কংগেছ দলে শেষ কৰিলে অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব নাই কিয়া কৰিব কাৰণে কংগেছ দলে খৰজন্ত কৰি আছে । অসমত অসমীয়াৰ অস্তিত্ব নাইকিয়া হবলৈ গৈ আছে । মুখ্যমন্ত্ৰীৰ ডাঙৰীয়াই সত্য কথাৰ কৈইছে ।
Congress dolar pm kon hb bisare ji Jon Indian a nohai . Congress dolar voter kon 90% vote a bangladeshi.xo ehote kenekoi sinta koribo India,ba Assam khonar
Dhunia truely right CM sir our support is always with you keep doing good work yes together we can build Assam to one of most successful State of India
Mama@ Apuni kua kothar dore jodi South India-r state bure koi j oxomor pora kunu ahibo nalage south india loi tente apuna luke manibo paribo ne kotha tu? Yar pora tat aru tar pora tat anedore oha jua soliye thakibo ...
Junbeel area of Jagiroad is under threat . Miyas are developing and spreading like creeper day by day. Pijus Hazarika is doing nothing in this regard. Save Historical JUNBEEL
Tum jitna Bhi koshish kar lo asam mein BJP Jeet nahin payega.. hamesha Hindu Muslim ke bina tumhari aur koi politics hi nahin.. tumhare mukh se hamesha nafrat kyon nikalta hai.. desh ki baat kar.. Desh ka powerful kar..
Bangladeshi Hindu anak , CAA anak ,basii t hakibo , marowari hindi bhakkhi loke Mati kinibo paribone ? 5 k m r vitorot 20 ta man Mandir ase ,...... Nohoine ?
মামাই কোৱা কথা বিলাক সচা কথা এদিন বূজি পাব অসমীয়া ৰাইজে ।
আমি অসমীয়া নহও দুখীয়া বুলি সান্তনা লভিলে নহব। আমি অসমীয়াই নিজক নবচালে অসম ৰসাতলে যাব। ❤
Bhupen Hazarika dangoriya r kotha khar hosa hoboloi goi ase
সুন্দৰ,নিভীক আৰু বলিষ্ঠ উপস্থাপন।যুক্তি অকাট্য।সেয়ে সকলো নীৰৱ হৈ ৰ'ল।ভাল লাগিল।
কংগেছ দলে শেষ কৰিলে অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব নাই কিয়া কৰিব কাৰণে কংগেছ দলে খৰজন্ত কৰি আছে । অসমত অসমীয়াৰ অস্তিত্ব নাইকিয়া হবলৈ গৈ আছে । মুখ্যমন্ত্ৰীৰ ডাঙৰীয়াই সত্য কথাৰ কৈইছে ।
Haray bjp hudha kaita bangladeshi ulaisay congress kotha koi lab govt nai 10 years hol bjp kaita bangladeshi ulaisay asomor pora
@@7gc970 কমগ্রেছৰ বাংলদেশীসকলৰ আহিছিল এতিয়াও আহি আছে। হিমন্তই প্ৰতিটো কথাতে মিয়া মিয়া কৈ থাকে কিন্তু কিমান মিয়া খেদিলে হিমন্তই মাত্ৰা ৬ জন। সংবিধান ৰক্ষা কৱচ দিয়াৰ কথা কৈ অসমত বিজয়ী হৈছিল বিজেপি। এতিয়া খিলঞ্জীযাৰ কথা কৈ কৈ মিয়াৰ কথা কৈছে হিমন্তই। যদি খিলঞ্জীযাৰ কথা কৈ বুকু ফাটি গৈছে হিমন্তৰ কিয় সংবিধানৰ ৬ নং দফা কাৰ্যকৰী নকৰে।
Congress dolar pm kon hb bisare ji Jon Indian a nohai . Congress dolar voter kon 90% vote a bangladeshi.xo ehote kenekoi sinta koribo India,ba Assam khonar
সুন্দৰ চৰ্চা।
15 basar conges t aru 10 basar bjp t thaki himanta a ki ghati dal karile
গেদাই সমৰ্থন নকৰে কেতিয়াও। so no commitment with Geda.
