Bhagwat Path || Riju Pathak || Video-13 ( প্ৰথম স্কন্ধ)

Поделиться
HTML-код
  • Опубликовано: 16 янв 2025

Комментарии • 202

  • @Sarala24
    @Sarala24 4 месяца назад +1

    প্ৰভু আপোনাৰ সুন্দৰ কণ্ঠৰ ভাগৱত সুনিবলৈ সদায় ৰখি থাকো 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @mrinalmedhi8346
    @mrinalmedhi8346 Год назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ,। প্ৰভূ আপোনাৰ শ্ৰী চৰণত সেৱা জনালোঁ সদায় এনেদৰে কৃষ্ণ কথা অমৃত পাণ কৰিব পাৰোঁ লগতে আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।

  • @manjulabora8219
    @manjulabora8219 2 года назад +1

    🙏🙏 কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ‌ সেৱা আগবঢ়ালোঁ 🙏🙏

  • @jinukakati1589
    @jinukakati1589 4 года назад +12

    হে বাপভাগবতৰ অমৃতৰস পান কৰিবলৈ সদায় ৰৈ থাকিম কৃষ্ণ কৃষ্ণ

    • @rinakalita927
      @rinakalita927 2 года назад

      ভকত বৎসল প্ৰভুৰ অমৃত ৰস শুনি থাকিবলৈ সদায়ে আপোনালৈ অপেক্ষাৰত

  • @sabitrimedhi6564
    @sabitrimedhi6564 4 года назад +1

    কৃষ্ণ°°সুপ্ৰভাত মোৰ শ্ৰীআচাৰ্যগুৰুদেৱৰ পদপঙ্কজত সুহৃদিত শীৰণতহৈ কৰযোৰে কৃতাঞ্জলী বোলাইছো প্ৰভূঈশ্বৰ ! আপোনাৰ শ্ৰীমুখে শ্ৰোত হোৱা বৈকুণ্ঠৰ মহাভাগৱতৰ গংগোত্ৰীৰ অমৃতেৰে বৈ অহা ৰাতুলচৰণযুগলক দৰদী হৃদয়ত থাপি প্ৰভূৰ অক্ষয় বাক্যামৃতক অনন্তৰে কৃতাঞ্জলী বোলাইছো ।আপোনাৰ মহানুভৱতাৰ বাক্যামৃত এবাৰ কৰ্ণপাত হৈ মোৰ হৃদয়ত অভেদ্যলৈ গতি কৰিছে ।আপোনাৰ লগতে পৰিয়াললৈ কুশল-মঙ্গল কামনা কৰি ভগৱানৰ শ্ৰীচৰণত কাতৰে সেৱা নিৱেদন কৰিছো। শ্ৰীভাগৱতক হৃদয়ত স্থাপনকৰি °°°°প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ °°সমস্তৰে আত্না হৰি পৰম বান্ধৱ হে°°হে°কৃষ্ণ° তযু পাৱে পশিলো শৰণ । মই অনাথৰ নাথ তুমি নাৰায়ণ হে°°তুৱা পাৱে কৰো সেৱ হে °°ৰাম ৰাম ৰামৰাম°°

  • @suren1974
    @suren1974 4 года назад +6

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ । আমাৰ সেৱা ভাগ আপোনাৰ চৰণত আগবঢ়ালোঁ । আমাৰ কাৰনে আপুনি মানৱ সমাজৰ মূল্যবান সম্পদ ।
    তথা শ্ৰেষ্ঠ মানৱ সম্পদ ।
    আপোনাৰ শাৰীৰিক সদাই সুষ্ট সবল হৈ থাকে যেন ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো । কৃষ্ণ কৃষ্ণ বাপ ।

  • @amlanjyotidutta6406
    @amlanjyotidutta6406 4 года назад +10

    কৃষ্ণ 🙏 ।। অতি মনোৰম ব্যাখ্যা বাপ।। ঈশ্বৰৰ এই গুণানুকীৰ্তন শ্ৰৱণ কৰি নিশ্চয় সমাজৰ মংগল হ'ব ।

