বকুল তলত নিশা থৈ আহিব ৫ লাখ, নহ'লে ছোৱালী দাঙি নিয়াৰ ভাবুকি আলফাৰ ধন দাবী পত্ৰত

Поделиться
HTML-код
  • Опубликовано: 18 ноя 2024

Комментарии • 166

  • @RakeshRahang-nc8ng
    @RakeshRahang-nc8ng Месяц назад +50

    আলফাই কেতিয়াও এনেকুৱা কাম নকৰে জই আয় অসম

  • @TulikaBaishya-l2p
    @TulikaBaishya-l2p Месяц назад +67

    ভুৱা আলফা ভয় নকৰিব পুলিচৰ আশ্ৰয় লওক

    • @SahilAhmed-e2s
      @SahilAhmed-e2s Месяц назад +3

      Right kotha koise apuni ...ULFA ketia o axomiya manuhor logot anekua koribo nuare ..
      Joi aii axom

    • @NabajitDas-d1e
      @NabajitDas-d1e Месяц назад +1

      Kunba okhomiyai tu korise
      Police Action emidetly

  • @jintusaikia135
    @jintusaikia135 Месяц назад +44

    ভুৱা আলফা আৰু আলফাই কেতিয়াবা হাতে লিখা চিঠি নিদিয়ে, সকলো ভুৱা আলফা হয়।

  • @MohendraChangmai
    @MohendraChangmai Месяц назад +81

    এইবিলাক আলফা নহয়, কোনো লোকে,দগাবাজ কাম কৰিছে।

  • @PD-gj7ot
    @PD-gj7ot Месяц назад +45

    এই বোৰ দকাইত হয় আলফা নহয় যেন লাগিছে |

  • @TaslimAliBabul
    @TaslimAliBabul Месяц назад +52

    আলফাই এনে নিকৃষ্ট কাম কৰিব পাৰে বুলি বিশ্বাস হোৱা নাই ?

  • @putulchgayan
    @putulchgayan Месяц назад +64

    এইকেইটা আচলী নহয় নকলী যেনহে লাগিছে---- নহলে ছোৱালী উঠাই নিয়াৰ কথা নকয়------ গতিকে immidiate action লব লাগে Assam Police এ ।

    • @mgnkl
      @mgnkl Месяц назад

      Jen nohoi hoie , ULFAe ketia hatere likha sithi dise nu

    • @KundonKondon
      @KundonKondon Месяц назад

      হয়়। সেইই কেইটাা চানদাা পাটি যেন হে পাইচো। দেৱালিত জুৱা খেলিবলৈ পইচা নাই চাগে😂।

  • @Mridul_Hazarika.
    @Mridul_Hazarika. Месяц назад +21

    খাপ লৈ ধৰিব লাগিছিল। কোনোবা ফকতীয়া বদমাছৰ কাম।

  • @Jyotiprasad958
    @Jyotiprasad958 Месяц назад +23

    আলফা নহয় যেন লাগিছে।

  • @junjyotigogoi5074
    @junjyotigogoi5074 Месяц назад +18

    এইবোৰ বিশ্বাস যোগ‍্য চিঠি বুলি মনে নধৰে । মিছাকৈ টোপোলা এটা থৈ আহি দুৰৰ পৰা পুলিচক চাই থাকিবলৈ দিয়ক । নাটক খন ওলাই পৰিব ।

  • @arunkumarnath94
    @arunkumarnath94 Месяц назад +1

    কোনোবা দুষ্টচক্ৰই আলফাক বদনাম কৰিবলৈ এনেধৰণৰ কাম কৰা যেন লাগিছে ।

  • @birenburagohain8132
    @birenburagohain8132 Месяц назад +15

    ভুৱা আলফা হয়।ধন নিদিব।এই ধন দাবী পত্ৰ ভুৱা। পুলিচৰ সহায় লওক। যদি পুলিচে যদি সহায় নকৰে জানিব যে ইয়াত পুলিচৰ লগত বুজা বুজি আছে। আপোনালোকে ভয় নকৰিব।