C.M sir riight.Zindabad B.J.P
Great mama....great cm sir ....apuni xosa kotha bur koi disa
হিমন্ত বিশ্ব ডাঙৰীয়া আপুনি যদি অসমীয়াক সঁচাকৈ সুৰক্ষা দিব বিচাৰে আপুনি আৰু আপোনাৰ দলে প্ৰতিশ্ৰুতি দিয়া সংবিধানৰ ৬ নং দফা আৰু ছয় জাতি জনজাতি কৰণ কৰি অসমীয়াক সাংবিধানিক ৰক্ষা কৱচ দিলেই কোনো মিয়া , হিন্দু বাংলাদেশী আৰু অনা অসমীয়াই অসমত মাটি কিনব নোৱাৰিব। তাকে নকৰি আপুনি মিয়া মিয়া কৈ থাকিলেই খিলঞ্জীয়াক ৰক্ষা কৰা নুবুজাই। এই কথা অসমৰ সকলো জনসাধাৰণে বুজি পাইছে মাত্ৰ অসমক ঋণ লৈ দেউলীয়া কৰি কংগ্ৰেছে গঢ়ি যোৱা সম্পত্তি বেচি বিজেপিয়ে 1500 টকাত কিনা মাথাত ঘিঁ বিহীন অসমীয়াই হে বুজি পোৱা নাই।
BJP zindabad
Axomot 6 jongosthi he r odhikar hbo lage nki ami Kalita bur Axomiya nohoi nki
কোনো কংগ্ৰেছ অথবা বিজেপিয়ে আপোনাৰ জাতি বচাবলৈ নাহে। স্বাধীনতাৰ পৰা আজিলৈকে দেশত দৰিদ্ৰতা, নীৰক্ষৰতা, হিন্দু ধৰ্মাৱলম্বী মাজত ভেদাভেদ আৰু মছজিদৰ বাদে একো বঢ়া নাই। মুছলমান বৰ্তমান অসমত সংখ্যালঘু হৈ থকা নাই।চকু মুদা কুলিৰ ভাও জুৰি বৰ বৰ কথা কৈ একো লাভ নাই ডাঙৰীয়া।
@@UGCNETECONOMICS মই বিজেপিয়ে প্ৰতিশ্ৰুতি দিয়াৰ কথা কৈছোঁ । সংবিধানৰ ৬ নং দফা কাৰ্যকৰী কৰিলে মিয়া, হিন্দু বাংলাদেশী আনকি অনা অসমীয়াই মাটি কিনিব নোৱাৰিব।
@@dpgprpng মই দিয়া উত্তৰটো কিয় ডিলিট কৰিব লগীয়া হল এইয়াই বিজেপি ১৫০০ টকীয়াৰ জ্ঞানৰ নমুনা নেকি?
Sir you are great. If the people does not understand the spirit of your statement ,people will cease to exist. Sir I love you
Xundor cm e dhunia kotha koise good
Bitter truth....
জয় আই অসম মামা।
মহাশয়,
আপোনাৰ কথাবোৰ সত্য হলেও এতিয়া নতুন কৈ অসমীয়াই কোনো প্ৰতিক্ৰিয়া দেখুওৱাৰ হেঁপাহ নাই ? গোটেই ভাৰত ৰাষ্ট্ৰৰ ভিতৰত অসমীয়াই এটা জাতি যিয়েই ১৯৭৯ চনতেই (৫০ বছৰ আগতেই) অসমৰ পৰা বিদেশী বিতাৰণ দাবীৰে আৰম্ভ কৰা আন্দোলনৰ দ্বাৰা ভাৰত ৰাষ্ট্ৰৰ সুৰক্ষাৰ কথা কৈ ৮৫৫ জন তেজাল ডেকা হেৰুওৱাৰ উপৰিও শ শ যুৱতী মহিলা ধৰ্ষিতা হল, হাজাৰ হাজাৰ জন জীৱনলৈ ঘুনিয়া হল । ৰাষ্ট্ৰৰ দমন আৰু উৎপীৰণৰ বাবেই জীৱনত পাৰ চৰাই বধ নকৰা অসমীয়া ডেকাই প্রতুত্তৰ দিবলৈ হাতত অস্ত্ৰ তুলি ললে আৰু গঠিত হল আলফা । যাৰ বাবে অসম ভূমি যুদ্ধ ক্ষেত্ৰলৈ পৰ্যবসিত হল ।এনেবোৰ কাৰ্য্য কিন্তু সংবিধানৰ গণ্ডিত নিৰ্বাচিত চৰকাৰে বিনা দিধাই অসমত চলাই গৈছিল ! সহজ সৰল অসমীয়াৰ এই দুৰ্যোগ মূহুৰ্তত ওচৰত কোনো ভাৰতীয় থিয় হোৱা আমি নেদেখিলো ।
