অসমৰ সাহিত্য জগতৰ এক উজ্বল নক্ষত্ৰৰ নাম অনুৰাধা শৰ্মা পূজাৰী | anuradha sharma pujari

Поделиться
HTML-код
  • Опубликовано: 5 фев 2025
  • অসমৰ সাহিত্য জগতৰ এক উজ্বল নক্ষত্ৰৰ নাম অনুৰাধা শৰ্মা পূজাৰী anuradha sharma pujari
    অসমৰ সাহিত্য জগতৰ এক উজ্বল নক্ষত্ৰৰ নাম অনুৰাধা শৰ্মা পূজাৰী। “হৃদয় এক বিজ্ঞাপন '' উপন্যাসৰ জৰিয়তে পাঠকৰ মন হৃদয় জয় কৰি সাহিত্য জগতত বলিষ্ঠভাৱে পদাৰ্পণ কৰিছিল তেওঁ ।১৯৬৪ চনত জন্ম গ্ৰহণ কৰা এই জনপ্ৰিয় সাহিত্যিক -সাংবাদিক গৰাকীয়ে লিখকৰ জীৱন আৰম্ভ কৰিছিল উত্তৰ লখিমপুৰৰ এখন স্হানীয় কাকতৰ জৰিয়তে ৷“কলিকটাৰ চিঠি"ৰ জৰিয়তে পাঠকৰ মন মগজুত আলোড়ন সৃষ্টি কৰা অনুৰাধা শৰ্মা পূজাৰীৰ কলেমৰে সৃষ্টি হৈছে -এজন ইশ্বৰৰ সন্ধানত / কাঞ্চন / চাহাবপুৰৰ বৰষুণ / নাহৰৰ নিৰিবিলি ছাঁৰ দৰে বহু জনপ্ৰিয় উপন্যাস ৷ কিন্তু কেনেদৰে পাৰ হৈছিল এই প্ৰখ্যাত সাহিত্যক গৰাকীৰ শৈশৱ ? তেওঁ কেনেদৰে নিজকে সাহিত্যিক ৰূপে গঢ়িলে ? তেওঁৰ সৰ্বশ্ৰেষ্ঠ উপন্যাসখন কি -এনে বহু প্ৰশ্নৰ উত্তৰ দিলে তেওঁ ৷ সাক্ষাৎ গ্ৰহণ কৰিলে পৰিস্মিতা কলিতাই ৷

Комментарии • 11

  • @hiramonibora8538
    @hiramonibora8538 2 года назад +2

    প্ৰিয় সাহিত্যিক গৰাকী❤️❤️❤️

  • @songitasaikia2902
    @songitasaikia2902 Год назад +1

    মোৰ প্ৰিয় লেখিকা গৰাকী😘❤

  • @chandbarman2620
    @chandbarman2620 2 года назад +1

    বাইদেউৰ লগত এবাৰ লগ ধৰাৰ বহু ইচ্ছা আছে ।

  • @sanjuctadutta8611
    @sanjuctadutta8611 2 года назад +1

    Good video 🙏🏻

  • @novel125
    @novel125 2 года назад +1

    Hoday priyo

  • @pujabhuyan7331
    @pujabhuyan7331 2 года назад +1

    My favourite

  • @Manojjoyshree
    @Manojjoyshree Год назад

    অনুৰাধা শৰ্মা পূজাৰী

  • @kritiman3578
    @kritiman3578 Год назад

    My fvrt novelist 😊

  • @purnimasutradhar1182
    @purnimasutradhar1182 2 года назад +1

    🙏

  • @DipliSonowal
    @DipliSonowal 11 месяцев назад

    অনুৰাধা শৰ্মা পূজাৰী বাইদেউ মাক দেউতাকৰ নাম জানে যদি জনাব ছোন

  • @rumidevi1901
    @rumidevi1901 Год назад

    শ্ৰদ্ধাৰে কথাখিনি কৈছো হে ইছলাম ধৰ্মী ভূ মাফিয়া সকল দুষ্টজাদু মন্ত্ৰকৰা মৌলবীসকল আপোনালোকে অসমৰ মাটি বাৰী ওপৰত চকু নিদিব আমাৰ মাটিও বুদ্ধি কৰি মুছলমানে লৈছিল,অসমীয়াকো দিব পৰিলোহেতেঁন, কিন্তু ঠগ খাইছিলো, এতিয়া আমাৰ ল'ৰা বাব্লু ,অঞ্জন জ্যোতি ভট্টৰ মাথাটো লোভ লগায় জাদু মন্ত্ৰৰে নাখাব লগতে খিলঞ্জীয়া মুছলমানকো কৈছো, আমাৰ ঘৰখন জৰিবটিয়াৰে নাখাব হিন্দু মুছলমান শব্দৰ সৃষ্টি কৰি কৰি aggrement কৰি কৰি অমমী মাটিবোৰ শেষ নকৰিবি, খবৰ দাৰ কৈছো, গম নোপোৱা বুলি নাভাবিবি, টোপোলা লৈলৈ খেদা খাব লাগিব এটা এটাকৈ,কৈ দিছে