হিৰণময়ী কলিতা Dyবিহু ৰাণী-২০১৯ || লতাশিল বিহুৰাণী-২০১৪ || মনৰ কথাজানোঁ আহক || Hiranmoyee Kalita

Поделиться
HTML-код
  • Опубликовано: 14 янв 2025

Комментарии • 134

  • @hirakbaruah222
    @hirakbaruah222 5 лет назад +1

    Dhuniyaaaaa

  • @borada3670
    @borada3670 4 года назад

    Bohut dhuniya lagil video tu sai

  • @nilakhisonowal5032
    @nilakhisonowal5032 4 года назад +2

    Bohut val lagil

  • @ranjitgogoi8391
    @ranjitgogoi8391 5 лет назад +1

    Bohut bohut val lagil ...bihu buli kole rokhibo nuara ajon moi lora ...heikrne RU ...enekua video amar majoli agborhai thakibo Dada ...dhoinobad

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @dhanisthadeka8941
    @dhanisthadeka8941 2 года назад

    Bohut val lage apunak

  • @purnadas3494
    @purnadas3494 5 лет назад

    Bitupan very nice yours Chanel

  • @krishalahkar2946
    @krishalahkar2946 4 года назад

    Baa apunak lg pabo bohut mn ase

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @akomanivlogscreenpainting2135
    @akomanivlogscreenpainting2135 5 лет назад

    Bht vl lagil baa

  • @purabidas7873
    @purabidas7873 4 года назад +1

    Dauta nohola bohut beya laga

  • @tapanthakuria1662
    @tapanthakuria1662 5 лет назад +1

    ইণ্টাৰভিউটো চাই ভাল লাগিল। হিৰণ ময়ী কলিতা ক আমি আমাৰ ক্লাৱৰ বিহু মঞ্চত কণ্ঠশিল্পী 'আৰ্যনীল' ৰ সৈতে 2018 বৰ্ষত নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতে যথেষ্ঠ ভাল গান গাই আৰু ভাল নাচে । সাক্ষাৎকাৰটোত শিল্পী গৰাকীয়ে নিজৰ পৰিচয় দি তেখেতৰ নাম 'হিৰণ ময়ী কলিতা' বুলি কৈছে, কিন্তু আপুনি বাৰে বাৰে তেখেতক 'হিৰণ্য ময়ী কলিতা' বুলি উচ্চাৰণ কৰিছে । গতিকে আগলৈ এইবোৰ দিশত অলপ গুৰুত্ব দিলে ভাল লাগিব। অন্তত যিকোনো 'নাম' ৰ ক্ষেত্ৰত ভূল উচ্চাৰণ হব নালাগে।

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад +1

      ধন্যবাদ জনাইছো ভুল টো আঙুলিয়াই দিয়াৰ বাবে ।আগলৈ আপোনাৰ বহুমূলীয়া পৰামৰ্শ তথা সহায় সহযোগিতা একান্তভাৱে কামনা কৰিলোঁ ।

