অন কেমেৰা সাংবাদিক নিঃশেষ কৰিবলৈ উদ্যত আৰক্ষী জোৱান ভাস্কৰ গগৈ।

Поделиться
HTML-код
  • Опубликовано: 16 ноя 2024

Комментарии • 683

  • @bigboss.3213
    @bigboss.3213 21 час назад +330

    অসমীয়া জাতিৰ প্ৰধান শত্ৰু একাংশ অসম পুলিচ ।

  • @guptasarmah8949
    @guptasarmah8949 21 час назад +271

    মামাৰ কৃপাত বৰ্তমান অসম পুলিচ পগলা হাতীত পৰিণত হৈছে।

    • @pintoroy6961
      @pintoroy6961 20 часов назад +5

      Right 100%

    • @lahorbhagawati4357
      @lahorbhagawati4357 20 часов назад

      Sab ak ratia ak ghor r pori uti deb😂

    • @kamalyadav393
      @kamalyadav393 20 часов назад +7

      অকল মামা ৰ দিনৰ নহৈ বহুত আগৰ পৰাই police Gunda giri ase gam puwa nai neki

    • @abhishek41068
      @abhishek41068 19 часов назад

      🤣🤣

    • @LIFEwithKRISHNAA
      @LIFEwithKRISHNAA 2 часа назад

      purona police eibur

  • @anuragsarma2345
    @anuragsarma2345 20 часов назад +70

    বৰ্তমান কেমেৰাৰ সময় পুলিচৰ সময় নহয়। পুলিচ বোৰে মনত ৰখাতো দৰকাৰ ।সাধাৰণ মানুহক খতি কৰাৰ আগতে এশ বাৰ ভাবিব লাগিব।

  • @AimieKhan
    @AimieKhan 19 часов назад +51

    আমাৰ অসমৰ পুলিচ খিনি চোৰ ডকাইত ধৰিব নোৱাৰে 😂সাহস নাই কিন্তু ভুল নকৰা মানুহবোৰক দম দিয়া মাৰপিত কৰা সেই খিনি গুন্দাগিৰী ভালদৰে জানে। ৰাইজে ইহঁতক চোঁচৰাই আনি থিক‌ পিতিব লাগে। ধন্যবাদ অসম আৰক্ষী 🙏 🙏🙏

    • @hrny2514
      @hrny2514 9 часов назад

      Thik koise Sur, Dokait dhoribo gole susu olai jabo ehotor.

    • @parthabora4057
      @parthabora4057 9 часов назад

      Dhore dhore video kri upload nkore

  • @jumankumarsarmah5131
    @jumankumarsarmah5131 19 часов назад +141

    ঘৰত খাবলে নোপোৱা বোৰে যেতিয়া চাকৰি টো পাই,তেতিয়া এইবোৰ কৰে ইহঁতে।

    • @Dchutia-xy5zl
      @Dchutia-xy5zl 16 часов назад

      Toor gharat khabole kiman ase.....Imanei khabole puwatur seheratu dekhun Polio bemaritur dore.Kotha kobole ahey poisar ovabot vaal khadyo khabole napai Protiner ovabot lereli juwa sari futiya korbar.Dom ase jodi toi Defencer sakori koribo nalage baru,taar karone dorkari Physical standerd'tuke qualify hoi dekhasun.Imanei jodi toor gharat khabole ase,Protine jukto khadyo hodaye khau.

    • @dhirajvlogs1175
      @dhirajvlogs1175 16 часов назад +3

      Right

    • @AnkaraMessi10Alien
      @AnkaraMessi10Alien 12 часов назад +3

      😂😂😂 Hosa kotha

    • @SonatonRabha-ky3sq
      @SonatonRabha-ky3sq 11 часов назад

      Apuni vul bujise sob lora suwali ake nohoi apuni khabo nopwa bure Ane kore buli kenekoi kobo parile mok answer diba sun okl khabo nopwa nohoi khabo powa hokolu Ane vul kore kotha tu vabi saba