  • @nilimadas1784
    @nilimadas1784 2 года назад +1

    Krishna Krishna🙏 kripa kariba🙏 Krishna Krishna🙏

  • @rulennath7538
    @rulennath7538 4 года назад +6

    কৃষ্ণ কৃষ্ণ,কৰুণাসাগৰ দয়াময় । বাপ ধন্য নৰতনু দেহ ধন্য হ ওক। জয় গুৰু শঙ্কৰ।

    • @lohitdas8326
      @lohitdas8326 4 года назад +1

      নমস্কাৰ বাপ।

  • @nivatalukdar6195
    @nivatalukdar6195 2 года назад

    হে বাপ প্ৰণাম ।ভগৱন্তই আপোনাক কুশলে ৰাখক আৰু আমাৰ নিচিনা অভাজনক এনেদৰে ভাগৱতৰ অমৃত পান কৰাই থাকক।🙏🙏🙏

  • @nabingogoi3999
    @nabingogoi3999 3 года назад

    কৃষঞ বাপ ৷আপোনাৰ চৰণ যুগ লত শতকোটি সেৱা জনাই ছো ৷আপোনাৰ ভাগৱত পাঠ আৰু বাখ্যা ই মোক একেবাৰে মোহিত কৰিছে ৷আপোনাৰ ভাগৱত পাঠ আৰু বাখ্যা শুনিলে মোৰ ভোক পি য়া একো নালাগে ৷🙏🙏🙏

  • @bhupendas1971
    @bhupendas1971 4 года назад +6

    কৃষ্ণ বাপ !
    সেৱা নিবেদিলোঁ চৰণত |
    মনোৰম ব্যাখ্যা শ্ৰৱণ কৰি আহ্লাদিত হৈছো প্ৰভূ | ভাল লাগিল
    বাপ | কৃষ্ণ......

  • @monikaboradutta915
    @monikaboradutta915 4 года назад

    কৃষ্ণ কৃষ্ণ,,,, হে প্ৰভু আপোনাৰ চৰনত শিৰ থৈ সেৱা নিবেদিছো ,,,,,

  • @daduldas1643
    @daduldas1643 2 года назад

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ আমি ভগৱন্তৰ কৃপা দৃষ্টি পামনে? কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @benudhardeka6896
    @benudhardeka6896 4 года назад +2

    👏 কৃষ্ণ কৃষ্ণ বাপ | ভকত বত্সল প্ৰভু ভগৱন্তৰ ভকত কৃপা দেখি আনন্দত অশ্ৰু নিগৰি আহে প্ৰভু |

  • @krishnatamang7248
    @krishnatamang7248 4 года назад +4

    কৃষ্ণ বাপ 🙏🙏 আমাৰ সেৱাঁ ভাগি গ্রহণ কৰিব। অতি সুন্দৰ আৰু মনোৰম পাঠ ব্যাখ্যা। শ্রৱণ কৰি আমি অতি আপ্লুত হৈছো। ভগৱন্তই আপোনাক সদায় ভালে কুশলে ৰাখক। তাৰে কামনা কৰিছোঁ।
    কৃষ্ণ 🙏🙏 জয় গুৰু শঙ্কৰ 🙏🙏

  • @ranjukonwar7919
    @ranjukonwar7919 4 года назад +3

    Krishna krishna Bap heya Janaisu .Aponak Gobinda Mahaprabhu e kushale rakhak .

  • @ninadas4970
    @ninadas4970 Месяц назад

    বাপ ঈশ্বৰ! আপোনাৰ অমৃতময় ব্যাখা শুণি দুচকু সেমেকী উঠে..ঈশ্বৰে আপোনাক সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক..

  • @mominborah8236
    @mominborah8236 4 года назад +3

    বাপ কৃষ্ণ , সেৱা জনালো । বাখ্যা শুনি বৰ ভাল পালো । আৰু অলপ দীঘল হোৱা হেতেন ।

  • @atulokalita4134
    @atulokalita4134 4 года назад +2

    Baap Ati Sunder bakhya. Jai Guru Sankar.

