Sannidhya Bhuyan X Bozropat Music - Smriti ( স্মৃতি ) [ Official Visualizer ]

Поделиться
HTML-код
  • Опубликовано: 22 май 2021
  • 👍 LIKE COMMENT 👉 SUBSCRIBE SHARE 👈
    Presenting you Smriti ❤️
    Lyrics - Rajib Bhuyan .
    profile.php?...
    Vocal & composition - Sannidhya Bhuyan .
    sannidhyabhuyan...
    Music composed & produced - Bozropat Music (RAJ x RON).
    / bozropatmusic
    Flute - Himangshu Borah
    __himangshu_bor...
    Mix and Mastering - Rajnish Saikia
    / rajnishmusic
    Poster design - Ritu
    the_ritu?...
    Artwork & Animation - Ritik Ranjan Nath
    ritinkdivin...
    Music Distribution:
    / shopolomusic
    Spotify-open.spotify.com/track/4DDViF...
    Contact for any queries - bozropatmusic.ryr@gmail.com
    Lyrics -
    সাঁচি ৰখা মিঠা সোঁৱৰণি
    ল'ৰালিতে অঁকা ছবি খনি
    মনেৰে উভতি চাওঁ
    ল'ৰালিৰে গীত গাও
    সাঁচি ৰখা মিঠা সোঁৱৰণি
    ল'ৰালিতে অঁকা ছবি খনি
    মনেৰে উভতি চাওঁ
    ল'ৰালিৰে গীত গাও
    মন প্ৰাণ উতলা কৰা
    সপোনে সাৱটি ধৰা
    স্মৃতি পাপৰি হিয়া ভৰি আছে জানা
    বুকুৰ উমেৰে ভৰা সুৰৰে শ্ৰুতি ধাৰা
    আবেগে ভৰা মূৰ্চনা
    সাঁচি ৰখা মিঠা সোঁৱৰণি
    ল'ৰালিতে অঁকা ছবি খনি
    মনেৰে উভতি চাওঁ
    ল'ৰালিৰে গীত গাও
    সাঁচি ৰখা মিঠা সোঁৱৰণি
    ল'ৰালিতে অঁকা ছবি খনি
    মনেৰে উভতি চাওঁ
    ল'ৰালিৰে গীত গাও
    ভাবনাতে জিলিকে মুখ খনি
    ল'ৰালিৰে সংগী তুমি জনি
    যেতিয়া উভতি চাওঁ
    সৰগী সুৰভি পাওঁ
    ভাবনাতে জিলিকে মুখ খনি
    ল'ৰালিৰে সংগী তুমি জনি
    যেতিয়া উভতি চাওঁ
    সৰগী সুৰভি পাওঁ
    মন প্ৰাণ উতলা কৰা
    সপোনে সাৱটি ধৰা
    স্মৃতি পাপৰি হিয়া ভৰি আছে জানা
    বুকুৰ উমেৰে ভৰা সুৰৰে শ্ৰুতি ধাৰা
    আবেগে ভৰা মূৰ্চনা
    সাঁচি ৰখা মিঠা সোঁৱৰণি
    ল'ৰালিতে অঁকা ছবি খনি
    মনেৰে উভতি চাওঁ
    ল'ৰালিৰে গীত গাও
    সাঁচি ৰখা মিঠা সোঁৱৰণি
    ল'ৰালিতে অঁকা ছবি খনি
    মনেৰে উভতি চাওঁ
    ল'ৰালিৰে গীত গাও
    #bozropatmusic #sannidhya #smriti
  • ВидеоклипыВидеоклипы

Комментарии • 2,9 тыс.

