আমেৰিকাত থকা শিৱসাগৰৰ জীয়ৰীৰ লগত ভাৰ্জিনিয়াৰ ট্ৰিপ part 1 ৷ ৰাষ্টাত কি কি কৰিলো ৷ আমেৰিকাত অসমীয়া ঘৰ
HTML-код
- Опубликовано: 5 фев 2025
- ❤️ভাৰ্জিনিয়া ট্ৰিপ আৰু আমেৰিকাত অসমীয়াৰ ঘৰ পাৰ্ট ১❤️
শিৱসাগৰৰ জীয়ৰী আৰু যোৱা ১৭ বছৰ ধৰি আমেৰিকাৰ নিবাসী সুকন্যা, এদিন কথাৰ মাজতে তাই ক’লে যে, তোমাৰেই ভাল, যেতিয়াই মন যাই বুলী ( মোৰ মাজু ভন্টী ) ৰ ঘৰত যাব পাৰা, মোৰ হে ভন্টী নাই ক’তো যাবলৈ ৷ মই বুলীক যেতিয়া সুকন্যাৰ বিলৈ ক’লো, তাইক লৈ আহিব ক’লে ৷ আজিৰ ব্লগ টোত দেখিব আমি সুকন্যাৰ ঘৰত ভাত খাবলৈ গৈছিলো আৰু তাইৰ ঘৰটো দেখিবলৈ পাব ৷ আপোনালোকে আৰু বহুত নজনা কথা শিকিব এই ব্লগটোত ৷ আশা কৰো ভাল পাব আপোনালোকে ৷ যদি ভাল পাই শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব ৷