মহাশয়, অসমক সুৰক্ষিত কৰি ভাৰতৰ ৰাষ্ট্ৰীয় স্বাধীনতা ৰক্ষাৰ দিশত হোৱা জন জাগৰণৰ/বিক্ষোভৰ হেতু চৰকাৰৰ দ্বাৰা চলোৱা নানান উৎপিৰণৰ উপৰিও অসমৰ শিক্ষাৰ্থীয়ে মহামূল্যবান এটি বছৰ হেৰুৱালে ! কিন্তু কোনোৱে আমাৰ কথা বুজিবলৈ চেষ্টা নকৰিলে, বৰঞ্চ বিদেশী/বাংলাদেশীক ৰক্ষনা বেক্ষন দিবলৈ গৈ ভাৰত ৰাষ্ট্ৰই আমাক বহিৰাষ্ট্ৰৰ শত্ৰু জ্ঞান কৰি অত্যাচাৰ চলাই গল আৰু অসমীয়াই সকলো হেৰুৱালে ? ১৯৭৯-১৯৮৫ চনৰ পৰা অসমীয়া সাধাৰণ জনতাই যিয়েই নকওক কিয় ভাৰত ৰাষ্ট্ৰ ব্যবস্থা আৰু ভাৰতীয় ৰাজনীতিৰ গ্ৰহণযোগ্য নহয় ? এইদৰে এই ৰাষ্ট্ৰ ব্যৱস্থাটোৰ দমন, নিপিৰণ, শাসন আৰু শোষণৰ বাবে অসম আৰু অসমীয়াক বলিৰ পঠা সজোৱা হৈছে । কিন্তু ইয়াৰ কুফল ভাৰত ৰাষ্ট্ৰই আজি ৫০ বছৰ পিছত ভোগা কৰিবলৈ আৰম্ভ কৰিছে ? আমি ভাবো অসমৰ বাংলাদেশী সমস্যাই এদিন ভাৰতৰ ৰাষ্ট্ৰ ব্যৱস্থাটোৰ সন্মুখত প্ৰত্যাহ্বান হৈ দেখা দিব । গতিকে আমাৰ অনুৰোধ ভাৰতীয় সংবিধান সন্মত সকলো ব্যবস্থা গ্ৰহণ কৰি এই বাংলাদেশী সকলক বিতাৰিত কৰি অসম আৰু অসমীয়াক সুৰক্ষিত কৰাৰ লগতে ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষাৰ হেতু যত্নপৰ হব ।
ধন্যবাদ ।
akdom নাটক@IH_Assamese_Life.732k
right mama
Right.
তেনেহলে অসম চুক্তি নকৰে কিয়,
CM sir ৰ সুন্দৰ উপস্থাপন।
Our CM Sir is great ❤
একেবাৰে সঁচা কথা কৈছে। প্ৰকৃত নিজৰ জাতক ভাল পাই। বুৰঞ্জী ত সাক্ষী হৈ ৰব।এদিন।
CAA bolobot kori akou ki koi
Vogobanok pray koriso j HBS C.M hoi thake jate hodai ...
কংগ্ৰেছত থাকোতে এই পদক্ষেপ কিয় নল'লে ডাঙৰীয়া।তেতিয়া মিয়াসকল ভাই ভাই আছিল।
Oi geda
Aitu gaan aji 50 bosor r porai gai ase, kaam aku nokore. ..
Dhunia truely right CM sir our support is always with you keep doing good work yes together we can build Assam to one of most successful State of India
যোৱা বোৰ ঘুৰাই আনক
All right mama
Born in an INC family, now it's not good
তাৰ মানে 26 ত জাল পাতি ভোট ধৰিব
Right cm sir
একেবাৰে সঁচা কথা মাটি ভেটি, ভাষা, সংস্কৃতি বিলুপ্ত হব ধৰিছে, অসমীয়া বুলিব নোহোৱা হৈছে অসমীয়াৰ মাটি মিয়াৰ হাতত গৈছে, মই ১১০% support কৰিছো আমাৰ CM sirok🙏🙏🙏, জয় আই অসম ✊✊✊
Himomama right 🎉🎉
কিন্তু তোমালোকেতো জাতি মাটি আৰু ভেটিৰ কথা কৈয়ে ক্ষমতা ভোগ কৰি আছা
মুছলমান সকলক সেই বাবে এৰিব খুজিছে, ।
Val ktha koisa
মামা irrigation pwd end আদি বিভাগত বহি ৰাজ্যৰ বনিয়া বেপাৰিৰ দপদপনিত অসমিয়া সৰু সৰু ঠিকাদৰবোৰ নোহোৱা হল কিয়?