  • @kumarkrishnasarma5075
    @kumarkrishnasarma5075 3 года назад +743

    Lyrics with translation-
    • Haasi Rokha Meetha Huworoni
    (Stored Sweet reminders from past)
    • Loralite Oka Sobi Khoni
    (A picture drawn by me during my childhood)
    • Monere Ubhoti Sao
    (My mind recalls those pictographic memories)
    • Loralire Geet Gao
    (I sing the song of my childhood)
    • Mon Praan Utola Kora, Hopune Haboti Dhora
    (Certainly my mind and soul gets ebullated and my dreams hug me all of a sudden)
    • Smriti Papori Hiya Bhori Ase Jana
    (My heart is filled with petals of memories)
    • Bukur Umere Bhora, Hurore Shruti Dhaara
    (Hearing the tune filled with enormous love)
    • Aabege Bhora Murchona
    (My cadence is filled with emotions.)
    • Bhawonate Jilike Mukh Khoni
    (Every thought of yours makes my face glitter)
    • Loralire Hongi Tumi Joni
    (You're my childhood love)
    • Jetiya Ubhoti Sau, Horogi Hurobhi Pau
    (Whenever I look back I sense a fragrance from heaven)
    • Mon Praan Utola Kora, Hopune Haboti Dhora
    (Certainly my mind and soul gets ebullated and my dreams hug me all of a sudden)
    • Smriti Papori Hiya Bhori Ase Jana
    (My heart is filled with petals of memories)
    • Bukur Umere Bhora, Hurore Shruti Dhaara
    (Hearing the tune filled with enormous love)
    • Aabege Bhora Murchona
    (My cadence is filled with emotions)
    👍

    • @vaskarkalita6085
      @vaskarkalita6085 3 года назад +6

      Lyrics... Amazing wow

    • @mr_jyotish__arts
      @mr_jyotish__arts 3 года назад +4

      💚💚

    • @nitudeka9277
      @nitudeka9277 3 года назад +4

      ♡♡♡

    • @langpherrecords2486
      @langpherrecords2486 3 года назад +3

      Bhal le laqe Se Lyrics 🙏❤️

    • @ramizraja7559
      @ramizraja7559 3 года назад +6

      I actually wanted this. Lots of love for translating the lyric. You did a wonderful job as the English lyric is also awesome.

  • @simpooldaivar8717
    @simpooldaivar8717 3 года назад +589

    কমেণ্টত সকলোৱে অসমীয়াত লিখা বাবে ভাল লাগিছে। অসমীয়া ভাষাটো এনেকৈয়ে সকলোৱে জীয়াই ৰাখক ❤️বাকী গানটোৰ কথা নো কি কম সকলোৱে জানে সান্নিধ্যৰ গান সদায় SUPERHIT ❤️🔥

  • @__w4r.m4chin3__
    @__w4r.m4chin3__ 3 года назад +334

    ♥️সাঁচি ৰখা মিঠা সোঁৱৰণী 🖤
    🖤ল'ৰালিতে অঁকা ছবিখনি♥️
    🖤মনেৰে উভতি চাঁও♥️
    ♥️ল'ৰালিৰে গীত গাঁও।।🖤

  • @junak947
    @junak947 3 года назад +197

    সান্নিধ্য মানেই সুৰৰ বৰষা , তাতে মিঠা বাঁহীৰ সুৰে উন্মনা কৰিছে । এই হেতা পৰা মন প্ৰাণ আকৌ জীপাল কৰি তুলিলে 😍😍😍

    • @ytuer4024
      @ytuer4024 2 года назад +2

      ভাই এটা কি ভাষা???? বাংলা না অন্য?

    • @himjuri3842
      @himjuri3842 Год назад +1

      ❣️

    • @itsgogoi_9129
      @itsgogoi_9129 Год назад +1

      @@ytuer4024 Assamese brother...

  • @POINTPEDIA
    @POINTPEDIA 3 года назад +19

    অসমীয়া সংগীত জগত খনক ধ্বংসৰ পথৰ পৰা ঘূৰাই আনিছাঁ তোমালোক কেইজন মান প্রতিভাভান অসমীয়া যুৱকে । ধন্যবাদ আৰু শুভেচ্ছা । আশা ৰাখিছোঁ আগলৈও এনেদৰে ভাল ভাল গীত সৃষ্টি কৰিবা ।❣️❣️❣️❣️

  • @Pranamidutta12
    @Pranamidutta12 3 года назад +40

    Rajib Bhuyan Rajat ছাৰ হৃদয় চুই যোৱা এটা গান ❤️ এই সুন্দৰ গানটিয়ে আজি সন্ধিয়াৰ জীপাল কৰি তুলিলে,,, ভৱিষ্যত লৈও এইদৰে সদায় সান্নিধ্য কন্ঠত আৰু আপোনাৰ হাতৰ পৰশত যেন প্রান পায় উঠক অসমীয়া গানৰ জগত খন 💗💗

  • @nilakshiborah3980
    @nilakshiborah3980 3 года назад +96

    বাঁহীৰ মাতে পাগল কৰিছে,,তাতে সান্নিধ্য ৰ মাত❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

    • @porismitaporismita1139
      @porismitaporismita1139 3 года назад

      😘😘😘

    • @amitmuktiar4521
      @amitmuktiar4521 3 года назад +1

      উফ বাহীঁৰ সুৰে বেছি পাগল কৰি দিছে গানটো.....

