Zubeen Garg News: জুবিন গাৰ্গৰ কি কি নতুন ছবি আহি আছে?

Поделиться
HTML-код
  • Опубликовано: 30 сен 2024
  • জুবিন গাৰ্গৰ কি কি নতুন ছবি আহি আছে? বিহুৰ বাবে কি পৰিকল্পনা জুবিনৰ? লোকসভা নিৰ্বাচনক লৈ কি ক'লে জুবিনে? ND24ত জুবিন গাৰ্গৰ বিশেষ সাক্ষাৎকাৰ...
    #zubeengarg
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 RUclips channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐊𝐨𝐨: www.kooapp.com...
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    ▶️ ৰাজপাট কাৰ?
    • ৰাজপাট কাৰ? | 2024 Lok...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Комментарии • 281

  • @Digantahazarika-v5h
    @Digantahazarika-v5h 5 месяцев назад +59

    ভাল দিছে জুবিন দাই..মানুহটোক দিনটো শুৱলৈ দিৱ লাগে নে এনেকুৱাকৈ দিছটাপ দিৱ লাগে৷

  • @sanjaypradhan9175
    @sanjaypradhan9175 5 месяцев назад +37

    তই হলি ৰিপোৰ্ট ৰজা এতিয়া পালি কেনেকৈ মজা 😂😂🤣🤣

    • @DjAlex1040
      @DjAlex1040 5 месяцев назад +3

      Right bro😂

    • @KakoliGayan-xg4gj
      @KakoliGayan-xg4gj 5 месяцев назад +1

      😂😂😂😂😂😅😅😅😅😊😊😢😢🤣🤣🤣🤣🤣🥰🥰🥰🥰🤗🤗🤗

  • @abinash508
    @abinash508 5 месяцев назад +41

    বিৰাট মানুহ👌👌 এইটো এটিটিউড ৰ বাবে ভাল লাগে মানুহ জনক, সদায় এনেকৈ থাকক আমাৰ জুবিন দা সদায় বিন্দাচ🤘

  • @JMK1122
    @JMK1122 5 месяцев назад +18

    Aru jokai lo baperek ratipowate. Pali moja2 😂😂😂

    • @Zgassamking
      @Zgassamking 5 месяцев назад +2

      😂

    • @xrajff3601
      @xrajff3601 5 месяцев назад +1

      😂

    • @KakoliGayan-xg4gj
      @KakoliGayan-xg4gj 5 месяцев назад

      😂😂😅😅😊😊😢😢🤣🤣❤❤❤❤🥰🥰🥰🥰🤗🤗🤗🤗

  • @debajitdeka2602
    @debajitdeka2602 5 месяцев назад +56

    Xubo Diya manuh tuk, agote xudhi luwa kotha kbo pora obosthat ase ne nai.. rati anusthat kri ratipuwai kune news t valkoi ktha kbo pare

    • @AnupZg-io2pc
      @AnupZg-io2pc 5 месяцев назад +3

      Vagor loga tu hoi jodiu.. teu drink 't .. ase .. so jata kotha nuhudhai val..

  • @NeelimSourav
    @NeelimSourav 5 месяцев назад +29

    সাংবাদিকে আল বাল সুধি মানুহক হাৰাসাষ্টি কৰে

    • @pabitr1102
      @pabitr1102 5 месяцев назад

      Xosa de Aal bal xudhi j thaka sudur vai hot

    • @manashphukon6226
      @manashphukon6226 5 месяцев назад

      Dhole Hykrne Ey2k Bhalke

  • @abhijit3540
    @abhijit3540 5 месяцев назад +14

    Reporter buror anekwa a ulota question koribo lage ..

  • @DharmendraDeka63
    @DharmendraDeka63 5 месяцев назад +37

    মানুহজন বহুত ভাগৰুৱা হৈ আছে।

  • @chinmoykalita..darrang.ass8788
    @chinmoykalita..darrang.ass8788 5 месяцев назад +20

    MONSTER ZUBEEN DA 😊😊❤❤😈😈... DISE KINTU DHUI 😅😅 MZZA ZUBEEN DA 🔥👍

  • @thesky6495
    @thesky6495 5 месяцев назад +4

    People think he is just drunken singer. but actually he is intelligent. He gives logical answer always 😂😂😂😂😂

