ৰৈয়া ৰৈ | ROYA ROI | RAKESH REEYAN | RIMPI DAS | ADITYAM | MRINAL | PRIYAM | ASSAMESE SONG 2023
HTML-код
- Опубликовано: 15 окт 2024
- RAKESH REEYAN & Team Presents
#RoyaRoi
Video Credits:
Direction - ADITYAM
Cast- RIMPI DAS & RAKESH REEYAN
DOP - PRITHIVIRAJ DUTTA
Camera Asst. - TIRTHA NATH
Editor - BITUL KONWAR
MakeUp - SUBHASH SHRESTHA(NANU)
GFX - PARTHAJIT HIRA
Still Photography - Lucky
Light Boy - Mangal, Chandan & Dhan
Audio Credits:
Singer - RAKESH REEYAN
Lyrics / Composition - MRINAL BORGOHAIN & RAKESH REEYAN
Music - PRIYAM GOGOI
Mix-Master - KOUSTAV SAIKIA
Flute - ANJAN MEDHI
Guitar & Lele - RISHIMANI
Dhol - LACHIT
Pepa - PITI
Recorded at STUDIO VREEYAM & ORANGE by Dipankar & Priyam
Special Thanks - DHANJIT DAS (DDC), NILOTPAL CHALIHA & all the people of OZAPARA,MIRZA
follow RAKESH REEYAN:
instagram- / rakesh_reeyan_
facebook page- / rakeshreeyanmusical
#rakeshreeyan #royaroi
আপোনালোকলৈ মৰমেৰে আগবঢ়ালো আমাৰ মৰমৰ #ৰৈয়াৰৈ
আশা কৰোঁ মৰমেৰে উপচাই পেলাব ❤️🙏
Hekhot konduwal aru muk dada tothapiu i love you dada... love from karbi anglong
Apunar eta reply puwar akhare ♥️♥️♥️♥️♥️
Hekhot dukh lagil ,konduwale ,dhuniyaa hoise rakesh daa ,love from bijini...
ANEKUA ARU GEET LAGE AAMAK
Apuanr proti tu gann a priyo ::: my fvrt singer rakesh riyan da ♥️
খাটি অসমীয়া দৃশ্যগ্ৰহণৰে এটি সুন্দৰ গীত য'ত প্ৰাণ পাই উঠিছে গাঁৱলীয়া মানুহৰ কৃষি কাৰ্যৰ লগত জড়িত বহুতো দৃশ্য ❤️ | শেষত অন্তৰ চুই গল ৰাকেশ দা
#ৰৈয়াৰৈ 😍🥺 Hit 🔥
.
.
#theteamoflol
Slowed And Reverb Version👇
ruclips.net/video/JtYjc1d3W34/видео.html
ruclips.net/video/JtYjc1d3W34/видео.html
ভাষাৰে বুজাব নোৱাৰা এটা হৃয়স্পৰ্শী অনুভূতি😚❣️বহুত বেছি ভাল লাগিল 😍💗বেলেগ এটা feel পালোঁ 🥺❤️hit brother 🔥
ৰৈয়া ৰৈ, আমি আছিলোঁ শুনিবলৈ ৰৈ...... 💞
অপেক্ষাৰ কৰি কৰি শুনিবলৈ পালোঁ আজি ।
ৰাকেশ দা প্ৰত্যেকটো গীতেই ভাল লগা😘, আৰু কোনে কোনে ভালপোৱা ?
🌹🌹🌹🌹🙏
মইও ৰাকেশ দাৰ প্ৰতেকটো গান শুনি ভাল পাও।
আগৰ জানমণি,অঞ্জনা , ৰাংঢালী, মৰমজানৰ দিন বোৰলৈ বৰ মনত পৰে...
