PILES, FISSURE, FISTULA-ৰ A to Z আলোচনা ৷ শৌচ কৰোতে তেজ ওলোৱা তথা বিষ হোৱাৰ বিভিন্ন সমস্যা/ৰোগ
HTML-код
- Опубликовано: 6 фев 2025
- স্বাস্হ্য সম্পৰ্কীয় বিধিগত সকীয়নি :
উক্ত ভিডিওটোত থকা বিষয়টি স্বীকৃত চিকিৎসা পদ্ধতি বা আপুনি প্ৰতক্ষ্যভাৱে লগ পোৱা চিকিৎসকৰ উপদেশৰ সমাৰ্থক নহয় । শাৰিৰীক তথা মানসিক যিকোনো অসুবিধাৰ বাবে আপুনি ওচৰৰ চিকিৎসকৰ লগত যোগাযোগ কৰক ৷ এইয়া অত্যন্ত জৰুৰী ৷ আমাৰ ভিডিওবোৰৰ একমাত্ৰ উদ্দেশ্য হ’ল সমগ্ৰ অসমীয়া ৰাইজৰ মাজত স্বাস্থ্য সম্পৰ্কীয় সচেতনতা অনা ৷এই ভিডিও উপভোগ কৰি আপোনাৰ জীৱন শৈলী ,খাদ্য ৰীতি ,ঔষধ ইত্যাদি সলনি কৰিব হ’লে আপোনাৰ চিকিৎসকৰ অনুমতি আৰু উপদেশ গ্ৰহণ কৰক ৷
Medical Disclaimer:
This content is not intended to be a substitute for professional medical advice, diagnosis or treatment. Please consult with your Physician with any questions regarding a medical condition. Never disregard professional medical advice or delay in seeking it because of something you watch in this video. Please consult with your physician before changing or adding any lifestyle, food, medication or supplement.
Instagram profile: ...
Facebook profile: / dr.dipam
Facebook page: / devottom1
Music courtesy: iMovies & Singer Rocktim of • Video
Video edited with: Kinemaster app
Thumbnail edited with: PicsArt app
ইমান সহজকৈ বুজাই দিলে, বহুত উপকৃত হ'লোঁ। মোৰ ছোৱালী(৩৭)ৰ জীমত যাওঁতে এই অসুবিধা হৈছিল । তাত infection হোৱা বুলি ভাবিও অনুমান কৰিছিলোঁ Fistula হৈছে । ডাক্তৰক দেখুৱাবলৈ লাজ কৰে বাবে চিকিৎসা কৰিব পৰা নাই ।
Bohut bhl lagise
আন এজনক বুজাব পৰাকৈ কথা কেইটা ধুনিয়া কৈ বুজি পালো। বহুত ধন্যবাদ চাৰ, বহুত উপকাৰ কৰিছে আমাৰ। 💝
Bhut val dre bujise sur aapuni god bles you
সচাকৈ বহুত সুন্দৰকৈ বুজিব পাৰিলো।। ধন্যবাদ জ্ঞান দিয়াৰ বাবে ছাৰ🙏🏽🙏🏽🙏🏽
ভালকৈ বুজি পালোঁ,মোৰ স্বামীৰ হৈ আছে, আগৰে পৰা কৈ আহিছোঁ পানী বেছি কৈ খাবলৈ, নাখায়, বাকী থকা বোৰ নক ও দেই,বুজি পাবই আপুনি,শেষত সঁচাকৈয়ে ভাল লাগিছে 👍👍👍👍👍👍 ভুক্তভোগীয়ে বুজি চলিলে কষ্টৰ পৰা হাত সাৰি থাকিব পাৰে 🙏🏻
Apunak Sir buli kobo mon jua nai , so i called you Dada ok nijor jen anubhob hoi. You are the best 😇
Dada buli kole bhal lage xosake.. log paam ketiyaba.:
বহুত ভাল লাগিল
Bohut hahoj vabe bujai dile..thank u
Dhanyabad.. share kori diba haa please
Good idea, good morning sir ❤❤❤
সুন্দৰকৈ বুজাই দিয়াৰ বাবে অশেষ ধন্যবাদ ছাৰ!
