Комментарии •

  • @subhashnathentertainment4595
    @subhashnathentertainment4595 Год назад +805

    পাগল হৈ যাম অ বিকাশ। তামাম হাঁহিলো
    আমাৰ ভাত নামাৰিবা দেই ভাই

  • @MrinmoysVlogs
    @MrinmoysVlogs Год назад +529

    Life r 1st Acting🥰🔥Nagara Naam

  • @DimpuBaruah
    @DimpuBaruah Год назад +262

    ultimate

  • @khanindas4678
    @khanindas4678 Год назад +16

    সচা কথাৰে সুন্দৰ প্ৰদৰ্শন কৰিছা বিকাশ দা বহুত ভাল লাগিল ।আৰু হাহিলো খুব অকলে অকলে ।

  • @atozknowledgeassamese
    @atozknowledgeassamese Год назад +47

    নামটো ভাল হৈছে ৷ নামটো গাঁৱে-ভূঞে, নগৰে-চহৰে , পৰ্বতে-পাহাৰে , নদীয়ে-সাগৰে সকলোতে প্ৰচাৰ কৰিব লাগে ৷

  • @kushalsaikia.........
    @kushalsaikia......... Год назад +66

    বিকাশ দা আগুৱাই যোৱা।। অসমৰ আগশাৰীৰ এজন অভিনেতা হোৱা ❤️❤️❤️love from hojai

  • @nitumonithakuria6067
    @nitumonithakuria6067 Год назад +57

    নামৰ আৰম্ভণি ধুনীয়া হৈছে 👌👌👌 বিকাশ ভাই এনেও তোমালোকৰ ভিডিও বোৰ চাই বহুত ভাল লাগে ❤️❤️❤️

  • @chitranath3913
    @chitranath3913 4 месяца назад +5

    সুন্দৰ উপস্থাপন।বহুত হাঁহিলো দেই

  • @utpalrabha4057
    @utpalrabha4057 Год назад +28

    সঁচাকৈ বুজাব নোৱাৰি ধেমালিৰ আৰু সুৰৰ মাজেৰে সত্যতা প্ৰমাণ দিছে তোমালোকৰ ভৱিষ্যত কামনা কৰিলোঁ 🙏🙏🙏😍

  • @priyankachoudhury1169
    @priyankachoudhury1169 Год назад +16

    মিৰ্জা লৈ আহিবা দেই নাম গাবলৈ নিমন্ত্ৰণ দিলোঁ । ভিদিও টো চাই বহুত ভাল লাগিল আৰু বহুত হাঁহিলো পৰিয়ালৰ গোটেই বোৰে মিলি ।

  • @om6083
    @om6083 Год назад +32

    Ultimate 🥏🥏...
    বৰ্তমান সময়ৰ সত্যতা আপুনি অতি সততাৰে প্ৰকাশ কৰিছে

  • @durgashreesaikia5690
    @durgashreesaikia5690 Год назад +22

    নাম শুনি ধুনীয়া লাগিছে ..আগলৈও এনেধৰনৰ নাম শুনিব পাম বুলি আশা ৰাখিলো😊

  • @sumanchoudhury4710
    @sumanchoudhury4710 Год назад +11

    বিকাশ দা আপুনি মহান 😘 , আপোনাৰ নাম সুনি বহুতে ভাল লাগিল 😀 আৰু এনেকৈয়ে আগুৱাই গৈ থাকক।।। You are great 😘😊..

  • @digantadeka2218
    @digantadeka2218 Год назад +11

    খুব সুন্দৰকৈ আপুনি সাম্প্ৰতিক কালৰ কথা উপস্থাপন কৰিছে। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।

  • @pranabbarman4933
    @pranabbarman4933 Год назад +6

    উফ বিকাশ দা সচাঁই বহুত ভাল হৈচে 🥰😍😍

  • @alokdutta5907
    @alokdutta5907 Год назад +2

    সুন্দৰ,নাগাৰা নাম পৰিবেশন কৰিছে । মামাৰ পদুম ফুলৰ পাৰ্টিক ফালি-চিঙি যোৱাকৈ বৰ বেয়াকৈ ধুই এইবাৰ মামাক একেবাৰে জেগাত দিয়াৰ বাবে দলটোৰ আটাইলৈকে পুনৰবাৰ ধন্যবাদ থাকিল ।