  • @indrajitborah2174
    @indrajitborah2174 5 месяцев назад +20

    হিমু কাইক চিনেমা গানৰ কথা সুধিলে কি ক'ব বাৰু ?! গতিকে election ৰ কথা এখেতক সুধি কি লাভ ? অলপ ভাবি গুণী কথা সুধিব চোন আপোনালোকে 😊

    • @biswanath3464
      @biswanath3464 5 месяцев назад +1

      Tetiya he xomalosona koribo paribo zubeen Dak jata question Kori

    • @Ram-ow4gj
      @Ram-ow4gj 5 месяцев назад

      Xasake o.....reporter burar Murat kiba ase ne ni

    • @Sarma.k_123
      @Sarma.k_123 5 месяцев назад

      Xudhiboi lagibo dada. Karon Ami xadharon raijei tu vote di amar leader choose korim no?? Nd zubeen da e j palti marise etiya sobe Jane. CAA andolon r time t koisil j ami nije dol khulim nd CAA ona dol k uforai dim. Nd dol khula party k poisa dim buliu koisil. Xeikhon meeting t moi present asilu. Kintu lurin e dol khular pasot teu ja ta kotha kua start korile, himu k bhal CM buli kole, ebaru raijok nokole j CAA ona dol k vote nokoribo. Manuh jon totally changed hoi gol. Nd sob function te ek mokha mod khai jai bd bhalke perform nokore. Enekua asoron bhal nlge diok sun

  • @pallabjyoti4581
    @pallabjyoti4581 5 месяцев назад +7

    😅😅😅moja dise zubeen dai

  • @aj951
    @aj951 5 месяцев назад +19

    অহংকাৰ হল জুবিনৰ, বিহু শুভেচ্ছা অকণমান দিলে কি ক্ষতি হব, অকল নিজৰ ছবি ছবি কৈ থাকিলে ৰাইজৰ উন্নতি হব জানো