apunar o ase nki
সুন্দৰ কৈ বুজাই দিয়া বাবে ধন্যবাদ ছাৰ।
ধন্যবাদ ভাল লাগিল 🥰
অতি সুন্দৰ ভাৱে বুজাই দিয়াৰ বাবে অশেষ ধন্যবাদ জনালোঁ 🙏 আপোনাৰ লগত ফোনত কথা পাতাৰ সুবিধা পামনে ।পাইলচ বিষয়ে কিছু কথা পাতিব লগা আছিল। বহুত দৰকাৰী আছিল।
Good knowledge for everyone
sir আপোনাৰ পৰামশ’ই আমাক সদায় উপকৃত কৰি আহিছে ৷ তাৰবাবেই বহুত ধন্যবাদ sir.
ছাৰ থাইৰদ কেনেকৈ নিৰাময় হয়
চাৰ. আপুনি ধুনীকৈ কৈছে বহুত ভালো লাগিলে
Val lagil dada 😍 bohut clear koi buji palu , mur annal fissure hoisil atia thik hoise medicine used kora past 👍
Bujabo parisu buli gom pai xukhi holu..
Para jodi share kori dibasun Whatsapp aru facebook-t..
@@DevottomAxom nitsoi dada 😍 mur alp medical report apunak whatsapp t diya ase homoi pale abar sabo sun
@@pradipsonowal8993 কেনেকৈ ভাল হল অনুগ্ৰহ কৰি জনালে সুখী হলোহেতেন । মোৰো হৈ আছে । ইমান বিষ হয় । ডক্তৰৰ বহুত বাৰ দেখায়য়ো ভাল পোৱা নাই । অপাৰেচন কৰিলেহে ভাল হব নেকি । আজি এক মাহ ধৰি ইমান কষ্টত আছো কি কম ।
@@pronamikadolakashoria2425 mur besikoi huwa nasil baru....moiu doctor poramorkho mote val palu ....
Emn hundor koi bujai dise ..bohut val lgil sir🙏
যুগ যুগ জিয়াই থাকক আপোনি ৰাইজক সেৱা কৰিবৰ বাবে । সুন্দৰ পদক্ষেপ । ধন্যবাদৰ পাত্ৰ ।
Bohut bohut dhonyobaad thakil
Aponar vidio bohu beci vl lage
Best video, my favourite video, i love u this video
Dhonyobaad
bohut val kotha kole sir
thank you for your advice.
Bohut val lagil dei Sir!!! Moi ajihe Piles r bikhoye iman valke janilu.. Thank you so much 🙏🙏
হাজাৰ হাজাৰ দৰ্শকৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ছাৰ আপুনি। হয়তো ভগৱানে আপোনাক সকলো সুখ শান্তি দিছে। সেইয়া কোনোদিনে হেৰাই নাযাওক তাৰে কামনা কৰিছো
Good information 👍..n tnkx najana kotha bur jonuwar babe
Val lage sir apunar vdo bilak
You are really a good teacher too.You explain everything soo nicely.🙏
Xosai dei sir Apuni Eman dhuniake bujai Dia...gd bless u sir
Dhonyobaad 🙏🏻
Thank you sir bhut dangr help ata korily....