  • @jitukalita1744
    @jitukalita1744 Год назад +11

    ☺️ধেমালিৰ চলেৰে একদম সত্য কথা☺️👌
    ☺️তামাম মজা লাগিল কিন্তু Vdo2 চায়
    এনেদৰেই সদায় আগুৱাই যোৱা☺️
    🥀তিনিচুকীয়া জিলাৰ পৰা বহুত বহুত মৰম যাচিলো🥀☺️🥀

  • @kangkan28
    @kangkan28 Год назад +147

    স্বনামধন্য ফৰিং পাঠকদেৱক এটি লাইকেৰ সম্ভাষণ জনালো আৰু আপোনালোকেও জনাওক🤞💙
    👍
    লগতে মই নামটি ভাল পাই এটি ক্ষুদ্র পুৰষ্কাৰ (কমেন্ট)আগবঢ়ালো🤧

  • @NamitaBaruah-qx9km
    @NamitaBaruah-qx9km 10 месяцев назад +1

    Val hoise

  • @user-pm7cy3nc8h
    @user-pm7cy3nc8h Месяц назад +1

    সঁচাকৈ আমি বহুত হাহিলো মজা লাগিছে দে ♥️🤗🤗 বিকাশ দা বিকাশ দাৰ কাৰণে please please please ☺️ like

  • @chibanidas9317
    @chibanidas9317 Год назад +12

    অকলে অকলে ইমান বেছি হাঁহিছো কি কম। বহুত বহুত বহুত বেছি ভাল লাগিল। দিনটো কিবা ভালে লগা নাছিল আপোনালোকৰ video চাই বহুত মন ভাল লাগিল। এনেকুৱা কাম কৰি গৈ থাকক। মৰম যাচিলো সকলোকে ৰঙিয়াৰ পৰা।❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @RandeepMazumdar
    @RandeepMazumdar Год назад +30

    আৰু এনেকুৱা video লাগে Black and white 🖤🤍

  • @KabinDas-qt2ow
    @KabinDas-qt2ow 6 месяцев назад +2

    Mahanta da bahut bhal lagil

  • @user-vb8pr1ym5j
    @user-vb8pr1ym5j 7 месяцев назад +1

    Mur husband ejon canser patient . Tekhet e apunalokor video sai bhut valpai aru hahibo xikise . Bhut bhut dhonyobad black n white r gutei team loi .

  • @MRDhanjitZG
    @MRDhanjitZG Год назад +77

    ধেমালিৰ মাজেৰে বহু কথা বুজাই দিলা বিকাশ দা.. ভাল লাগিল... ❤️❤️❤️বহুত সুন্দৰ হৈছে ❤️❤️

  • @gaganchamuah4677
    @gaganchamuah4677 Год назад +35

    অতি সুন্দৰ প্ৰদৰ্শন ❤️ আৰু এনেকুৱা video লাগে ❤️

  • @RANINI3
    @RANINI3 5 месяцев назад +2

    অতি সুন্দৰ প্ৰদৰ্শন, আৰু সুন্দৰ সুন্দৰ প্ৰতিভা দেখিবলৈ পাম বুলি আশা কৰিলো, ধন্যবাদ ❤🎉

  • @dimpikalita8874
    @dimpikalita8874 11 месяцев назад +2

    Part 2 khon u bonabo son vl lagise ♥️❤️❤️

  • @jitutalukdar746
    @jitutalukdar746 Год назад +45

    গোটেই খিনি এ ভাল হৈছি❤️❤️
    concept অৰ ভান্দাৰ ভৰি আছে।
    বিকাশ পাঠক অৰ দ্বাৰা হিমন্ত মামাৰ কথা বিশ্লেশন 😅😅😅

  • @smarttrick7008
    @smarttrick7008 Год назад +24

    অসাধাৰণ প্ৰদৰ্শন দেখাইছে বিকাশ দা আপোনালোকে💘

  • @xopunorprithibi3605
    @xopunorprithibi3605 Год назад +1

    সচাকে ভাল লাগিল দেই।

  • @jeshaxom2037
    @jeshaxom2037 Год назад +1

    Bohut val lagil

  • @manishatalukdar2336
    @manishatalukdar2336 Год назад +25

    সুন্দৰ হৈছে আগুৱাই যোৱা তাৰেই কামনা কৰিলো. 👌👌👌

  • @sonatkumar7098
    @sonatkumar7098 Год назад +55

    Hee hori ultra pro Max levelr nam dekhun o😂😂🤣

  • @maneswarboro6645
    @maneswarboro6645 3 дня назад

    Excellent performance, good explain about our Honourable CM mama. Go ahead.