    • @Isolvedthis
      @Isolvedthis 3 года назад

      ruclips.net/video/WSL4ZaHYYbU/видео.html

  • @subhachayaofficial5672
    @subhachayaofficial5672 2 года назад +66

    বাঁহীৰ মাত লগতে সান্নিধ্যৰ মাত 😍😍😍
    হৃদয় চুই গ'ল ❤❤❤

  • @beyondthesky8570
    @beyondthesky8570 3 года назад +38

    হিমাংশু বৰাৰ বাঁহীৰ সুৰে গানটোক অধিক প্ৰাণৱন্ত কৰি তুলিছে...

  • @acs4659
    @acs4659 3 года назад +106

    ঘৰতে আছিলো শুই
    Notifications ৰ শব্দত সাৰ পাই উঠিলো মই
    Mobile টো অন কৰি দেখিলো সান্নিধ্য দা তুমি জুই🔥🔥🔥🔥

    • @ultimatecreation....
      @ultimatecreation.... 3 года назад +2

      এ দিয়ক না জল্দি

    • @acs4659
      @acs4659 3 года назад +4

      @@ultimatecreation.... yes bro🤙

  • @_Karan_das_
    @_Karan_das_ 3 года назад +88

    Pure Magic ❤️

  • @EduCareGK
    @EduCareGK 3 года назад +281

    অন্য এখন জগতলৈ লৈ যায় এনে গীতে 💚
    ৰাজীৱ ভূঞা আৰু সান্নিধ্য ভূঞালৈ ধন্যবাদ আৰু এটি অনন্য সুন্দৰ গীত আমাক উপহাৰ দিয়া বাবে…
    অসমৰ বাহিৰৰ মানুহবোৰে যেতিয়া আমাৰ গীতবোৰৰ ইমান প্ৰসংশা কৰে, গৌৰৱত মনটো উথলি উঠে! 😊

  • @manavkashyap5688
    @manavkashyap5688 3 года назад +12

    খুব সুন্দৰ। সান্নিধ্য ভূঞা আৰু team ক বহুত শুভেচ্ছা থাকিল। অসমীয়া গানৰ ভঁৰাল চহকী কৰি যাওক এনেকৈয়ে।

  • @jimpisaikia9103
    @jimpisaikia9103 3 года назад +38

    আগৰ গান কেইটা শুনি ইমানেই ভাল লাগিল যে আৰু আহালৈ বাত হে চাই আছিলোঁ। এতিয়া মাথোঁ অপেক্ষা "স্মৃতি" ৰ♥️♥️♥️

  • @Lovemusic0133
    @Lovemusic0133 3 года назад +336

    এই গৰমত ব্ৰজপাতৰ দৰকাৰেই আগৰবোৰ শুনি শুনিয়েই শান্তি লৈ আছিলো আজি আকৌ এটা বাঢ়িব❤️শুভকামনা🌼😌

  • @somethingbudgetfriendly6952
    @somethingbudgetfriendly6952 3 года назад +50

    চকুৰ সন্মুখতে অসমীয়া সংগীত জগতত ইমান ধুনীয়া পৰিবৰ্তন😄💕ধন্যবাদ দাদা 🙏অসমীয়া সংগীতক পুনৰ জীয়াই তোলাৰ বাবে😇অনেকৰ বাবে আদৰ্শ হৈ ৰোৱা তুমি।
    Best wishes❤✌

  • @sewalidihingia3245
    @sewalidihingia3245 2 года назад +10

    কিমান যে ভাল লাগে এই গানটো কব নোৱাৰো 😍😍বাঁহীৰ সুৰে আৰু সুন্দৰ কৰিছে গানটো।মন প্ৰাণ ভৰি যায়❤️