  • @pikubora9865
    @pikubora9865 Месяц назад +12

    আখৰ দেখি গম পোৱা গৈছে এই কেইটা ভূৱা

  • @Dipugogoi-w1g
    @Dipugogoi-w1g Месяц назад +7

    আলফাই দিমান দিলে কোটি টকা দিৱ আলফাই ৫লাখ টকা লৈ কি কৰিৱ মিছা যেন লাগে

  • @binoydeka7916
    @binoydeka7916 Месяц назад +22

    কাৰোবাৰ প্ৰেম জনিত কাৰনত আলুগুটি কচুগুটি যেন লাগিছে

  • @angsumanraja3368
    @angsumanraja3368 Месяц назад +8

    কাউৰী ঠেঙিয়া আখৰ দেখিয়েই অনুমান কৰিব পাৰি। এইবোৰ ভুৱা।

  • @Jon_mani
    @Jon_mani Месяц назад +4

    পৰশ বৰুৱা ডাঙৰীয়া আপুনি এই প্ৰত্ৰ কাৰ হ্য় জনাওক। নহ'লে আপোনাৰ বদনাম হ'ব।

  • @abhijitmedhi4948
    @abhijitmedhi4948 Месяц назад +2

    iPhone kinibo...nidibo ....poisa 😅 police r usorot jaok

  • @Sivasagar04
    @Sivasagar04 Месяц назад +1

    ভুৱা আলফা ভয় নকৰিব

  • @sanjaysarma415
    @sanjaysarma415 Месяц назад +13

    Ulfar kam nahoi aibur

  • @janardanbora2803
    @janardanbora2803 Месяц назад +2

    আলফাই এইবোৰ কাম নকৰে কেতিয়াও দুখীয়া পৰিয়ালৰ লগত

  • @samirondutta3742
    @samirondutta3742 Месяц назад +1

    এনেকুৱা কাম আলফাই কৰিব ই নোৱাৰে।পুলিচৰ কাষ চাপক

  • @ratuldhaba
    @ratuldhaba Месяц назад +1

    ভয় নকৰিব এই আলফাৰ অপাৰেশ্যন কিয় নচলাই চৰকাৰে

  • @SantanuKonwar-c9i
    @SantanuKonwar-c9i Месяц назад +4

    আলফাই নিজৰ ঘৰৰ মানুহবোৰৰ পৰাই টকা বিচাৰিব লগা দিন আহিল নেকি

    • @benudharmoran1970
      @benudharmoran1970 Месяц назад

      Tumar sinta vabina korebo pora khyomota nuhuwa hol nake

    • @hkddigitalmedia106
      @hkddigitalmedia106 Месяц назад +1

      Ulfai nijor manuh k mara nasil janu...xoru xoru school r lora swali bur k...mn t nai dhemaji r xei ghotona

  • @bikashborah1905
    @bikashborah1905 Месяц назад +3

    আলফাৰ বদনাম কৰিছে

  • @RitukrBorah
    @RitukrBorah Месяц назад +3

    এই বোৰ কাম যোনেই কৰিছে তাৰ কিন্তু আয়ুস কমি আহিছে যেন পাইছোঁ । আলফা স্বাধীনে এনে কাম নকৰে ।

  • @smartboyxbb7867
    @smartboyxbb7867 Месяц назад +2

    আলফা নহয়, জয় আই অসম ।

  • @mousumBaishya
    @mousumBaishya Месяц назад +4

    ভূৱা আলফাৰ নামত ধন দাবী

  • @BasanthBhaiVillas
    @BasanthBhaiVillas Месяц назад +5

    ময়ো আজিৰপৰা ৮ বছৰ আগতে আলফা আছিলো কথা মতে কাম কৰিছিলো আলফাই কৰিব নোৱাৰা কাম একো নাই । ৰাইজে দিয়া ক্ৰমেট পঢ়ি ভুল নাজাব পিছত পশ্তাব

  • @commenti5459
    @commenti5459 Месяц назад +4

    ভুৱা চিঠি লিখিব পাৰে যেতিয়া ইহঁতক নকলি টকা দি দিলেই হ'ল

  • @MohendraSaikia-m4h
    @MohendraSaikia-m4h Месяц назад +1

    Paid khon kot pale...dangoria apuni bisar korok.

  • @utpalnlp9849
    @utpalnlp9849 Месяц назад +1

    প্ৰাক্তন প্ৰেমীকা যেন লাগিল🤣🤣

  • @Yogi_bitupon
    @Yogi_bitupon Месяц назад +7

    Ulfa nohoy sage.