বহুত সহজ সৰল ভাষাত বুজাইছে ।ভাল লাগিল।,🙏🙏
ইমান সুন্দৰ কৈ বুজাই দিছে ,ভাল লাগিল ,🙏🏻
আপোনাক কি দৰে ধন্যবাদ জনাম, আপুনি এনেদৰে অসমীয়া ৰাইজৰ হৈ কাম কৰি আগ বাঢ়ি যাওক দাদা
ভাল লাগিল এনেকৈ দিহা পৰামৰ্শ পাই থাকিম বুলি আশা ৰাখিলোঁ
bor Val lagil thanks
Sir apunar number 2 diba pariba na
@@mrigankasaikia3870p😮😢😢😮😮
দাদা মোৰ লিঙ্গ টোৰ আগভাগ সেন্দুৰৰ নিচিনা ৰঙা হৈ আছে কিয় বাৰু
ইমান সুন্দৰ কৈ বুজাই আপুনি,বৰ ভাল লাগিল চাৰ
Hundor koi buji palu...val lagil
Thank you so much sir.....bujai diya babe mor husband r o ei bemar Tu ase apuni emn vlkoi bujai diya babe bohut bohut vl lagil 🙏🙏🙏
Dhonyobaad thakil...bhale thakok
🙏🙏🙏
2024t he saisu moi...Tq sir
Apuni eman dhuniya koi kotha bur bujai eta horu baccha eu bujibo. Apunar kotha huni a bemar polay ene lage Jen mur Dada a muk bujai ase . God bless you Dr dada
Very good advice Dr sir.👍
অতি সুন্দৰ।
ধন্যবাদ ককাইদেউ…… আপোনাৰ পৰা বহুত নজনা কথা শিকিবলৈ পালো ।
Axomiya raaijor babe juji asu, juji jaam...
@@DevottomAxomদাদা মোৰ আৰম্ভণি হৈছে please no tu dibo sun mur olop beleg koi hoise ..tez ulua nai kintu bindhi thake
খুউব সুন্দৰ বিশ্লেষণ চাৰ।ময়ো fissure ত ভুগিছিলো। সোনকালে চিকিৎসা আৰম্ভ কৰাত ঔষধ খাই এতিয়া সম্পূৰ্ণ সুস্থ।
কি ঔষধ ব্যৱহাৰ কৰিছিল জনাব নেকি
Ki mdcn bibohar koril jonabosn
@@vijaykumardev1345Dada medicine khini kot Pam pls address to disk -
Kot dekhaise kb niki please
Reply kio nidiye
হোমিওপেথিকৰ দ্বাৰা ফিষ্টুলা মোৰ সম্পূৰ্ণ ভাল হৈছে ।বহু ডক্টৰক দেখালো এলোপেথিক হোমিওঁৰ কাম নাই ।এলোপেথিকে চাৰ্জাৰি কৰিবলৈ কয় আৰু হোমিও ডক্টৰৰ দৰবৰ দ্বাৰা ঠিক নহল ৷শেষত মই নিজেই দৰব নিৰ্বাচন কৰি খালো হোমিওৰ আৰু অলপ ডায়েট কন্ট্ৰোল কৰিলো ।এতিয়া মই সম্পূৰ্ণ সুস্থ হৈ পৰিলো ।
Ki medicine use krisa jonowa son
Ki medicine kale janab plz🙏
@@RashmitaMili-wy5xh ফেচবুকত আহক তাত জনাই দিম ৷এনেকৈ ইয়াত নহয় কাৰণ তাৰ লগত অনুসংগিক বহু কথা আছে ।
Medicine tu kobsun. Please 🙏🙏
Kun doctor adress tu dibo niki
Vdo tu sai bohut bhal lagil Fistular bikhoya aru ata vdo bonabo sun
Great video got to know a lot o new things as always
L
Outstanding, jai ai assam.
Mind blowing explanation
সুন্দৰকৈ বুজাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ ছাৰ ।
Really amazing
Mind blowing explanation...
Mur poha time t Tumi pohat khub help korisla ..
And tmi khub easy ke bujai dia dada .... seriously dada..you are the one of the best doctors 🏋️♀️
Share kor aaijoni..
Done already dada
@@DrShreeFitness ভালনে বাইদেউ।
@@DevottomAxom ছাৰ আপোনাৰ ফোন নম্বৰটো দিব পাৰিব নেকি যদি বেয়া নাপাই।
সুন্দৰ
সছাকে আপোনাক কেনেদৰে ধন্যবাদ দিম বুজাব নোৱাৰি 👍👍 আপোনাৰ প্ৰত্যেক ভিডিওৰ পৰা বহুত বহুত উপকৃত হয়।। বহুত নজনা কথা জানিব পাৰি 👍👍 আগলৈ জেন এনেদৰে ভিডিও দি থাকে।।। তাৰ বাবে অনুৰোধ 🙏🙏 from nalbari
ধন্যবাদ ছাৰ
Most important video sir
ছাৰ মোৰ fissure হোৱা কমেও৭বছৰ মান হল, লেট্ৰিন ৰাস্তা মাংস অলপ ওলাই থাকে, কি কৰো ছাৰ, আপুনি জনাব?