  • @mainabordoloi2479
    @mainabordoloi2479 3 года назад

    কৃষ্ণ কৃষ্ণ প্ৰণাম বাপ ঈশ্বৰ🙏🙏🙏

  • @rumibasumatari1962
    @rumibasumatari1962 2 года назад

    কৃষ্ণ প্ৰভু পুৱাৰ সেৱা জনালো আমি আপোনাৰ শ্ৰীমুখৰ ভাগৱত পাঠ আৰু ব্যাখ্যা শুনি ধন্য হৈছো শতকোটি প্ৰণাম নিবেদিলো আৰু আপোনাৰ পৰিয়ালৰ মঙ্গল কামনা কৰিলো

  • @PromilaRoy-b7d
    @PromilaRoy-b7d 4 месяца назад

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰণত সেৱা নিবেদন কৰিছো 🙏🙏🙏কৃষ্ণ কৃষ্ণ 🙏🙏

  • @arunpachoni1993
    @arunpachoni1993 4 года назад +2

    কৃষ্ণ কৃষ্ণ প্রভূ

  • @kabitasaikia1476
    @kabitasaikia1476 4 года назад +2

    কৃষ্ণ বাপ। পুৱাতেই ধন্য হলো। শতবাৰ প্ৰণাম জনাইছো।

  • @minatigoswami1535
    @minatigoswami1535 8 месяцев назад

    Namo namo Narayan,Prabhu Tumar saranat sata sata pranam ,Tumar dare ajana gurur mukh padmare bhagat mahima suni Ami dhanya! Prabhu !

  • @dipanjalibailung1180
    @dipanjalibailung1180 4 года назад +3

    হে প্ৰভু আপোনাৰ ভাগৱত পাঠ শুনিবলৈ পায় আমি নথৈ সুখি হৈছো

  • @gopalborah7666
    @gopalborah7666 4 года назад +3

    krishna bap .pranam janalu .

  • @daisyrabha2343
    @daisyrabha2343 4 года назад +2

    Krishna Krishna bap sewa janaisu krishna

  • @barbiesaikia7081
    @barbiesaikia7081 4 года назад +2

    Krisna bap jon thank you

  • @gorimatalukdar8725
    @gorimatalukdar8725 4 года назад +2

    কৃষ্ণ, জয় গুৰু শংকৰ মাধৱ। কৃষ্ণ.....

  • @bharatborah4271
    @bharatborah4271 4 года назад +4

    Krisn Bap apunar aei vagobt pathor Dara Ami xob kisu holeo opkrit hoishu krisn krisn por namisu

  • @lilakalita6705
    @lilakalita6705 4 года назад +2

    কৃষ্ণ পভু পনামহে জনালোঁ । মঙ্গলৰ কামনাৰে ।

  • @rajubaruah6140
    @rajubaruah6140 2 года назад

    হে বাপ আপোনাৰ মুখে মহাভাগৱত ৰস পান কৰিবলৈ পায় ধন্য হৈছো

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 11 месяцев назад

    Krishna Krishna Krishna prabhudev pronam to you.

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 3 года назад +4

    প্রণাম প্রভু আপোনাৰ শ্রী চৰণত সেৱা নিবেদিলো কৃপা কৰিব। কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏

  • @golapidas565
    @golapidas565 3 года назад

    Sewahe Prabhu 🙏🙏🙏🙏

  • @rajjudutta2497
    @rajjudutta2497 4 месяца назад

    Krishno krishno krishno🙏🙏🙏

  • @nabajyotidas6117
    @nabajyotidas6117 2 года назад +1

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏

  • @dipaliray5259
    @dipaliray5259 4 года назад +2

    🙏🙏ৰাম নিৰঞ্জন ৰাম নিৰঞ্জন হৰি য়ে , অ ভকত বৎসল হৰি য়ে। সেৱাহে বাপজন 🙏🙏

  • @bontiborah5014
    @bontiborah5014 4 года назад +3

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম ,প্ৰভু সেৱা হে জনালোঁ ।

  • @snigdhahazarika6651
    @snigdhahazarika6651 3 года назад

    Krishna Krishna Bap apunaloi Koti koti pranam janalo Krishna bap jai sri Krishna apuni ja anakoi aru agaloi baghawat path kora jan Krishna Krishna jai sri Krishna

  • @manashidevi9262
    @manashidevi9262 3 года назад

    Joi guru Sankar 🙏🙏🙏🙏

  • @bhagyalatachowdhury3704
    @bhagyalatachowdhury3704 Год назад

    কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ চৰনত শত কৌটি বাৰ প্ৰণাম।

  • @pankajboruah3673
    @pankajboruah3673 4 года назад +2

    কৃষ্ণ কৃষ্ণ বাপ সুপ্রভাত

  • @purushottamsutradhar6895
    @purushottamsutradhar6895 4 года назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা ভাগি গ্ৰহণ কৰিব!