    • @op_gaming7145
      @op_gaming7145 11 часов назад +1

      লেওৰা তই....সিহতি নিজৰ কষ্টৰ ফলৰ চাকৰি পাইছে তোৰ বাপেৰৰ খাই চাকৰি কৰা নাই

  • @indiraborgohain8277
    @indiraborgohain8277 21 час назад +86

    হিমন্ত বিশ্বই গূহবিভাগত এইবোৰ খাকী পোছাক পৰিধান কৰাই গুন্দা পুহি ৰাখিছে।। ইহঁতে জানে নে নাজানে এই গুন্দাসকলে সাধাৰণ জনগণৰ টেক্সৰ পইচাৰে মাহৰ দৰমহা টো পায়।।

    • @utpal300
      @utpal300 19 часов назад +2

      Tax nohoy. . Chaanda😂😂

    • @manaspratimsaikia-mv6zd
      @manaspratimsaikia-mv6zd 6 часов назад

      Dada , moi apunar kothat akmot nohoi . Asolote axomor nibonuwa homoisa homadha kariboloi sakori bur dia hoise . Ai2 sorkare hok ba mama hok Beya Kam korise janu ? Kin2 soritta ba noitik gyan nije nije aahoron karibo lagibo . Public jenekoi sob bur val nohoi , thik tenekoi policeor sob bur beya nohoi . Ai2 mur dharona .

    • @Pramila533
      @Pramila533 44 минуты назад

      @@manaspratimsaikia-mv6zd ঠিক কথা কৈছে আপুনি

  • @dharamabarbarua
    @dharamabarbarua 21 час назад +55

    অসমীয়া জাতিটো ধবংখ কৰিব অসম police আৰু গীসবিভাগ টোৱে ...

    • @rawworld6542
      @rawworld6542 4 часа назад

      অসমীয়া জাতিটো ধ্বংস কৰিব সাংবাদিক সকলে 🙏🙏🙏

  • @abanikantaadhikary7060
    @abanikantaadhikary7060 19 часов назад +153

    নতুন কৈ পুলিচৰ চাকৰি পোৱা ল'ৰা আৰু ছোৱালী সকলৰ উৎপাত বেছি হৈছে

    • @anualmunda691
      @anualmunda691 11 часов назад +1

      Right

    • @RituponGogoi-on9lc
      @RituponGogoi-on9lc 10 часов назад +9

      Army buli bhabe reel sai sai police sakori pai 😂

    • @ToranginiPhukon
      @ToranginiPhukon 8 часов назад +2

      Teu notun sakori kora nhoi..Mur ghr honmukhor khurir vaiak..valei lorajon ami jonat

    • @ChandrikaChandrika-xg8lb
      @ChandrikaChandrika-xg8lb 8 часов назад +2

      Apuni tnkoi nokobo notun koi pua police hokol tnkua nhy teuluke bht kosto kri sakori pai teulukor kintu emn utpat nai 100 r 20 % he beya agote poisa d sakori pua kaijon r kismn he beya

    • @Janmoni_Deka_nx3yu
      @Janmoni_Deka_nx3yu 7 часов назад +2

      Toi nopowa kio? Iyat kune chiyorise kona dekha nai? 8 pass reporter khot.

  • @bigbulldigital
    @bigbulldigital 20 часов назад +49

    এইয়া চব মামাৰ কাৰনে হৈছে মামাই পুলিচক বেছি Power দি থৈছে

    • @HiteshPadi
      @HiteshPadi 19 часов назад

      Nohoi কংগ্ৰেছী dalal hoi ei বোৰ

  • @mridulkonwar3349
    @mridulkonwar3349 20 часов назад +27

    অসম আৰক্ষী মূৰ্ডাবাদ

  • @PrasantaKakati-lh6if
    @PrasantaKakati-lh6if 21 час назад +96

    পোলিচৰ বহুত দাদাগিৰি হৈছে

  • @brothersglobe5706
    @brothersglobe5706 20 часов назад +38

    এই মহিলা পুলিচ গৰাকীৰো অতপালি সীমাৰ বাহিৰলৈ গৈছে যেন লাগিছে।

  • @HRDS-at6
    @HRDS-at6 19 часов назад +15

    এনেকুৱা কৰ্মচাৰীক শাস্তিৰ সন্মুখীন কৰা উচিত।

  • @BinodPathak-dv9zj
    @BinodPathak-dv9zj 21 час назад +28

    বহূত দেখিলোঁ পুলিচৰ এনেকুৱা.....