বহুত উপকাৰিতা কথা কৈছে আপুনি
Excellent vdo sir.... Very informative for us.... Thank you sir
You are most welcome
Apuni eman hundor koi bujai die protitu vdo bhut vl lage sir.apunar vdo dislike korar kothai nahe.jonoxadharonor hitor babe apuni eman xundor kam korise apunak salute jonalu sir.
God bless you Sir
Oxex Dhanyabad.. kuxole thakok
Val dore bujaise bohut bohut dhonyobaad.Kintu ami doctork dekhabole gole valdore eman details t nubujai.Apuni enekoi bohut help korise raijr dhonyobaad
Val lgile sai... 😍😍😍😍
বহুত ধন্যবাদ ছাৰ। কথা খিনি ইমান সুন্দৰকৈ বুজাই দিলে। 🙏🙏🙏
আপোনাক বহুত বহুত ধন্যবাদ ছাৰ ।
মোৰ ফিচাৰ হৈছে আজিৰ পৰা প্রায় 5 বছৰৰ আগৰ পৰাই হৈ আছে । বতমান বহুত বেছি হৈছে । ইমান বিষ আৰু পোৰনি সহ্য কৰিব নোৱাৰা হৈছো ।আগতে চিচ বাট কৰিলে ভাল হয় কিন্তু এতিয়া একোৱেই ভাল কৰিব পৰা নাই বিষটো । অপাৰেচন কৰিলে আকৌ হোৱাৰ সম্ভাৱনা আছে নে কি ছাৰ জনালে সুখী হম ।
আপোনাক বহুত বহুত ধন্যবাদ ।😢
Thank you for sharing in details hope it will help everyone who are suffering from this. 🙏🙏🙏
Sir mur kha khub besi ke hoise aram pua ny ki koru
@@momimomi6732 এজন হোমিও ডক্টৰ আছে মই চিকিৎসা কৰি ভাল পাইছো ।৷মোৰ ফিষ্টুলা হৈছিলে ৷
@@vijaykumardev1345 kor hoi baru
Sir bhut vl ktha koisa dei vl lagila
🙏🙏🙏 Thank you so much sir
Bht bht dhonyobad 🙏 apunaloi... Emn mrmere dhuniya ke buujay die kunuba dr. E kotha kua nisina nalage kunuba nijor ghrr manuhe bujai thaka nisina lage .... Attitude di kotha nukua babe apunak bht vl lge... 🙏
You are a good doctor, thank you
You are most welcome
আপুনি ইমান ধুনীয়াকৈ বুজায় দিয়াৰ বাবে ধন্যবাদ ছাৰ 🙏
ধন্যবাদ ছাৰ, জয় আই অসম
Dhoinyobad sir, vogobane apunar mongol korok
Good job sir
Bahut val lagil video to sai ....... Tumi mor bhut monor sandeh mari dila.,.,
Mind blowing explanation ❤️
Tumar request rakhilu.. aru Kiba topic thakile jonaba
Share kori diba dei Aadesh...
@@DevottomAxom thank you and share korilu. Before u said.
Dhonyobad sir...eman dhuniyake bujai dya karne...apunar ktha khinir pra bujilu...mor fissur hoise sagw
সুন্দৰ ❤️🙏🏻
Thank you sir mor pails or problem hoi ase voi lagi asil atiya apunar video tu dai voi tu alop komise
Dada my Regular run kori asu Army jabo mon ase. Regular run korar babe dehot hokti noha hoise.Energy tablet n calcium tablet bebohar koribo parim ne. Jodi paru tabletor nam bur likhi diba,,
Emn hundr koi bujai dia babe thnq
Sir Mr bawfaor gutitu Bihai thake aru gutitu hru huigise.. Aji 3yers man huise. aji luike Val pwa nai.... Mi vavi pagol nisina hui gisu. Bhud doctork dekhuwalu kintu aji luike knu upai dib pra nai. Apuni pare jdi kisu upai dib sun... A
Surgeon ejonok dekhaok.. nusuwake kuwatu dikdar.. bhoi nakhabo.. kintu xunkale dekhai louk..