Slowed And Reverb Version👇
ruclips.net/video/JtYjc1d3W34/видео.html
ruclips.net/video/JtYjc1d3W34/видео.html
Agor bur adhao nohoi hajar krileo
আশা কৰাতকৈ বহুত বেছি ভাল হৈছে গান টো...TQ Rakesh da for this song gifted us
শেষৰ সময়ত দুখ লাগি গ'ল 🥺🥺 Rakesh daa always ultimate ❤️❤️
Slowed And Reverb Version👇
ruclips.net/video/JtYjc1d3W34/видео.html
ruclips.net/video/JtYjc1d3W34/видео.html
"ৰৈয়া ৰৈ"💌...... আগন্তুক নববর্ষৰ লগতে মাঘ বিহুৰ এটি সুন্দৰ উপহাৰ দিলে ৰাকেশ দায়ে.... ভাল লাগিল🥰❤️
Slowed And Reverb Version👇
ruclips.net/video/JtYjc1d3W34/видео.html
ruclips.net/video/JtYjc1d3W34/видео.html
বুকুখনৰ কোনোবা একোনত শুকে খুন্দিয়াই গ’ল অ’😭 ভাষা নাই কিমান সুন্দৰ ক’বলৈ❤️
Slowed And Reverb Version👇
ruclips.net/video/JtYjc1d3W34/видео.html
ruclips.net/video/JtYjc1d3W34/видео.html
হৃদয় চুই যোৱা এটি গীত ♥️ বহুত বেছি ভাল হৈছে ৰাকেশ দা 💞
ৰৈয়া ৰৈ বাবে ৰৈ আছিলোঁ fanily অপেক্ষা অন্ত পৰিল।। বাকী গাঁৱলীয়া পৰিবেশ টো দেখিবলৈ পোৱা সচা কৈ বহুত ভাল লাগিল ❣️❣️❣️❣️ খুব সুন্দৰ
অতি সুন্দৰ হৈছে ককাইদেউ ❤️❤️
অতি সুন্দৰ দাদা মৰাণৰ পৰা মৰম যাঁচিলো লগতে আগন্তুক ইংৰাজী নৱবৰ্ষ লগতে আগন্তুক ভোগালী বিহুৰ বহুত বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছো
Mojaa😍Amer gaot ai ahisel 🤩moi o asu olp🌚bohut val lagil log Pai Rakesh reeyan dadak aru rimpi baak 🥰
বহুতেই ভাল লাগিছে গীতটি আৰু মৰমলগা অভিনয়,, বহুত শুভেচ্ছা থাকিল ৰাকেশ দা❤️
সুন্দৰ এক গাৱঁলীয়া পৰিৱেশৰে সৈতে এটি ধুনীয়া গীত আগবঢ়োৱা বাবে ৰাকেশদা লৈ বহুত বেছি মৰম যাঁচিলো ♥️❣️
Slowed And Reverb Version👇
ruclips.net/video/JtYjc1d3W34/видео.html
ruclips.net/video/JtYjc1d3W34/видео.html
বহুত দিনৰ বিৰতিৰ পাছত আকৌ এটা বহুত ধুনীয়া ভাল লগা ।। গান এটা শুনিবলৈ পালোঁ ।। ধন্যবাদ ককাই
গাঁৱলীয়া নিভাজ কথাবোৰ সুন্দৰকৈ গীতটিৰ জৰিয়তে ফুটি উঠিছে😍❤
Aru hit houk "Roiya roi" 🥳🥳🥳🥳
শেষৰফালে এইয়া আক কি সচাকৈয়ে বৰ দুখ লাগিল দেই ৷ ❤️❤️
ৰাকেশ দা গানটো বহুত ভাল লাগিল ❤️❤️ আগন্তুক দিনবোৰত আপোনাৰ গীতলৈ অপেক্ষা কৰিম। I love you ❤️❤️
Slowed And Reverb Version👇
ruclips.net/video/JtYjc1d3W34/видео.html
ruclips.net/video/JtYjc1d3W34/видео.html
বহু অপেক্ষাৰ পাছত ❤️❤️ভাল লাগিল সঁচাই 😘
বহুত ধুনীয়া ৰাকেশ দা শুনি থাকিলে আমনি নলগা এটা সুন্দৰ গান শেষৰ খিনিয়ে কন্দুৱাই দিলে ❤️❤️ৰাকেশ দা ভগৱানে তোমাক ভালে কুশলে ৰাখক তাৰে প্ৰাৰ্থনা কৰিলোঁ 🙏🙏
Rakesh reeyan dar aru gan tur baba ata ata like kori juaa 🙂
Khub Xundor lagil video sai aagoloi anedore video pai thakim buli aasha korilu..
