৰ বাদে বেলেগ mla বিলাকৰ কথা কোৱাৰ অধিকাৰ নায়েই নেকি অকল cm বুলি অকলে পেক পেকাই থাকে যে

  • @rgboard3003
    @rgboard3003 15 дней назад

    প্ৰকৃত সত্য কথা। সুন্দৰ অনুভৱ ছাৰ।

  • @NewcartooncarCom
    @NewcartooncarCom 15 дней назад +3

    Love you mama❤❤😢😢😢😢😢😢😢

  • @bikashbora9998
    @bikashbora9998 15 дней назад +1

    I love you moma

  • @user-mq1fx7zl8r
    @user-mq1fx7zl8r 15 дней назад +41

    চকু পানী টোকি একো লাভ নাই মামা,,,এইয়া ঘৰিয়াল চকু পানী হয়,,মামা কিন্তু ভাল অভিনয় কৰিব পাৰে

  • @nayankumarpawe2671
    @nayankumarpawe2671 15 дней назад +17

    যিমান দুৰ জানো আপুনি জাতিৰ কাৰণে একো কৰা নাই অকল নিজৰ স্বাৰ্থ সিদ্ধি কাৰণে অসমৰ মুখ্যমন্ত্ৰী হয় আছে।

    • @Raja1-x4g
      @Raja1-x4g 15 дней назад

      Aa miya😂😂😂

    • @AinulAli-j4g
      @AinulAli-j4g 15 дней назад

      হয় দাদা

    • @dhrubajyotigogoi8147
      @dhrubajyotigogoi8147 15 дней назад

      হঠাতে জাতি প্ৰেম জাগিলে দেখোন ৷ ইমান বছৰে কি কৰি আছিলে মহাশয়ে ৷

  • @AinulAli-j4g
    @AinulAli-j4g 15 дней назад +1

    আবেগে দেখাই মানূহর মন আরু জয় করিব নো্বারিব সম্পত্তির ইমান দরকার কিয় ছার

  • @jagadishbhuyan8618
    @jagadishbhuyan8618 15 дней назад +3

    Hbs r kotha Right .

  • @Mrbeastfan-l7i
    @Mrbeastfan-l7i 15 дней назад +2

    কাৰ মূৰটো কাৰণে একেটা কথা কৈ থাকে

  • @jituborah3935
    @jituborah3935 15 дней назад +1

  • @anamikatalukdar774
    @anamikatalukdar774 15 дней назад +1

    Ami asu sir, jujibole...pls take action

  • @newclearacademy-98765
    @newclearacademy-98765 15 дней назад +4

    ভয় খাইছে ২০২৬ 😂😂😂

  • @AjoyBaishyaVlogs
    @AjoyBaishyaVlogs 15 дней назад +1

    Right......

  • @mainadadfufudad6120
    @mainadadfufudad6120 15 дней назад +1

    Mama apunar logot asu ❤

  • @mainudavi9510
    @mainudavi9510 15 дней назад +3

    আপোনি শাসনত থাকোতে কেনেকৈ সকলো গ'ল রাজনীতি করি আপোনিয়ে যোবাইছে।

  • @arunpathak2120
    @arunpathak2120 15 дней назад

    জিন যোৱাৰ প্ৰথম পদক্ষেপ হ'ব, জন্ম নিয়ন্ত্ৰণ।

  • @jahidulali3614
    @jahidulali3614 14 дней назад +1

    যোৱা 10 বছৰ ধৰি আপোনালোকৰ double engine ৰ চৰকাৰ চলি আছে , যদি বাংলাদেশী অনুপ্ৰৱেশকাৰী সোমাইছে বা মাটি বেদখল কৰি আছে , তেতিয়া হলে আপোনালোকৰ চৰকাৰে কি কৰি আছে। অকল সদনত চিঞৰী থাকিলে কি হব , তাৰ ভাবে চৰকাৰে action লব লাগিব ।

  • @KabitaGogoi-ut6jr
    @KabitaGogoi-ut6jr 15 дней назад +1

    অনুতপ্ত হে হৈছে।

  • @rajibbora1813
    @rajibbora1813 15 дней назад +1

    জয় আই অসম 😊

  • @deepchangmaji7096
    @deepchangmaji7096 14 дней назад

    Right...