  • @Meriacraft
    @Meriacraft Месяц назад +7

    কৰ মিঞা এইবিলাক। পগলা কুকুৰ ক সুধিছো

    • @AbulHussain-dl6og
      @AbulHussain-dl6og Месяц назад

      Dhet teri ka....pogola kukure pogola kukur r vaxat kobo , apuni kenekoi bujibo....🐕‍🦺 😝

  • @indial77672
    @indial77672 Месяц назад +2

    আলফা ছালফাৰ মাৰপিট৷ এনডি এফ বি বি এলটিৰ মাৰপিট গুলিয়াগুলি হাতত হাতিয়াৰ থাকিলেও হাতিয়াৰৰ সৎ কামত লগাব নোৱাৰিলে৷

  • @baloram3256
    @baloram3256 Месяц назад

    সম্পূৰ্ণ ভুৱা বুলি অনুমান কৰিব পাৰি, কোনোবাই
    ছোৱালী জনীক প্ৰেমৰ ❤ প্ৰস্তাৱ দিছিল চাগে গ্ৰহণ নকৰিলে , তাৰেই প্ৰতিশোধ লবলৈ পৰিকল্পনা কৰা যেন লাগে । বিয়া খন ৰখাবলৈ পৰিকল্পনা কৰিব পাৰে কোনোবাই,

  • @Relax-ln3pc
    @Relax-ln3pc Месяц назад +6

    ULFA arrr Kam nohoi sagey

  • @RuygxzzhulAmiffen-b8c6b
    @RuygxzzhulAmiffen-b8c6b Месяц назад +1

    আমাৰ অসমৰ আলফা প্ৰেমী সকলে কিবা এটা help কৰক 😅

  • @PrahaladDas-yh1cb
    @PrahaladDas-yh1cb Месяц назад

    Don't worry need proper investigation 😮😮

  • @Moinakolija4567
    @Moinakolija4567 Месяц назад +2

    Eyr direct gaonr kunuba jorhit hoi ase, heikrne emn details t dhon dabi krbo parise

  • @mridulsaikia2584
    @mridulsaikia2584 Месяц назад +8

    Ulfa nohoy docite.

  • @krishnagogoi1657
    @krishnagogoi1657 Месяц назад +3

    খাপ লৈ ধৰিব লাগিছিল |

  • @dharmendradeka8073
    @dharmendradeka8073 29 дней назад

    Immediately go for help To Army ,don't late .

  • @rockyhandsome6465
    @rockyhandsome6465 Месяц назад +5

    ULFA nohoi kunu duplicate kam korise

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 Месяц назад +1

    এনেয়ে ভয় খাব নালাগে । ইহঁতে আলফাৰ হে পিটনি খাব যেন লাগিছে । আলফাই আগতে কেতিয়াও ছোৱালী/ নাৰী অপহৰণ কৰাৰ কথা শুনা নাই। ভুৱা আলফাৰ দুষ্কৰ্ম যেন লাগিছে ।

  • @Rokcybhai-v7i
    @Rokcybhai-v7i Месяц назад +3

    এইয়া আলফাৰ কাম হ'ব ই নোৱাৰে। উচিত তদন্ত হ ওক।

  • @AyanPatgiri
    @AyanPatgiri Месяц назад

    আলফা টো কাম বাই

  • @ParuljyotiBorah
    @ParuljyotiBorah Месяц назад

    আলফাই এনে কাম নকৰে

  • @knowledgeinassamese3885
    @knowledgeinassamese3885 Месяц назад

    এইটো কোনোবা মিয়াৰ কাম হব নিশ্চয়

  • @WhatsthehellXyz
    @WhatsthehellXyz Месяц назад +1

    কেতিয়াও এইয়া আলফাৰ কাম নহব। পুলিচে অনুসন্ধান কৰি এই আলফা ৰূপী ভণ্ড কেইটাক শীঘ্ৰে ধৰিবলৈ চেষ্টা কৰিব লাগে।
    আমি জানো আলফাই এনে নিকৃষ্ট কাম কৰিব নোৱাৰে বা নকৰে ।

