সিমান্ত শেখৰক ভাল লাজ দিলে নিতুমনি শইকীয়াই
HTML-код
- Опубликовано: 31 дек 2023
- সিমান্ত শেখৰক ভাল লাজ দিলে নিতুমনি শইকীয়াই@SimantaShekhar @navajitmixture5798
#simanta_shekhar
#simantashekhar
#nitumonisaikia
@nandanpratim
@Prtidintime
@AssameseMixture
@MayurMixAssamese
@AssamorDeka
@mr.rajaaaa
@nitumonisaikiaunofficial
@nitumonisaikiaunofficial
অদ্ভূত যুক্তি !!! ৰাজনীতি এটা কলা নেকি ?বাঃ সীমান্ত বাঃ ....
ৰাজনীতি আৰু সংগীত কি কৱ হে, অই শুন কলাকাৰে সমাজ গঢ়ে আৰু ৰাজনীতিকে সমাজ ভাগ ভাগ কৰে। 😫
যতিন বড়া আৰু সীমান্ত শেখৰ এইদুটা একে।
2ui ta bodon r jaat
সীমান্ত শেখৰে ৱাৰ্ড মেম্বাৰ খেলিলেও জয়ী হ'ব নোৱাৰে।গায়ক আৰু ৰাজনীতিক দুয়োটা দিশতে সীমান্ত শেখৰক সাধাৰণ জনতাই ভাল নাপায় সেয়া সঁচা কথা।
Tumi said hole val hol hoi
😂😂😂
সচা কথা 😆😁😄😃😀😅😅😂😅😂😂🤣🤣😂😂😅
💯😂
💯 right bro
শিমান্ত শেখৰ এজন সুবিধাবাদী নেতা
শিমান্ত শেখৰ চৰম সুবিধাবাদী ,ৰাজনীতি বিজ্ঞানৰ প্লেটো ,চক্ৰেটিচৰ পিছতে তেওঁ...
কেনেকৈ ফাংচন কৰিব ,ৰাইজৰ খেদা খাব.
Tumar photo khon narakhile val lagil heten
hosa kotha koise, aami batorituhe sabo bisaru.
Right 👍
Copy-Right ahibo je
Kotha tu moiu kom kom buli vabiai aslu
Exactly👍
দেৱজিৎ বৰাৰ চুৰ কৰা গান কেইটা হিট হৈছিল। এতিয়া নিজে গান লিখি গাই দেখুৱাওক চুপাৰ ফ্লপ হ'ব। সংগীত সন্ধীয়া,ফাংচন বোৰত ইয়াক আয়োজক সমিতিয়ে আমন্ত্ৰণ কৰিব তো লাগিব।
😊
কিন্তু বৰ্তমান ৰাজনীতি হৈছে নিজক সেৱা কৰাৰ মাধ্যম।
ইয়াৰ মুৰৰ বিকৃতি ঘটিছে , সেয়েহে যা তা বকিছে পাগলৰ দৰে ।
Thank you Nitumoni Sir
বয়স হোৱাৰ লগে লগেই ৰাজনীতি ত নামে।কৰণ বয়সৰ লগে লগে লগে গীতৰ শুৱলা মাতবোৰ নাইকিয়া হৈ যায় আৰু ৰাজনীতিৰ লেতেৰা মাতবোৰ ওলাই আহে।
Simanta da gan val lage.
সংগীতৰ লগত ৰাজনীতি বোলা শব্দটো অনাটো উচিত নহয় ৷ কাৰণ, সংগীত বহুত ওপৰত ৷
তেমাব গান আজি কালি নঢলে
Bhal lagil but photokhon narakhiba .....
মষ্ট জিলাৰ বে এইজন
গায়ক ৰাজনীতি গলে ৰাইজে আদৰি নলয় ৷ ভূপেনদা ও গৈছিল ৰাজনীতিলৈ ৷ but ৰাইজে সেইসময়ত অদৰি লোৱা নাছিলে ৷ ৰাইজে only আমাৰ অসমৰ ভূপেনদা জনক হে বুকুৰ মাজত লৈ ফুৰিব বিছাৰে ❤
আপোনাক ৰাইজে বিশ্বাস নকৰে অ।
Thank you ,Nitumoni sir ,
সময়ত গম পাবা বুপাই
Hubidha badi hoi
যতীন বৰা আৰু সীমান্ত শেখৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি।।
Nitu Moni Da Apunak Thanks Dilu
You are smiling like a silent killer..😮
Moja dile Nitumoni daai
ধূৰন্ধৰ, আৰু , দাগ বাজ, শেষ নিশাৰ খেল ৰাডনীতি ।
Kono e je naamaate...... kenekoi jaabo.
