DIHANAM।।ৰঘুমণি ৰাম নাৰায়ণ।। JYOTI HAZARIKA, MUNIN BORA. Please like,share and subscribe.
HTML-код
- Опубликовано: 2 ноя 2024
- #AD production
Song - #Roghumoni Ram Narayan
Lyrics & tune - #Munin Borah
Singer - #jyoti hazarika
Direction- Jayanta Nath
১৯৯০ চনত "ৰঘুমণি" নামৰ শ্ৰব্য কেচেট টি ৰাইজৰ মাজলৈ মুকলি কৰি দিয়া হয়।সেই সময়ত "ৰঘুমণি ৰাম নাৰায়ণ" গীতটি ৰাইজৰ মাজত জনপ্ৰিয় হৈ উঠিছিল। বৰ্তমান এই গীতটি সংৰক্ষণ তথা নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ কৰাৰ বাবেই youtube ৰ যোগেদি upload কৰা হৈছে।
ভগৱানৰ কি মহিমা অপাৰ ইমান সুন্দৰ কণ্ঠৰ অধিকাৰী জ্যোতি দা তোমাক কোটি কোটি প্ৰনাম 🙏
সচাই অপূৰ্ব সৃষ্টি। কিমান যে টেপত আৰু মাইকত শুনা পাইছিলোঁ।
কৃষ্ণ প্ৰভু দয়া কৰা মোক প্ৰভু ৰামে নাম প্ৰভু কৃষ্ণ 🙏🙏🙏🙏🙏🙏 বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
এই নামভাগি শুনিয়েই থাকিবলৈ মন যায় 🙏🙏🙏🙏🙏 কৃষ্ণ প্ৰভ
জ্যোতিদাৰ এই নামভাগি শুনিয়েই থাকিবলৈ মন যায়👌👌
সৰুতে শুনিছিলো এই ভক্তি গীতটো
কৃষ্ণ 🙏🙏🙏🙏 বাপ আৰু আগবাহি জক
সৰুতে কেছেট লগাই শুনিছিলো।আজি বহুত দিনৰ মুৰত শুনি ভাল লাগিল।
Hundor hune thakebo mon
সৰুতে টেপত শুনিছিলো এইবোৰ গীত৷কৃষ্ণ কৃষ্ণ ৰাম ৰাম৷অমৰ সৃষ্টি এইবোৰ গীত৷
ধন্যবাদ
সৰুতেই শুনা মনটো সেই মধুৰ সময়ছোৱালৈ গুছি যাই তেওঁ যতে আছে ভালে থাকক
সচাঁই বৰ সুন্দৰ আছিল এই গীতটি। বহুত দিনৰ মূৰত শুনিবলৈ পালোঁ আৰু আছে যদি দিবা জ্যোতি দাৰ গীত।
নিশ্চয়, দিবলৈ চেষ্টা কৰিম।
Mor goru aasil
Bohut besi val lagise ei dihanam tu khuni ei dihanam tu mur bohut besi val lage
Evergreen devotional song from our Jyoti hazarika dev.. 🙏🙏🙏🙏🙏🙏
সৰুতেই কেছেট লগাই টেপত শুনিছিলোঁ । টেপ টো এতিয়া নাই যদিও কেছেটটো এতিয়াও থৈ দিছোঁ ।
💖💖💖
ধন্যবাদ।কেছেট ভাগ সযত্নে ৰাখি থোৱা বাবে।🙏🙏
Puroni dinoloi monat pore🙏🙏
Sweet and best song than of all
Ki xundr Aei Hrinam .....Mn jur pri gl .....krishna
Agoliu akha thakil
।।অতি মজ্জা মান-দণ্ডৰ গীত।।
Ata somoir atike jonopriya geet tu huni Val lagil
জ্যোতি দা আজিও জিলিকি আছে ৰাইজৰ মাজত পোহৰ হৈ
সৰুতে টেপৰেকডাৰত নামটি শুনিছিলো আজি আপোনাৰ যুগে শুনিবলে পায় শুখি হলো। আপোনালৈ ধন্যবাদ থাকিল। পাৰিলে আৰু পুৰণি নাম বিলাক দিবছোন।
Khub hundor hoise. 🙏🙏
Jay Sri Ram Jay Sri Ram 🙏🙏🙏
Likhits rupot dibo bohut val lagise
Jyoti da amar mahot anedorei jiyek thakib.
Jyoti daar maat aru raghumoni bahut val lagil
মই সৰুতে এই গীতটো বজাইয়ে আমাৰ ঘৰকে ধৰি সমাজৰ অনুষ্ঠানবোৰতো ভকতসকলক খৰখেদা লগাই দিও ।বহুতবাৰ শুনিছো ।🙏🙏🙏🙏🙏
❤
Bohuto dhuniya lagise
সুন্দৰ ।
জ্যোতি দাদাই যি গানেই নাগায়ক কিয় ইমান সুন্দৰ সুৰ মোৰ বহুত প্ৰিয় জ্যোতি দাদাৰ আত্মাই আকৌ জন্ম লওক জ্যোতি দাদাৰ ৰূপত মুনিন দাদা ভাল নে আপোনাৰ মই শৰৎ বৰুৱাৰ ভনীয়েক
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏👍
Krishna hey shilpi tumi Amar hua
Nices. 🙏🙏🙏🙏🙏
এই ৰঘূমনি কেছেটখনিত থকা বাকীকেইটা নামও দিবছোন।সৰুতে কিমান যে শুনিছিলোঁ তাৰ কোনো হিচাপ নাই।নিজৰ ঘৰত টেপ নাছিল যদিও কাষৰ ঘৰত লগালেই দৌৰ মাৰি গৈছিলোঁ।
COOL SONG
Sundor kontho
My fvrt
Very nice tukari geet
Krishna❤😂🎉😢
Good
nice
🙏🙏🙏
খুবেই ভাল লাগিছে
Hundar
ধন্যবাদ।
লিখিত ৰূপত নাম ভাগ দিবছোন 🙏🙏🙏
Nice
সৰু হৈ থাকোতে টেপত কেছেট লগাই শুনিছিলো বৰ ভাল লাগে আমনিও নালাগে
পাৰিলে আটাইখিনি গীত দিবচোন । এনে গীত হয়তো আৰু কেতিয়াও নোলাব । আজিকালি ৰ খিনি বেয়া বুলি কোৱা নাই । কিন্তু সেইখিনি ৰ লগত কেতিয়াও নিমিলে । ধন্যবাদ
Copyright mari die heikrne diboloi okhubidha hoi
soan production ত সকলো গীত পাব ।
Hosa kotha❤
RIP জ্যোতি দা
Very nice
Oti Sundor aru Munomuha.
Doibiki Aaai gokuloi niya.. Muk thowa poluwai.. Geet to dbasun
8
Gitti val lage
Ram ram
Plesass likhita rupot diyok
ভগৱান কিনো তোমাৰ নাম . . . গীতটিও দিবচোন ।
চেষ্টা কৰিম
J
মোৰ অতিকে প্ৰিয়।
আশীৰ্বাদ জানালো,,,,,🙏🙏🙏
Bikash Dutta
Jyoti hazarika debor bishnu puran git ti hunabo paribo nki
RUclips oot paboo
QS8jæ AA x
Likhita rupot dile nothoi val pam
potnik ai buli mate janu? tumi thaka mayor logot hè janoki dukh paba donduka bonot
Dislike kora kaita Miya hoi...
🙏🙏🙏🙏
nice
ধন্যবাদ
@@assameseculturejorhat6130 ভাল লাগিল