মোক গালত এটাই চৰ মাৰিছিল, সেইটো আজিও পাহৰিব পৰা নাই,সিহঁত মানুহেই নহয় Pratibha choudhary interview
HTML-код
- Опубликовано: 21 окт 2024
- guest - Pratibha choudhary
✅Instagram -
...
Facebook -Shemim Ahmed siddiki
Twitter - Shemim Ahmed Siddiki
@ShemimSiddiki
✅any business enquiry -
shemim.ahmed2@gmail.com
সকলো ডাক্টৰ মানৱপ্ৰেমী নহয়, চিকিৎসাবৃত্তি তেওঁলোকৰ কাৰণে সেৱা নহয় মাত্ৰ ধন ঘটাৰ আহিলা। এই ইন্টাৰভিউৱে তাকেই প্ৰতিপন্ন কৰিলে। আমাৰো এনে অভিজ্ঞতা প্ৰচুৰ আছে।
বা গৰাকীয়ে কোৱা প্ৰতিটো কথাৰ সত্যতা আছে ৷ আপুনি মোৰ আটাইতকৈ প্রিয় অভিনেত্রী ৷ আপোনাৰ এই সহজ সৰল গুণৰ ব্যক্তিত্বই মোক আৰু বেছি প্রিয় কৰি তুলিলে ৷ আপুনি আৰ বেছি ভাল কাম কৰি যাওক আশীৰ্বাদ থাকিল ❤❤❤❤❤❤❤❤❤
Val lagil. Thank u Shamim.sheis my favourite actress.Her acting is very natural.
বাইদেউৰ অভিনয় বহুত ভাল লাগে
সদায়ে সুন্দৰী সুন্দৰ হৈ থাকক বহুত বহুত ধন্যবাদ থাকিল ! কৃষ্ণ 🙏🙏
প্ৰিয় মানুহগৰাকী, মাটিৰ মানুহগৰাকী❤❤❤❤মেঘমল্লাৰ চাই আছো দেই। বহুত ধন্যবাদ চেমিম তেখেতৰ জীৱনৰ কথাখিনি আমাৰ লগত share কৰাৰ সুবিধাকণ দিয়াৰ বাবে। বহুত মৰম আৰু শুভেচ্ছাৰে সদায় ভালে থাকক তেখেত আৰু তুমি🎉🎉🎉
Karunai bahutare jiban gaise aru amar dada janar tenekai dhukai gaise aru love from mangaldai ❤️❤️❤️❤️❤️
গুৱাহাটীৰ ডাক্টৰকেইটাক গাজালৈ পঠিয়াই দিব নোৱাৰিনে ? কিন্তু কেইজনমানক মানিব লাগিব , যিয়ে মাতেৰে, কথাৰে, ব্যৱহাৰেৰে ৰোগী মানুহক সুস্থ সৱল কৰি তোলে , তেওঁলোকে বহুত মানুহৰ আশীৰ্ববাদ পায়
জীৱণৰ খাল-বাম নেওচি সম্প্ৰতি এগৰাকী সফল নাৰি আৰু অভিনেএীৰ কৰ্ম দক্ষতাই নিশ্চয় নৱ প্ৰজন্মক উৎসাহিত কৰিব।
গতিকে চেমীম বা আৰু খুড়িলৈ হিয়াভৰা মৰম আৰু অভিনন্দন জনালো।
ইতি
তিলেশ্বৰ য়েইন
দিচাংমুখ।
Baideu jonir avinoy sai hosake eman val lage ! Jeniba avinoy nohoy heya bastob he. Tekhetor porisoyr bikhoye janiboloi bor issuk hoi asilu kintu aji shemimar joriote heya homvob hol. Dhonyobad shemima.
