Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
প্ৰখ্যাত গীতিকাৰ তফজ্জুল আলী ডাঙৰীয়াৰ কথাৰে,দেৱেন শৰ্মা দেৱৰ সুৰেৰে আৰু অনুপম চৌধুৰী দেৱৰ সংগীত পৰিচালনাৰে এটি কালজয়ী সৃষ্টি।সেই সৃষ্টিক দৰদী শিল্পী অৰ্চনা মহন্ত বাইদেউৱে কন্ঠেৰে চিৰসেউজ ৰূপ দিছে।গীতটি শুনি অতিশয় আনন্দিত হলোঁ। এনে এটি চিৰসেউজ গীত আপলোড কৰা বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ 🙏.
ধন্যবাদ।