  • @jahanarabegum173
    @jahanarabegum173 15 дней назад +1

    নিজৰ সম্পত্তিৰ কথা ঢাকিবলৈ এয়া

  • @bibar4u
    @bibar4u 15 дней назад

    Himanta Sir is right

  • @dhananjoyroy2370
    @dhananjoyroy2370 15 дней назад

    Great mama! u always says frankly & honestly that's I really really love u . Today one who doesn't realized that he / she would be realized following 20 years

  • @nayankumarpawe2671
    @nayankumarpawe2671 15 дней назад +25

    সকলো গলেই যদি আপুনি কি ঘণ্টা কৰিবলৈ মুখ্যমন্ত্ৰী হৈ আছে কি বাবাজী ঘণ্টা বজাবলৈ নেকি?

  • @jahanarabegum173
    @jahanarabegum173 15 дней назад +1

    আৰু কিমান সাম্প্ৰদায়িক বিভাজনৰ কথা ক'ব

  • @gyanmantraassamese6904
    @gyanmantraassamese6904 15 дней назад +1

    CAA ৰ বিষয়ে কি কয়????

  • @user-ls9ty1yn8f
    @user-ls9ty1yn8f 15 дней назад +1

    ভুপেন হাজৰিকা আপোনালোকৰ নিচিনা লেতেৰা ৰাজনীতি কৰা নাই ।

  • @subratadasgupta5385
    @subratadasgupta5385 14 дней назад

    বহুত দেৰি হৈছে তথাপি অসমটো ৰক্ষা কৰাৰ কামটো কৰি যাব লাগিব, ৰাইজৰ সহায় লাগিব।

  • @krishnamonibaruah295
    @krishnamonibaruah295 15 дней назад

    মামা 👍

  • @samarjyotideka7195
    @samarjyotideka7195 15 дней назад +1

    We want hbs sir

  • @Pratibha9269
    @Pratibha9269 15 дней назад

    আপোনাৰ লগত আমি আছোঁ Sir. অসমৰ অসমীয়াক আপুনি জীয়াই ৰাখিব লাগিব।

  • @bijitboro5117
    @bijitboro5117 15 дней назад

    Cm hbs sir congratulations

  • @jatindeka6784
    @jatindeka6784 15 дней назад +3

    বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন কাৰ্য্যকৰি কৰিলেহে বুজিম প্ৰ্কৃত্ততে আপোনি জাতি প্ৰেমী হয় নে নহয় ।৬ জনগোষ্ঠী জনজাতিকৰন কৰি দেখোৱাওক

  • @Kiritipator
    @Kiritipator 15 дней назад

    Good very good mamaji

  • @pulakjn9090
    @pulakjn9090 15 дней назад +10

    তেনেহলে মামা আপুনি কিয় জাতীয় সংগঠনবোৰক গ্ৰেপ্তাৰ কৰে ৰাজপথত ওলাই আহিলে?

  • @bhairabsarma8431
    @bhairabsarma8431 15 дней назад +6

    We all Assamese with you sir..

  • @nkzone7008
    @nkzone7008 15 дней назад +1

    Eibar moi bjpk vote diya nasilu.. Nxt barr pora bjpk a ako vote dim

  • @nripenborgohain201
    @nripenborgohain201 15 дней назад +2

    নাটকৰ পৰিণতিত আসন এৰাকে ৰাইজে সিদ্ধান্ত লৈছে ‌ । ছয় জনগোষ্ঠীৰ কথা চিন্তা কৰিছে নে ?CAA বাতিল কৰিব নোৱাৰিলে কিয় ?

  • @ChandanDeka-i2d
    @ChandanDeka-i2d 15 дней назад +1

    আজিৰ নামনি অসম এসময়ত কোঁচ ৰাজবংশী সকলৰ কমতা পুৰ আছিল , কিন্তু শেষ , চৰকাৰ এ ইচ্ছা কৰিলে দিব পাৰিলে হয় , তেতিয়া কিন্তু মীয়া ই দশল কৰিব নোৱাৰিলে হয় 😭😭

  • @ssarma5755
    @ssarma5755 15 дней назад +2

    Ami BJP ba Congress nahay, Jatiyatabadi manuh asilu bt ejon Axomiya hisabe janu j Dhubri, Borpeta, Rural Kamrup, Morigaon, Darrang, Hojai etc District aji Khilonjiya Axomiya manuhor lagat nai.. Baki khini thakile val hoi..