  • @DebojitRajkonwar-s7g
    @DebojitRajkonwar-s7g 20 часов назад +58

    আজি দিন যেতিয়া পুলিচ চাকৰি পোৱা পিছত নিজকে hero যেন লাগে.. ইহঁতৰ

    • @manjurajak2825
      @manjurajak2825 7 часов назад

      Hosa ke

    • @g4gaming737
      @g4gaming737 6 часов назад

      Umm...uniform pindhi insta reels bonaboloi hey baki...bonduk dal hatot loi. 😂😂😂😂😂

    • @manjurajak2825
      @manjurajak2825 6 часов назад

      @@g4gaming737 😄😄😄

  • @KrishnaPatar-cl3rp
    @KrishnaPatar-cl3rp 19 часов назад +13

    কাকো ভাল বুলি নক , ভাই 🙌 এখন তালে কেতিয়াও নাবাজে 🫡🙌🇮🇳⚔️🇮🇳

    • @assamlover8084
      @assamlover8084 9 часов назад

      moi jonat teo lukor garikhanat reporter r kunubai dhokiaisil jur jur koi

  • @humenbhuyan4088
    @humenbhuyan4088 19 часов назад +12

    অসমৰ আৰক্ষী আৰু পুলিচ কোনো কম নহয় চবেই দাদাগিৰি দেইখাই।

  • @নলবেইৰানিপু
    @নলবেইৰানিপু 21 час назад +22

    পুলিচৰ দাদাগিৰি বন্ধ কৰ

  • @konchenggogoi1392
    @konchenggogoi1392 6 часов назад +5

    ফটোৱা সাংবাদিক হত, বাহিৰৰ মিলিটেৰী বোৰে উজনিৰ যতে ততে আহি কিমান থলুৱা অসমীয়া মানুহক অত্যাচাৰ কৰি আছে, সেইবোৰৰ এটাও বাতৰি প্ৰচাৰ কৰিবলৈ তহঁতৰ সাহস নাই, চোঁৱৰহত। মণিপুৰ ত কিমান মানুহ দৈত্য ভাৰতীয় সেনাই গুলীয়াই মাৰি আছে, তাৰ বিষয়ে নিউজ কৰিবলৈ তহঁতৰ সময় নাই .. গৰুহত। এজন ভূমিপুত্ৰ পুলিচ কনিষ্টবলৰ উপৰত ৰজা দেখুৱাব আহিছ! চোঁৱৰহত

  • @PRANABBORAHUNOFFICIAL
    @PRANABBORAHUNOFFICIAL 21 час назад +30

    নতুনকৈ পোৱা হ'ব পাৰে চাগে! জুচটো উঠি আছিল চাগে 😅

  • @bishnuraibaruah2043
    @bishnuraibaruah2043 20 часов назад +28

    একমাত্ৰ অসমীয়াৰ ওপৰতহে পুলিচৰ ৰাজত্ব,বিহাৰী,মণিপুৰী, অৰুণাচলী নগা,মিজো বা অন্য কোনো জাতিৰ হলে নেঙুৰ পেলায় পলাই🧐

  • @MmmmBzis-tk7iy
    @MmmmBzis-tk7iy 9 часов назад +18

    তহঁত সাংবাদিক বোৰৰ যে কাম নাই সকলোৱে জনে । অকল ছোৱালীৰ বোৱাৰীৰ কোন কত যায় কোনে কি কৰে সেই বোৰৰ বাহিৰে কি ভাল কাম কৰা । গতিকে তহঁতকো ভাল বুলি কব নোৱাৰোঁ । নিজে ভাল হৈ দেখুৱালে হে সকলো ভালে থাকিব । পুলিচে নিজৰ কাম কৰি আছে বুলি মই ভাবো । আগতে পুলিচে কেতিয়াও বেয়া কাম কৰিবলৈ নেযায় । জয় আই অসম

  • @V.R.K-dd7qp
    @V.R.K-dd7qp 20 часов назад +11

    জীৱ শ্ৰেষ্ঠ মানুহৰ এইবোৰেই কৰ্ম নেকি, প্ৰথমে মানুহ হ'বলৈ শিকক মানৱতা কাক কয়, আমি কোনো জন্তু নহয় , মানুহে বুজি পোৱা নাই আধ্যাত্মিক, নৈতিকতাৰ শিক্ষাৰ অভাৱ হ'লে ডাঙৰ বিষয়া হ'লেও সি পশুৰ তুল্য হে হয়, সেয়েহে আমাৰ বৰ্তমান শিক্ষা ব্যৱস্থাৰ ওপৰত বহু দোষ আছে কাৰণ শিক্ষাই মানুহ নহয় যন্ত্ৰ আৰু পশুৰহে আৱিষ্কাৰ কৰি দিছে 😔😢

  • @MukulDas-l2m
    @MukulDas-l2m 21 час назад +12

    বাহঃ কি ভয়স্কৰ ...