  • @lipikathakuria1883
    @lipikathakuria1883 3 года назад +31

    ধন্যবাদ সান্নিধ্য আৰু এটি ধুনীয়া গান অসমবাসী ৰাইজলৈ আগবঢ়োৱাৰ বাবে। এনেদৰেই আগুৱাই যোৱা।

    • @animeaxom7274
      @animeaxom7274 3 года назад

      I made a Lyrics video of this Awesome song Smriti❤️
      ruclips.net/video/o6-tzsVL3RM/видео.html
      Hope u will like it 🥺🥺❤️

  • @jitumoran2087
    @jitumoran2087 3 года назад +11

    বহু অপেক্ষাৰ অন্তত পুনৰ এটি মনপৰশা গীত শুনিবলৈ পালো। সান্নিধ্য দাৰ গীতবোৰত শাস্ত্ৰীয় সংগীতৰ সান্নিধ্য থাকে সদায়ে। তোমাৰ গীত সদায়েই প্ৰিয়। আগুৱাই যোৱা ........

  • @𝚙𝚛𝚊𝚜𝚝𝚞𝚝𝚒𝚒_𝚊𝚋𝚌2421

    কি ক'ম আৰু...... কবলৈ একো বাকী নাই 🙌😍... সকলো মাত, সুৰ,কথা ই হৃদয় চুই গ'ল আৰু বাহীৰ সুৰটো......❤🤩

  • @jindaginamilgengidubara1217
    @jindaginamilgengidubara1217 3 года назад +4

    ভাষা বিচাৰি পোৱা নাই বন্ধু বহুত ভাল লাগিল গানটো শুনি শুনি কেতিয়া টোপনি আহি যায় গমেই পোৱা নাযায় হৃদয়ৰ কোনোবা এটা কোণত যেন আকৌ প্ৰেমে জিপাল হৈ উঠিব লৈছে ❤️❤️❤️

  • @therupamsvlog6749
    @therupamsvlog6749 3 года назад +8

    বাঁহীৰ সুৰত গাৰ নোম শিয়ঁৰি উঠিছে।
    উফ কি দিছা এইটো ♥️ কথা-সুৰ Music উফ ভাষাহীন ❤️💜❤️

  • @BhikiPathak
    @BhikiPathak 3 года назад +219

    ৰাজীৱ ভূঞা ছাৰৰ বাবে এটা like❤️
    আপুনি অনুপম❤️

  • @fighter.501
    @fighter.501 3 года назад +7

    আমৰ ভাষাত ক’বলৈ গ’লে অগ্নি হৈছে গানটো . ....
    শুনি সৰু কালৰ কথাবোৰ মনত আহিছে ......
    আপুনৰ গানৰ পাৰা আজি বহুত পাহৰা কথা মনত পৰি ল ৷

  • @tripernatithi7768
    @tripernatithi7768 3 года назад +34

    This song is soo beautiful and soothing! & this is my 1st time listening this genre of assamese song! Love this❤️
    Greetings from Bangladesh🇧🇩

  • @arpidas4028
    @arpidas4028 3 года назад +41

    পুৱাই শুনি দিনটোলৈ সান্নিধ্যৰ কণ্ঠই জিপাল কৰি দিলে । সুৰৰ কথাই ক'মনে, লিৰিক্স,নে মিউজিক নে বাঁহীৰ সুৰটো😍😍😍শব্দহীন‌ । অসমীয়া সংগীত জগতলৈ আকৌ এটা বিশেষ ব্যতিক্ৰমী গান উপহাৰ দিয়াৰ বাবে বহু বহু ধন্যবাদ ।আগুৱাই যোৱা‌ ।ৰাজীৱ ভূঞা চাৰৰ শব্দবোৰে মন ভৰাই তুলিলে।

  • @jyotishmanboruah1454
    @jyotishmanboruah1454 3 года назад +130

    Hats off to RAJIB BHUYAN sir (Sannidhya's father) what a lyrics man!!🖤

  • @mridusmitaborgohain933
    @mridusmitaborgohain933 3 года назад +88

    কিমানবাৰ শুনিলো হিচাপ নাই, তথাপি হেঁপাহ পলুৱা নাই শুনি 💕

  • @pulaksaikia5791
    @pulaksaikia5791 3 года назад +3

    তুমি আমাৰ অসমৰ গৌৰৱ sannidya Dada 😍😍😍😍 tumi aru অাগুৱাই যোৱা.