    • @assamesecinemalover5100
      @assamesecinemalover5100 5 лет назад

      Kabol ভুল bisari furai...apuni 1st apunar 'ভূল' word too শুদ্ধ কৰি louk

    • @tapanthakuria1662
      @tapanthakuria1662 5 лет назад

      @@assamesecinemalover5100 ডাঙৰীয়া, মোৰ ভুলটো আঙুলিয়াই দিয়াৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। মই সাক্ষাৎ গ্ৰহণ কৰা ব্যক্তি গৰাকীৰ ভুলটো এইবাবেই আঙুলিয়াই দিছো যাতে তেখেতে আগলৈ সচেতন হব পাৰে। আৰু তাৰবাবে তেখেতে ইতিমধ্যে মোক ধন্যবাদ ও জনাইছে । কিন্তু এই ক্ষেত্ৰত আপোনাৰ অসুবিধা কি আছে...? আপোনাৰ কিবা পিৰপিৰণি উঠা যেন অনুভৱ হৈছে । অসমীয়া আৰু ইংৰাজী আখৰ সানমিহলি কৰি লিখি আপুনি কিমান শুদ্ধ লিখিছে ....? ডাঙৰীয়া, সাক্ষাৎ গ্ৰহণ কৰা ব্যক্তিগৰাকীৰ সৈতে আপোনাৰ আৰু মোৰ লগত পাৰ্থক্য আছে। কাৰণ তেখেতৰ সাক্ষাৎকাৰ এটা বহুত মানুহে দর্শন কৰিব বা শুনিব । কিন্তু আপুনি বা মই দিয়া 'মতামত' ঠিক সিমান মানুহে নপঢ়ে । তথাপিও ভুলটো ভুল বুলি মই মানি লৈছোঁ। ইজনে সিজনৰ ভুল বিলাক আঙুলিয়াই দিলে আগলৈ সচেতন হব পাৰি। আৰু ডাঙৰীয়া, মই কেৱল ভুল বিচাৰি ফুৰা বুলিও আপুনি লিখিছে, কিন্তু সাক্ষাৎকাৰটো চাই ভাল পোৱা বুলি মই লিখা খিনি আপুনি দেখা নাই নেকি ....? হিৰণ ময়ী কলিতাই ভাল গান গাই আৰু ভাল নাচে বুলি লিখা খিনি আপুনি দেখা নাই নেকি ....?

    • @assamesecinemalover5100
      @assamesecinemalover5100 5 лет назад

      Ha ha ha...hosa kotha kolai baya pai kiya hoi....video bur sai akol kot ki ভুল asa hai bur bisari furai..

    • @tapanthakuria1662
      @tapanthakuria1662 5 лет назад

      @@assamesecinemalover5100 ডাঙৰীয়া, সাক্ষাৎকাৰ সমূহ অলপ ভালকৈ বুজি শুনি চোৱাৰ অভ্যাস কৰক আৰু ইয়াত লিখা মতামত ৰ লিখনি সমূহ অলপ ভালকৈ পঢ়ি ,বুজি লৈ মতামত প্ৰকাশ কৰাৰ চেষ্টা কৰক। নিজৰ ভুল খিনি মানি লোৱাৰ মানসিকতা গঢ়ি তোলক । আগলৈ লিখনি বিলাক শুদ্ধকৈ লিখিবৰ চেষ্টা কৰক । চেষ্টা কৰিলে পাৰিবহে আপুনি.... । উহঃ, উহঃ,,,,,,, অসমীয়া আৰু ইংৰাজী আখৰৰ 'খিচিৰি'.......

  • @MPDSCreations
    @MPDSCreations 5 лет назад +2

    Hironmoyee Imn din murot Dekhi bohut val lagil de.. N congratulations..

  • @LightMusicalCultureofficial
    @LightMusicalCultureofficial 5 лет назад +1

    Val lgil.. Bitupan da lakhim purar mousumi hussain r lobo sun...

  • @bornalibora5348
    @bornalibora5348 5 лет назад

    ভাল লাগিল চাই

  • @yogawithdivinity6632
    @yogawithdivinity6632 5 лет назад +4

    হিৰণ্ময়ী সচাকৈ এগৰাকী প্ৰতিভাবান নাচনী লগতে গায়ীকা ও। তোমাৰ উজ্জ্বল ভবিষ্যতে কামনা কৰিলো। লগতে আপোনাকো ধন্যবাদ জনালো হিৰণ্ময়ীক মনৰ কথা কবলৈ সুযোগ এটা দিয়াৰ বাবে।

  • @phuggipallabiborah5204
    @phuggipallabiborah5204 5 лет назад +3

    Tumi juiii dehajni.. Ru tumar kntho... Ummmmaaahhhhhhh .. ❤️❤️😘😘 Ru agbahi jaaa.. lots of love dr... ❤️❤️❤️

  • @birendragoswami3039
    @birendragoswami3039 5 лет назад +1

    Bitupan dada xosakoie apunar voice to khub dhuniya hoi aru agoloi notun notun video pam buli asha rakhilu

  • @jintumanidekaj.m.d5237
    @jintumanidekaj.m.d5237 5 лет назад +3

    আমাৰ গাৱৰ ছোৱালী ৷ হিৰণ্ময়ী কলিতা তুমি আৰু আগুৱাই যোৱা শুভেচছা থাকিল ৷ ধন্যবাদ ৷

  • @monishasaikia6608
    @monishasaikia6608 5 лет назад +1

    Xosai khub val lagil

  • @pronabduarah8013
    @pronabduarah8013 5 лет назад +1

    Ba tumar mat tu bohut bohut dhuniya ......hsake hlak dibo logiya ........tumi aru dur aguwai juwa ...