  • @ronjitborah1997
    @ronjitborah1997 3 года назад +1

    Sewa jonalu.

  • @dipakborah1152
    @dipakborah1152 3 года назад

    🙏🌺Krishna Baap🌺🙏

  • @asharanidutta7176
    @asharanidutta7176 3 года назад

    Appunar bakhya ati monurom suni thakl amoni nalage Krisnha krishna..

  • @rikadas2664
    @rikadas2664 4 года назад +3

    কৃষ্ণ কৃষ্ণ বাপ বৰ আগ্ৰহেৰে ৰৈ আছিলো।

  • @orponadas6754
    @orponadas6754 3 года назад +1

    Krißhna🙏kr8shna🙏Krishna🙏

  • @ranudas4561
    @ranudas4561 5 месяцев назад

    কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏

  • @orponadas6754
    @orponadas6754 Год назад

    কৃষ্ণ 🙏কৃষ্ণ🙏কৃষ্ণ🙏

  • @sarajonisardar429
    @sarajonisardar429 4 года назад +3

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @snigdhahazarika6651
    @snigdhahazarika6651 3 года назад

    Iman vl hoise ja kobaloi kabal Krishna pranam ha ase prabhu apuni iman dhuniakoi bhagawat path koriba pare moi SNIGDHA a aitoa bicaru ja apuni jan anakoi agaloika ja anakoi a bhagawat path kori thaka jan Krishna Krishna Jai sri Krishna jai sri Ram Jai sri Krishna Jai sri Ram Jai sri Ram Jai sri Ram Jai sri Krishna Jai sri Krishna Jai sri Krishna Krishna Krishna

  • @nialifestyle2482
    @nialifestyle2482 Год назад

    কৃষ্ণ জয় গুৰু শংকৰ ।সেৱাহে ।

  • @utpal-verynicedas6072
    @utpal-verynicedas6072 4 года назад +2

    কৃষ্ণ বাপ সেৱাহে, আপোনাৰ মঙ্গল কামনা কৰিলো ।

  • @jayadeka1145
    @jayadeka1145 4 года назад +3

    Krishna bap🙏🙏🙏🙏

  • @ranunayak3161
    @ranunayak3161 4 года назад +2

    Krishna. Huni val lagil.🙏🙏👌👌

  • @joyadevi2447
    @joyadevi2447 4 года назад +2

    নাৰায়ন কৃষ্ণ কৃষ্ণ প্ৰভূ ।

  • @PranjitSaikiaYT
    @PranjitSaikiaYT 4 года назад +5

    কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏

  • @nikunjanath2513
    @nikunjanath2513 2 года назад

    বাপ আপোনাৰ ভাগৱত পাঠ ৰাইজক শুনাই যাৱক ভগৱানে আপোনাক মঙ্গল কৰিব ।জয় ভগৱান ।

  • @binandadas9675
    @binandadas9675 4 года назад +4

    🙏🏼🙏🏼🙏🏼krishna Krishna 🙏🏼🙏🏼🙏🏼

  • @bijoyaveryniceborah8304
    @bijoyaveryniceborah8304 2 года назад

    Krishna krishna 🙏🌹🙏🙏🙏

  • @dhankaibarta3971
    @dhankaibarta3971 3 года назад +1

    কৃষ্ণ বাপ কৃষ্ণ,বৰ,ভাল,লাগিল

  • @Kuldeep-v6k
    @Kuldeep-v6k 4 года назад +2

    কৃষ্ণ বাপ আপোনাক শতকোটী প্ৰনাম জনালো

  • @sarujandas121
    @sarujandas121 4 года назад +3

    Krishna Baap Parnam

  • @rajibkachari3618
    @rajibkachari3618 4 года назад +3

    Krisna.......