  • @parthap.bharadwaj9355
    @parthap.bharadwaj9355 3 года назад +1244

    কভিদ হৈ পৰি আছো। দিন নাযায় নুপুৱাই হৈছে। কিন্তু গান টো শূণি দেহা মন ভাল লাগি গল।
    Update: মই জীয়াই আছো দিয়ক ৰাইজ 😁

  • @odinsama5186
    @odinsama5186 Год назад +5

    সকলো দুখ ভাগৰ শেষ হৈ নাযা়য় যদিও এইবিলাক গানে মনটো মুকলি কৰি দিয়ে😌😌😌
    ধন্যবাদ সান্নিধ্য দা

  • @riki198
    @riki198 3 года назад +34

    It is not just a song,🎧it is a medicine💊 for relax 😌💞

  • @jyotishmanbaruah8366
    @jyotishmanbaruah8366 3 года назад +186

    স্মৃতিৰ পাতত সাঁজ বহুৱাবলৈ অপেক্ষা কেৱল এটি মিঠা ' স্মৃতি '

  • @ERROR-ee5us
    @ERROR-ee5us 3 года назад +35

    এই গেলা গৰমত....ঠাণ্ডা ঠাণ্ডা ভাইব ❤️😌🌻.........#আগুৱাই যোৱা তোমালোক🙏🏻👍🏻

  • @dipankardutta2237
    @dipankardutta2237 3 года назад +3

    Gantur bahir mat2 a deha Mon jur pelai dile dei...sannidhya daa tmi agbahi jua😍😍🥰 god bless you

  • @kapilpayeng8
    @kapilpayeng8 10 месяцев назад +2

    কিছুমান গানে বুকু খন কপাই
    সঁচাই আজি হে অনুভৱ কৰিছো কি কি এৰি থৈ আহিলো । লৰালিৰ ধেমালি, মাৰ মৰম বোৰ .....😢😢
    সৰুতে ভাবিছিলো কেতিয়া ডাঙৰ হম, এতিয়া ভাবোঁ কিয় ডাণৰ হলো
    বাকী গানটো আজি হে শুনিছোঁ, বহুত ভাল লাগিল

  • @upasanagogoii6038
    @upasanagogoii6038 3 года назад +36

    শুনাৰ আগতে like টো মাৰি লৈছো 😊🥰❤❤

  • @user-mp7zg5yf2w
    @user-mp7zg5yf2w 3 года назад +10

    Sannidhya daar smriti eei sokolure motolia Mon jipaal korile ✨❤️

  • @kamalsaikia4670
    @kamalsaikia4670 3 года назад +4

    keep rising Assam Sanindhiya da

  • @rashmitadas2444
    @rashmitadas2444 2 года назад +2

    Bohut vall lage gantu..... kisuman honsake smriti ghuri ahe monole gan tu hunile ..💓💓💓

  • @arijitbhuyan9750
    @arijitbhuyan9750 3 года назад +273

    I'm literally obsessed with the flute part❤️

    • @mousam5849
      @mousam5849 3 года назад +1

      Nich bro

    • @cyberangel.3140
      @cyberangel.3140 3 года назад +1

      🥺🥺❤️❤️❤️

    • @gitalikonwar6020
      @gitalikonwar6020 3 года назад

      ❤️❤️💓💓💓💓❤️

    • @dekabrother
      @dekabrother 3 года назад

      Yeah, I'm also❤️

    • @rudreswar6459
      @rudreswar6459 2 года назад +3

      I'm literally obsessed with the flute part same bro ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @abinashbarman478
    @abinashbarman478 3 года назад +3