  • @DhunuGogoi-ug7tf
    @DhunuGogoi-ug7tf 21 час назад +38

    অসমৰ পুলিছে অসমতে গুন্দাগীৰি কৰিব পাৰে

  • @nitumoniroy3408
    @nitumoniroy3408 9 часов назад +1

    আমাৰ অসমৰ আইন খন ইমান ভাল নহয়
    পুলিচৰ কাপোৰ যুৰ পিন্ধা পিছত কীয় নিজকে বেলেগ বুলি ভাবে হেতু বুজি নপালো
    জীৱন টোত আপোনালোকে কি লৈ আহিছিল আৰু লগত কি লৈ যাম বুলি ভাবিছে
    2 দিনিয়া জীৱন লৈ আহিছোঁ আমি ছবে গতিকে মই ভাবো
    মানুহক অলপ মানুহ বুলি ভাবিব
    আপোনাৰ ব্যৱহাৰ এ আপোনাৰ পৰিচয়
    জীৱনটো উপভোগ কৰিব হিকক
    অসংকাৰ নহয় 🙏

  • @gaminggold4721
    @gaminggold4721 8 часов назад +4

    অসম আৰক্ষী চাকৰি পালে ইহঁত অসমৰ ৰজা

  • @okbro9311
    @okbro9311 9 часов назад +3

    অসম পুলিচ কান্ধত ষ্টাৰ ⭐ কেইটা জিলিকালে নহব মনটো ষ্টাৰৰ ⭐দৰে জিলিকাওক ।।

  • @Axomvibe
    @Axomvibe 2 часа назад +1

    একাংশ ধদুৱা সাংবাদিকতও কম নহয়।

  • @Iamgamer-fh6bl
    @Iamgamer-fh6bl 10 часов назад +3

    চানছতে কোনোবাই কিবা -কিবি কৈছে কিন্তু সকলো পুলিচ একে নহয়। 😊

  • @MRAxom
    @MRAxom 18 часов назад +3

    আচলতে অসমৰ পুলিচ বোৰে নিজকে কি বুলি ভাবে ? বিশেষকৈ নতুন কৈ পোৱা বিলাকৰ কেলা কি লেবেল, সেইকাৰণে কেলা যত তত সিহঁতে মাৰ খায়,

  • @PangingPranayan
    @PangingPranayan 10 часов назад +1

    পুলিচ বিলাকৰ বেছি গুন্দাগিৰি হৈছে যে। আমি public হিচাপে যিজন পুলিচে গুন্দাগিৰি কাম কৰে। সেইবিলাকক ধৰি স্পষ্ট action ল'ব লাগে আৰু চাকৰিৰ পৰা উলিয়াই দিব লাগে তেতিয়াই অসম শান্তি হ'ব।

  • @taradoi7957
    @taradoi7957 6 часов назад +1

    মেৰ মনৰ দৃষ্টিৰে-------------
    যি কও সঁচা কও ।
    একেবাৰে প্ৰেম বিহীন আৰক্ষী বাহিনী । নে কি কয় ৰাইজ ? কিছুমান নৈতিকতা বিহীন, মানৱতাহীন , সততা হীন , হৃদয় হীন পুলিচ আছে যি সকলৰ বাবে সমাজত বিশৃংখলৰ সৃষ্টি হৈছে ।নিদো'ষী মানুহে কষ্ট পাব লগা হৈছে ।এইসকল একেবাৰে উন্মাদএক জঘন্য ব্যক্তি ।