  • @intajulzaman4393
    @intajulzaman4393 Месяц назад +3

    ULFA k black mailing karise

  • @Unuser23-l6v
    @Unuser23-l6v Месяц назад

    আলফা নহয় অ ভয় নকৰিব 😂

  • @dilipgogoi3682
    @dilipgogoi3682 Месяц назад

    এইবোৰ নিশ্চয় ভণ্ডৰ কামেই হব। পুলিচৰ কাষ চাপি উচিত কাম কৰিছে।

  • @pranjalgogoi1297
    @pranjalgogoi1297 Месяц назад

    আলফা নহয় ভূৱা হয় ধৰক

  • @mintooburagohain5341
    @mintooburagohain5341 Месяц назад +1

    Bhua

  • @medinitalukdar4873
    @medinitalukdar4873 Месяц назад

    এইয়া আলফা নহয় , ভূৱা কোনোবা জঘন্য লোকৰ কাম...

  • @gogoi2499
    @gogoi2499 Месяц назад +1

    Ai to ulfa nohoi. Enquiry korile Ulai jabo

  • @dhruvaborah5439
    @dhruvaborah5439 Месяц назад +3

    Ulfa nhy o

  • @ManjitKalita-c7h
    @ManjitKalita-c7h Месяц назад

    ভুৱা আলফা যেন লাগে

  • @Chaosang123
    @Chaosang123 Месяц назад

    ‌ ভুৱা আলফা হব পাৰে।।।। আলফা ওপৰত বিশ্বাস আছে।।।। পৰেশ বৰুৱা ডাঙৰীয়া স্পষ্টিকৰণ দিয়ক।

  • @TunesAsom
    @TunesAsom Месяц назад

    ছোৱালিৰ পূৰণি প্ৰেমিকৰ কাম এইটো😂😂😂😂 মানে EX ৰ কাম ।। আলফাই কেতিয়াও হাতেৰে লিখি বিবৃতি দিয়া আজিলৈকে দেখা নাই লগতে আলফাই কেতিয়াও ছোৱালিক উঠাই নিম বুলি নকয় ।

  • @banajitkalita5642
    @banajitkalita5642 Месяц назад +3

    Alfa nhoi. nokli alfa.

  • @sunildeori4690
    @sunildeori4690 Месяц назад

    Very bat

  • @MrDehingia-c1f
    @MrDehingia-c1f Месяц назад

    পৰেশ বৰুৱা দেৱে ইয়াৰ ওপৰত বিবিত্তি দিব লাগে

  • @manujkumarbora8901
    @manujkumarbora8901 Месяц назад

    Axomiya manuhk jodi anekuwa kre ami beya pau

  • @Right2779
    @Right2779 Месяц назад

    ভুৱা আলফা😂

  • @kamalboruah5431
    @kamalboruah5431 Месяц назад

    ভূৱা আলফা

  • @RajuSaikia-y9h
    @RajuSaikia-y9h Месяц назад

    😢😢😢😢😢😢😢😢

  • @rajudeka4679
    @rajudeka4679 Месяц назад

    ভুৱা আলফা।

  • @debenkonwar8367
    @debenkonwar8367 Месяц назад

    এইবোৰ কি হৈছে ?

  • @fungusamongus.76
    @fungusamongus.76 Месяц назад

    Ulfa jen loga nai dei eiburo pa basi thakok

  • @nabajitchakraborty6847
    @nabajitchakraborty6847 Месяц назад

    Paresh baruah apanar ki mantobyo pls janaben.

  • @mayalahkar1521
    @mayalahkar1521 Месяц назад +1

    Fake news

  • @sarojgogoi2685
    @sarojgogoi2685 Месяц назад

    Ulfa nohoy

  • @bijoydeka9134
    @bijoydeka9134 Месяц назад

    Ulfar history t xowali opohoron ghotona ajiloi howa nai.

  • @priyankabaruah2311
    @priyankabaruah2311 Месяц назад

    ULFA I sowali r koth nhy. Confirm.