    • @musicworld676
      @musicworld676 5 месяцев назад

      Pagol he ata toi

    • @ajitrabha6646
      @ajitrabha6646 5 месяцев назад

      Faltu husy zubeen mal bisi hl j.funtion namatily cenima nasyly otomitik😂

  • @mrsjcvlog5651
    @mrsjcvlog5651 5 месяцев назад +10

    ❤ mozahh zubeen da

  • @manjittalukdar21
    @manjittalukdar21 5 месяцев назад +7

    Zubeen Daa on fire ❤😂

  • @BabanSon
    @BabanSon 5 месяцев назад +5

    Moja desa zubin da ..... Love you ❤❤❤❤

  • @Arshita77
    @Arshita77 5 месяцев назад +9

    very good tera koi kua babe....media matha goram hoi goise kijani

    • @AnupZg-io2pc
      @AnupZg-io2pc 5 месяцев назад +2

      Gear't thakile khaboi.. aal bl qsn korbo gole 😂

    • @AnupZg-io2pc
      @AnupZg-io2pc 5 месяцев назад

      Aru eneu tahate bitorkor karone montobyo lobo jai

  • @nikumoninath7755
    @nikumoninath7755 5 месяцев назад +7

    Joy Zubeen Da ❤️❤️❤️

  • @sanjayvlogs12
    @sanjayvlogs12 5 месяцев назад +7

    Moja dise zubeen dai joi zubeen da❤❤

  • @gunajitbarman2066
    @gunajitbarman2066 5 месяцев назад +7

    Joi Zubeen da ❤️❤️❤️

  • @abhijitbaruah9903
    @abhijitbaruah9903 5 месяцев назад +5

    Moja👍👍👍👍👍👍

  • @diptalukdar528
    @diptalukdar528 5 месяцев назад +7

    Jai zubeen da🔥

  • @assamrajgaming
    @assamrajgaming 5 месяцев назад +5

    Sigma 🗿 ----- Zubeen daa❤

  • @zoydevmusical6290
    @zoydevmusical6290 5 месяцев назад +6

    Aru jokai lo 😂😂😂

  • @chandanneog1965
    @chandanneog1965 5 месяцев назад +20

    এতিয়াও (বয়স বাঢ়িছে, কিন্তু গানবোৰ বৰ উচ্চস্বৰৰ) জুবিন গাৰ্গে আগৰ দৰে পুৰা High Scale ত চিঞৰি গান গাব বুলি আশা কৰি সমালোচনা কৰা কেইটা অলপ জ্ঞানী ব্যক্তি নে বাৰু!! অন্য ধৰনেও কষ্ট হয় বাবে মানুহটোৱে Show বোৰ নকৰোঁৱেই কৈ আছে দুবছৰ মানৰ পৰা, এতিয়াও আগতকৈ বহুত কমালেই। কিন্তু এনেকুৱা বহুত পুৰণা বিহু কমিটি আছে য'ত আজি প্রায় 30 বছৰে জুবিনে একাধাৰে প্ৰতিবছৰে অনুষ্ঠান কৰি আহিছে, সেয়ে তেওঁলোকক না নকৰি নোৱাৰোঁতেই এতিয়াও 20-25 খন বিহু অনুষ্ঠান কৰিব লগা হয়। লগতে গানটো গানেই, জুবিন বুলিলেই মানুহটোকে চাবলৈ দৌৰিযোৱা দৰ্শকেই বেছিভাগ থাকে তাত। কিন্তু ঘৰত বহি কামুৰি থকা বোৰকটো কোনোদিন সুখী কৰিব নোৱাৰিয়েই!! সিঁহতক কওঁ যে দম আছে যদি জুবিনৰ পুৰণা কাৰ পৰশ গানটোৰ Live Show এটা সমালোচনা কৰক চোন চাওঁ দম...
    দম আছে যদি জুবিনৰ পুৰণা কাৰ পৰশ গানটোৰ Live Show এটা সমালোচনা কৰক চোন চাওঁ দম।
    কামুৰি থকা Young মানুহ কেইটাই বাৰু গোটেই দিনটো অসমৰ ইমুৰৰ পৰা সিমুৰলৈ কেৱল Travel কৰি (কামটো বাদেই দিছোঁ) ৰাতি 11 টা বজাত (কমিটীয়ে তেতিয়াও মঞ্চ এৰি নিদিয়েই) মঞ্চত উঠি মাত্র দুদিনমান (এমাহ নালাগেই) উচ্চ স্বৰত 2 ঘণ্টা চিঞৰি থাকক চোন চাওঁ কেনে লাগে..... আৰু এনেকেও তেওঁ জুবিন গাৰ্গ হয়, টুলুঙাকৈ দুফাকি চিঞৰাবোৰৰ কথা নকওঁ বাৰু, কিন্তু সংগীতক শ্ৰদ্ধাৰ দৃষ্টিৰে চোৱা আমিবোৰৰ বাবে জুবিন গাৰ্গ সদায় ভগৱান সদৃশ...সুৰৰ ৰজা হয়, শব্দৰ ভাণ্ডাৰ হয়, এটা এটা Album ত ফুটি উঠা সকলো ধৰণৰ সংগীতত দক্ষ এজন অমিয়া কণ্ঠৰ লগতে সংগীতৰ মালিক হয় তেওঁ... তেওঁ যিমান বয়সীয়া নহওঁক কিয়, আমি অতীত খিনি পাহৰি যোৱা মানুহৰ দৰে নাভাবো তেওঁক। গতিকে জুবিনক বেয়া পাইছে নাচালেই হ'ল, Social Media ত জ্ঞান প্ৰদৰ্শনৰ কোনো দৰকাৰ নাই।