  • @madhabidas6553
    @madhabidas6553 2 года назад

    কৃষ্ণ শঙকৰগুৰু মাধৱ সেৱা আগবঢ়ায়ছো ।

  • @dimbeswardas1824
    @dimbeswardas1824 2 года назад

    কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম গ্ৰহণ কৰিব ।

  • @sanjeebdas6400
    @sanjeebdas6400 4 года назад +2

    কৃষ্ণ বাপ।আজি বহু অপেক্ষা কৰিব লগা হল।

  • @minaxidevi8208
    @minaxidevi8208 3 года назад

    ৰাম ৰাম ৰাম🙏🙏🙏

  • @sarbanandasingh269
    @sarbanandasingh269 2 года назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @khirodagogoi625
    @khirodagogoi625 4 года назад +4

    কৃষ্ণ প্ৰভূ
    আপোনাক কিবা জনাবলৈ
    আমাৰ একো ৱেই নাই ।
    আছে মাত্ৰ সেৱা , প্ৰণাম
    আৰু আশীৰ্বাদ ।
    কৃষ্ণ কৃষ্ণ কৃষ্ণ ।

  • @aadya2910
    @aadya2910 4 года назад

    Hare Krishna Hare Ram 🙏🙏🙏

  • @manjulanath2645
    @manjulanath2645 4 года назад +3

    কৃষ্ণ বাপ ।সেৱাহে জনালোঁ ।শুভৰাত্ৰি

  • @tuluhazarika8515
    @tuluhazarika8515 2 года назад

    Gurudabe Aponar Soronate Pronam

  • @shenindrasaikia4495
    @shenindrasaikia4495 4 года назад +4

    কৃষ্ণ কৃষ্ণ। 🙏🙏

  • @ranjudutta2234
    @ranjudutta2234 4 года назад +3

    Krishno

  • @bantideka823
    @bantideka823 4 года назад +2

    কৃষ্ণ বাপ সেৱাভাগ গ্ৰহন কৰিব |

  • @binakalita4108
    @binakalita4108 3 года назад

    মন ভৰিগৈছে প্ৰভু.

  • @mantuvallagilkalita1969
    @mantuvallagilkalita1969 4 года назад +1

    Krishna krishna krishna

  • @Minakakati-nu5hp
    @Minakakati-nu5hp 4 года назад +5

    কৃষ্ণ🙏

  • @ronjitborah1997
    @ronjitborah1997 4 года назад +1

    Punor sunilu,sewa jonalu.

  • @nirusaikia7631
    @nirusaikia7631 3 года назад

    কৃষ্ণ কৃষ্ণ বাপ 👃👃

  • @bultonboruah825
    @bultonboruah825 4 года назад +3

    কৃষ্ণ

  • @gouribaruah219
    @gouribaruah219 3 года назад

    Krishna Krishna🙏🙏🙏

  • @nilimapathak4964
    @nilimapathak4964 4 года назад +4

    SANTI.PALO.KRIHSNPRAVU.🙏🙏

  • @munmigogoi2377
    @munmigogoi2377 4 года назад +3

    Krishna bap

  • @meenagogoiborgohain4170
    @meenagogoiborgohain4170 3 года назад

    অশেষ ধন্যবাদ প্ৰভু।

  • @kowstavkironkonwar3759
    @kowstavkironkonwar3759 4 года назад +3

    🙏🙏🙏

  • @manomatikalita4131
    @manomatikalita4131 4 года назад +2

    কৃষ্ণ বাপ সেৱা ধৰিছো শুভ ৰাতি

  • @sabitriboruah4411
    @sabitriboruah4411 3 года назад

    প্ৰভু হেৱা জনালো।

  • @netraprasadsaikia3193
    @netraprasadsaikia3193 4 года назад +1

    ক়্ষ্ণ ক়্ষ্ণ প্ৰভুজনা প্ৰ্ণাম..আমি শ্ৰৱণ কৰি সুখী হলো ..ক়্ষ্ণ ..!

  • @tutumoniborah3549
    @tutumoniborah3549 4 года назад

    কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিছো

  • @ভাৰতমাতাকিজয়56

    সেৱা গ্ৰহন কৰিব প্ৰভু ।

  • @taralanath3876
    @taralanath3876 3 года назад

    কৃষ্ণ প্ৰভু প্ৰণাম

  • @guneswarpadiguneswarpadi8995
    @guneswarpadiguneswarpadi8995 4 года назад +2

    কৃষ্ণ প্ৰভু অতি সুন্দৰ ব্যাখ্যা
    পাঠক বাপ আপোনাক বহুত বহুত ধন্যবাদ কৃষ্ণ কৃষ্ণ

  • @madhusmitadas2305
    @madhusmitadas2305 4 года назад +1

    Krishno bab amar khoa lob

  • @ronjitborah1997
    @ronjitborah1997 4 года назад

    Pronam,pronam,pronam.