  • @greenandgreatassam1014
    @greenandgreatassam1014 3 часа назад

    আজি মই ভাবো বেলেগে বেলেগে এতিয়া শুই থকা পৰিয়ালৰফালৰ পৰা নিৰুৎসাহ ভাৱত অধিক মাছৰ ৰংঙৰ মাজত বগলীকণা হয় । কাৰণ চাকৰি মানে আজি কালি বহুত পাৱাৰ ফূল বুলি ভাবে নিজকে। আধুনিক যুগত জন্ম পোৱা মানুহে এনে কোৱা কৰিব নাপায়।কাৰন আদিম মানহেও মানৱীয় গুণসম্পন্ন আছিল

  • @op_gaming7145
    @op_gaming7145 11 часов назад +9

    কিছুমান পুলিচ বিষয়া ব্যৱহাৰ যেনেকৈ বেয়া থিক তেনেকৈ কিছুমান সাংবাদিকৰ কথাকোৱা ধৰণ আৰু ব্যৱহাৰো বহুত বেছি বেয়া এইবোৰ সাংবাদিকক এনেকোৱা ব্যৱহাৰ নকৰি কি কৰিব

  • @BiplobhatiBaruah
    @BiplobhatiBaruah 40 минут назад

    পুলিচ বিলাকক অলপ দিনৰ পিছত মিঞা সকলে ঠিক কৰিব পাৰিব। সঁচা কথা। পুলিচ সকল খিলঞ্জীয়া অসমীয়া নহয় নেকি।

  • @AA1981-at6
    @AA1981-at6 8 часов назад +1

    কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে | চাকৰিটো পাই নিজকে ৰজা জ্ঞান কৰে একাংশ অসভ্য কৰ্মচাৰীয়ে |

  • @cuber-dj4nt
    @cuber-dj4nt 3 часа назад

    এইবাৰ আকৌ ৫০০০ নতুন পুলিচ জোৱান নিয়োগ কৰিব তেনেহলে এইবাৰ পাব্লিকৰ ওপৰত গুণদা গিৰি চলিব দেই

  • @dilipboro9184
    @dilipboro9184 20 часов назад +5

    Assam police department should see whether a new appointment is medically fit or not .they should know the rules how to deal with civilians.

  • @Pramila533
    @Pramila533 21 час назад +28

    এই ভিদিঅ' টোত যিমান খিনি‌ দেখিছো , আৰক্ষীৰ কোনো ভূল হোৱা নাই

    • @sudarsanborah5178
      @sudarsanborah5178 20 часов назад

      Tohotor ghoror kun police agot heitu ko..toi dekha nai kiman otopali korise police e hadharon manuhok

  • @bastavbora-p8z
    @bastavbora-p8z 8 часов назад +1

    এইটো গৰু নে মানুহ । এইয়াক বৰ্খাস্ত কৰি দিব লাগে চাকৰি পৰা । ই সাধাৰণ কনিষ্ঠবল হে এটা ।

  • @tirthajitkalita678
    @tirthajitkalita678 19 часов назад +19

    সাংবাদিক কেইটাৰ ও অলপ বেছি

    • @Rinkumoran-yi6pk
      @Rinkumoran-yi6pk 17 часов назад +4

      Ehote aku nkorake police aku kuwa ni ...keba vul ase bsi repoter kyta

    • @SanjeebDas-h3x
      @SanjeebDas-h3x 16 часов назад

      Mama Gunda puhhise Ehatok... Dhet Bjp sorkarr

    • @Vloglook890
      @Vloglook890 13 часов назад

      Poisa khwa main .. blg kimn dangr danr thikadre kimn ki black ki ki kri ase dom ase jdi xyibilk news karok ...

  • @AnjumaBegum-o5z
    @AnjumaBegum-o5z 20 часов назад +4

    Eh moza

  • @simudeka4010
    @simudeka4010 2 часа назад

    আৰক্ষীৰ পোছাকক সন্মান কৰে বাবে একো নকৰিলে। নহলে চিধা কৰিলে হয়। Next time এনেকুৱা ব্যৱহাৰ অসমৰ মানুহে সহ্য নকৰে কোনোদিনে। সঁকিয়াই দিছোঁ অসম আৰক্ষী। কেলা অসমৰ জনসাধাৰণ ইমান ঢিলা পাইছে 😡

  • @ansumaangogoi1994
    @ansumaangogoi1994 56 минут назад

    যাৰ যি ভূল নহওঁক কিয় কিন্তু অসমীয়াই অসমীয়াই লাগীয়ে এদিন শেষ হব লাগিব। কিয় এইবোৰ হব পাই বুজি নাপাওঁ? কাৰণটো কি?