সোমাই গৈছো গানটোৰ ভিতৰত।ধন্যবাদ এনেকুৱা গীত উপহাৰ দিয়াৰ বাবে 🙏♥️
অসমত প্ৰতিভাৰ অভাৱ নাই ।। 👉❤️
এটাৰ পিছত এটাকৈ নতুন গীত আহিয়েই আছে ।। ❤️
শুনি শুনি কেতিয়াও আমনি নালাগে ।।🔥
আমাৰ অসমৰ সব ছিংগাৰ আগুৱাই যাঁওক তাৰে কামনা কৰোঁ 👉👍
নতুন নতুন গীত আমি উপহাৰ হিচাপে পাই থাকিম বুলি আশা ৰাখিলোঁ 👉👍
Rakesh daa ❤️🥰😘👉👍🙏
Slowed And Reverb Version👇
ruclips.net/video/JtYjc1d3W34/видео.html
ruclips.net/video/JtYjc1d3W34/видео.html
❤️❤️🥀
This song is really good and really touches the hearts of every music lover. Thank you so much for showing these untold stories ♥
"ৰৈয়া ৰৈ" হিট্। বহুত ভাল লাগিল গীতটি। গীতটিৰ শেষত অন্তৰৰ কোনোবা খিনিত বেয়াকৈ আঘাত দিলে। নতুন বছৰত ইমান সুন্দৰ উপহাৰ আগবঢ়াইছে আপোনালৈ বহুত বহুত ধন্যবাদ। আশা কৰোঁ গীতটি সকলোৱে আদৰি ল'ব। আগতিয়াকৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ ৰাকেশ দা।
#ৰৈয়া_ৰৈ❤️HIT ❤️
#ৰাকেশ_ৰিয়ান
.
.
.
#Sky_Fam
ৰাকেশ দা ইমান সুন্দৰ গীত বোৰ আমাক উপহাৰ দিয়া কাৰণে অশেষ ধন্যবাদ।
ৰাকেশ দা বহুত দিনৰ পৰা আশা কৰি আছিলো এই গানটি শুনিবলৈ বহুত ভাল লাগিল😍
ruclips.net/user/shortsGVkaN5uVVSs?feature=share
পৰিবেশ তো বহুত ভাল লাগিচে আজি কালি এইবোৰ নুহুৱা হৈয় গৈয় চে,,,,, গান তো কিবা মনৰ পৰা ভাল লাগিচে,,,, 🥰🥰🥰🥰
ভাল লাগিল গানটো আৰু ভিডিঅʼটো মজা দাদা।।
আৰু ভাল ভাল গান দিবা বুলি আশা থাকিল....
বৰ ধুনিয়া ৰৈয়া ৰৈ ♥️♥️♥️
উপস্থাপন অতি সুন্দৰ ৰাকেশ দা ....❤👌👍
When you sing, it feels like there is music in the air.... Really awesome voice and song is superb..