অনা অসমীয়া লোকে অসমত মাতি বেচা কিনা কৰা বন্ধ কৰিব লাগে ।
বিৰোধী দলবোৰে অসমৰ জ্বলন্ত সমস্যা তল পেলাবলৈ নিকিষ্ট কুতিল ৰাজনীতি কৰিছে। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাত বোৰৰ সঁচা কথা উত্থাপন কৰাক লৈ বিৰোধ দ'ল বোৰে ৰাজনৈতিক দৃষ্টি কোণৰ পৰা অৱহেলা কৰা দেখা গৈছে। গতিকে এই মুহূৰ্ত্তত বিৰোধী দলবোৰে জাতীয় সমস্যাত এক হোৱা উচিত আছিল।
অসমীয়াৰ চেন্টিমেন্ট লৈ হিমন্তয় ৰাজনীতি কৰি নিজৰ ৰাজনৈতিক লাভ কৰিব বিচাৰিছে। হিমন্ত যদিহে ইমান অসমীয়াৰ দৰদি হয় তেনেহলে CAAক কিয় সমৰ্থন কৰিলে? আৰু কিয় সংবিধানৰ ৬ নং দফাক অসমত কাৰ্ৰকৰি নকৰে। আৰু কিয় ৬ জনগোষ্ঠীক জনজাতিকৰণ নকৰে?
হিমন্তয় অসমীয়াক বুৰ্বক বনাই আছে।
আৰু আমাৰ অসমীয়া সকলে একো বুজি নাপায় হিমন্ত ৰ চতুৰামি।
প্ৰভু আনক দোষ দি লাভ নাই । কংগ্ৰেছতো আপুনিয়ে হৰ্তাকৰ্তা আছিল আৰু বিজেপিতো আপুনিয়ে । মিঞাঁ বা হিন্দু যিয়ে খিলঞ্জীয়াক আক্ৰমন নকৰক আপুনিয়ে সুবিধা দিছে । বিদেশী খেদিম বুলি কলত ৰজা পাতিলো । এতিয়া ৰজা হৈয়ো বিদেশী নেখেদি আনক বদনাম কৰি আছে । নুবুজিলো ।
আজিৰ অসমীয়াই নিজক নিছিনিলে অসম ৰখাটোলে জাব
সঁচা কথাত, কংগ্ৰেছ বিৰোধ কৰিব নালাগে।
প্ৰকৃত পথ ৰ কথা কৈছে
Ahom CM lagibo amak
Good speach sir
Sad but true
❤❤❤❤
Crocodile tears 🐊
Mama❤..BJP❤❤
একেবাৰে সচাঁ কথা
Bjp zindabad
😂😂😂 ইয়াকে কয় বেষ্ট politics
Sob misa,axom thakiba, axomiya vakha thakiba
অসমৰ পৰা অনা অসমীয়া যাব লাগিব
Cm❤
2:04
Mama jindabad BJP jindabad ✊
Cm sir zindabad
Mama@ Apuni kua kothar dore jodi South India-r state bure koi j oxomor pora kunu ahibo nalage south india loi tente apuna luke manibo paribo ne kotha tu?
Yar pora tat aru tar pora tat anedore oha jua soliye thakibo ...
Mama🙏
আহক কংগ্ৰেছ আহক শাসনলৈ।ভাড় মে জায়ে সনাতন আৰু হিন্দুত্ব। এগৰাকী মূখ্যমন্ত্ৰীয়ে মিয়াক মিয়া অসমীয়াক অসমীয়া বুলি ক'ব নোৱাৰা হ'ল। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্ত্বনা লৈ হাত সাৱটি বহি থাকিলেই হ'ল।জোঁৰ পুৰি হাত জ্বলিবৰ হ'ল অসমীয়া জাতি জাগিবৰ হ'ল।নে আপোনাৰ পৰিয়ালৰ জীয়ৰী বোৱাৰী সতীত্বত দাগ লগালৈ চাই আছে।নে তেতিয়াও কংগ্ৰেছ বিজেপি গায় থাকিব?