সীমান্ত শেখৰ আৰু নিতুমণিৰ ইণ্টাৰভিউত তোমাৰ ফটোখন কিয় লগাই থলা সেইখনহে নুবুজিলো
সীমান্ত কেতিয়াৰ পৰা চিমান্ত হ'ল ?
সীমান্ত শব্দৰ অৰ্থ কি ?
ড: ভূপেন হাজৰিকা দেৱৰ "আজি কামেং সীমান্ত দেখিলোঁ" বোলা গানটো আজি কালি আমি *আজি কামেং চিমান্ত দেখিলোঁ বুলি গাম নেকি ?
উচ্চাৰণ আৰু শব্দই অসমীয়া ভাষাক স্বকীয় বৈশিষ্ট্য দিছে আৰু সেইটো আমাৰ পৰিচয়। অসমীয়া ভাষাত *শ* *স* আৰু *ষ* থকা শব্দ বোৰ আন ভাষাৰ দৰে *চ* ৰ দৰে উচ্চাৰণ নহয়। উদাহৰণ স্বৰূপে আমি সদায়, সময়, সন্ধিয়া, শৰ্মা, শইকীয়া, আশা, ষাড় গৰু, ভাষা, বৰষা, বাৰিষা আদি শব্দবোৰ উচ্চাৰণ কৰোতে কেতিয়াও চদায়, চময়, চৰ্মা, চৈকীয়া, ভাচা বুলি যিহেতু উচ্চাৰণ নকৰো তেতিয়াহলে কিয় চিমান্ত, চৰ্মা, চৈকীয়া বুলি উচ্চাৰণ কৰিম ?
অসমীয়া ভাষাৰ বৈশিষ্ট অসমীয়া লোকে ৰক্ষা কৰিব লাগিব। মনত ৰাখিব অসমীয়া ভাষা ৰক্ষা কৰিবলৈ বহু জনে ইতিমধ্যে জীৱন আহুতি দি থৈছে ।
চিৰ চেনহী মোৰ ভাষা জননী !
জয় আই অসম !
ঠিক কৈছে। আজিকালি দেখোন অসমীয়া ভাষাৰ উচ্চাৰণ কৰোতে কিবা অদ্ভূত ৰূপ লৈছে। পাহৰি গ'ল নিজৰ মাতৃভাষা।
এইটোটো সচা কথা কিন্তু আজিকালি মানুহে চব খিচিৰি কৰিলে । কিন্তু নিজকে বৰ বেছি জানো বুলি ভাবে ।
Rajnitit misa kotha sole kintu songit colat misa kotha nosole
ৰাজনীতিত নতুন মানুহ আহিলে কি ডাঙৰ ভুল হয় ?
Singers hodai singer hoi taka val. Beleg dihot gole homaje val nepai..
সি টো ৰাইজৰ মাজলৈ আহিলে ফুলৰ মালা /গামোচাৰ পৰিবৰ্তে সি পাব চেন্দেল- জোতাৰ মালা , শিলগুটি দলিয়াব ফুলৰ পৰিবৰ্তে । চাল্লা ধোকেবাজ ...
iyak moi bahut bhal paisilu . kintu atiya iyak moi dekhiboi nowaru.
Tomi ajan bava manuh
আপোনাৰ ষ্টাইলবোৰ বুজি নাপাও ৷ নিউজ চেনেলৰ ভিডিঅ এটোকোৰা কাটি আনি নিজৰ ইউটিউবত চেনেলত লগাই দিয়ে, আৰু নিজেই এফালে ওলাই থাকে ৷ নিজৰ বুলি কথা এটাও নকয় ৷ এইটো নো কি কাম হল হয় ৷ এনেকেও হয় না
কান্দুলি মাছটোৱে গাওঁ পঞ্চায়তৰ ৱাড মেম্বাৰ খেলিলেও তই গু হাৰা দিবি😂
3 kuti 12lakh manuh ase..blgr kotha njnuh...Moi tuk ruh Jatin Borah Atiyh j Vl nepao Haitu hxa Kotha..ru Mur lgr Kune o tuk val npai..Ru hihotr lgr bure o val npi..dutolia Manuh val nlge ..ipoatobadi Hb lgeh..cidha manuh..
Zubeen Dar dore...❤❤❤
Hap hob nlge😂😂😂
Oh aijon hai axomia cenema nusua manuh jon nahoi janu
ই চুৰকাৰ ভাই কেতি্যাৰ পৰা ৰিয়েলত হিৰৌ হ'ল
Sudurbhai srimanta sekhar
সাৰিব বাই
Shekhar Tumar dore ata hubidha badi nai. Tumi ata poisa luvi
মুখেৰে মৌ বৰষা । ভিতৰৰ আচল ৰূপটো ৰাইজে দেখিলে সেইদিনাই বয়কট কৰিব ।
Dhurandhar jukti
Holeu tur laj nai hosa kotha2 koi de oi dola bogori
Baki dhunia. Kintu Side t ulai thokar kiba bises proyujn ase?
