আমি হলো দিন হাজিৰা কৰি খাইথকা দৰিদ্ৰ লোক ’ কিন্তু আমি Interview দিলে একো ৰিজাল্টেই নাপাও ৷ সোনকালে দিয়ক APDCLৰ ৰিজাল্ট নহলে বৃদ্ধ হৈ বিধবা পেঞ্চন লব লগিয়া হব ৷
Mama himanta sir amar habi baranga bari pora borbhogia rasta2 akebare Bea......doya kri rasta2 vl hole vl pao.....ramar pora akha nakoru......teu bonale.abosoru najai.
মৰিগাঁও সমষ্টিৰ ৰাইজলৈ আহ্বান এনেকুৱা এম. এল. এ - ক ভোট দি অসমখন লেতেৰা নকৰিব 🙏
আমি হলো দিন হাজিৰা কৰি খাইথকা দৰিদ্ৰ লোক ’ কিন্তু আমি Interview দিলে একো ৰিজাল্টেই নাপাও ৷ সোনকালে দিয়ক APDCLৰ ৰিজাল্ট নহলে বৃদ্ধ হৈ বিধবা পেঞ্চন লব লগিয়া হব ৷
ঈশ্বৰে কৰা 'লীলা' সমুহৰ অন্ত পৰাটো বিচাৰোঁ ৷
ৰমাকান্ত দেউৰীকো শাস্তি বিহা উচিত ৷
এইবোৰ দালালৰ কাৰনে ভাল ভালকে শিক্ষা লোৱা মানুহবোৰ বেকাৰ হৈ আছে৷
নিজৰ দুই জীয়ৰীৰ চাকৰি।বা কি সুন্দৰ পদক্ষেপক।
দোজনী হোৱাৰ বাবে ইমানতে। আৰু ছোৱালী থকা হলে সকলোকে চাকৰি দিলে হয়।
১৯৮৫ চনৰ পৰা অসম চৰকাৰৰ বহু বিভাগত বহুলোকে ইণ্টাৰভিউ নিদিয়াকৈ চাকৰি কৰি আছে । চাকৰি দিয়া মহাপুৰুষবোৰ বহুত ধনী হল আৰু সমাজত মুখা পিন্ধা ভদ্ৰ লোক হৈ আছে । ( ১৯৮৫ ৰ পৰা ২০২২ লৈখে ।
ঠিকেই। তাৰে কিছুমান মৰি ভূত হল
কেতিয়াবা কিছুমান নিউজ শুনিলেই মনটো ভাল লাগে
মেকুৰী ডিঙিত তিলিঙা ওলমাব কোনে ? মেকুৰী চোৰ বুলি জানেই , তথাপিও মেকুৰী কেই ৰজা পাতে ।
চাকৰি কৰা পাৰ্টিৰ কি ভুল, ভুল ত ৰমাকান্ত 420ৰ, মিন বিভাগ মন্ত্ৰীৰ ও FIR হব লাগে , তেওঁ এই তেতিয়া মন্ত্ৰী আছিল কিন্তু
A S T C ও বহুত খেলিমেলি হৈছে তদন্ত হব লাগে
Aru helth department
বঢ়িয়া
কংগ্ৰেছৰ প্ৰশ্ন বাহ বাহ প্ৰয়াত দিনবোৰ যেন পাহৰিলে।
কংগ্ৰেছ চৰকাৰৰ সময়ত সকলোতে কেলেংকাৰী হোৱা বুলি চিঞৰি আছে কিন্ত এতিয়া এইবোৰ কি ?
Action to loise
Sakori gol nohoy..
কেনেকৈ চাকৰি পালে তদন্ত হ'ব লাগে???? ,,,,, ন্যায় সকলোৰে বাবে সমান হ'ব লাগে, দোষীক জেলৰ ভাত খোৱাৰ ব্যৱস্থা কৰিব লাগে,,,,,
Ramakanta go back
Right bht val lagise enekw news pai
চৰকাৰৰ বিৰুদ্ধে যোৱা পৰিণাম
Good step assam govt.
Bht val khbr aku exmei napata hoise bht val khabar
কেইদিনমানৰ আগত বিজেপি ৰ বিৰুদ্ধে কথা কোৱা বাবে ই এই অবস্থা হ'ল।যদি সাহস আছে PNRD খিনিৰো ব্যবস্থা লওঁক।তাত ও বহুত শুনিছিলোঁ।
Thik khub khundr ....vl lagil ❤️👍
Court case dibo lage . Take necessary action immediately against Ramakanta Deori.
সঁচাই আমি মৰিগাঁওবাসী বহুত দুৰ্ভাগ্যবান
Aru bohut asaa Sir 🙏🙏🙏🙏🙏
ইয়াৰ ওপৰত F I R. দিব লাগে চাল্না ।
মজা ভাল পাইছো |
Bohut val hoise dai. Pokor ghurai nasim. Moja lagise. Hai hai heya hai😊😊 dhiniki dhindaw daw. Ha ha ha, sakoror sakori. Makurir tilinga, bah bah. 😁😁😁😁
Pnrd r exam o নতুনকৈ হব লাগে
IRRIGATION DEPARTMENT same problem hoise..valke assam likhibo nojona lorai sakori paise irrigation departmentot....
এইবোৰ দলালৰ কাৰণে
টকা নাই ,চাকৰি নাই , নামৰ formula টো হৈছে।
ATI Sundar kotha
আৰু হিমন্তৰ বিৰুদ্ধে নোকোৱা কিয়? কেনে মজা পালি ☺️☺️☺️
Ramakanta go back.