    • @manabendranath2117
      @manabendranath2117 5 месяцев назад +2

      Thik koise apuni. ❤❤

    • @niranjondeka8514
      @niranjondeka8514 5 месяцев назад

      সঁচা কথা কৈছে apuni 👍👍👍👍

    • @thesophist3591
      @thesophist3591 5 месяцев назад +1

      ঠিকেই । সেইকাৰণে মই বিহু function এই নাচাও। Phone এই ঠিক আছে

    • @chuitchumann1748
      @chuitchumann1748 5 месяцев назад

      আপুনি খুবেই ভাল কথা কৈছে দাদা । জুবিন গাৰ্গক সমালোচনা কৰাৰ ধৃষ্টতা আমাৰ দৰে কম বয়সীয়া ছাত্ৰৰ নাই .. i m a medical student n belong to a musical background family শাস্ত্ৰীয় সংগীতৰ শিক্ষাও লৈছো অলপ so নিজৰ বিবেচনা পৰা কও যে আপুনি যে কৈছে এতিয়াও high scale ত গোৱা কথাষাৰ সেয়া ঠিক গ্ৰহণযোগ্য নহয়... সংগীত শিল্পী এগৰাকীৰ বয়স বঢ়াৰ লগে লগে কণ্ঠ ক্ষমতা হ্ৰাস নহয় বৰঙ consistent ৰেৱাজ( গভীৰভাৱে চৰ্চা কৰা)ৰ ফলত voice quality enhance হৈ থাকে,বেছি smoothy হয় । ক্ৰিড়াৰ লগত জড়িতসকলৰ ক্ষেত্ৰত হে আপুনি কোৱা কথাখিনি প্ৰযোজ্য 😊 কুমাৰ চানু, উদিত নাৰায়ণ, য়েছুদাস আদি Bollywood গায়কৰ উদাহৰণ উল্লেখনীয়। তাৰোপৰি জুবিন গাৰ্গৰ বয়স ৫০ চুইছে হে 😅 তেওঁ সুৰৰ সম্ৰাট নিঃসন্দেহে, কিন্তু ব্যক্তিত্বৰো বহু কথা থাকে , u can notice properly he was drunk ... তেওঁ সুৰেৰে আৱেগত পৰিণত হৈ গৈছে যদিও আৱেগতে without any analysis সবতে তেওঁক support কৰাটো জানো শুদ্ধ ?( অকল মাত্ৰ এই videoটোৰ বাবে কোৱা নাই ) বেয়া নেপাব কথাখিনিৰ বাবে মোক 🙏

    • @chandanneog1965
      @chandanneog1965 5 месяцев назад

      @@chuitchumann1748 কোনো লতা মংগেশকাৰো নহয় , কোনো জুবিন গাৰ্গো হ'ব নোৱাৰে , কোনো ভূপেন হাজৰিকাও হ'ব নোৱাৰে আৰু কোনো বিষ্ণু ৰাভাও হ'ব নোৱাৰে ! আৰু মানুহৰ শৰীৰ হয় ভাই , ৰেৱাজ নকৰা সেইটোত টো জুবিনক জানেই আৰু সেইটোত প্ৰশ্ন কৰি লাভ নাই ! জুবিন জুবিনেই ! তোমালোকে যে ইমান Classical ৰ উদাহৰন দিছা তেনেহলে জুবিনে ডেকা কালত যিখিনি কৰিছিল তোমালোকৰ গোটেই বংশধৰৰ লগতে চৈধ্য পুৰুষ আনকি নিজৰ দেউতাৰায়ে চিঞৰি সেই অসম্ভৱ Humming বোৰ দিব পাৰিব নে ? জুবিনৰ নিচিনাকৈ Humming দিব পাৰিব নে নাই All India't world humming বুলিলে কাৰ নাম আহে প্ৰথম ? কোনো মাইকেলালে নোৱাৰে ! জুবিনৰ শব্দত ক'বলৈ গ'লে ঘেন্টা ডালো নোৱাৰে !! গতিকে একো জ্ঞান নোহোৱাকৈ পাগলৰ দৰে কোনো ধৰনৰ মন্তব্য দিয়া উচিত নহয় ! যাৰ যিমান ক্ষমতা আছে চবেই দেখিছেই ! Sonu Nigam ও জুবিন গাৰ্গ হ'ব নোৱাৰে , আৰু সিহঁতৰ নিচিনাকৈ Celebrity life নকটাই জুবিনে ! জুবিনৰ শাৰীৰিক বহুত পৰিশ্ৰম থাকে , জুবিনে কষ্ট কৰে , জুবিনে ৩০/৪০ খন বিহু মঞ্চ Continue কৰে অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ ! Sonu Nigam ৰ নিচিনা বা Arijit singh ৰ নিচিনা একদম যিটো নেকি ১০ দিন আগতেই Sound Check কৰি বহুত দিনৰ মূৰে মূৰে এখন একদম বিশাল Concert Play কৰিবলৈ নাহে ! জুবিনে ইয়াত মানুহৰ বাবে কাম কৰে বাহঁৰ মঞ্চ এখনত উঠি লৈ ! একদম ডাঙৰ ডাঙৰ Award Show ত জুবিনে সন্মান ল'বলৈ যোৱা নাই ! জুবিনে কন্ঠৰ ৰেৱাজ নকৰে এতিয়া বুলি নহয় আগৰ পৰাই নকৰে ! জুবিন Classically Type ৰ মানুহেই নহয় , জুবিনৰ সেইটো Natural কন্ঠ যাক নেকি আমি মায়াবী কন্ঠ বুলি কওঁ ! আৰু Nature য়ে দিছে কাৰনে জুবিনৰ কন্ঠত দম আছে ! বেলেগৰ নিচিনা Artificial কন্ঠ নহয় জুবিনৰ ! ইমান Classical'r কথা যে ক'বলৈ আহিছা তুমক নিজেই বা তোমাৰ গোটেই বংশই চিঞৰি দেখাৱক চোন Humming দুটামান চাও ! গতিকে বৰ্তমানলৈকে যিখিনি কৰিছে বা অসমৰ ৰাইজলৈ আগৱঢ়াইছে সেইখিনিক লৈ কিবা কৈ দেখুৱাচোন চাও , যিখিনি কৰা নাই সেইখিক লৈ নহয় ! তুমালোকৰ নিচিনা অলগদ্ধসোপাক সন্তোষ কৰিবলৈ জুবিনৰ জন্ম হোৱা নাই নহয় !!!!!!!!!!!!