  • @Jiyan_47
    @Jiyan_47 Год назад +2

    Script writer P haloi 🙏... mind-blowing

  • @explorewithdiggu
    @explorewithdiggu Год назад +8

    অ একে একে দুই মামা তুমি জুই 🔥🔥🔥🔥Dipmu থাকলি আৰু জমিল হয় | ভাইহাত চাধা একখলা দিয়া 😃😃😃😃😍😍😍😍মামা নাম দল এইবাৰ দেৱালি নলবাৰি ৰাসত Book হৈ গেল দে আৰ 😍😍😍😍😀😃😄😜❤❤❤💚💚💚💚💛💙💜

  • @pathaksvlogs2340
    @pathaksvlogs2340 Год назад +5

    বহুত ভাল লাগিল মই ছাৱক্ৰাইৱ কৰাৰ লগতে এটা লাইকৰে মৰম দিলো।

  • @HelloAxom
    @HelloAxom Год назад +19

    ধেৎ তেৰিকা 😂😂😂😛 কি নাম আমাৰ ইয়াতে মাতিবই লাগিব 🤗😃😃

  • @phuleshwarikalita8018
    @phuleshwarikalita8018 Год назад +8

    😂😂😂😂😂 বহুত হাহিলো। একদম সুন্দৰ উপস্হাপন ❤️🙏

  • @dipdeka7887
    @dipdeka7887 Год назад +4

    বিকাশ দা আপুনি সঁচাই এজন ভাল অভিনেতা। সকলো অভিনয় আপুনি ফুটাই তুলিব পাৰে । আপোনাৰ গ্ৰুপটো সুন্দৰ সজাইছে।

  • @ManashBaishya978
    @ManashBaishya978 Год назад +4

    সচাই বহুত বহুত বেছিয়ে ভাল লাগিছে আৰু আগলৈ আগুৱাই যোৱা তাৰে কামনা কৰিলো আৰু শেষখিনি জুই তামাম হাহিছো 🔥🔥😍❤️❤️❤️❤️

  • @user-gh9cq4lc5l
    @user-gh9cq4lc5l 7 месяцев назад +1

    Bhal Bikash da

  • @tanmaykashyap3462
    @tanmaykashyap3462 Год назад +17

    বিকাশ দাই পাঠক হৈ শেষত তাল যোৰ বজাব লাগিছিল একবাৰ ।যি কি নহওঁক নাম বঢ়িয়া মজ্জা ।।❤️❤️❤️❤️❤️লাভ from Amayapur।।।।

  • @gitankarjyotisaikia5508
    @gitankarjyotisaikia5508 Год назад +6

    অতি সুন্দভাৱে উপস্থাপন কৰিছে। বৰ ধুনীয়া লাগিল video টো।
    Outstanding😂🔥💥

  • @GolapRajbongshi
    @GolapRajbongshi 13 дней назад +1

    Val ligese bikash da

  • @rajibkalita9511
    @rajibkalita9511 Год назад +1

    Mojja lagise

  • @ddcreation2957
    @ddcreation2957 Год назад +4

    Video টো চাই মনটো সঁচাকৈ বহুত ভাল লাগি গল।🎉🥂
    নলবেইৰা ❤️

  • @soniarabha9032
    @soniarabha9032 Год назад +5

    ফৰিং পাঠক 🔥🔥🔥 bikash da 🔥🔥

  • @user-tg2co3zt6d
    @user-tg2co3zt6d 9 месяцев назад +1

    মজা লাগিল দাদা

  • @ourassam2022
    @ourassam2022 Год назад +1

    মহন্ত দা আৰু মিম্ময় দা
    বহুত ভাল লাগিল ভিডিঅ'টো চাই
    Love from tamulpur ❤️❤️❤️

  • @SiranjipDeka6511
    @SiranjipDeka6511 Год назад +7

    Bikash Da juiiiiii 🔥🔥🔥 Bahut Dhunia lagil sai . Love from Mangaldai ❤❤❤❤

  • @nibaranthakuria4533
    @nibaranthakuria4533 Год назад +3

    Thanks for your nam and all the friends. This our culture. This incident became history at last.