  • @rickyboraofficial2901
    @rickyboraofficial2901 15 дней назад +52

    কচম কৈছো কংগ্ৰেছৰ চৰকাৰ হ'লে অসমৰ খিলঞ্জীয়া মানুহে কান্দিব লাগিব

    • @axompride8543
      @axompride8543 15 дней назад

      Paresh baruak de sarkar solable tar pisot aru ki hobo sa .heijon thek hobo tohotor karne.

    • @ssarma5755
      @ssarma5755 15 дней назад +4

      Seriously koisu, aji Rural Kamrup, Borpeta, Dhubri, Morigaon, Darrang, Hojai, Nagaon, and 50 percent part of Tezpur, Goalpara aru Kokrajhar District Khilonjiya Axomiya r hatot nai.. Time tu nai baru parile basauk state khon k..

    • @sharifulhussain5257
      @sharifulhussain5257 15 дней назад

      Charkar BJP r hobo lage 2026t ..lagile cylinder 2000 toka howk, Petrol 200 how, Dali sawl 300 toka kg kham. Salaa Miya k saba ase😂

    • @HiteshPadi
      @HiteshPadi 15 дней назад +3

      Kio kandibo বৰ্তমান half pagol cm paisu 26 অত ফুল পাগল cm পাব নেকি

    • @allvideo3996
      @allvideo3996 15 дней назад +1

      U r a mad

  • @Bigbossjhvfuik
    @Bigbossjhvfuik 15 дней назад +12

    মিয়া বোৰৰ coment বিলাক পঢ়ি ভাল লাগে এনেকুৱা নিউজ বিলাকত😂😂😂😂মোক বিশ্বাস নহয় যদি পঢ়ি চাওক তলত😂😂😂😂😂

    • @YakimasVlogs
      @YakimasVlogs 15 дней назад +1

      Regular comments reader oi moyu ejob😂😂😂

    • @Bigbossjhvfuik
      @Bigbossjhvfuik 15 дней назад

      @@YakimasVlogs good

  • @mandalvlogs7256
    @mandalvlogs7256 15 дней назад

    আল্লা হে হহাই করিব

  • @basantabaruah1566
    @basantabaruah1566 15 дней назад

    ❤❤❤❤❤❤❤❤❤😘😘😘😘😘😘😘himontobiswasarma zindabad

  • @giridharray507
    @giridharray507 15 дней назад +18

    Right Mama 💪

  • @Randeep-kb1xh
    @Randeep-kb1xh 15 дней назад +53

    ১০০ শতাংশ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক সমৰ্থন কৰোঁ তেওঁৰ লগত থাকি জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত তেওঁৰ লগত থাকি সংগ্ৰামত যোগদান কৰিম ।

    • @dipokdeka8424
      @dipokdeka8424 15 дней назад +1

      Marowari aaru bihari shokle je afalor para mati kini goi aase seitok ki buli bhabibya

    • @kiranchetry9440
      @kiranchetry9440 15 дней назад +1

      @@dipokdeka8424 they are not bangladeshi miya... They are hidus and Hindu Hindu Bhai Bhai hobo kintu miya ketiyau nohoi.... Example of Bangladesh iscone tample... Jun hindu mondire ehotok akhomoyot obhabor khomoyot khaboloi vatt disil thakiboloi Thai disil pindhiboloi Kapur disil .... Khei mondirok ehote bhangi pelale.... Aru heitu amiu jodi aji cm sir or hoi mat nidiu tente akee goti amar Khotrot, amar mondirot ... Hobo bujisa nee... Khomoi thakutei jagroto huwa ... Lagilee bostur dam bahok kintu anim BJP kei .... Aru ata kotha jodi amak val rasta ghat khunor Oxom lage then sorkarok ami tax diboi lagibo besikoi .... Kionu heibur khubidha amiyei pam amar bhobisyot projonmoi pabo... So Aru bohut karon ase BJP sorkar onar .... But eyat likhibo nuwari besikoi .... So I will be stand up with BJP govt as a Hindu as a proud Assamese and our culture....