  • @dipsikhasaikia5819
    @dipsikhasaikia5819 5 лет назад +2

    Hiranmaye ba u r my idol..tumi aru aguwai jua..hosai tumi agoraki suddho monor odhikari jar babe tumi emn aagbarhi goisa..gd blz u ba..lv u so much...enekei dhuniyake nasi jua gai jua uthi oha projonmok aag borhai ana

  • @sagorikakalita1791
    @sagorikakalita1791 5 лет назад +2

    Darling. ..aguai jaa❤morom

  • @juridas555
    @juridas555 5 лет назад +1

    dada sai khub val lagil....ru 1ta kotha aponk mur khub val lage😊😊😊

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад

      ধন্যবাদ ধন্যবাদ । সহায় সহযোগিতা একান্তভাৱে কামনা কৰিলোঁ ।

    • @juridas555
      @juridas555 5 лет назад

      @@অনুপমবিতোপন 🤗🤗🤗🤗🤗🤗

  • @junmonibordoloi7050
    @junmonibordoloi7050 4 года назад

    Dada hironmoye baar nasa video ata diba sn plz 🙏🙏

  • @meghalideka4923
    @meghalideka4923 5 лет назад

    xosai bohut bhal nasoni hoi dimpee😘😘

  • @durlavgogoi7471
    @durlavgogoi7471 5 лет назад +7

    বিতোপন দা আপোনাৰ মাত টো বহুত ধুনিয়া । ইমান কৰ্ম ব্যস্ততাৰ মাজতো ইমান ধুনীয়া অনুষ্ঠান এটা আমাক উপভোগ কৰাৰ সুবিধা দিছে । হিৰণ ময়ী কলিতা বাইদেউ ৰ DY বিহুৰাণী অনুষ্ঠান তো চালো । সঁচাই বহুত ভাল লাগিল । আপোনালৈ মোৰ এটা সৰু অনুৰোধ যদি হে আপুনি পাৰে DY বিহুৰাণী 2017 বৰ্ষৰ মৃদুস্মিতা দিহিঙীয়া ৰ এটা সাক্ষতকাৰ লব । আৰু আমাক উপভোগ কৰাৰ সুবিধা দিয়ে যেন ।

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад

      ধন্যবাদ জনাইছো ইমান ধুনীয়া মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ ।চেষ্টা কৰিম দেই

    • @bornalibora5348
      @bornalibora5348 5 лет назад

      ১৭ বৰ্ষত শিৱসাগৰৰ উৰ্মীমালা দূৱৰা হৈছিল ৷

  • @gitanjaligogoi4641
    @gitanjaligogoi4641 4 года назад +2

    Anupom da ama tiwa doll tu logot sinaki hua hole vl lagile heten

  • @robinbora1513
    @robinbora1513 5 лет назад +1

    বহুত ভাল লাগিল

  • @pujasumki8705
    @pujasumki8705 5 лет назад +1

    Nice hironmoyee ba

  • @bella00099
    @bella00099 5 лет назад +4

    Feels great that my friend has reached the dream she dreamt of. Rise high Hiron.. success and goodluck will always be with u...

  • @AssameseGK
    @AssameseGK 5 лет назад +1

    Nice video...

  • @ghanakantamohan8974
    @ghanakantamohan8974 5 лет назад

    .. All rounder ,What a sweet voice ! Thanks goes to Hironmoyee and specially to Bitupon da

  • @akashtaid5111
    @akashtaid5111 5 лет назад

    Hironmohi ba konto morom loga i Proud of u

  • @ৰাঙলীমন
    @ৰাঙলীমন 5 лет назад +1

    mor lgr a hba tumi..moi 17 BA pass kriso assamese t...atia MA kri aso....dyt tmr bihu...sdai saisu...val lgil bhut....mor ghro drrang spjhrt..