Grand salute to pratibha baidaw. Go ahead way to your journey. God bless you and your family. All the best wishes to you. She was always evergreen female actor of Assam. ❤❤❤❤❤
খুব প্ৰিয় অভিনেত্ৰী গৰাকীৰ ভিডিঅ'দিয়া বাবে চেমিমলৈ ধন্যবাদ
Unique and ultimate female actor of Assam.❤❤❤ God bless you pratibha baidaw. ❤❤❤
প্ৰতিভা বাইদেউৰ কথাবোৰ শুনি বহুত দুখ লাগিল ।আপুনি আগুৱাই যাওক।
বাইদেউৰ কথা শুনি বহুত দুখ লাগিল । বাইদেউৰ অভিনয় চাই বহুত ভাল পাওঁ । আৰু মোৰ জন্ম ভূমি পাঠশালাত বিয়া হোৱা গম পাই ভাল লাগিল ।
Bahut val lagil episode Tu... Khub mrmlga xohoj xorol egoraki ovinetri matir manuh xosai... Xu sasthya kamona krilu.., vale thakk xodai
বহুত ভাল লাগিল ।❤❤❤❤
বহুত ভাল লাগিল ।
Prativa বাইদেউৰ অভিনয় চাই ভাল লাগে।
ভাল লাগিল দেই চাই 🎉🎉🎉
Bht vl lagil dhonyobad jonalu
Jethai makor ghrr amr ghrr usrotei hoi bht vl lge jethaik xokoluke emn dhuniak mate❤ love from bongalmora, Lakhimpur
বহুত দুখ লাগিল বাইদেউৰ কথাবোৰ শুনি বাইদেউক বহুত ভাল লাগে
😂Val lagil baedew
বহুত ভাল লাগিছে বাইদেউৰ interview টো চাই।
বাইদেউ আপোনাক বহুত বহুত ভাল লাগে। আপোনাৰ সুস্বাস্থ্য কামনা কৰিলো।
ভাল লাগিল 🙏🙏
প্ৰতিভা বাইদেউৰ অভিনয় বহুত ভাল লাগে আৰু ভাল হাঁহি থকা মুখ দেখি।তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো।
অসমৰ সকলোৰে মৰমৰ খূৰী জনীক দেখা পাই নথৈ আনন্দিত হৈছো ❤️👍👌
বাইদেউ বৰ ভাল লাগে মৰম থাকিল❤
সুন্দৰ। ভাল লাগিল।
বাইদেউ ভিদিঅ চাই বহুত ভাল লাগিল
বহুত ভাল লাগিল ❤️🎈👍
Bohut vl Lage bormaa goraki 🥰 god bless you 🥰
Moi baidewr namtu prativa buli aajihe gom palu eman dhunia acting kore nor xundor thanks
প্ৰাইভেট বিলাকত সেইকেইজনেই যায় সেইকাৰণে সিহতে চৰকাৰী হস্পিটেলত গুৰুত্ব নিদিয়ে।
বহুত ভাল লাগে বাইদেউক সদাই ভালে থাকক
Bohut bhal lagil
Apunar obhinoy bohut bhal lage baideu.
Always favourite.
এগৰাকী প্ৰতিভাশালী মহিলা প্রতিভা বাইদেউ।
Bohut vl lagil.
Thanks
শাৰদীয় শুভেচ্ছা জনালোঁ ।
Bohut val lagile baideo kothabur
বৌ,বৰ ভাল লাগিল।মই নলিনীৰ বান্ধৱী।বিনয় দাৰ বন্ধু বসন্ত তালুকদাৰৰ ভতিজা।মই এবাৰ আপোনাৰ ঘৰলৈ গৈছিলো।
প্ৰতিভা মাহীৰ অভিনয় চাই বহুত ভাল পাওঁ।
Right kotha koise
Bhal lagil
Baideur acting sai mojja lage❤❤❤❤❤
100% Right koisa
Baideo bhale thakok. Bhal lagil.
Khub val lagile 😊
Hosei baidewo bhout BH out val lagil,baidewo aapuni hodei Bali tatakok
Val lagil baidau punar jen log pou upanak .
Val lagil ❤❤
তেওঁৰ অভিনয় খুবেই ভাল লাগে ❤❤❤❤❤
Lots of love...😊❤#kolkata
ভাল লাগিল ভিডিও টো চায়। ডক্টৰ সকলে ভিডিও টো চাব লাগে।
Eman val lagile
বহুত দিনৰ মূৰত আপোনাক দেখি ভাল লাগিল।❤
Aji hey gom paisu amar bihpuria r pora buli...bhal lagil
Apunar sintadhara bahut uprot acting val lage aji manuh joni ko personally val lagil . Val manuh besi kosto pai jibonot
তেখেতৰ অভিনয় বৰ ভাল লাগে , আমাৰ সুউবেই চিনাকি অনবৰতে হাঁহি ফূৰ্তিত থাকি ভাল পায় ❤❤❤❤
Vl lagil❤
Xosai vl lagil azimuddin Ahmed sir k dekha pam buli bat sai asu baa plz....