BJP bhokto boror atay kotha aru atay ishu iyar bahire aru kono kam kora nai je hei kamer bishoye kiba kobo
Iner line bibosta korok mama
ঘৰিয়ালৰ চকু পানী😅😂😢😅
Rajniti budhi
C m eman hamprodayik kotha koya dekha nai
Smart miter aru riniki bhuiar property hisab dia
Kela tu khei tuk lagi thak lagile miyai mati kini khekh koribor bisari ase khi Khali ta lagi ase congress lover
তুমি কংগ্ৰেছত থাকোতে কিয় কিচু সমস্যা সমাধান নকৰিলা ।আজি ভোটৰ অংক কৰি জাতি মাটি ভেটী চিনি পালা ।খিলন্জিয়াৰ ঘৰ বেলেগে ভাঙিব অহা নাই তুমিয়ে চোন ভাঙিলা গছত তুলি গুৰিত কাটিলা ।তুমি হাৰিবা বুলি ভয় খাইচা ।ইমান দিআছা হাৰাৰ প্ৰশ্নই নুঠে ।কি নাটক ।
Faltu drama chala haramkhor
Caa lago hole dissmiss 😅
Ro nhoba mama
C.M.aji ji koise Assam vobishor kotha koise. BJP zindabad.
Bohut dhukh loga bikhay😭😭😭
BJP zindabaad💪
Junbeel area of Jagiroad is under threat . Miyas are developing and spreading like creeper day by day. Pijus Hazarika is doing nothing in this regard.
Save Historical JUNBEEL
Himantor natok eya😂
Cm sir apuni kiba ata krok nohole axomiya manuhr aku nethakib
Emotional black mail😂😂😂 atia kot thakiba😂😂
Natok hoisa
আনকি নিজে ইঙলিছ মেডিয়য়ামৰ ব্যয়বহুল প্ৰায়ভেট স্কুল খুলি অসমীয়া ভাষাটো প্ৰত্যাহ্বান জনালে
Good good
Kintu Gahori khamei..
Mamai thik kothai koise❤❤
BJ P jindabad__sr
Manuhak best politics dekhuaise sai lok
শুদ্ধ কথা কৈছে
ভাল মন্তব্য ❤😊
কতি ফতা চিঞৰ
Cluse six anok . Ami asu .
Bodoland state di diyok jidi eman sinta kire tribal or bhal nohoi manuh apuni
বালৰ কথা কয় হা ২৪ ত পিছে মিয়া ঘৰে ঘৰে গই চোন শৰাই তামোল লয় ভোট খুজিচিলা হা পাহৰিলা হা চৰম পাব লাগে। কিমান আৰু জাতিতোক পত্রাৰনা কৰিবা হা।
Oy pagol Miya vote cm nelage buli koise suna nai neki
মামা কেশৰী অ'ন।
Aami Minority atiya Aamar district'k.... Akhomiya namothe
Goru aru Gahori mankho nukhua tuk moi support koru
Kiman je ei mama r natok samm... Election ahile natok bur kio imn barhe nu....😢
আমিও জীয়াই বিছাৰু
অসমবাসী ৰাইজৰ অভিভাৱক সদৌ অসম ছাত্ৰ সন্থাৰ বিদেশী বহিস্কাৰৰ সমস্যাটোৰ সমাধান কৰিব নোৱাৰা মুখ্যমন্ত্ৰীৰ মুখত অসমবাসী ৰাইজে চৌ চৌ কৈ মুতি দিম। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ মনৰ ভিতৰত পুহি ৰখা সোপোনতো আৱেগত প্ৰকাশ কৰিলো।দাই দোষ নধৰিব।
Lurin kot gol .
Bjp mama zindabad🇮🇳🙏
Ki kom kabole nai
😂😂😂😂😂😂😂😂❤
Tum jitna Bhi koshish kar lo asam mein BJP Jeet nahin payega.. hamesha Hindu Muslim ke bina tumhari aur koi politics hi nahin.. tumhare mukh se hamesha nafrat kyon nikalta hai.. desh ki baat kar.. Desh ka powerful kar..
Aru to hot addin bikari hobi sai thak madesud cm
BJP জিন্দাবাদ
Bangladeshi Hindu anak , CAA anak ,basii t hakibo , marowari hindi bhakkhi loke Mati kinibo paribone ? 5 k m r vitorot 20 ta man Mandir ase ,...... Nohoine ?
Atya thokakhinitu k tu. Hekh koriliei... Homoye jen tuk oty hunkale nihekh kore ayei hojag Akhomiyar kamya
Oxomor C.M. Mahudoye oxom Suktir 6no. Dofa kajyakari Korile Aaru 6 janagutik Janajati kori dile oxom Assemblyt Dingi fulai Chinoribo Nalagibo. Ai dota kam korile Khilingiya Upkrito Hobo