বোৱাৰী এগৰাকীয়ে মুকলি কৰিছে উপাৰ্জনৰ পথ।।বঙাইগাঁৱৰ মাণিকপুৰৰ বোৱাৰী।। Embroidery ।।Fabric Design ।।

Поделиться
HTML-код
  • Опубликовано: 7 янв 2025

Комментарии • 43

  • @riturajkalita2767
    @riturajkalita2767 4 месяца назад

    বহুত ধুনীয়া লাগিছে।

  • @junmoniborah9769
    @junmoniborah9769 4 месяца назад

    আগুৱাই যাওঁক বহুত শুভ কামনা জনালোঁ বাইদেউ

  • @gitimonideka3776
    @gitimonideka3776 5 месяцев назад +1

    খুউব ধূনীয়া কাম হৈছে

    • @dasbikash1991
      @dasbikash1991  5 месяцев назад

      ধন্যবাদ ।শ্বেয়াৰ কৰিব

  • @hirantalukdar2983
    @hirantalukdar2983 4 месяца назад

    Nice video Val lagil video to Sai 🎉

  • @Rashvlogs-yc5lv
    @Rashvlogs-yc5lv 4 месяца назад +2

    Kapur bur val lagil .mur namo rashmi. Mur mamar ghor noapara, sibo mondir❤❤❤ from rash vlogs

  • @sandhyaroy6848
    @sandhyaroy6848 5 месяцев назад +1

    বঢ়িয়া মইনা

  • @anuragray5199
    @anuragray5199 5 месяцев назад +2

    বঢ়িয়া মইনা

  • @pranitanath8198
    @pranitanath8198 5 месяцев назад +1

    কাপোৰৰ ডিজাইন বোৰ ভাল লাগিছে।

    • @dasbikash1991
      @dasbikash1991  5 месяцев назад

      ধন্যবাদ ।শ্বেয়াৰ কৰিব

  • @jyotsnadehingia5436
    @jyotsnadehingia5436 5 месяцев назад

    Nice job nice video new friend ❤❤❤

  • @dwipendas3295
    @dwipendas3295 4 месяца назад

    Bohut basi dhunia,Rashmi

  • @sujatasaha7618
    @sujatasaha7618 5 месяцев назад +1

    Wow

  • @KanikaRay-q3w
    @KanikaRay-q3w 5 месяцев назад

    Suv kamna thakil vnti,aguyai joya....

  • @mitalinath102
    @mitalinath102 5 месяцев назад +1

    বাইদেউৱে কাপোৰ বোৰ বহুত ভালকৈ বনাই ,,, মই ও মোৰ বিয়াত এযোৰ কাপোৰ বনাই আনিছো।👍 আগুৱাই যোৱা বাইদেউ।

    • @dasbikash1991
      @dasbikash1991  5 месяцев назад

      ভিডিঅটো শ্বেয়াৰ কৰিবা

  • @padminisaikia6104
    @padminisaikia6104 5 месяцев назад +4

    ভাল লাগিছে ।তোমার কারেন্টর মেচিননি ।ভালকে প্ৰথমর পরা এমব্রদারিটো শিকাবাছোন ।ভালকে বুজাই ।

    • @dasbikash1991
      @dasbikash1991  5 месяцев назад +1

      ধন্যবাদ ।ভিডিঅটো ৰ শেষৰফালে গোটেইখিনি দেখাইছো

  • @MorzinaKhatun-b8u
    @MorzinaKhatun-b8u 5 месяцев назад +1

    ৰশ্মি তোমাৰ কাম তিনি ভালেই লাগিছে কিন্তু তোমাৰ মুখত হাঁহি নাই কিয় 😊👍❤

  • @Sumiboro5466
    @Sumiboro5466 5 месяцев назад +1

    Nice

  • @mayurpankhicreation6647
    @mayurpankhicreation6647 5 месяцев назад

    Nice 👍

  • @achintaray4314
    @achintaray4314 5 месяцев назад +1

    ৰশ্মিলৈ শুভেচ্ছা

  • @sumiboruahneogetu-hitu9434
    @sumiboruahneogetu-hitu9434 Месяц назад +1

    Nice job baidau ...aguwai jouk ...new friends holu ❤❤ mur channel tu sabo friends hobo

