TOKARI GEET ৷৷ TOKARI GEET BY UMAKANTA BAIRAGI
HTML-код
- Опубликовано: 7 окт 2024
- #TokariGeet
#টোকাৰীগীত
#UmakantaBairagi
#AssamCulture
#TOKARIGEET by #UmakantaBairagi. Umakanta Bairagi (Sangeet Natak Academi Awardee in 2013-14)
সংগীত নাটক একাডেমী বঁটা বিজয়ী শ্ৰীযুত উমাকান্ত বৈৰাগীক ১৯৬৯ চনত ডিব্ৰুগড (Dibrugarh) অনাতাঁৰ কেন্দ্ৰই নিয়মীয়া শিল্পীৰূপে স্বীকৃতি দিয়ে। তেতিয়াৰে পৰা ডিব্ৰুগড (Dibrugarh) আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে তেওঁৰ গীত প্ৰচাৰ হৈ আহিছে। Radio Masco ৰ যোগিদিও উমাকান্ত বৈৰাগীৰ গীত প্ৰচাৰ হয়।
প্ৰিয় টোকাৰী গীত শিল্পী উমাকান্ত ককা
তেওঁৰ মৃত্যু অসমৰ অপূৰণীয় ক্ষতি।
সুন্দৰ অতি সুন্দৰ আৰু শুনিও ভাল লাগিল খুবেই কিন্তু এই টোকাৰী সমৰাত্জনা সৰগত সুখেৰে থাকক এই ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে মনত খুবেই দুখোলাগে,
কৃষ্ণ প্ৰভাতী সেৱা ভাগী নিবেদিছো কৃষ্ণ
কি মধুময় কণ্ঠ। শুনি থাকিবৰ মন যায়।
বৈৰাগী দেবৰ বিউগত দুখ প্ৰকাশ হলো কৃষ্ণ।
সচাকৈ, অলপতে মৃত্যু হোৱা উমাকানট্ বৈৰাগী লৈ সেৱা জনালো দূৰৰ পৰা তেখেতৰ মৃত্যু ৰ খবৰ পাই, গীত ভাগৰ পৰা আত্মাৰ সদগতি কামনা থাকিল, খুবেই দুখ পালোঁ, কিন্তু সেইজনাৰ টোকাৰী গীত সমূহ আজিও মনটে বৰকৈ বাজি উঠে, কি কৰিব পাৰোঁ আমি,,,,,,
কৃষ্ণ ৰাম কৃষ্ণ 🙏🙏🙏🙏কৃষ্ণ হৰি ৰাম কৃষ্ণ প্ৰণাম প্ৰভূ
মোৰ প্ৰিয় কণ্ঠশিল্পী উমাকান্ত বৈৰাগী❤️❤️🙏🙏
অনুগ্ৰহ কৰি Video টো Share কৰিব ৷
@@journalistbhaskarjyotideka6166
ূ
,
প্ৰণাম বাপ জনা! প্ৰভূ ৰাম কৃষ্ণ নাৰায়ণে দীৰ্ঘায়ু কৰিবলৈ যেন কৃপা কৰে !!! প্ৰদীপ খাউণ্ড, পাভৈ, বিশ্বনাথ I
গীতটো শুনিলেই মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয় তেখেতৰ মৃত্যু আমাৰ বাবে অতিকৈ দুখৰ কথা বুজি নাপাওঁ যে মানৱ জীৱনতে ঘটে কিয়, ইয়াকে বুজি নাপাওঁ
My most favourite singer, respected Uma Kanta Bairagi.
সুন্দৰ আছিল এই টোকাৰী গীত টো,
Ay bilak tokari siro jugomiya🥀🌹🥀🌹🥀🌹🥀🌹🥀🌹🌺🌿🌾🍀🍁🍂🌾🌲
অসমৰ জাতীয় সংস্কৃতিৰ সাধক পুৰুষ বৈৰাগী উমাকান্ত দেউতা ৰ দীঘায়ু কামনা কৰিলো.
Prabhu jona radhe radhe.moja hoise.aapunak notohire pranaam
❤❤
Hundor🙏🏻🙏🏻🙏🏻🙏🏻👍
Excellence the Tokari song of Umakantra Bairagiji.His voice tone acting all are very very beautiful.so I like his all kine of songs.