    কথা, সুৰ, সংগীতে হৃদয় চুই গ'ল আৰু বাঁহীৰ সুৰটো আহ্ ||❤❤❤

  • @BhupenNath-wc5tw
    @BhupenNath-wc5tw Год назад +2

    Dada moja গাইছে💕💕💕💕💕so lovely to beautiful to nice song 💕💕💕💕

  • @sourovdehingia5763
    @sourovdehingia5763 3 года назад +14

    আজি 7:00 কেতিয়া বাজিব দিনটো দীঘলীয়া হৈ গৈছে। @sannidhya and Bozropat music 😍

  • @AssameseMixculture
    @AssameseMixculture 3 года назад +29

    বহু অপেক্ষাৰ অন্তত বন্ধু সান্নিধ্যৰ স্মৃতিৰ কেইটামান ঘন্টা ❤️ অধিক আগ্ৰহী আমাৰ সকলো।

  • @priyakhibora9449
    @priyakhibora9449 3 года назад +7

    কি সুন্দৰ 😭❤️সঁচাকৈ তোমাৰ গীত শুনি কিবা বেলেগ অনুভূতি এটা পোৱা যায়💝

    • @nikubarman2374
      @nikubarman2374 2 года назад

      ইমান ভাল পোৱা 😇

  • @sangitaborah5519
    @sangitaborah5519 3 года назад +1

    ধন্যবাদ সান্নিধ্য ইমান সুন্দৰ গীত এটা এটাকৈ আমাক উপহাৰ দিয়া বাবে। বহুত সুন্দৰ কি কম। উফ তোমাৰ কন্ঠৰ বিষয়ে যিমান লিখিলেও শেষ নহব জানা। সুৰ , সংগীত, কন্ঠ, আৰু বাহীৰ সুৰত সচাকৈয়ে আকৌ এবাৰ তোমাৰ প্রেমত বহুত বেয়াকৈ পৰিলো। আৰু আগুৱাই যোৱা শুভকামনা থাকিল ব্র।

  • @lakshyapratimbora1663
    @lakshyapratimbora1663 3 года назад +17

    সঁচাকৈয়ে স্মৃতি ৰোমন্থন কৰিব পৰা এটি গীত ...🍃
    Quite soothing...🌸

  • @twinkledas683
    @twinkledas683 3 года назад +10

    Wowww😍....such a beautiful song ❤....aebar hunaa pasot huni ee thakibo mon goiseee

  • @swapnalimohan2792
    @swapnalimohan2792 3 года назад +1

    বুকুত জীপাল হৈ ৰোৱা গান বোৰ 😘😘

  • @monmayuri1975
    @monmayuri1975 3 года назад +2

    গীতৰ কথা , সুৰ , বাহীঁৰ সুৰে সঁচাকৈয়ে মনলৈ এক শান্তিৰ বাৰ্তালাপ কঢ়িয়াই আনিছে 🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍

  • @helicase2526
    @helicase2526 3 года назад +3

    Dhunia, Oti Xundor, Main, Mojja, Chalia, Tamam, Wah wah, 👌

  • @debasishgogoi2141
    @debasishgogoi2141 3 года назад +9

    ইমান এটা সুন্দৰ গীতেৰে মন চুই গল❤️❤️, গানটোত ল'ৰালি কালটো উপলব্ধি কৰিব পাৰিছো
    ধন্যবাদ সুন্দৰ গীতটো আমালৈ প্ৰেৰণ কৰা বাবে
    ❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @tirtharajlahkar9972
    @tirtharajlahkar9972 3 года назад +1

    অপুৰ্ব অতুলনীয়। অসমীয়া সংগীতক অন্য এক মাত্ৰা প্ৰদান কৰিছে।।।

  • @eyeball3933
    @eyeball3933 Год назад +13

    What a beautiful song ❣lot of love from kerala

  • @anuraghazarika7590
    @anuraghazarika7590 3 года назад +26

    Man,the flute!! literally healed me

  • @axomiyaloramoi5225
    @axomiyaloramoi5225 3 года назад +10

    হৃদয় চুই গৈছে ❤️❤️❤️ কিছুমান দুখ যেন আজি ও স্মৃতি হৈ আছে ❤️

  • @Riu22
    @Riu22 3 года назад +1

    বাঁহী সুৰ ❤️waah মন শীতল kori দিলে ✨💞💞

  • @inspiasm
    @inspiasm 3 года назад +62

    Rajib bhuyan Sir is an underrated Gem of Assam 💎 Sannidhya Da Is really lucky to have him as his father 🍀