Comments বোৰ হে পঢ়িব আহিলোওঁ দেই😂😂😂😂😂😂
🙊🙉🙈 😂🤣😄
তোক অসমৰ ৰাইজে কেতিয়া ক্ষমা নকৰে তই এটা মষ্ট দগাবাজ
কি আদৰ্শৰ কথা কয় । বিজেপিৰ বৰ্তমান আদৰ্শ বুলি একো নাই।
aaponar foto di news tu bjale je...ki bujabo khujiche janabochon
তোমাৰ ফটোখন থকা কাৰনে ভিডিঅ টো বিশেষ এটা ভাল লাগিছে 😂
সীমান্ত শেখৰ প্ৰতিদিন টাইম টো বাহিৰে কোনো এটা পৰ্টেলত বহি কথা কোৱাৰ যোগ্য নহয়, ই এটা মষ্ট সুবিধাবাদী, ই গায়ক নহয় ই ৰাজনীতি নেতা নহয় 😡😡😡
Faltu ata... Kotha koisa ..... Hubidhabadi . 2:23 😅😅
Ami kin2 apunak Bahut Bahut beya pao
Koun school ot --- --- ! ?
ৰঙা ছাৰ্ট পিন্ধা মাল কোন আছিল ?
সীমান্ত শেখৰৰ Body guard😅
এইজনো এজন শলমাৰি ভঙা সুবিধাবদী চিল্পী ।
Singar hisape ami simanta da sinipaw... rajnetik hisape ami sininapaw....
Himanta da, apuni singer huwatu bhal. Politics koratu apunak match nokore.
Nest time apunar photo nidibo please
😅
Nijar bitarka bor alop kaba neki ?
লাভ নাই এইবোৰ চব ভুল লাখুতি লৈ লোকৰ দুৱাৰ মুখত ৰখিয়া হব
সীমান্ত দা,, নিজক over smart বুলি নাভাবিব
ৰাজনীতি কেতিয়াও সংগীত হরনোরাৰে
Val nologa kotha tar eibur
Vala hol eaak gali dila abr shimanto a Zubeen da k kiba koishla
😂😅
Osort thoka boiler chicken 🐔 r bemari photo t kon hoi red colour pindhi saku to mela khula kri ase😂
Sidot photo khon kehor
জদি চিনেমা খন নিমিলে গান আৰু ৰাজনেতি ও নাখাতে
Val lage bohut simanta dak
eituk sabo nibisaro,
লাজ লাগে নেকি নিলাজটোৰ???
Daaalal eta korobar
Logot tumr photo khon kyo
ফটো কপী কি ফল কৰি বলে দি থোৱা হৈছে ঘণ্টা।
Tumi to hero social media t but zero enei tmr aagor vdo ase mur taat tumi j ekdom nilaz hokolowe jane
Politics mana pocket gorom singer skin balag
এইজনৰ কাম নাই নেকি এনেকে বহি বহি থাকে যে 😂😂😂
Gayok holei j rajniti koribo nuware buli kuwatu ajuktikor.. junei ji nokouk kunubai jodi ganatrantot biswakh kore tente kuneu rajnitik erai solibo nuware... Rajniti ase babe ganatranta jiyai ase... Vabi sabo..
Simanto sekhor ajon desat drohi raije andolon koribo noware bak sadhinota kot
Basi karilay raijay baya pai nohoi
Simanta Sekhor is now a outdated singer.
Moi akow Kaxor gorakiyee News to Podhibo...
E akow misik mask hee kori ase mane nu ki mane nu ki🤔🤔🤔Maneee nuuuuu....kiiiiii😀😀😀😀😀
tak hudib lagisile tar likha pra huna kiman hi ajon usso hikhito guarob gogoik tusso tasilo krisil
Tur photo khn a bor kamur dse...ghoriyal jen pai
তোৰ ফটোখন কি কৰবা দিয়া 😂ঢক
DALAL
Rajniti bule kola 😂😂 kak khikabo ahise eijonai ?
Tumi kiyo thing khai asa 😂😂😂 tumi nathakilu hoi 😅😅😅
এইটো টো গান চুৰ হয়।
Nonsense ! Kot laj diya dekhila. Nitumoniye hundor questions korisil.
সীমান্ত শেখৰ তোমাক আজিৰ পৰাই বাদ দিলোঁ।
He vgban, rajnitiu kola hol ? 😢😢😢
Aji kali tar pogram napay bupay
Tur hol aru
Mate kio ai gela mogojor manuhkhinik ehotor gasat goru uthuwa kotha bur huni samoy nostho hoi manuhor ,,,Dhanybad