Beautiful Tukari Geet
মোৰ আটাইতকৈ বেছি ভাল লাগে এই টোকাৰী গীত টো শুনি কিন্তু এই গীত গোৱা লোক জনৰ মৃত্যু ৰ খবৰ পোৱা ৰসময়তে মই মনতে খুব দুখ পালোঁ, তেখেতৰ গীত সমূহ আজিও আমাৰ মাজত বৰকৈ সোৱৰাই দিয়ে তেওঁৰ এই সোণসেৰীয়া টোকাৰী গীত শুনিবলৈ ইচ্ছা কৰোঁ বৰকৈ, এৰা শুনিলে শুনি থাকিবৰ মন যায় মোৰো বৰকৈ কিন্তু অতিকৈ চিন্তা ত পেলাই নিদিয়ে নে বাৰু,,,,
বহুত ভাল লাগিল
এই টোকাৰী গীত গোৱা টোকাৰী বজাওতা জনালৈহিয়াভৰা আনত্ৰৰিক সেৱা জনালো দূৰৰ পৰা,, সৰগত থাকক সুখেৰে এই মানসেৰে ই সেৱাহে,,,
Bor Val lagil.
Bor val lagi l
@@khamsenggogoi7903 à0
xosai bar val lagil.
This is unbeatable..Krishno
🙏🙏🙏🙏 bhal lagil
Bor dhuniya xur ,
Very nice 👌👍
Bohut vl lagil
Hundar
Vere. Nice
Ever green.
মজা লাগিছে
👌👌😍😍
আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক
ভাল লাগিল কৃষ্ণ কৃষ্ণ
Krishna Krishna. I love this song vry much
There are no any singer like honourable Umakanta Bairagi sings in Assamese tukari geets world. Nobody can sing like him as he sings. His voice tune is really wonderful.
Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna
Awesome voice
কৃষ্ণ কৃষ্ণ 🙏🙏
আটাইতকৈ বেছি মোৰ প্ৰিয় টোকাৰী গীত।
🙏🏻 , কৃষ্ণ প্ৰভু
💖💖মোহিত কৰি দিয়ে এওৰ নামে 🙏🙏
কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ।
Very heart touching 💔. Many 2 thanks.
Krishna Krishna Krishna
Prio silpi umakanto kaka
Muru priya umakanta bap jon
দেউতাৰ মাতত মই পাগল...
❤
Krishna ❤❤❤🌏🌏🌏🙏🙏🙏
VAl lagise umakanta boiragi git
🙏🙏🙏❤️🥰
পৰম শ্ৰদ্ধাৰ বৈৰাগী দেৱৰ এই গীতটি মোৰ অতি প্ৰিয় ।
প্ৰভুৰ ওচৰত তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো 🙏😢 আজি তেওঁ আমাৰ মাজৰ পৰা বিদাই মাগি স্বৰ্গগামী হল 😢
Good this song
কৃষ্ণ
কৃষ্ণ প্ৰভু🙏🙏🙏
Supper
The voice of the Assamese culture .....
CW=52
R.I.P to the legend of Assamese culture, the greatest of all time Shri Umakanta Bairagi
Hori hori
ককা আপুনি জতেই আছে কুশলে থাকক আৰু পুনৰ বাৰ আমাৰ মাজলৈ ঘূৰি আহক নামৰ ৰস মালা বিলাবলৈ 💞🙏🙏🙏
Nice
ভাল লাগিলে
🙏🙏🙏🙏🙏
It Kindles my heart and fills with bhakati
Very nice geet
Wealth of Assamese culture .....
Harinam satya narayane namah Shivay Om
Good song
তেখেতৰ লগত যোগাযোগ কৰিব পাৰিম নেকি
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
" SHREE KRISHNAYA NAMAH : "
Akham gourab apunak namoskar
ৰাম
Val lagise 🙏🙏🙏🙏
Ekhetar jimmaan, repeat, jimmaan git aase aataaibur xunaar upaay (youtube-r jariyate) kibaa aase neki, kunobaai janaaba paariba ne (iaatei) ?
আটাইতকৈ মোৰ প্ৰিয় টোকাৰী গীত
6:55
Assamesbihu
Apuner dore jyoti hazorika dore ditiyo aruo kakuo puaanai
Bb
আপোনাৰ নাম বৰ ভাল পাওঁ।
0
Nisa ilike t
Krishna 🙏🙏 moi bap jonor konthat dihanam horinam huni bohut val lage
M
"M"maane ki? Lekhisei jadi alap maanuhe bujaakoi likhiba sun, jadihe axubidhaa/aapatti naai.
🙏🙏কৃষ্ণ কৃষ্ণ
Mur priya hilpi asil ,
Bap apunak dawtai poxond kore..logote moi u...dwata hoto kuti pronam grohon koribo Babb..Aruu bap ata shwt apunak hudhixil tukari bojale manuh tukuna hoini,,,apuni kole kam bon Ari jodi tukari a bojai thake tukuna hoboii....baapp apunar kotha dewtai ajiu koi thake ,,bapp🙏🙏🙏🙏
Diilipphukan
Dhouneia,koka
Mai gale mok xikhai dib ne deuta
Bor val lagil
❤❤❤❤