  • @vedashyasworld7076
    @vedashyasworld7076 5 месяцев назад +2

    তিৰোতা এজনীক তাই তুমি কৈ আছে ৰিপোৰ্টাৰ দাদাজনে |

    • @dasbikash1991
      @dasbikash1991  5 месяцев назад

      মন্তব্যৰ বাবে ধন্যবাদ। প্ৰথম কথা মই কোনো ৰিপোৰ্টাৰ নহয়। আৰু দ্বিতীয়তে ৰশ্মি মোৰ ভন্টি হয়। ঘৰুৱা পৰিৱেশত তাই বুলি ভন্টিক কব পাৰি। নামনি অসমত তাই বা তই শব্দ দুটা ঘৰৰ মানুহৰ লগত ব্যৱহাৰ হয়।

  • @MinateeDas-j5r
    @MinateeDas-j5r 5 месяцев назад +1

    Sangbadike jone agoraki mahilar interview loise kintu abar tumi akow tai buli koi ase. Ki je hobo 11:08

    • @dasbikash1991
      @dasbikash1991  5 месяцев назад +1

      প্ৰথমে ধন্যবাদ ভিডিঅটো মনোযোগেৰে চোৱাৰ বাবে। মোৰ চেনেলটো অলপ ভালকৈ চাবলৈ অনুৰোধ থাকিল। মই কোনো সাংবাদিক নহয়। নতুন প্ৰজন্মৰ ভাল কাম কৰাসকলক চিনাকি কৰি দিয়াটো আমাৰ বাবে গুৰুত্বপূৰ্ণ কাম। এতিয়া আহো তুমি আৰু তাইৰ প্ৰসংগলৈ। ৰশ্মি মোৰ ভন্টি হয়। প্ৰশ্নখিনি কৰোতে তুমি বুলি কৈছো। কিন্তু পিছত তাই বুলি কথাটোৰ প্ৰসংগটো টানি আনিছো। নামনি অসমত ঘৰৰ মানুহৰ লগত তাই বা তই আদি শব্দবোৰ ব্যৱহাৰ কৰা হয়। যিহেতু ৰশ্মি মোৰ ভন্টি সেয়ে ৰশ্মিক তাই বুলি সম্বোধন কৰিলে ঘৰুৱা সম্বন্ধ বুজায়। তৰল বিষয়বস্তুৰ বিপৰীতে কিছু বিপৰীত কাম কাজ কৰাৰ চেষ্টা কৰি আহিছো। সহায় কৰিব বুলি আশা থাকিল

  • @ritachoudhury1463
    @ritachoudhury1463 5 месяцев назад +1

    Rashmi loi xuvesa

    • @dasbikash1991
      @dasbikash1991  5 месяцев назад

      শ্বেয়াৰ কৰিব

  • @nirajpandaofficial3002
    @nirajpandaofficial3002 5 месяцев назад +1

    Machine khonor name to kob baideo

  • @rightbrainassam4369
    @rightbrainassam4369 5 месяцев назад

    Kaam kori jaa Rashmi..

  • @jyotikadeka774
    @jyotikadeka774 5 месяцев назад +1

    Machintu ki machin

  • @bhabadeka912
    @bhabadeka912 4 месяца назад

    Kimn loi ajort

  • @MamaniKumari
    @MamaniKumari 5 месяцев назад +1

    Dijain to kt pay o maina

    • @dasbikash1991
      @dasbikash1991  5 месяцев назад +1

      শ্বেয়াৰ কৰিব

  • @mayurpankhicreation6647
    @mayurpankhicreation6647 5 месяцев назад +1

    Rashmi r contact number tu description t d diba Bikash