Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
প্ৰনাম। আপোনাৰ সৃষ্টি সদায় বিশেষ। অসাধাৰণ। অসমৰ সম্পদ মাননীয় ৰামচৰণ ভৰালী দেৱ।।
প্ৰকৃত শিল্পী । অসম চৰকাৰে শিল্পীৰ সৰ্বোচ্চ সন্মান ৰামচৰণ ভৰালী দেৱক দিব লাগে ।
Xundar ❤️
কৃষ্ণ এয়াই হৈছে নাগাৰা নাম য'ত ভগৱন্তৰ গুনানুকীৰ্তন কৰা হৈছে আৰু চাপৰী শুদ্ধ হিচাৱত অৰ্থাৎ হৃদীপদ্মত ধৰা হৈছে।কৃষ্ণ বাপ প্ৰভু সুন্দৰ হৈছে নাম 🙏🙏🙏
এই বয়সতো ইমান সুন্দৰকৈ নাম গাইছে বহুত ভাল লাগিল।
,,👍👍👍👍
বহুত ভাল লাগিছে নাম চাই।সেৱা জনালোঁ । মোৰ পৰম শ্ৰদ্ধাৰ ৰাম চৰন ভৰালী দেৱক। তেখেতৰ সু স্বাস্থ্য , আৰু দীঘায়ো কামনা কৰিলো। তেখেত এজন অসমৰ নামৰ ভৰাল পুনৰ আকৌ এবাৰ ভিডিঅ'টো চাই মোৰ সত্ৰ কৌটি বাৰ আপোনাক প্ৰনাম। ভগৱানে আপোনাক সদায় শক্তি প্ৰদান কৰক।🙏🙏🙏
Dhuniya
Br val lagil. vgbane aponak bhu din jiyai rakhok.
Ati sundar
ৰামচৰণ ভড়ালী ৰামচৰণ ভড়ালীয়েই । তেখেত একক, অনন্য আৰু অদ্বিতীয়। তেখেতৰ কোনো জুনিয়ৰ, চিনিয়ৰ বা ডুপ্লিকেট নাই। আমি সৰুৰে পৰাই বিভিন্ন পাঠকৰ নাগাৰা নাম চাই ডাঙৰ হৈছোঁ। কিন্তু এনেকুৱা সুললিত আৰু গভীৰ কণ্ঠৰ নাম শুনা নাই। এই কণ্ঠটো লৈ যদি তেখেতে বেলেগ গান গালেহেঁতেন তেতিয়াহ'লে ৰামচৰণ ভড়ালীক হয়তো আমি অসমৰ সলনি কোনোবা ৰাষ্ট্ৰীয় প্ৰক্ষাপটত দেখিলোঁহেঁতেন। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।
বহুত বহুত ধন্যবাদ।
একেবাৰে সচা কথা,,,,,,
Very good Nagara Naam. He is a King of Nagara Naam. He is a gold for our Assam. God 🙏 bless him..
Bhut dhaniya
Krishna krishna bap pranam janalo krishna krishna 🙏🙏🙏🙏
0
Very very❤❤❤❤❤
Dhuniya sir
Good job dada god blass you
নামটো গুৰুত্ব দি চোৱাৰ বাবে ধন্যবাদ।
Xundar
khub val kaam korise aei apurugia collection bur kora bbe....aeidhorone apuni collection bur kori aag barhi jaok...aami ji dhorone paru encourage kori jaam
Bahut val lagil
❤❤❤nice❤❤❤
ভাল লাগিল ।
ভঢ়ালী ছাতৰৰ নাম শুনি বিৰত ভা লাগিল
Mayo bhal pao
@@jadabchoudhuri1008qt j+jm mp za😅😅😅❤😅😊😊
Moja sir
ভগৱানে ভালে-কূশলে ৰাখক । আমাৰ চিৰ নমস্যৰ গুৰু দেৱক আৰু কিছুবছৰ🙏🙏🙏🙏
অতি সুন্দৰ পৰিবেশন হৈছে খুৰা। ভগৱানে ভালে ৰাখক।
Jay Gobinda.
Jay sri krishna guru mere prabhu ji ki jay ❤❤❤❤❤❤
সেৱা জনালো
Naamto bahut xunder.pise naamt koi side r manuhar maat besi xuna goise .aikhini olp komkoi hle aaru besi vaal lagibo.suveshya thakil.
🙏🙏🙏
নাগাৰা নামৰ ভোটা তৰাহৈ জিলিকি থাকক পছৰীয়া উততম
প্ৰভূ নমস্কাৰ যাচিলো উত্তৰ গুৱাহাটী অভয়পুৰ ৰ পৰা।
এইজন এজন নাগাৰা নামৰ ভোটা-তৰা
Ram Ram ki bhal loga apunar ayuh aru barhi thakak
NAGARA NAMAR AKSATRI SAMRAT BHARALI DEVALOI PRANAM❤❤❤❤❤❤❤
dIRGHA JIBAN KAMANA KARILO
--কক
ভাষা বুজাত অসুবিধা হৈছে।বুজাব।

@@jadabchoudhuri1008qt j+jm mp za
😅😅😅❤😅
😊😊