Apunar kothakhinie bahut sohai korile,dhoinoybad sir
Thanks dada
আজিহে ভালকৈ বুজি পালোঁ। বহুত বহুত ধন্যবাদ জনালোঁ।
sir বাঢ়ি অহা মাংস ছাৰ্জাৰী নকৰাকৈ কি madicine কালে ভাল হয় তাৰ বিষয়ে video বনাব
Bro thik hl ny
Videotut sun koi dise
Val hol ne
অতি গুৰুত্বপূৰ্ণ কথা বোৰ জানিবলৈ পায় ভাল লাগিল ।অশেষ ধন্যবাদ জনালোঁ ছাৰ ।
ছাৰ পাইলচ হলে সন্তান জন্ম দিব নোৱাৰে নেকি । উত্তৰৰ টো দিলে ভাল লাগিব 🙏
কেনেকৈ contact কৰিম, এবাৰ জনাব নেকি অলপ
@@banditadas5581 মোৰ একো লাভ লোকচান নাই দেই মই এইবাবে কৈছো যে মইও ফিষ্টুলা ৰোগত ভুগি আছিলো ৷এলোপেথিক ডক্টৰকো দেখাইছিলো কাম নহল কেৱল অপাৰেচন কৰিবলৈ কয় ৷শেষত ইউটিউবত তেওঁৰ ভিডিও বিচাৰি পালো আৰু ৱাটচ আপৰ জৰিয়তে তেওঁৰ লগত আলোচনা কৰিলো ।তেওঁ দৰব দিলে আৰু এতিয়া মই বহুখিনি ভাল পাইছো ৷তেওঁৰ ভিডিওঁবোৰ চাওঁক তাতেই বহুতো পাইলছ ফিছাৰ আৰু ফিষ্টুলা ৰোগীয়ে ভাল পাই উঠি ভিডিও বনাই আপলোড দিছে ৷
@@vijaykumardev1345 কত লিংক আছে
@@vijaykumardev1345 আপুনি কাৰ লগত কথা পাতিব কৈছে কোন হয় ভালকৈ কওঁক চোন বেয়া নাপায় যদি ।
@@vijaykumardev1345 আপোনাৰ চেনেলত
moi aji 1year r pora piles r uporot iman video salu j ata o baki ni..kin2 ai2 video iman dhunia koi sir a bujai dile j moi jibonot beleg video suar proyujon ni..Bohut Bohut Dhonyabad sir🙏🙏🙏
Aitu sage ajir dintur best comment mur babe. Oxex dhanyabad 🙏🏻
@@DevottomAxom 🙏🙏😍
Val hol ne bemar tu
🙏👍👍👍❤️❤️❤️
বহুত ভাল কাম কৰি আছে দাদা । আমি আপোনাৰ লগত সদায় আছোঁ । সকলোৱে বুজিব পৰাকৈ কথাবোৰৰ ব্যাখ্যা কৰে যে বহুত ভাল লাগে । নলবৰীয়া হিচাপে আমি আপোনাক লৈ গৌৰৱান্বিত ।
fissure অতি সহজে কমাব পৰা কিবা ঔষধ আছে নেকি ?
আছে
@@asamisegaming9126 ki owkhod kindly jonabo nki. I am suffering from fissure for 2 years.
Khub bhal paisu❤
ছাৰ , শকত হ'বৰ কাৰণে কি কৰিব লাগিব ।অণুগ্ৰহ কৰি ক'ব চোন🙏
Iman dhuniya bujai diya babe dhanyobad sir
thanx for your valuable information.
Reply dibo buli akhaa korilu..