  • @MamoniBoro-j2l
    @MamoniBoro-j2l 5 месяцев назад +3

    Mojja Mojja hahaha

  • @drummern.j9097
    @drummern.j9097 5 месяцев назад +7

    🔥🔥🔥

  • @Kuldeep-d1l
    @Kuldeep-d1l 5 месяцев назад +7

    Love you Zubeen da ❤

  • @nabasarma5946
    @nabasarma5946 5 месяцев назад +5

    Joi zubeen da❤❤❤❤

  • @protimpartha1mj
    @protimpartha1mj 5 месяцев назад +1

    মদে ধ্বংস কৰিলে

  • @bidyutbikashbaruah
    @bidyutbikashbaruah 5 месяцев назад +1

    Thik dse kla sutmarani sangbadik tuk😂

  • @letshangout6413
    @letshangout6413 5 месяцев назад +1

    Ki buli nijor channelt upload dile asorit😂beya fali se zubeen daye😅😅

  • @hirak6929
    @hirak6929 5 месяцев назад +3

    Love you always blger kotha baad diyok ur alwys my king ❤❤❤❤

  • @Manash15
    @Manash15 5 месяцев назад +2

    jagat disi 🔥😂

  • @GAROTVMoralstories
    @GAROTVMoralstories 5 месяцев назад +1

    Maksudai zuben

  • @sahid-407
    @sahid-407 5 месяцев назад +3

    মানুহে ভগৱান নহয় নহয়😂😂😂😂😂❤❤

  • @biswanath3464
    @biswanath3464 5 месяцев назад +2

    Politics or kotha kio xudha o tetiya he kiba ata kole aru headline bonabo paribi tuhak asolote kubaba lage kela

  • @rimleeborah5460
    @rimleeborah5460 5 месяцев назад +1

    Love u Zubeen daa❤❤❤❤❤❤

  • @bishajitdas4986
    @bishajitdas4986 5 месяцев назад +1

    Kunu nathakileu moi asu tumar logot,hodai tanekoi thakiba,dagorok dangor buli vabiba aru horuburoku hikha diba,tarei kamona korilu....moi bishajit majuli thakurbari.....❤🎉😂😢😮❤😂🎉😮😅😅😊😊🎉🎉🎉🎉❤

  • @manaspratimnath5515
    @manaspratimnath5515 5 месяцев назад +1

    modahi tur cinema nasao

  • @zgofficialassam7536
    @zgofficialassam7536 5 месяцев назад +2

    😂😂😂😂😂Happy Bihu ❤

  • @lokhidaimary730
    @lokhidaimary730 5 месяцев назад +1

    😂😂😂😂😂😂😂😂

  • @MrpaweMrpawe
    @MrpaweMrpawe 4 месяца назад +1

    Jubeen garge 👑

  • @bishajitdas4986
    @bishajitdas4986 5 месяцев назад +1

    Apuni voba hole apunar cenema sin bur amar assmote asil...Toka poisa Lage aru emanu nanage jiyai thakibo porakio he Lage ....