  • @XubarnaMoran
    @XubarnaMoran 3 часа назад

    এনেকুৱাই হয়, যেতিয়া নাপাবলগীয়াবোৰে চাকৰি পাই যায়।

  • @amitmukharjee6907
    @amitmukharjee6907 6 часов назад +2

    Banduk pistol dekhuai police gundami

  • @nipankarkalita9791
    @nipankarkalita9791 21 час назад +2

    Mjja de soli voi khai gesi😂😂😂tmm dse be mjja enkua reaction lge❤❤❤

  • @nayanjyotibaishya8483
    @nayanjyotibaishya8483 18 часов назад +2

    অসমত কি হৈছে। পুলিশ নে গুন্দা ৰাজ চলিছে।

  • @satyendradeka6343
    @satyendradeka6343 2 часа назад

    পুলিছ বোৰ ৰাইজৰ ৰাজহৰ টকাৰে দৰমহা খাই বলিয়া হল যেন পাও।

  • @Rokcybhai-v7i
    @Rokcybhai-v7i 21 час назад +26

    বাতৰি টো চায় সাংবাদিক সকলে হে দাদা গিৰি দেখোৱা যেন লাগিছে।

    • @EdwardPixxee
      @EdwardPixxee 9 часов назад

      Haikitar he besi utpat eku eta koribo nuare camera loi redy hoi jai

  • @manojtalukdar6647
    @manojtalukdar6647 11 часов назад

    এই সকল পুলিচ নহয় ৰাইজ ফুলিচ। ফুলিচ নহলেনো ইমান বৰ্বৰ হ'ব পাৰে নে ❓❓❓❓ ❓ @ অদৃশ্য 🦾💪🦾💪 হাত থাকিবই লাগিব , নিশ্চিত ⁉️⁉️⁉️💯💯💯

  • @amitmukharjee6907
    @amitmukharjee6907 6 часов назад +2

    Government fail to controll police

  • @gitarthabarman7970
    @gitarthabarman7970 5 часов назад

    সাংবাদিক হল police ৰ লগত মিলা মিলি কৰাৰ মাধ্যম বহুত টকা খাই লৈ মিলা মিছা নহলে police ক ভাবুকি দিয়ে ,,,

  • @arealsoldierlife7679
    @arealsoldierlife7679 2 часа назад

    কি যে হব এটা চিপাহী চাকৰী পাই নিজকে কি বুলি ভাবে, হে ভগবান

  • @Lakhimigogoi-k5b
    @Lakhimigogoi-k5b 5 часов назад

    এখন তাল কেতিয়াও অকলে নাবাজে ।।আৰু সম্মুখৰ জনে একো নোকোৱাকৈ আন জনৰ খং নুঠে যদি পুলিছ জনে তেনেকৈ কলে তেন্তে সাংবাদিক জনে টো এনেকুৱা কিবা কব লাগিব ন যাৰ বাবে কবলৈ বাধ্য হল তেনেকৈ।। আৰু পুলিচ জনক যিমান দূৰ জানো তেওঁৰ বিয়ক্তিত্ব ভাল আৰু নিজৰ যোগ্যতাৰ বলত চাকৰি পাইছে।। এজনৰ মতামতেৰে কেতিয়াও শুদ্ধ টো বিচাৰ নহয় ... আৰু আজি কালি trp বাবেও বহুত নিউজ চেনেলে ভূল শুদ্ধৰ বিচাৰ নকৰি অকল ভাইৰেল কৰিব বিচাৰে ....

  • @doleygemar4194
    @doleygemar4194 18 часов назад +4

    সাংবাদিক ভগৱান নহয়।মানুহ দপদপাই পৰি থাখিলে কেমেৰা লৈ ।ছোৱালী বোৱাৰীৰ ,নাভি,পাতল কাপোৰ পিন্দা।,কাৰ মাইকী কলৈ গল।,কিবা হলে কুন্দু পৰুৱাৰ দৰে জপিয়াই নিজকে বহুত উস্থাত মাৰি ফুৰে।ভিডিঅ বনাব কেইটকামান পালেই বন্দ।সাংবাধিকতা শিক্ষা লোৱা কিমান আছে।

    • @Vloglook890
      @Vloglook890 13 часов назад

      Kintu original jikhi celengkari xyikhini dekha dim thke jnooooo xihte. ....poisa bade ako sini napi dekhisooo bhutakee ami news kre poisa loi news nbajyi ...

