Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
বহুত সুন্দৰ মন্দিৰ এনেকুৱা এখন থান আছে অসমত বলি আজিহে গমপালো ।সময় তোমাক বহুত বহুত ধন্যবাদ।❤❤❤❤
Thanks homoy I was planing to visit once Malini than and get all information about that place nice vlog .
Thank you bro bor val lagile.sai hosai jab.lagib..vidio sai aeman mojaa.lagile..thank you so much.
Too much thanks to show us the historical tample.we need more in future.
বহুত বহুত ভাল লাগিছে ❤
Jai maa Malini,jai jai jai. Maa apunk video hohaiot dorkhon palu.abr maa jabor karone akhirbad Kariba.
Moi goisu malinithan 😊Khubei dhuniya mondir ... ❤
চিনাকি ঠাই এনেকৈ দেখিলে মনতো কিবা ভাল লাগে ❤️
Val lagile dada moiu goi silu bohut dhuniya Val loga thai
Ammi jam. Tampul bar val lagil
মালিনীথানৰ লগত জড়িত আখ্যানমতে শ্ৰীকৃষ্ণই বিদৰ্ভৰ ৰজা ভীস্মকৰ জীয়ৰী ৰুক্মিণীক হৰণ কৰি দ্বাৰকালৈ নিওঁতে বৰ্তমানৰ মালিনী থান থকা ঠাইত জিৰণি লৈছিল। তেতিয়া সেই ঠাইতেই মহাদেৱ শিৱ আৰু তেওঁৰ পত্নী দূৰ্গা (পাৰ্বতী)ই এখন ফুলৰ বাগিচাৰ মালি ৰূপ ধৰি আছিল। শ্ৰীকৃষ্ণ ৰুক্মিণী সেই ঠাই পোৱাৰ লগে লগে পাৰ্বতীয়ে তেওঁলোকক সুন্দৰ ফুলৰ মালাৰে আদৰণি জনাইছিল।এই কাৰ্যত সন্তোষ্ট হৈ শ্ৰীকৃষ্ণই পাৰ্বতীক মালিনী নামেৰে সম্বোধন কৰিছিল। সেই সময়ৰ পৰা ঠাইখন মালিনীথান নামেৰে প্ৰখ্যাত হৈ পৰে।এই আখ্যানমতে কৃষ্ণ-ৰুক্মিণীৰ বিবাহ শিৱ -পাৰ্বতীৰ সাক্ষাতত মালিনীথানতে সম্পন্ন হৈছিল। মালিনীথানৰ প্ৰায় দুশ মিটাৰ উচ্চতাত ৰুক্মিণী মন্দিৰ আৰু তাৰো ওপৰলৈ প্ৰায় সাত কিলোমিটাৰ আঁতৰত আকাশী গংগা অৱস্থিত। জনবিশ্বাসমতে মালিনীথানত শ্ৰীকৃষ্ণ ৰুক্মিণীৰ বিবাহ হৈ যোৱাৰ পাছত বৰ্তমানৰ ৰুক্মিণী মন্দিৰ থকা স্থানতে দুয়ো এনিশা জিৰণি লৈছিল। পিছদিনা দুয়ো আকাশীগংগাৰ নিৰ্মল জলধাৰাত স্থান কৰি আহি পূজা সেৱা কৰি দ্বাৰকালৈ যায়গৈ। চুতীয়া ৰজাসকলৰ ৰাজত্ব কালত মালিনীথানত কেইবাটাও মন্দিৰ আছিল । কিন্তু চুতীয়া ৰাজ্যৰ পতন আৰু প্ৰাকৃতিক দুৰ্যোগত মন্দিৰকেইটা ভাঙি পৰিছিল আৰু মূৰ্তিবোৰ মাটিত পোত গৈছিল।কুৰি শতিকাৰ চতুৰ্থ দশকত ডব্লিউ এইচ কালভাৰ্ট নামৰ পাছিঘাটৰ Assistant political officer এজনে পাহাৰৰ গালং সম্প্ৰদায় আৰু ভৈয়ামৰ তৰাজান অঞ্চলৰ মানুহৰ মাজত হোৱা কাজিয়া এখনৰ মীমাংসা কৰিবলৈ যাওঁতে মালিনীথানৰ ধ্বংসাৱশেষবোৰ দেখা পাইছিল। দেশ স্বাধীন হোৱাৰ পাছত প্ৰথমে ডঃ ধৰ্মেশ্বৰ চুতীয়া তাৰপিছত ভৰত চন্দ্ৰ ভূঞা নামৰ দুজন চৰকাৰী বিষয়াই মালিনীথান পৰিভ্ৰমণ কৰিছিল।