  • @AnupZg-io2pc
    @AnupZg-io2pc 5 месяцев назад +1

    Kela drink obosthat Balor Qsn koribo najabi 😂 uluta khabi

  • @RajuSawra-u9q
    @RajuSawra-u9q 5 месяцев назад +3

    I love you zubeen da💗

  • @RAJURABHA420
    @RAJURABHA420 5 месяцев назад

    Eyak Kune Reporter Bonale Oooo. Hilpik Rasnitir Kotha Hudhi ase. aata duta Hudhile belek. Upper Or Pora Lower Loike Political Partir Kotha Hudhi ase.😅

  • @jollywoodworld7395
    @jollywoodworld7395 5 месяцев назад +3

    mojjaaa dse

  • @মহাকাল-ৰুদ্ৰ
    @মহাকাল-ৰুদ্ৰ 5 месяцев назад +2

    মালটো পাৰিলে কমা দেই ককাই😢😢

  • @chandrajit123-h7l
    @chandrajit123-h7l 5 месяцев назад +3

    Jui Zubeen Da❤❤❤

  • @Goldminescompany2034
    @Goldminescompany2034 5 месяцев назад

    সাংবাদিক গৈ গৈ মানে পলিটিকছ পালেই

  • @nakibali4475
    @nakibali4475 5 месяцев назад

    এখেতে অকল BJP মানুহ কেইজন হে চিনি পায় ?

  • @Ogshorts788
    @Ogshorts788 5 месяцев назад +3

    Love you Zubeen da ❤❤❤❤

  • @parthasaikiavines4848
    @parthasaikiavines4848 5 месяцев назад

    বেচেৰা সাংবাদিক কেটাই বিৰাট লাজ পাইছে আৰু.. 😂😂😂😂

  • @Wednesdaytravelling
    @Wednesdaytravelling 5 месяцев назад

    Irritate kori nathakiba o bhai hot😂😂😂😂

  • @newwx87
    @newwx87 5 месяцев назад +1

    Zubeen Garg be like: Kela Tohot aru ahi goli ane Tuponi huwa ni 😂😂😂

  • @AbinashDas-oe9pn
    @AbinashDas-oe9pn 5 месяцев назад +3

    Joi zubeen da ❤

  • @Nirju-cw7ie
    @Nirju-cw7ie 5 месяцев назад +6

    Zubeen da jindabad 😂❣️❤️

  • @k43-FF
    @k43-FF 5 месяцев назад +1

    News bilak pgl kela ji ti hudhi thake beh aku tu nejane ya ki ki hudhibo lgee… nkng ar blg ako!!

  • @dipankarrabha925
    @dipankarrabha925 5 месяцев назад

    Vote diye poa nai 😂😂

  • @MonuBhaiMusiccompany-bs7tu
    @MonuBhaiMusiccompany-bs7tu 4 месяца назад

    Jubin dada ❤❤❤❤ 😆😆😆😄😄😄😃😃😀😀👍👍👍👍👍👍 very good ♥️♥️

  • @SanatanRabha-ss9kq
    @SanatanRabha-ss9kq 5 месяцев назад

    Rati mod khai nishai bhonga nai Nisa aru tuponi gusai nai😂😂😂 😂😂

  • @Moi_a_de
    @Moi_a_de 5 месяцев назад +1

    Moja Diss disi kla news channelok 😂😂 Jai ZUBEEN Daa ❤😈

  • @assambop1315
    @assambop1315 5 месяцев назад +1

    আপোনাৰ দশা টো যতীন দা নিচিনা হব নেকি। যি দেখিছোঁ

  • @67Vijay67
    @67Vijay67 5 месяцев назад +6

    মাল ফিতিং

  • @ringkuray4384
    @ringkuray4384 5 месяцев назад +1

    Jai zubeen da ❤❤

  • @RajkumarDas-mf1fh
    @RajkumarDas-mf1fh 5 месяцев назад

    Jubinda taksot kehor rajnite kotha kintu jubin da gatu vall ne beya kuneu nukhodhe je keyo

  • @Rupalirongpharpi990
    @Rupalirongpharpi990 5 месяцев назад +1

    ❤❤❤ জয় জুবিন দাদা ❤❤❤❤

  • @ImAmir-ov6eh
    @ImAmir-ov6eh 5 месяцев назад

    Bihu ki notun k ki😂😂😂😂 super dise😂😂😂

  • @JintuChetia-b4c
    @JintuChetia-b4c 5 месяцев назад

    Zubeen da kathai blagei aru kije aru katha bilag Kai aru

  • @riturajgogoi3289
    @riturajgogoi3289 5 месяцев назад

    Vagor lagile poisa lobo nalage subo lage 😂😂 comedy

  • @ACHYUTDEKA-r7o
    @ACHYUTDEKA-r7o 5 месяцев назад

    ৰাজনীতিৰ কথা কিয় সুধে কুকুৰ হতে

  • @manavk4088
    @manavk4088 5 месяцев назад +1

    Then AJPk kiyooo fotua buli koisil?????
    😢

  • @SunuramDey
    @SunuramDey 5 месяцев назад

    Zubeen da zindabat❤

  • @anirudhbarman
    @anirudhbarman 5 месяцев назад

    Zubeen Da 👉 30 bosore bihu Kori asu, notun k kobole ki ase, moi ulta prosno korisu 😂😂

