Ramcharan Bharalir VCD"কলিৰ আগমন"

Поделиться
HTML-код
  • Опубликовано: 5 окт 2024
  • "কলিৰ আগমন" এটি তত্বগধুৰ নাম, ১৯৯৩ চনত প্ৰথম বাৰ ভৰালী খুৰাৰ কণ্ঠত শুনিবলৈ পাইছিলো। তেতিয়াৰ পৰাই নামটোৰ প্ৰতি মোৰ দুৰ্বলতা থাকিল।সেয়ে ২০০৪ চনত পুনৰাই বাণীবদ্ধ কৰি নিজাকৈ সংৰক্ষণ কৰিলো। হাজো অঞ্চলৰ হৰগৌৰী মন্দিৰত ভিডিঅ'টো কৰা হয়।এই চেগতে দৰ্শক ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিলো।

Комментарии • 8

  • @dandedas5191
    @dandedas5191 Год назад +3

    ৰামচৰণ ভৰালীৰ নাম এটি শুনি ৱলৈ মন গৈছে মুনিয়ে অৰণ্যত ধৈন ধৰি আছিল ৰজা ই মুনিক অপমান কৰিছিল পিছত ৰজাৰ তেনেকুৱা হয় সৈ নামটিৰ নাম কি আছিল জনাব

  • @bajalitimes6091
    @bajalitimes6091 3 года назад +6

    ঈশ্বৰে মংগল কৰক।

    • @lijasharma6830
      @lijasharma6830 Год назад

      :vcv
      cvcvvvz
      vzvzucuu
      uvzuzvzuvuvuzuvuuzzuuuvvvvvvuuuu
      Vhk

  • @harendradeka7814
    @harendradeka7814 Год назад +1

    জয় শ্ৰী ৰামচৰন ভৰালিৰ লগতে দলৰ সকলো সদস্য সকললৈ ধন্যবাদ।

  • @harmohanmali1774
    @harmohanmali1774 2 года назад +1

    Apunar nam suni bar val lage

  • @mantuhaloi8717
    @mantuhaloi8717 4 года назад +1

    Puroni Nam bahut Val lage

  • @harmohanmali1774
    @harmohanmali1774 2 года назад +1

    Hu