জুবিন গাৰ্গ ককাইদেউৰ নতুন বোলছবি চিকাৰৰ একাদশী ৰাতিয়া | Zubeen Garg | Sikar Ekadoshi Rariya

Поделиться
HTML-код
  • Опубликовано: 20 окт 2024
  • ছবি গৃহলৈ আহি আছে জুবিন গাৰ্গ ককাইদেউৰ নতুন বোলছবি "চিকাৰ" । গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসালয় মহাবিদ্যালয়ৰ খেলপথাৰত তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যোৱা Rongali (অষ্টম সংস্কৰণ)ৰ শেষৰ সাংস্কৃতিক অনুষ্ঠান আছিল আমাৰ মৰমৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ ককাইদেউৰ গীতৰ শৰাই... ককাইদেউৰ "একাদশী ৰাতিয়া" গীতটি আপোনাসৱৰ বাবে আগবঢ়াইছো...
    Shyamkanu Mahanta ককাইদেউলৈ শুভ কামনা জ্ঞাপন কৰিছো ৰঙালী অসমবাসী ৰাইজক উপহাৰ দিয়াৰ বাবে
    #Rongali
    #Rongali2024
    #Shyamkanu_Mahanta
    #zubeengarg
    #sikar
    #Mure_dhoni
    #baganiyasong
    #zubeen_garg_songs

Комментарии • 16