দ্বিতীয় হাংগামা মহিলাৰীৰ কথাবোৰ ভালেই লাগে।
Good আমৰ তেজ খাই কেনে পাইছে । জেল যাব লাগে
Xundor step loise 🙏
মৰিগাঁও মণ্ডল কিছুমানক চাকৰি দিছে জনা মতে
Mojjaaaa ..
তেওঁলোকে বিজ্ঞাপনৰ কথাই নাজানে চাকৰি কেনেকৈ পালে।
ৰমাকান্ত শেষ আৰু এইবাৰ
Good step CM sir
Moja moja moja bohut moja
Assam Government r sokolu department te investigation karibo lage Toka di sakori lua bahut manuh ase..
Mojaaaah
Very good
MLA ওপৰতো তদন্ত হব লাগে
Tet আৰু police বাদ দি এটাই বোৰ departmentৰ পৰীক্ষা SSC ৰ মাধ্যমৰে হব লাগে।
Moja
Arrest ramakanta
Hi hi hi,
Nice 👍👍👍
দুৰ্ণিতিৰ সম্ৰাটে 👹👺👺👹👹 দুৰ্ণিতি ৰজা -মহাৰজাক লগত নলৈ সৎ লোকক লৈ কি লাভ হ'ব 😋🤪😜🥰🥳
দিছপুৰৰ দালালি কেইটা ধৰিলে বহুত ভাল পালো হয়
moja
Bhut vll kam krisa cm sir
Ramakanta's Voice Should be banned it sounds dangerous 😂
ৰমা খুৰাক বহুত বা বা দিছিলে ২দিন মান আগতে। আজি আকৌ তেওঁ ক বেয়া কে দিলে,🤣🤣🤣🤣🤣🤣🤣
Val lagla
Moha akohot e
Punishment essential
এই বিলাক মহান কাম
Mooja
Good
এইটো Culture অসমত বন্ধ হব লাগে। এইবোৰ কাৰণে শিক্ষত নিবনুৱা আজি ৰাস্তাত চৰকাৰী চাকৰি তোৰ পৈত্রিক সম্পত্তি নহয় যদি সৎ সাহস আছে Exam দি পাছ কৰিব কবি hawa tight হৈ যাব।
We need pnrd sapai
Johora no 1
Nice
Ami disilu amar result a nulale...mne mne sakori join krisil...eman durniti
পিঠি ফালি দিয়ক
Mama ki sai asa atia 😂😂😂😂😂
Sir atiya nijikti huwa durniti bur ki koi
hiloi hiloi hiloiyaa huuiii
Nice mama
হাহিব নে কানদিব।চাকৰি বেপাৰীক ধৰি দেখুৱাৱক।তেহে মানিব পৰা হব দুৰনিমুকত চৰকাৰ।
Well done
Mojaaaaa 😂😂
Ramakanta dewri arrest....
Good. Eikhon he hosa sarkar. Ramakanta nisina manuhok bjp r pora bohiskar koribo lage
Romar aapir kotha hunok, VIVA dise bt written r kotha najane, without written viva dise tai????? Hahahaha.
Roma kiak val lga bhut
Poka siyal r sowalir sakori gol 🤣🤣🤣😀😀
Papor xima nai…
পঞ্চায়ত ত হৈছিল
Majaa 😂
Sakori golei nhoi jail hbo lge
Ramakantor shasti hobone mama, na BJP howa karone rehai pabo cm mama.
ধেই বাল মই জীয়েকক আনিমবুলি ভাবিছিলো। শাহুৰ বোলে চাকৰিয়ে গেল। 🙄🙄🙄🙄
De aru bjpk vote
MLA হৈ যদি চাকৰি এটা দিব নোৱাৰে কেনেকৈ হব। জিকিবলৈ কিমান পইচা খৰচ হয়।
Well done BJP government ✌️
কি যে হব অসম খনৰ..
Olp dinar past akou join howa khbr2 napalehe hanti....
Nhoi.
দাদা অহাকালি আপোনালোকে গুৱাহাটী বিশ্ববিদ্যালয় লৈ গলে দুটা বিষয়ৰ কথা উল্লেখ কৰিব
প্ৰথম আৰু মুখ্য বিষয় - প্ৰায় ৭৫% ছাত্ৰ-ছাত্ৰীৰ F (0)অহাটো লজ্জাজনক ঘটনা। গতিকে এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ন্যায় প্ৰদান কৰিব লাগিব আৰু ৰিজাল্ট বিলাক ক্ষেত্ৰত পুনৰ বহী নিৰীক্ষণ কৰি হওঁক বা অইন কিবা আমি সেইবোৰ নাজানো কিন্তু ছাত্ৰ-ছাত্ৰীৰ F ক্ষেত্ৰত মাৰ্ক প্ৰদান কৰি পাছ কৰাই দিব লাগিব। এসপ্তাহৰ ভিতৰত নতুন ৰিজাল্ট প্ৰদান কৰিব লাগিব।
২। ab অহাটো কলেজ কৰ্তৃপক্ষই দায়িত্ব লৈছে যিহেতু বিশেষ কবলগীয়া নাথাকে।
গতিকে সমূলি ছাত্ৰ ছাত্ৰী সমস্যা সমাধান হব লাগিব।
মিডিয়াৰ আগত ও এইখিনি কথা প্লিজ উল্লেখ কৰিব দাদা। আমাৰ F বিলাক উঠাই লৈ নতুন ৰিজাল্ট প্ৰদান কৰিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰক
New drama start
চৰকাৰৰ ষড়যন্ত্ৰ
Mama himanta sir amar habi baranga bari pora borbhogia rasta2 akebare Bea......doya kri rasta2 vl hole vl pao.....ramar pora akha nakoru......teu bonale.abosoru najai.
Forest r sbo lge.kimn bsre hole hol apply kora but ajile khbr nai exm r