  • @pabitrabhuyan8960
    @pabitrabhuyan8960 3 года назад +37

    বহুত ভাল লাগিল গান টো শুনি,,,অসমীয়া গানৰ এনেধৰণৰ গতিয়ে অসমক আৰু আগুৱাই লৈ যাব বুলি আশা কৰিলোঁ,,,,,লগতে শিল্পী সকলৰ উজ্জ্বল ভবিষ্যত কামনা কৰিছোঁ❤️❤️❤️

  • @pallabjyotichetia9078
    @pallabjyotichetia9078 3 года назад +34

    Sivsagar kun kun asa like ata de jua❤

  • @minaborah3200
    @minaborah3200 3 года назад +3

    Xosake imn dhunia lagise song Tu aru bahir xurtu imn dhunia mon Tu val lagi gol 😘😘😘😘😍😍😍🥰🥰🥰🥰

  • @thomas1715
    @thomas1715 2 года назад +2

    হৃদয়ৰ অনুৰণন জাগৰি গানৰ ভাৱনাত 😍 বৰ ভাল লাগিল গানটো শুনি❣❣ । কিয় ডিছলাইক মাৰা লাইক এটা মাৰি দিয়া 👍👍👌👌

  • @GauravDutta143
    @GauravDutta143 3 года назад +39

    স্মৃতি এ এক নতুন স্মৃতি দিব বুলি আশা থাকিল💯❤️

    • @NLV703
      @NLV703 3 года назад

      🔥🔥

  • @mrigankakumarborah2675
    @mrigankakumarborah2675 3 года назад +15

    অধীৰ আগ্ৰহেৰে বাট চাই মিঠা স্মৃতিক অনুভৱ কৰিবলৈ খনচেৰেক হৈ আছোঁ ৰৈ!

    • @mrigankakumarborah2675
      @mrigankakumarborah2675 3 года назад

      স্মৃতিৰ পাপৰি এ মন ক্লান্ত কৰি তুলিলে সান্নিধ্য দা ❤️

  • @lalitboruah1786
    @lalitboruah1786 3 года назад +2

    ভাল লাগিচে দেই

  • @SKBRideVlog
    @SKBRideVlog 3 года назад +1

    Xsai xuni mn2 bht vl lgi gol ❤️❤️❤️❤️

  • @rajbhaktiyari6740
    @rajbhaktiyari6740 3 года назад +24

    Uuufff hannttii , finally oxomiya music industry secure hoi gol.. nhole tu duta man a borbad a disil.. aru aag barhi juwa .. bht bhal lagil

    • @knowledgeistruth3693
      @knowledgeistruth3693 3 года назад

      Dutaman r example

    • @DebashishRay-sj5od
      @DebashishRay-sj5od 3 года назад

      @@knowledgeistruth3693 yes example

    • @gyan9573
      @gyan9573 3 года назад +1

      Jubin da aru Papon dar baahire beleg r geet khuniboi vaal nupuwa hoisilu. Kintu atiya bohutu vaal vaal geet uliyaise atiyar notun axomiya deka saam a. Xosai Axomiya geet atiya hai besi vaaldore thon dhori uthibo.

  • @ashmidnightbeats2621
    @ashmidnightbeats2621 3 года назад +38

    Love It 💙 Flute Hitting Hard Lord Krishna Would Be Happy Listening To This.
    BTW love from Odisha 🕉️😉