  • @hitalideka3962
    @hitalideka3962 Год назад +1

    Moja😄😄😄😄😄😄😄

  • @dipasribarman-yc8tv
    @dipasribarman-yc8tv 9 месяцев назад

    Tamm video anekowa lage aru

  • @mithurabha9626
    @mithurabha9626 Год назад +14

    একদম মজা বিকাশ দা বহুত ভাল লাগিছে ❤️ বহুত‌ হাহিলো ধেমালিৰ মাজেৰে বহু কথাই প্ৰকাশ কৰিছে নামৰ ভংগীও প্ৰশংসনীয়🥰❤️ সুন্দৰ কন্ঠ আপোনাৰ সুন্দৰ উপস্থাপন আৰু আগুৱাই যাওক বিকাশ দা🥰❤️জয়তু জয় আই অসম ❤️

  • @bikashdeka502
    @bikashdeka502 Год назад +8

    পাঠক হব পাৰিবা...😍😍😍

  • @user-ry8kr4zj9j
    @user-ry8kr4zj9j Год назад +1

    ধুনিয়া হৈচে নাম।তাম হাহিলো নাম চাই অৰু এনেকোৱা নাম গাবা দে বিকাশ বহুত বহুত ভাল হৈচে।

  • @pujanath-ux6kb
    @pujanath-ux6kb Месяц назад

    বহুত বহুত ভাল হৈছে তেনেকুৱা হৈয়ে আছে ।পিছে আপোনী জদি পাঠক নহয় তেতিয়া দেখন পাঠক বিলাকৰ ভাত মাৰিবি

  • @nscreations1338
    @nscreations1338 Год назад +5

    This is called Talent 🔥🔥❤️❤️

  • @manalishadas2421
    @manalishadas2421 Год назад +7

    Mrinmoy dada acting dhunia hoise 😍❤

  • @bokasurbrajen7733
    @bokasurbrajen7733 10 месяцев назад +1

    Armar Tate Mari ahibane Tumi koba da❤❤❤ Tumi jui🙏🙏👈👈Dada❤️❤️👈

  • @ponakandas713
    @ponakandas713 3 месяца назад

    সুন্দৰ পদক্ষেপ লৈছা নামৰ মাজেৰে যে ৰাইজক জনাবলৈ লৈছা বস্তু বোৰৰ দাম বঢ়োৱাটো। ভাল হৈছে তোমাৰ নামটো।

  • @tafajulali1237
    @tafajulali1237 Год назад +5

    Mojjja Bikash da 🔥🔥love from Rangia

  • @babluentertainment2845
    @babluentertainment2845 Год назад +1

    1st acting....