Slowed And Reverb Version👇
ruclips.net/video/JtYjc1d3W34/видео.html
ruclips.net/video/JtYjc1d3W34/видео.html
Uf... কি সুন্দৰ voice মাঘ বিহুৰ কাৰণে এটা লাগে ককাইদেউ 💓💓💓💓
Slowed And Reverb Version👇
ruclips.net/video/JtYjc1d3W34/видео.html
ruclips.net/video/JtYjc1d3W34/видео.html
RAKESH DA VOICE UFF 🔥🔥🔥🔥🔥❤️❤️❤️❤️❤️
অতি সুন্দৰ ভাল লাগিল 👌👌❤️
🙂🤗 অপূৰ্ব ❤🙏
Xosake biraat dhuniya hoise gaan2 with video❤️❤️❤️❤️❤️❤️
অপেক্ষাৰ অন্তত গানটো উপভোগ কৰিব পালোঁ। বহুত বহুত ভাল লাগিল 👌❤️
নতুন বছৰ অহাৰ আগতে এনেকুৱা এটা ধুনীয়া গান আমাৰ মাজৰ আগবঢ়াই নিয়াৰ বাবে Rakesh daa k ধন্যবাদ।
Video ending ত ৰাকেশ দা অলপ কান্দিব লাগিছিল 😥😥আৰু বেছি ধুনীয়া ending হ'ল হয় 😍😍😍😍
বাদ বাকী ৰাকেশ দা আৰু ৰিম্পী বা 🔥🔥🔥🔥
oh kandibo lgisil...aru ki bemar hoi dhukal ba ako gomei napalo nohoi
Bohut val lagil gantu.las dkhrt beya lagi gol
Choreography awsm❤️😍
Brother amazing your voice & very nice videography ❤️
দিন তোৰ কামৰ ব্যস্ততা ৰ পিছত যেতিয়া ঘৰত আহো ।ভাত মুঠি খাই । বিচনা ত শুই । তেতিয়া গান টো শুনি চাই বহুত দোষ কষ্ট ভাগৰ সকলো পাহৰি যোৱা জাই । 🙏❤️🤗
🌹😉
@@nocopyrightvideo1216for your
প্ৰকাশ কৰিব নোৱাৰিম ককাইদেউ বহুত বহুত ধুনীয়া 😍😍🤗
Rimpi Baak bohut dinor pasot dekhi val lagil.. 💞 Song lyrics Awesome 💞👍
সুন্দৰ গীত ৰাকেশ দা 😍🌸
Stay tuned with ZG Jukebox
বহুত ভাল লাগিল দেই ৷ Video টোৰ দৃশ্যগ্ৰহণ খুব ভাল হৈছে 👌👌
বহুত বহুত ভাল লাগিল ককায়দেউ আপোনাৰ গান মোৰ বহুত বহুত ভাল লাগে 🥰 লক্ষীমপুৰ জিলাৰ শিমলুগুৰি পৰা এগাল মৰম জাচিলো ❣️
Ga sa khihori jaisun...
Khub dhunia story aru vl lga geet tir khur kotha....Awesome Rakesh da...❤️❤️❤️❤️
অভিনন্দন ককাইদেউ❤🌚নগাওঁ ৰ পৰা মৰম যাচিলো❤🥀
Lyrics & music mixing 🤩👌👍rimpi baak bohut dinor murot anekoi dekhi bohut besi val lagil....
Beautiful lyrics...❤️❤️
সুন্দৰ ৷আপোনাৰ সকলো গানেই ভাল লাগে
This is going to be the another bihu hit.
#ৰৈয়াৰৈ
Tumi sokuyedi hoi bukute ruwa goi
Roya roi, roya roi, roya roi, roya roi
Mojaaa rakesh reeyan da love from Lakhimpur Narayan pur 😍😘😘😘
Mojaa 💫❤️ Advance Happy New year All❤️🙂Love from Golaghat ❤️
Soulful, emotional mind-blowing performance by whole team, ♥️♥️♥️👍👍👍🙌🙌
বহুত ভাল লাগিল গীতটি ❤😍😍
বহুত বেছি ভাল লাগিল ৰাকেশ দা🤍😙
আমাৰ ৰাকেশ ভিনি
ৰৈয়া ৰৈ♥️♥️🔥
ধুনীয়া দাদা 🥰
Song+video=🔥🔥🔥
Rimpi baak bohut dinor murot dekhilu val lagil rakesh daa gantut rimpi baak luar babe
Rimpi baa special one❤❤
অতি সুন্দৰ হৈছে ❤️✨
ৰৈয়া ৰৈ ♥️
Mind blowing video dada bohut dhunia hoise gitor maje maje kotha logote ata kahini khub val lagil.