ভূঞাদেৱে মালিনীথান পৰিদৰ্শন কৰি যোনীপীঠৰপৰা বিচ্ছিন্ন হৈ থকা এটা শিৱ লিংগ,তিনিডোখৰ হৈ ভাগি থকা দশভূজা দূৰ্গা, গণেশ আদিৰ ভগা -ছিগা মূৰ্তি দেখিবলৈ পাইছিল। মালিনীথান চৰকাৰীভাৱে প্ৰথম প্ৰণালীবদ্ধ অনুসন্ধান আৰম্ভ হৈছিল ১৯৬৮ চনৰ পৰা।এই কামৰ গুৰি ধৰিছিল উত্তৰ পূব সীমান্ত অঞ্চলৰ গৱেষণা বিভাগৰ উপ সঞ্চালক লক্ষ্মীনাথ চক্ৰৱৰ্তীয়ে। মালিনীথান আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত ক্ষেত্ৰ অধ্যয়ন চলাই সেই ঠাইত হাবি জংঘলৰ মাজত পোত খাই থকা অৱস্থাত শিলত কটা মূৰ্তিৰ ধ্বংসাৱশেষ দেখা পাইছিল।১৯৭০ চনৰ পৰা ১৯৭১ চনলৈকে খনন কাৰ্য চলাই লক্ষ্মীনাথ চক্ৰৱৰ্তী দেৱে এশতকৈ অধিক মূৰ্তি আৱিস্কাৰ কৰে। আখ্যানসমূহ পুৰণি যদিও মন্দিৰটো প্ৰাচীন কালৰ নহয়। প্ৰত্নতাত্বিক গৱেষণাই প্ৰমাণ কৰিছে যে মন্দিৰটো দ্বাদশ-ত্ৰয়োদশ শতিকাৰ। মন্দিৰটোৰ নিৰ্মাণ চুতীয়া ৰজা ৰত্নধ্বজ পালে(১২১০-১২১৫ খ্ৰীষ্টাব্দ)নিৰ্মাণ কৰাৰ সম্ভাৱনাই অধিক। মন্দিৰৰ পূজাৰীজনে কিন্তু চুতীয়াসকলৰ একাদশতম ৰজা লক্ষ্মীনাৰায়ণৰ কথা উল্লেখ কৰিছে(১৪০০-১৪২০ খ্ৰীষ্টাব্দ)যদিও লক্ষ্মীনাৰায়ণৰ ৰাজত্বকাল পঞ্চদশ শতিকা হোৱালৈ চাই দ্বাদশ শতিকাৰ চুতীয়া ৰজা ৰত্নধ্বজ পালে নিৰ্মাণ কৰাৰ সম্ভাৱনাই অধিক।
❤
Ooooo
Detailed video.. sai val lagile.
Jai maa
Thank you so much।।। I will definitely go ।।। I am searching about Malini than and I got your informative video ।।। 👍
Tumar voice bohut dhunia God bless you
Thank you for covering to our pride land(malinithan) brother hope to see more video from you ❣️❣️
MALINITHAN aamar goror aausorotiea hoi aikiea dinotiea goi aahilu ❤❤❤❤❤❤
Xundar bhaiti tumar voice Tu khub dhuniya vaal ru Always smart hoi thakiba ! God bless 🙌🤞👏✌👍👌🙏
Jai Ma malene than ke Jai hu 🙏🙏🙏
Bohute borhiya LAGISE homoy bhaiti
Bahut val lagil
Differently ahim
Bohut val lge moiu goisu abr ❤️
Bhal lagil .pahad bhal lage
Val lgise moi o goisilu jowa bosor ki dhunia than
Dada moi goisilu malini than 28 December 2023. Bosor
🙏🙏🙏 ভাল লাগিল
আমী গৈছীলো
Silapather next ahile call koribo moja location ase nice❤
Ki ki jega ase usorot dada
🌸🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏❤️❤️❤️
Ooo tumi Silapathar ashisha ami bhout bar golu ❤
Bhal lagil vedio to sai
Jai maa malini❤
Hosakai bohot val lgil
Ami jaboloi ulaye aso bor bhal lagil dey
Nice bohut dhunia 😮❤
Extremely beautiful
🪔🔱🍀🌻❤️🙏jai Malini than aai🙏
Aaji first moi aapunr video saalu...bhut besi a val lagil ... 😊
সুন্দৰ
Apunar voice bhut दुनिया
আপোনাৰ লগত গলে ভাল লাগিব
Oti hunkale jam malinithan.kripa kora Maa.