2 yrs agot fissure hoisil.. homeopathy khaisilu aru vaal paisilu.. doctor jone 5 taa maan medicine disil..heibur etia khuwa stop korisu kintu ata laxative medicine u use koribo disil...heitu 2 yearsor pora khai asu..heitu khai thakile fissure nohoi but medicine tu eri dile akow start hoi...
etia moi ki koru vabi puwa nai.. allopathic doctoror pora treatment loute vaal nohol..
laxative tu khai thakile kiba problem hobo niki sir... kindly jonabo
Mnkho bahi ahisil ni
@@manashjyotigogoi54 yes
Apuni homeo kot dekhuaisil, muru hoi ase pilestu
@@Priyu4477 পাইলছ ফিছাৰ আৰু ফিষ্টুলাৰ বাবে এজন বহুত বঢ়িয়া আৰু অভিজ্ঞতাসম্পন্ন ডক্টৰ আছে ।মই তেওঁৰ তাত ফিষ্টুলাৰ দৰব খাই ভাল পালো ৷পাইলছৰ ক্ষেত্ৰতো বহুতেই ভাল পাইছে ।ইউটিউবত ভাল পোৱাবোৰৰ ভিডিও দিয়া আছে ৷ডক্টৰজনক সোনকালে তেওঁৰ চেনেলটোত গৈ contact কৰক ৷ভাল পাব গেৰাণ্টি ৷আপুনি ৱাটছ আপৰ জৰিয়তে বা কল কৰি তেওঁক আপোনাৰ বেমাৰৰ লক্ষণবোৰ কব ৷তেওঁ মুম্বাইৰ পৰা দৰব পঠাই দিব ৷সেই দৰববোৰ খালে ভাল পোৱাতো নিশ্চিত।
হোমিওপেথি ভাল অভিজ্ঞতাসম্পন্ন ডক্টৰক দেখাই লওঁক ।যদি দৰব খোৱা এৰিলে আকৌ হয় তেন্তে আপোনাৰ গুড়িৰ পৰা ভাল হোৱা নাই ।সেইবাবে এৰিলে আকৌ হয় ।ইউটিউবত এজন হোমিওপেথিক ডক্টৰ আছে তেওঁৰ চেনেলত গৈ তেওঁৰ লগত contact কৰক ।মই ফিষ্টুলাৰ চিকিৎসা কৰাইছিলো মানে ৱাটচ আপত contct কৰি মোৰ লক্ষণবোৰ কৈছিলো ।তেওঁ মুম্বাইৰ পৰা দৰব পঠাই দিলে ৷সেই দৰববোৰ খাই ভাল পাইছো ।পাইলছ ফিছাৰ আৰু ফিষ্টুলা বেমাৰ তেওঁ সম্পূৰ্ণ ঠিক কৰিব পাৰে ৷
Thanks for sharing
Sir mur age 20. Aji 4yr manr pa pilles hoise .. emn km age r pa hoise bohut bsi sinta hoi ... Emn km age t pilles bohut bsi oxubidha hbo nki ?
Muru 22 age r pora hoisil.agote k akoman val paisu atia ...tumar besikoi hoise jodi doctr k consult kora
Keneke vhal hoise@@bhaskarsharma4705
Tumr val hol na atiya mur hoi asa atiya loika val hua nai 😢
আপোনাৰ পৰামৰ্শ ভাল লাগিল।
sirji for fistula doing homeopathic treatment is effective??
Homeopathic treatment kisuman bemarot bohut effective hoi. Sesta korat aapotti nai. Kintu besi kosto paale Surgeon-k dekhai luwa bhal..
ভাল পাইছেনে ফিষ্টুলা?
@@vijaykumardev1345 homeo khai eku labh nhoi.. Operation kri dilu ayurvedic.. 2 yrs hol eku prblm ni aru..
@@letsplay7192 এতিয়া মাছ মাংস কণী এইবোৰ খাব পাৰেনে?
@@letsplay7192 আপুনি চাগে ক্ষাৰ সূত্ৰ কৰিছিলে ন?কিছুমানে কয় বহুত বিষায় বোলে ৷কথাতো সঁচানে?
ভাল লাগিলে জানি মোৰ হৈছে
Sir aaponar number tu dibo plz......?
Thankyou sir. Apuner pora Nojona kotha Janilu. .Apunerk Bhogobane kukhole Rakhok
Superb, evergreen video
Dhonyobaad