ৰাকেশ দাৰ শুৱলা কণ্ঠ ❤️
ৰিম্পী বাৰ মিঠা হাঁহি 😘
ৰৈয়াৰৈ 😍
Moja Rakesh da 💖💖💖💖
Rimpi baa.. one of my favorite actress of Assamese Movie Industry. ❤️
গাৱৰ চহা জীৱনৰ ছবিবোৰ দেখি মন ভৰি গ'ল...খুব সুন্দৰ হৈছে...
অপেক্ষা মাথোঁ 🥰🥰
Bhal lagil xosai❤Kar Kar bhal lagise ai comment tu like kora❤😊
দুদিন মান আগত এনেকুৱা ঘটনা এটি হৈ গৈছে! Last ending টো বেয়া লাগিল💔🥺
বহু দিনৰ পৰা বাট চাই আছিলো ।আজি আশা পূৰণ হৈ গ'ল। ইমান ধুনীয়া গীত আগবঢ়োৱা বাবে ধ্যনবাদ ৰাকেশ দা love u ❤️❤️❤️ Love from titabor madhapur ❤️❤️❤️ all always be saport 👍❤️🥰🥰🥰🥰
Nice song rakesh da ❤️❤️🔥
Bhout akhare roi asilu ai gan 2 babe ......vl lagil ....love from dibughor ❤️❤️
Incredible voice 😍❤
বহুত ভাল লাগিল 😍😍👌👌
She is most beautiful of all time in assam ❤️❤️
Rimpi baa mur all time favorite❤❤
গাঁৱলীয়া পৰিবেশতোৰ কাৰণে আৰু মজা লাগিছে 🥰🥰🥰🥰👍
This started as a backround music while studying and now I'm drifting with my chair all around the house. :O
🤣🤣🤣🤣
😂😂😂
সুন্দৰ গীত সুন্দৰ পৰিবেশন ৰাকেশ দাদা ৰিম্পী বা❤️❤️❤️
A true and pure love♥️...Real love's very difficult to find🤔....Now a day's...Rakesh reeyan, a idol😍💃💃...and Rimpi das,A beautiful and fabulous actress💤❤.... Lot's of love ❣️💕💕... To this gorgeous💗...love story😍💫 😘😘😘🤞...
Slowed And Reverb Version👇
ruclips.net/video/JtYjc1d3W34/видео.html
ruclips.net/video/JtYjc1d3W34/видео.html
An idol not a idol.
Val lagil rakesh da...puroni kiba ata huwat palu.
Hekhot bor dukh lagi gol dei 😭😍🎧🎶🎤❤️💯💕🎀
❤LOVE FROM RANGIA🙏
বহুত সুন্দৰ দাদা আৰু বা 👌👌😘😘😘😘😘😘😘😘
Waiting for this song🎵
খাটি অসমীয়া দৃশ্য গ্ৰহণ দেখিবলৈ পাই বহুত সুখী হলো হৃদয় চুই গল
Waiting for this songs ❤️❤️❤️
Moza moza next levels ❤️❤️
Mirza pora morom jasilu ❤️ amr osure Gant shoting kri gola bhut val lagil ar akhw ahiba dada log pam ...
Kor hoi tumi
@@lipikadas4893 Mirza barduar r hy
@@lipikadas4893 tumi ojapara hy nki?
Dhuniya 😇❤️
সুন্দৰ হৈছে কথা,সুৰ অতি সুন্দৰ
ৰৈ আছিলোঁ বৰ ধুনীয়া গান