Very nice ❤❤🎉❤❤🎉
Ami Kali goi ahilu ❤
Bohut vl lgila
🙏🏽🙏🏽❤❤❤
Very nyc video dada ❤🙏🏻
❤❤❤👌🏼
Childhood memories 🙏🙏
🙏
Nice video❤❤❤❤❤❤
Jai mata di
App ko bahot bahot dhniyawad 🙏🚩 dost app ne Bhgwan ki darsan karaye😭😭😭😭 he krishna bhgwan 🙏🙏😭🚩🚩🚩
Golu
moi goisu agata Bahut dhunia hoi nujua xakal jab abar val pab goi
Nice vedio..
Nice ❤❤
bht mja bro
Moja lagil dear SAMAY
THANKS MY BROTER
Very nice
Jam oo dada 😊
Val lagil
🙏🙏🌹🌹🕉️
This Bahunbajey is from Fulbari basti. Mata Malini bless us all.
Moja brooo
Amiu jam
❤❤❤
Ami jam 31dec
Nice
Vl lagil
Friday goi aasu bike ride kari biswanath Charialir para
Video on parshuram kund please
Da bhai moi goiselo 1 tarik
Ki din ahiley bhogoban usarat jaboley ticket lagey😢
মোৰ নাম ৰাগিনী দাস ম ই গচুলু ।
ম ই সৰু ছোৱালী
Dada aji loike hisap kore mote 2023 hoise he kenekoi 6000 year agor hoi buli janile
Jam buli bhabisilu jam
Moi gisilu
Moi goisu tate
Video bur kiht shoot kora dada
Pass lagibo neki
তুমি আমাৰ।বামুনি শিল আহিবা।
Bahut ganib parilu
6000 bosor !
Kunuba malini maar mandir sabo ahile muk jonalei hol.
Excellent 👍👍👌 mojja lagil aji pora friend holu .. plz check koribo mur Vlog
Nice video ❤️ New friend hoi golu Tumiu mur friend hoba ❤️
dada apunar video bhut val lage mur channel to pls subcribe kri dibosun pls
Very very nice
🌸🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏❤️❤️❤️
❤❤
বহুত সুন্দৰ মন্দিৰ এনেকুৱা এখন থান আছে অসমত বলি আজিহে গমপালো ।সময় তোমাক বহুত বহুত ধন্যবাদ।❤❤❤❤
Thanks homoy I was planing to visit once Malini than and get all information about that place nice vlog .
Thank you bro bor val lagile.sai hosai jab.lagib..vidio sai aeman mojaa.lagile..thank you so much.
Too much thanks to show us the historical tample.we need more in future.
বহুত বহুত ভাল লাগিছে ❤
Jai maa Malini,jai jai jai. Maa apunk video hohaiot dorkhon palu.abr maa jabor karone akhirbad Kariba.
Moi goisu malinithan 😊
Khubei dhuniya mondir ... ❤
চিনাকি ঠাই এনেকৈ দেখিলে মনতো কিবা ভাল লাগে ❤️
Val lagile dada moiu goi silu bohut dhuniya Val loga thai
Ammi jam. Tampul bar val lagil
মালিনীথানৰ লগত জড়িত আখ্যানমতে শ্ৰীকৃষ্ণই বিদৰ্ভৰ ৰজা ভীস্মকৰ জীয়ৰী ৰুক্মিণীক হৰণ কৰি দ্বাৰকালৈ নিওঁতে বৰ্তমানৰ মালিনী থান থকা ঠাইত জিৰণি লৈছিল। তেতিয়া সেই ঠাইতেই মহাদেৱ শিৱ আৰু তেওঁৰ পত্নী দূৰ্গা (পাৰ্বতী)ই এখন ফুলৰ বাগিচাৰ মালি ৰূপ ধৰি আছিল। শ্ৰীকৃষ্ণ ৰুক্মিণী সেই ঠাই পোৱাৰ লগে লগে পাৰ্বতীয়ে তেওঁলোকক সুন্দৰ ফুলৰ মালাৰে আদৰণি জনাইছিল।এই কাৰ্যত সন্তোষ্ট হৈ শ্ৰীকৃষ্ণই পাৰ্বতীক মালিনী নামেৰে সম্বোধন কৰিছিল। সেই সময়ৰ পৰা ঠাইখন মালিনীথান নামেৰে প্ৰখ্যাত হৈ পৰে।এই আখ্যানমতে কৃষ্ণ-ৰুক্মিণীৰ বিবাহ শিৱ -পাৰ্বতীৰ সাক্ষাতত মালিনীথানতে সম্পন্ন হৈছিল।