  • @madhurjyamahanta
    @madhurjyamahanta 3 часа назад

    ৰাইজে প্ৰকৃত সভ্য আৰক্ষী বিছাৰে । গুণ্ডা আৰক্ষী নিবিছাৰে ।

  • @jituborah5788
    @jituborah5788 19 часов назад +1

    সুন্দৰ

  • @pagaming6218
    @pagaming6218 8 часов назад

    ভুৱা চাৰ্টিফিকেট দি চাকৰি পোৱা এইবোৰ লৰা ☑️

  • @trideepburagohain9857
    @trideepburagohain9857 21 час назад +5

    Shame on Assam Police

  • @mf-xz6es
    @mf-xz6es 21 час назад +3

    Mjaaa

  • @BikramBorah-e5p
    @BikramBorah-e5p 8 часов назад

    অসমত মিয়া আৰু বিহাৰী বিলাকে অসমীয়া উপৰত চলোৱা অত্যাচাৰে পাথৰ মাৰি উত্তৰ দিয়া হব আৰু ক্ষমা কৰা নহব

  • @sanjibdas3774
    @sanjibdas3774 20 часов назад +6

    কালে কতি চেলেকি চে অসম পুলিচৰ

  • @milanbrh
    @milanbrh 19 часов назад +2

    All credit goes to CM Himanta

  • @UjjalBorah-hv3sy
    @UjjalBorah-hv3sy 10 часов назад

    কিছুমান পুলিচ কথা জানো নহয় , চৰকাৰী দৰমহা খাই থাকে লগতে বাহিৰা পইছা লুটি থাকে পেট ডাল বহাই চৰকাৰী গাড়ী নিজৰ কামত use কৰে l

  • @vivviv7029
    @vivviv7029 9 часов назад

    Good Reply

  • @bitukalita8244
    @bitukalita8244 20 часов назад +3

    O maa gu turu love

  • @litpalallinall6989
    @litpalallinall6989 5 часов назад +1

    Police interview di sai thaka keita 😂

  • @intajulzaman4393
    @intajulzaman4393 8 часов назад

    Axomiya Jindabad

  • @gitarthahandique1325
    @gitarthahandique1325 22 часа назад +2

    Mozzaaa

  • @RinaBorah-f3s
    @RinaBorah-f3s 7 часов назад

    মহিলা আৰক্ষী। কিছুমান মহিলা , আৰক্ষী নহৈ গিহিনী হোৱা বেছি যোগ্য । পুৰুষ আৰক্ষী জনে যিমান ভদ্ৰভাৱে কথা বোৰ আলোচনা কৰিছে আৰু মহিলা আৰক্ষী লৈ চোৱা।

  • @tribenigogoi7273
    @tribenigogoi7273 6 часов назад

    চাকৰি মানে ৰাইজৰ সেৱা।

  • @themegashow.502
    @themegashow.502 44 минуты назад

    Borhiyaa 👍 sob police ok anke sudibo lge

  • @debosarma2728
    @debosarma2728 20 часов назад +11

    This is the reality of Assam Police

  • @prasantasaikia2666
    @prasantasaikia2666 20 часов назад +1

    কাম নাই আইন হাতত নলব,

  • @intajulzaman4393
    @intajulzaman4393 8 часов назад

    Mama Jindabad

  • @Badge_F
    @Badge_F 10 часов назад

    অসমীয়াই অসমীয়াৰ লগতে গুন্দামী কৰে!

  • @kastavkumarisaikia14
    @kastavkumarisaikia14 18 часов назад +4

    এখন তালে নাবাজে🙂দুই পক্ষৰ পৰা চাব লাগে।

    • @Rajkonwar-k7n
      @Rajkonwar-k7n 12 часов назад

      Toi police nhle tur bf police 😂😂😂😂

    • @kastavkumarisaikia14
      @kastavkumarisaikia14 10 часов назад

      @Rajkonwar-k7n aapunak kiba kolu nki moi dada?aapuni j mur post t comment krise?