  • @parkashbaishya4031
    @parkashbaishya4031 8 месяцев назад +1

    Moja lagise ,❤️🤣🤣🤣

  • @devdas8542
    @devdas8542 Год назад +5

    ভাং খাই মৰি যাম বিকাশ...!! টামাম দিচ' বে......হিলাই দিছা...🔥🔥

  • @sauravdeka3554
    @sauravdeka3554 Год назад +4

    Tamam hahilo dei aji 🤣🤣🤣 mojjjjaa bikash da 🥰🔥🤘 love you

  • @bishnutherock887
    @bishnutherock887 Год назад +1

    Moja👍

  • @apurbamedhidhirj3081
    @apurbamedhidhirj3081 Месяц назад +1

    Nice video black and white

  • @royrajdeeproy70
    @royrajdeeproy70 Год назад +4

    Superb fantastic and fabulous performance Bikash bro👍

  • @delhiblogs1272
    @delhiblogs1272 Год назад +24

    মা মনচুলানি মাথা মুন্দ 😉 বিকাশ দা 🙏🙏🙏

  • @monalishauzir7181
    @monalishauzir7181 Год назад

    👍😂😂🤣mojja da bhut hahilu ru enekua e vl vl video ani thaka sai bhut vl.laage

  • @BBTalksOfficial
    @BBTalksOfficial 9 месяцев назад

    বৰ ধুনীয়া হৈছে।

  • @bhairabjitofficial7238
    @bhairabjitofficial7238 Год назад +17

    val hoise kin2 Mrinmoy dai olp laaj krise 🤣

  • @kamalnath8680
    @kamalnath8680 Год назад +5

    বিকাশ দা তামাম দিছা কিন্তু 😝😝😝বহুত ভাল লাগিল😂😂😂

  • @user-hy6ow6tn1t
    @user-hy6ow6tn1t 4 месяца назад

    Mojaa lagil video to😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂

  • @pankajkalita2370
    @pankajkalita2370 Год назад +1

    Ultimate 😂😂

  • @assamlensmedia123
    @assamlensmedia123 Год назад +4

    Moja... কন্ঠ ভাল মহন্তৰ নাম শিকক।😌😍😁😁😆

  • @himasreekalita9786
    @himasreekalita9786 Год назад +4

    Mojja da 🔥🔥🔥

  • @user-vk2mu9sw8t
    @user-vk2mu9sw8t 6 месяцев назад +1

    Dada apuni hasake bahut hahuab pre dai..love form Dorong

  • @hirakbaba4161
    @hirakbaba4161 Год назад

    Bohut bohut val lagil diyok

  • @himangshuhazarika4387
    @himangshuhazarika4387 Год назад +10

    ফালি চিৰি দিছা পুৰা তোহোন 🔥🔥🔥

  • @karabibaishya6382
    @karabibaishya6382 Год назад +4

    Mojja Bikesh da tumi 🔥🔥🔥

  • @ranjitrajbongshi2047
    @ranjitrajbongshi2047 Год назад

    Mojja hoisi aru bonaba ha jomani video

  • @user-hd1qr7ls6z
    @user-hd1qr7ls6z 9 месяцев назад +1

    বৰ ধুনীয়া হৈছে নামটো ধেমেলীয়াকৈ হলেও বহু কথা বুঁজাইছা আৰু আগুৱাই।যায় যেন আপুনি😍😍😍 🙏🙏🙏

  • @purabichoudhury7410
    @purabichoudhury7410 Год назад +8

    আৰু এনেকুৱা ভিডিও লাগে ❤... Love from Nityananda( Bajali )

  • @amardas8206
    @amardas8206 Год назад +4

    Mojja Bikash da❤️❤️❤️ Love from rangia.

  • @sumidas8057
    @sumidas8057 Год назад

    Bohut dhuniya lagise

  • @nilotpalhaloi5636
    @nilotpalhaloi5636 Год назад +1

    Ultimate tmmmm comedy

  • @krishnakalita4580
    @krishnakalita4580 Год назад +61

    Mojja Bikash da🔥🔥🔥🥰

  • @chinmoysarma4037
    @chinmoysarma4037 Год назад +5

    Mojja Bikash da love from Nalbari ❤️

  • @barasharabha4166
    @barasharabha4166 Год назад

    Bohut Val lagil sai.. Hahi hahi pet bikhai goise.. Mojja lagsi

  • @jintudasofficial4364
    @jintudasofficial4364 Год назад +2

    অসমত Talent ৰ অভাৱ নাই । Example - Bikash Da. Love You.

  • @bickytalukdar23
    @bickytalukdar23 Год назад +4

    Mojja 😂😂🔥🔥

  • @rahulsarania1711
    @rahulsarania1711 Год назад +7

    Next level bro❤❤❤❤

  • @biswajitbaishya7511
    @biswajitbaishya7511 Год назад

    Tamm dhuniya hoise

  • @user-hm6he1ci2t
    @user-hm6he1ci2t 3 месяца назад

    বহুত ধুনীয়া হৈছে

  • @suravideka7466
    @suravideka7466 Год назад +3

    মজা লাগিছে দে আগুৱাই যোৱা ❤

  • @assamesenaturalbeautyandhe2854
    @assamesenaturalbeautyandhe2854 Год назад +5

    মজা ভাইৰেল হৈছে দেই তোমাৰ ভিডিও টো 🥰হিমু মামা আহিছে 😁আজি আনন্দ ৰ সীমা নাই 🤣মজা