  • @KundonKondon
    @KundonKondon Месяц назад

    সচাকৈ আলফাৰ কাম হয় জানো। সচাকৈ যদি এয়া আলফাৰ দাবি হয়। তেন্তে পৰেশ বৰুৱা ডাঙৰীয়া আপোনি অসমীয়া ভাষাৰ জাতিৰ ওপৰত কথা কৈ লাভ নাই। আৰু যদি এয়া আলফাৰ দাবি নহয়। তেন্তে পৰেশ বৰুৱা ডাঙৰীয়াই চৰকাৰক দাবি জনাব লাগে। কিয়নো ইয়াত আলফাৰ নাম জড়িত হৈ আচে। মানুহ ঘৰৰ খোৱা শুৱা শান্তি নাইকিয়া হৈচে।

  • @বিভূতি_ঠেঙাল
    @বিভূতি_ঠেঙাল Месяц назад

    Biyar kothau gom Pai aai keita Ulfa nohoi Local manuh hoi nohole Biya kotha Keneke gom pai

  • @rupshanjibanjatra
    @rupshanjibanjatra Месяц назад +1

    Alfa nhoi beleg hoi karon alfai amar akhomiyar karone eman beya vabibo nuware

  • @dharmendradas3785
    @dharmendradas3785 Месяц назад

    Misa koise

  • @mgnkl
    @mgnkl Месяц назад

    DULFA - DUPLICATE ULFA

  • @khagenkakati6380
    @khagenkakati6380 Месяц назад

    Nokoli ulfa o ai

  • @sanjeevkumardas2700
    @sanjeevkumardas2700 Месяц назад

    Kune alfa namot sithi likhisa, Paresh Barua gom pale koti di Bah vore dibo

  • @topandas9171
    @topandas9171 Месяц назад

    Ulfa nohoi voi kora dorkar ni

  • @Amantu755
    @Amantu755 Месяц назад +1

    Moi pothom ott vabe su ki porial tu gorib bulay.... Oo petrol pump orr malik hay uulal 😅😅😅😅😅😅

  • @AdityaNirmolia
    @AdityaNirmolia Месяц назад

    Aia oin kunuba hoi jn lgsy...

  • @Fongbgn7065
    @Fongbgn7065 Месяц назад

    Poresh boruah dangoriya tadanta korok ....nhole alfak bodnam koribo ...ati hunkale bisari rajohua koi mitru danda diyok

  • @horjitkhakhlary8681
    @horjitkhakhlary8681 Месяц назад

    Kela ulfar poisa naykiya hol niki.

  • @rohan1669
    @rohan1669 Месяц назад

    Fake

  • @amazingbihu290
    @amazingbihu290 Месяц назад

    Ulfa nhy 😂😂😂😂 konba jhra manuhhh

  • @fakrulislam8319
    @fakrulislam8319 Месяц назад +2

    Srinkholok matibo lage 15 minutes or karne
    Alfa kot polbo douri dapuri

    • @angshumanhazarika8384
      @angshumanhazarika8384 Месяц назад

      কুকুৰৰ জাত গেদা মিঞাই অসমৰ কথাত মাত নামাতিবি কেলা । লুঙি দাঙি পলাব লাগিব 😂😂

  • @rajibaliali8967
    @rajibaliali8967 Месяц назад

    Sur hoi

  • @SanjayDas-xg2ko
    @SanjayDas-xg2ko Месяц назад

    Ulfa sowali uthai loi joa Kam nakore aibilak baleg manuhe likhise joi aai axom

  • @rupabordoloi5194
    @rupabordoloi5194 Месяц назад

    Alfai u anekua kam korene? Jodi real alfa nohoi tetia hole alfai bisar korok.....

  • @nabajitdutta5984
    @nabajitdutta5984 Месяц назад

    Misa Alfa nohoi vua. Police r ho hai louk.

  • @______________Ss23
    @______________Ss23 Месяц назад

    ভুৱা 😂

  • @benudharmoran1970
    @benudharmoran1970 Месяц назад

    Puja solebo poisa ni ulfa nam loisa hopai

  • @pankajnath7964
    @pankajnath7964 Месяц назад

    Misa jhra htle vai nkriba

  • @banjyotinathcreator7882
    @banjyotinathcreator7882 Месяц назад +1

    😂😂😂

  • @rameshdeka6603
    @rameshdeka6603 Месяц назад

    Ulfak paise kihe asomar manuhar osarat nahai. Bideshar manuhar para taka laok