    • @Hotpizzagmaing
      @Hotpizzagmaing 10 часов назад

      পুলিচ বোৰ চৰকাৰৰ কুকুৰ হে

    • @sudarshanbora562
      @sudarshanbora562 9 часов назад

      Kla police bf noh eteau time ase blg sakori kora eta saa nijor bonti vabi koosu

    • @Rajkonwar-k7n
      @Rajkonwar-k7n 9 часов назад

      @@kastavkumarisaikia14 moi mat matar mul karn police 99 parcent galti kre khas kri ntun sakri puwa keita … moi also indian airforce intelligence soldier …

  • @RajKumarRajKumar-q4m
    @RajKumarRajKumar-q4m Час назад

    আগৰ পুলিচ ভাল আছিলে এতিয়া জহৰা হল নতুন কে পোরা চামটো

  • @NoobraGaming.1M
    @NoobraGaming.1M 8 часов назад

    সঁচাকৈ পুলিচ কেইটা পাগল হল দাদাগীৰি hero দেখাইছে চাকৰিৰ পৰা হতাই দিব লাগে parmenent

  • @GovinAssam
    @GovinAssam 20 часов назад +3

    সকলো বোৰ মামাৰ ৰাজনৈতিক

  • @mayraandme
    @mayraandme 19 часов назад +1

    ONGC is not someone private property it’s a public property

  • @Thearmyboy-j3e
    @Thearmyboy-j3e 5 часов назад

    Immediately promoted to Head constable

  • @Samonnoy
    @Samonnoy 24 минуты назад

    তাৰ আগৰ খিনি ভিডিঅ দিব লাগে ..সাংবাদিকৰ আচল স্বৰূপ ওলাব

  • @bibekkujur220
    @bibekkujur220 10 часов назад

    অসম আৰক্ষী আৰু ৰাইজৰ মাজত মিলাপ্ৰিতি নাই কিয়

  • @malaybodo4600
    @malaybodo4600 11 часов назад

    আৰক্ষী-জনতাৰ সংঘাত

  • @pbarman7369
    @pbarman7369 18 часов назад +1

    Iyaru lbl besi hoise...Hon'ble CM Sir, DGP Sir'r kotha pattae nidiye dekhun... dismiss koribo lage

  • @rinkubornil7600
    @rinkubornil7600 Час назад

    ইয়াক জে'ললৈ পঠিয়াব লাগে অতি সোনকালে ।

  • @RituponGogoi-on9lc
    @RituponGogoi-on9lc 10 часов назад +2

    Army buli bhabi loi 😂 police sakori pai nijoke .Army hokoley eman ovodrami nokore

  • @AmarSaraniya
    @AmarSaraniya 8 часов назад

    Aru police t appointment diok police kom hyce Assam t blg 2 kam baki ni r jte tte public k disturb krar bade saikrne appointment di ase nk police t

  • @hbarman3111
    @hbarman3111 8 часов назад

    Assam Police in our of control mood 😊

  • @legendariya6957
    @legendariya6957 17 часов назад +2

    মুখ্যমন্ত্ৰী মহোদাই আপোনাৰ দ্বাৰা গৃহ বিভাগ ন হব ।। আপুনি by by ডিউক গৃহ বিভাগ।।।

  • @নয়নজ্যোতি
    @নয়নজ্যোতি 19 часов назад +2

    "পুলিচ মোৰ" পাহৰি গৈছে নেকি ৰাইজ

  • @mridultalukdar7913
    @mridultalukdar7913 3 часа назад

    অসম পুলিচ মানে অসমৰ কাৰণে নহয় কেৱল নেতাৰ চাকৰ

  • @anonymous_assamese4838
    @anonymous_assamese4838 5 часов назад

    ইছ ৰাম, অসম পুলিচৰ অৱস্থা ..... ভণ্ডামি কেৱল 😮

  • @GautamRoysharmah-bj7yh
    @GautamRoysharmah-bj7yh 20 часов назад +1

    Assam police

  • @hopunmorisika8180
    @hopunmorisika8180 14 часов назад +1

    তহঁত বোৰো ভাল নহয় ,মহা হাৰামি ।।

  • @AssameseGent
    @AssameseGent 5 часов назад

    Police ৰ বহুত দাদাগিৰি হৈছে আজিকালি।😂

  • @pgcreation4658
    @pgcreation4658 8 часов назад

    ৰাইজে মিলি অলপ ধুলাই দিলে টিক হৈ যাব