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад +1

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @pityborahmusical5053
    @pityborahmusical5053 5 лет назад +2

    Otti xundar....khub val lagil..aru aguai jua..

  • @alokgive6518
    @alokgive6518 5 лет назад +1

    সুন্দৰ

  • @m.kmajuli1503
    @m.kmajuli1503 5 лет назад +1

    ভাল লাগিলে দাদা .এনেধৰনৰ video পালে ভাল লাগে .আৰু পাম বুলি আশা ৰাখিলোঁ.

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад

      Thank you so much for ur comment..
      আপোনালোকৰ মৰম বাবেই ই সম্ভৱ হৈছে

  • @bristimalaborah1013
    @bristimalaborah1013 5 лет назад +4

    Khub val lagil..aitu videor babei wait kori asilu..Thank you

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад +1

      হয় নেকি? ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @arindomsarma5469
    @arindomsarma5469 5 лет назад +1

    Hosaii dhuniya maat2

  • @chimichimiborah455
    @chimichimiborah455 5 лет назад +1

    Nyc ba aru aguae jua tmi

  • @krishnaburaguhain2029
    @krishnaburaguhain2029 5 лет назад +1

    Bohut dhunia maat tumar I like u

  • @nitulgogoi7600
    @nitulgogoi7600 5 лет назад +1

    Nice ..... Tumar mat tu bohut muhmukdhay

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @biswajitsaikia8366
    @biswajitsaikia8366 5 лет назад +1

    Bitupan Da dhaynabad video 2 dia babe

  • @gitanjaligogoi4641
    @gitanjaligogoi4641 4 года назад +1

    Nambatu pale nohoi.okkk

  • @lakhsmisaikia5986
    @lakhsmisaikia5986 5 лет назад +1

    Xokolu bihu kuori vitorot mr favorite bihu kuori Hiranmoyee kalita, teuk bht vl lage, ktha khini vl lgil sai, , teur bixoe ru jonabo buli Bitupon da k request krilu.

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад +1

      ধন্যবাদ ধন্যবাদ । চেষ্টা কৰিম আৰু তথ্য আগবঢ়াবলৈ

  • @pinakimahanta3354
    @pinakimahanta3354 5 лет назад

    Potibare sau dy bihurani val lge.aru ba katha bur val lgise

  • @priyankagogoi1781
    @priyankagogoi1781 5 лет назад +2

    Nice ba

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @UjjalChutia-g1b
    @UjjalChutia-g1b 5 лет назад

    Very good video 👌

  • @nayanabharali51
    @nayanabharali51 5 лет назад +1

    Her voice ❤

  • @bipinnath4721
    @bipinnath4721 5 лет назад +1

    Bitupan dada dhanyabad . Apuni iman kosto kori iman dhunia video bur bonua babe .. aru Hiranmoyee baideu ku dhanyabad jonalu .

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ । আপোনালোকৰ মৰম চেনেহৰ মাজেৰে আগবাঢ়িছো

  • @niharikadutta4203
    @niharikadutta4203 5 лет назад +1

    mora manuhr namr agot Sri nhoi

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад

      ইমান ধুনীয়াকৈ ভুল টো আঙুলিয়াই দিছে বহুত বহুত ধন্যবাদ ।।

  • @anamikaswargiary932
    @anamikaswargiary932 5 лет назад +2

    Hoo...moi bitupan dak kobo khujisilu..tumar interview lobole....hehe....love u aru aguai jua

  • @bitupanbaruah6335
    @bitupanbaruah6335 5 лет назад +3

    মোৰ চেনেলটোত হিৰণময়ী কলিতাৰ কিছু অনুভৱ দিয়া আছে,,,, চাব

  • @missmainabaruah7742
    @missmainabaruah7742 5 лет назад +2

    Amar darrang r gaurab baa tumi

  • @pranabtaye3965
    @pranabtaye3965 5 лет назад +1

    Tuma salawri Afalai olp besi kajol besi hol

  • @momisaikia3194
    @momisaikia3194 5 лет назад +1

    সুন্দৰ

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  5 лет назад

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @purabikhaund3685
    @purabikhaund3685 5 лет назад +1

    বহুত ভাল লাগিল