  • @ansubasumatary831
    @ansubasumatary831 5 месяцев назад

    Legendary speech zubeen da

  • @riturajgogoi3289
    @riturajgogoi3289 5 месяцев назад

    Joy govin da 😂😂 comedy mama mamir poisar cinema ha ha comedy 😂😂

  • @Debadelian
    @Debadelian 5 месяцев назад +1

    Ye moja dise Zubeen daye 😅😅😅😅

  • @bishalbivaanlaskar8433
    @bishalbivaanlaskar8433 5 месяцев назад

    Beya jeng be manuh tu

  • @DCP_CHITROLE_CID
    @DCP_CHITROLE_CID 5 месяцев назад +1

    He say always authentic 😂😂😂

  • @nabajyotigogoi5857
    @nabajyotigogoi5857 5 месяцев назад

    Aji kali ulbaal kotha koi zubeen e

  • @medinirajkalita6364
    @medinirajkalita6364 5 месяцев назад +1

    Vl dise Zubeen dai majja

  • @BabanSon
    @BabanSon 5 месяцев назад

    Moja desa zubin da ..... Love you ❤❤❤❤

  • @Coolboy44556
    @Coolboy44556 5 месяцев назад +2

    Arijit singh suli edalu jugyo nohoi modahi zubeen😂😂

  • @TheAssameseChannel
    @TheAssameseChannel 5 месяцев назад

    মাথা গৰম সাংবাদিক।

  • @mohanbania-my6tf
    @mohanbania-my6tf 5 месяцев назад +1

    😂😂😂Kam ni

  • @kumarsuman934
    @kumarsuman934 5 месяцев назад

    Aal baall xudhi bijal di adr

  • @LeninBasumatary-jn4pm
    @LeninBasumatary-jn4pm 5 месяцев назад +1

    Long live Jubeen da

  • @nakibali4475
    @nakibali4475 5 месяцев назад +1

    Huvda badi manu assam😅

  • @biswajitbaishya8434
    @biswajitbaishya8434 5 месяцев назад

    Sirf Excel dhulai 😂😂😂

  • @ChaoMridu
    @ChaoMridu 5 месяцев назад

    K tu ulaaysile aaru

  • @Acousticheadd
    @Acousticheadd 5 месяцев назад +1

    Zubeen Daa Rocks ❤

  • @assamvlog196
    @assamvlog196 5 месяцев назад +1

    Joi Zubeen

  • @rituparnasarmah3239
    @rituparnasarmah3239 5 месяцев назад

    Katiou nasou Assamese movie

  • @AZARSTRVLOG
    @AZARSTRVLOG 5 месяцев назад +1

    Val lagse 😂😂

  • @lituldeka4532
    @lituldeka4532 5 месяцев назад

    The way he speaks 😂😂😂😂😂

  • @ajoyvlogs7
    @ajoyvlogs7 5 месяцев назад

    Ultai dhorise😂

  • @pulakjyotirajbongshi1758
    @pulakjyotirajbongshi1758 5 месяцев назад

    ছাত্র জীবনত এদিন..... ৰাতি পুৱালে আমাৰ কলেজত জুবিন দা আহিব বুলি শাৰিৰীক আৰু মানসিক ভাবে অধিৰ আগ্ৰহেৰে ৰৈ আছিলো কিন্তু তহঁতৰ নিচিনা ফাল্তু মাধ্যম বিলাকৰ কাৰণে এদিন আগত সন্ধিয়া জুবিন দা ই গান নাগাওঁ বুলি কৈ দিছিল, তেতিয়া আমি বুজিছিলো কিমান বেদনা দায়ক সেই দিনটো..... এতিয়া তহতক নিউজ লাগে!!!!

  • @GSHubOfficials
    @GSHubOfficials 5 месяцев назад

    Artist মানু্হক Politics r kotha সুধি কিয় আমণি কৰিছে বাৰু

  • @manashphukon6226
    @manashphukon6226 5 месяцев назад

    Bhalke Dhule Ehotok