    • @hrishikeshdas847
      @hrishikeshdas847 15 дней назад

      asu moio sangram kribo r babe haju

  • @gokulbarman3055
    @gokulbarman3055 15 дней назад +5

    মুখ্য মন্ত্ৰী জিন্দাবাদ

  • @BhanitaDevi-z4k
    @BhanitaDevi-z4k 15 дней назад

    অসমৰ পৰা মিয়া খেদিলেহে সাবিছত ভোট দিম

  • @technoteachassam7012
    @technoteachassam7012 15 дней назад +2

    ১০০ শতাংশ শুদ্ধ। কোনে বুজিব দাদা

  • @hasimbmg7857
    @hasimbmg7857 15 дней назад +4

    2026 অত বিদায় দিয়া হবো এই বিলাগ কষ্ট শয্য করিব নো আরে 😅😅😅😂😂😂

  • @pashanali4707
    @pashanali4707 14 дней назад

    মুছলমান সকলে মৰিবলৈ ওলোৱা নাই আমাৰো ইচ্ছা আছে জীয়াই থাকিব বিচাৰো

  • @ishaquemazumder669
    @ishaquemazumder669 15 дней назад

    Assam CM 100% good man,

  • @smartfun143
    @smartfun143 15 дней назад +1

    Mama tumi Jui❎ Mama tumi Pani❎ Mama tumi Natok company✅✅😆🤣

  • @Kotiintheworld
    @Kotiintheworld 15 дней назад +29

    সঁচা কথা কৈছে মামাই ❤
    আমি হিন্দু সমাজ আপোনাৰ লগত আছোঁ মামা নমৰা লৈকে ❤
    আমাৰ অসমীয়া জাতিক আপোনাৰ বাদে আন কোনেও বচাব নোৱাৰে ।

  • @mukutmondal7994
    @mukutmondal7994 15 дней назад

    ❤❤❤

  • @PARIBAR888
    @PARIBAR888 15 дней назад +1

    ❤❤❤❤❤❤❤❤❤

  • @venkateshkemprai7802
    @venkateshkemprai7802 15 дней назад

    জাতিৰ হৈ থিয় দিছে যেতিয়া সুবিধা লব লাগে আমাৰ জনতাই, কাৰণ এনেকে থিয় বাৰে বাৰে নিদিব l আমিওঁ এই কথা বুজিব লাগিব....

  • @bapdanvlogs1805
    @bapdanvlogs1805 15 дней назад +12

    Joi aai axom

  • @KULDEEPKUMAR-pn6vm
    @KULDEEPKUMAR-pn6vm 15 дней назад

    MAMA❤

  • @jadabkalita5697
    @jadabkalita5697 15 дней назад +1

    অসম চুক্তিৰ ৬ নং দফাৰ কাৰ্যকৰি কৰক।বাকী সব নাটক।

  • @AzizulHoque-rg9xx
    @AzizulHoque-rg9xx 15 дней назад +1

    Perfect example of Brainwash 😂
    And I think it may be his last attempt 😢,😅 because all of us waking up from our sleep,
    now we all understand the politics behind it .
    We all are brothers, we address us as an Assamese.
    Joi aai axom❤