বাইদেউৰ অভিনয় খুবেই ভাল লাগে❤️ বাইদেউৰ লগতে তোমাকো দেখি বৰ ভাল লাগিল চেমিম ❤
প্ৰতিভা বাইদেউৰ প্ৰতিভা কৈ শেষ কৰিব পাৰি জানো।কিমান মে ভাল পাওঁ বাইদেউক আৰু তেখেতৰ অভিনয়ক। ভগৱানক প্ৰাৰ্থনা জনাইছো বাইদেউ আপুনি সু স্বাস্থ্যৰ অধিকাৰী হৈ যুগ-যুগ জীয়াই থাকক আৰু আমাক বাহিৰ খোৰাক যোগাই থাকক। আৰু সেই যে আপোনাক মনত কষ্ট দিয়া ডাক্তৰজন এদিন আপোনাৰ ওচৰত ক্ষমা বিচাৰিবলৈ আহে যেন। কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
Vl lagil...dei
ideu apunar ovinoi bor val lage
Right .
Bhal lagil .
Val lagil
Disturb polyphonic t muru wrong treatment hoi..handicapped holu..Dr bur ki j...😢😢😢dispur polyphonic
Bohut val lage ❤❤❤❤❤acting
True and beautiful speech
বাদেও বহুত ভাল লাগিল
বৰ ভাল লাগিছে
Thank you
বাইদেউৰ অভিনয় চাই মই খুব ভাল পাও ! বাইদেউলৈ বহুত বহুতশুভেচছা থাকিল😊😮
Aaita jonir ovinoy sai val lage
Right❤❤❤❤❤❤❤
বাইদেউ ভালে কুশলে থাকক
তেখেত মোৰ খুব প্ৰিয় অভিনেএী।তেখখতৰ সু-স্থাথ্য কামনা কৰিলোঁ।
Bahut val lage
Apunaluk e vl kotha koise
Archana pujari baa r interview loba sun baa
Muru papak herualu..2020 t. Gmch t nisilu..COVID thoka buli..but COVID negetive asile
papak treatment nokoril...okonman hatere nusule😢😢 Last t moi bea bhv koribo loga hol..
😢
এমুঠি পুথি নামৰ ছবি খনত "মাছেই হে ওপৰৰ মাল"গান টিত মই ও নাচি ছিলো প্ৰতিভা বাইদেউ।
ডক্তৰ জনৰ নাম কলে ভাল আছিল , সাক্ষাৎকাৰ চাই চকু পানী ওলাই গৈছে।
Hoi doctor r babe bahut manuhe jibon heruwai . Moiw manuh Jon heruwalu .
যিবিলাক kutat পোৱা চাকৰি hibilak হে এনে চৰিত্ৰৰ ডক্টৰহৈ থাকে
Mor deutar lgto anekuwa hysil. Brain tumor hysil doctore operation kribo parim buli kole. Operation krile bt tumor nalarile . Tenekei murart 28ta man silai mari operation kra buli koi pathai dile. Pist ako akhukh besi haote blg doctork dekhaote kole teo operation krai nasil tumar teneke thakil bt poisar karane parim buli kole. Atia ako operation hl deutar atia val hyse alp.
Kisuman Doctore bhut manuhk vul sikitsa kri bipadat pelai ase..😢
medical is not a service now it is now profession
বাইদেউ মোৰ লগতো ঠিকএকেই ঘটনা ঘটিছে।
বাইদেউৰ পৰা জানিব পাৰিলোঁ জীৱন মাথোঁ সংগ্ৰাম
❤
Doctor bilak vl thky kisuman kintu nurse blk bht bdmas
Priyo avinetri... Kuxole thakok baidew
ওলত পাতাল বৰ ভাল পাইছিলো।
মোৰ লগত হৈছে G m c ত
মোৰ মানুহ জনক হাত দিয়ে নাচালে গল বুলি কৈ দিলে আৰু বেলেগ হস্পিটেলত ও নিব নিদিলে।
সেই কাৰণে ডক্তৰক গৰু পিতন দিয়ে।