মালিনীথানৰ প্ৰায় দুশ মিটাৰ উচ্চতাত ৰুক্মিণী মন্দিৰ আৰু তাৰো ওপৰলৈ প্ৰায় সাত কিলোমিটাৰ আঁতৰত আকাশী গংগা অৱস্থিত। জনবিশ্বাসমতে মালিনীথানত শ্ৰীকৃষ্ণ ৰুক্মিণীৰ বিবাহ হৈ যোৱাৰ পাছত বৰ্তমানৰ ৰুক্মিণী মন্দিৰ থকা স্থানতে দুয়ো এনিশা জিৰণি লৈছিল। পিছদিনা দুয়ো আকাশীগংগাৰ নিৰ্মল জলধাৰাত স্থান কৰি আহি পূজা সেৱা কৰি দ্বাৰকালৈ যায়গৈ।
চুতীয়া ৰজাসকলৰ ৰাজত্ব কালত মালিনীথানত কেইবাটাও মন্দিৰ আছিল । কিন্তু চুতীয়া ৰাজ্যৰ পতন আৰু প্ৰাকৃতিক দুৰ্যোগত মন্দিৰকেইটা ভাঙি পৰিছিল আৰু মূৰ্তিবোৰ মাটিত পোত গৈছিল।কুৰি শতিকাৰ চতুৰ্থ দশকত ডব্লিউ এইচ কালভাৰ্ট নামৰ পাছিঘাটৰ Assistant political officer এজনে পাহাৰৰ গালং সম্প্ৰদায় আৰু ভৈয়ামৰ তৰাজান অঞ্চলৰ মানুহৰ মাজত হোৱা কাজিয়া এখনৰ মীমাংসা কৰিবলৈ যাওঁতে মালিনীথানৰ ধ্বংসাৱশেষবোৰ দেখা পাইছিল।
দেশ স্বাধীন হোৱাৰ পাছত প্ৰথমে ডঃ ধৰ্মেশ্বৰ চুতীয়া তাৰপিছত ভৰত চন্দ্ৰ ভূঞা নামৰ দুজন চৰকাৰী বিষয়াই মালিনীথান পৰিভ্ৰমণ কৰিছিল।ভূঞাদেৱে মালিনীথান পৰিদৰ্শন কৰি যোনীপীঠৰপৰা বিচ্ছিন্ন হৈ থকা এটা শিৱ লিংগ,তিনিডোখৰ হৈ ভাগি থকা দশভূজা দূৰ্গা, গণেশ আদিৰ ভগা -ছিগা মূৰ্তি দেখিবলৈ পাইছিল।
মালিনীথান চৰকাৰীভাৱে প্ৰথম প্ৰণালীবদ্ধ অনুসন্ধান আৰম্ভ হৈছিল ১৯৬৮ চনৰ পৰা।এই কামৰ গুৰি ধৰিছিল উত্তৰ পূব সীমান্ত অঞ্চলৰ গৱেষণা বিভাগৰ উপ সঞ্চালক লক্ষ্মীনাথ চক্ৰৱৰ্তীয়ে। মালিনীথান আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত ক্ষেত্ৰ অধ্যয়ন চলাই সেই ঠাইত হাবি জংঘলৰ মাজত পোত খাই থকা অৱস্থাত শিলত কটা মূৰ্তিৰ ধ্বংসাৱশেষ দেখা পাইছিল।১৯৭০ চনৰ পৰা ১৯৭১ চনলৈকে খনন কাৰ্য চলাই লক্ষ্মীনাথ চক্ৰৱৰ্তী দেৱে এশতকৈ অধিক মূৰ্তি আৱিস্কাৰ কৰে।
আখ্যানসমূহ পুৰণি যদিও মন্দিৰটো প্ৰাচীন কালৰ নহয়। প্ৰত্নতাত্বিক গৱেষণাই প্ৰমাণ কৰিছে যে মন্দিৰটো দ্বাদশ-ত্ৰয়োদশ শতিকাৰ। মন্দিৰটোৰ নিৰ্মাণ চুতীয়া ৰজা ৰত্নধ্বজ পালে(১২১০-১২১৫ খ্ৰীষ্টাব্দ)নিৰ্মাণ কৰাৰ সম্ভাৱনাই অধিক। মন্দিৰৰ পূজাৰীজনে কিন্তু চুতীয়াসকলৰ একাদশতম ৰজা লক্ষ্মীনাৰায়ণৰ কথা উল্লেখ কৰিছে(১৪০০-১৪২০ খ্ৰীষ্টাব্দ)যদিও লক্ষ্মীনাৰায়ণৰ ৰাজত্বকাল পঞ্চদশ শতিকা হোৱালৈ চাই দ্বাদশ শতিকাৰ চুতীয়া ৰজা ৰত্নধ্বজ পালে নিৰ্মাণ কৰাৰ সম্ভাৱনাই অধিক।
❤
Ooooo
Detailed video.. sai val lagile.
Jai maa
Thank you so much।।। I will definitely go ।।। I am searching about Malini than and I got your informative video ।।। 👍
Tumar voice bohut dhunia
God bless you