  • @herobrine5932
    @herobrine5932 15 дней назад

    Jai Aai Axom

  • @BhobenBora-ym3my
    @BhobenBora-ym3my 15 дней назад +11

    Ekebre sosa kotha koise CM sir

  • @IftikharAhmed-ec8zu
    @IftikharAhmed-ec8zu 15 дней назад +7

    ২০২৬ ত বাগৰি বাগৰি কান্দিব লাগিব।😂

    • @kiranchetry9440
      @kiranchetry9440 15 дней назад

      @@IftikharAhmed-ec8zu tur Maree kandibo ... Ahibo tu BJP yei

  • @sunusiraj6612
    @sunusiraj6612 15 дней назад +2

    নিলাজৰ লাজ নাই

  • @nolevel__2900
    @nolevel__2900 15 дней назад

    বদন ৰূপী অখিল গগৈ আজি সদনত আছেনে , অখিল গগৈ, এই কথাবোৰ কান পাতি হুন ।

  • @MBM-v7k
    @MBM-v7k 14 дней назад

    চল-চাতুৰি কৰি জিকিব খোজা শকুনিও কিন্তু শেষত হাতত অস্ত্ৰ তুলি লৈছিল।

  • @jayantabora3728
    @jayantabora3728 15 дней назад +25

    যেতিয়া লৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া‌ থাকিব তেতিয়া লৈকে হে অসমীয়া জাতি থাকিব মনত ৰাখিব সকলোৱে। গতিকে যদি অসমখন‌ অসম হৈ থাকিব লাগে তেন্তে আমি সকলোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া‌ লগত আমি জাতি মাটি ৰক্ষাৰ কাৰণে আগবাঢ়ো আহক। ❤

    • @alifalifkhan
      @alifalifkhan 15 дней назад +1

      Himantai Jati rakhya korib he dekhun CAA anileee😂😂😂😂 ki natok koree be

    • @ajoynayak2462
      @ajoynayak2462 15 дней назад

      Right

    • @minakshi8009
      @minakshi8009 15 дней назад +2

      problem mia nohoi problem hindu secularism mia mia bhage support kore hindu hodai borboke boni thaki jai jetia joi joli khatam hoi tetiahe harpai .mia kia hahi hahi tat napai haikarone kenekuwai burbok thake buli

    • @user-bx5oq7pr8c
      @user-bx5oq7pr8c 15 дней назад

      Agree❤

    • @jadav5123
      @jadav5123 15 дней назад

      Oxomot vhal pua manu caa oxomot anise kio .

  • @RajibSonowal-tp3zm
    @RajibSonowal-tp3zm 15 дней назад

    Gd ❤

  • @birajkrpatar6065
    @birajkrpatar6065 15 дней назад

    HBS long live,,jai aai axom..

  • @AminulIslam-hb7zl
    @AminulIslam-hb7zl 15 дней назад

    সংখ্যাগৰিষ্ঠ সকল কেনেদৰে লুপ্ত হয়। ৰাজনীতি সকলোৱে জানে।

  • @BidyadharDas-gg5uu
    @BidyadharDas-gg5uu 15 дней назад +1

    Zindabad Himantabiswa Sarma, Zindabad Sukonya, Zindabad Riniki, Zindabad Narendra Modi, Zindabad Sarvananda Sonowal, Zindabad Rajnath Singh, Zindabad JP Nadda, Zindabad BJP

  • @ForidUddin-t7w
    @ForidUddin-t7w 15 дней назад

    বাবারে বাবা কত মুখ্যমন্ত্রী দেখলাম কিরকম দেখলাম না

  • @khairulhussain5699
    @khairulhussain5699 15 дней назад +2

    CAA পাহৰি গলো সকলোৱে হয়নে। 😁😁

  • @pikusaikia5953
    @pikusaikia5953 15 дней назад +10

    ঠিকে কৈছে মিঞাৰ পৰা আমাৰ শংকা আহিছে

  • @taniyalaskar4968
    @taniyalaskar4968 15 дней назад

    Power Sara jibon Tak na

  • @RANGIA-v4z
    @RANGIA-v4z 15 дней назад +1

    জাতী ৰক্ষা কৰোঁতে পুৰ্নহতিয়া চৰ সোধালে। অধিকাৰ বিচাৰি জাওতে।

  • @bbsgaming5156
    @bbsgaming5156 15 дней назад +7

    বুজাই বুজিব আপোনি কিয় মন ভাঙিছে সকলো জাতিৰ নিজক বচোৱাৰ অধিকাৰ আছে❤

  • @user-qm7iy4kc3e
    @user-qm7iy4kc3e 15 дней назад +8

    সুন্দৰ ছাৰ আপোনাৰ লগত আমি সদায় আছোঁ ছাৰ

  • @rksvlogsassam7677
    @rksvlogsassam7677 15 дней назад +1

    Crocodile 🐊