  • @namalibasumatey9939
    @namalibasumatey9939 2 года назад +1

    বসুত ভাল লাগিল 🥰👍❣️

  • @antaripff437
    @antaripff437 3 года назад +3

    Bohut dhuniya 😎😎

  • @devsagar7051
    @devsagar7051 3 года назад +13

    অতি সোনকালে লাগে 🥺❤️🔥

  • @dutta22
    @dutta22 3 года назад +6

    *সুন্দৰ❤️🙏এনেকৈ মন প্ৰাণ জীপাল কৰি তোলা ভাই*

  • @rondeepsaikia2535
    @rondeepsaikia2535 3 года назад +1

    Bht val lagil Sanidhya da❤️❤️❤️❤️❤️❤️

  • @SumanSanjibMusic
    @SumanSanjibMusic 3 года назад +1

    Ultimate Sannidhya bro ❤️🔥🔥

  • @mrinmoykalita3811
    @mrinmoykalita3811 3 года назад +4

    শব্দবোৰ কেতিয়াবা আৱেগ হৈ যায়
    কিতাপ আৰু পঢ়া টেবুলৰ সংগ্ৰামৰ বাবে ৰবলৈ সময় নাই...
    স্বীকৃতিৰ জেতুঁকাৰ পৰশৰ নিচাই আগবঢ়াই দি যায় স্মৃতিৰ খোৰাক..
    জিৰাবলৈ সময় নাই
    থমকিব হোৱা নাই
    কিয়নো পদুলিৰ নঙলাই
    এতিয়াও আশা আৰু সাহস
    হেৰুওৱা নাই..
    😊❤

  • @hunkonkonwar1360
    @hunkonkonwar1360 3 года назад +11

    মন-প্ৰাণ শাত পেলাই দিব পৰা গান.. বাঁহীৰ সুৰ আৰু তাবলাটো icing on cake. ❤❤ just Wow!congratulation Sannidhya and the team Bozropat ❤❤

  • @samuyeltirkysamuyeltirky7795
    @samuyeltirkysamuyeltirky7795 Год назад +1

    Mja aata hbdo hunisu 💖💖💖💖😘😘

  • @lakhinarayandas9437
    @lakhinarayandas9437 2 месяца назад +2

    অতি সুন্দৰ লাগিচে গানটো

  • @Dharmajyoti1
    @Dharmajyoti1 3 года назад +5

    সুৰৰ সীমা নাই 👍👍💕💕💕💕💕💕

  • @Satya-452
    @Satya-452 3 года назад +218

    ঘৰত সান্নিধ্যৰ এ গান বাজি থাকে মাই কয় পাগলৰ দৰে এটা গীত এ শুনি থকা যে 😂😂😂

  • @banashreedas8032
    @banashreedas8032 Год назад +1

    Gan xunile xuni a thakibor mn jai😌😌😌😌😌😌😌😌😌😌😌😌😌😌😌😌😌😌❤️❤️❤️

  • @nitulelectrogaming1176
    @nitulelectrogaming1176 6 месяцев назад +2

    সুন্দৰ হৈছে

  • @AbegIqbal98
    @AbegIqbal98 3 года назад +8

    যেতিয়া উভতি চাওঁ,
    সৰগী সুৰভী পাওঁ💕💕💕💕💕💕💕💕💕

  • @anuragneog1386
    @anuragneog1386 3 года назад +19

    গানটি শুনাৰ আগত Like এটা প্ৰথমতেই মাৰি দিলোঁ , তাৰ পাছত হে শুনিবলৈ লৈছোঁ । কাৰণ Sannidhiya Da ই গালে সেইটো গান Super Hit হ'ব । আগলৈও এনেকোৱা ভাল ভাল গান গায় যোৱা । ❤️❤️❤️❤️ Best wishes 🎉🎉

  • @AXOMIYAKRISTI
    @AXOMIYAKRISTI 3 года назад +1

    প্রিয় গীতৰ তালিকা খন দিনক-দিনে দীঘল হৈ গৈ আছে । ❣️❣️👀

  • @fitnesswithaayanassamesest4457
    @fitnesswithaayanassamesest4457 2 года назад +1

    1st time hunilu..val lagil.. Bahi music huni bhut val lagil

  • @sankarisangeet3898
    @sankarisangeet3898 3 года назад +5

    হৃদয় স্পৰ্শ কৰা এটা গান❤️❤️❤️

  • @nikhilborah736
    @nikhilborah736 3 года назад +10

    গানটো শুনি সচাঁকৈ গাটো সিয়ঁৰি উঠিল বিশেষকৈ বাঁহীৰ মাতত। মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা❤️

  • @nikitadeka4244
    @nikitadeka4244 3 года назад +1

    Khosai bohut val lagise huni gaan tu

  • @jenifabegum9864
    @jenifabegum9864 3 года назад +1

    Bahir mat uffff......❤logote sannidhya dar voice🎶❤

  • @sinonjay9072
    @sinonjay9072 3 года назад +8

    স্মৃতি নতুন গান ।।
    ভাল লাগিছে #Sannidhya daa ।।
    আশা কৰিছোঁ..
    আৰু নতুন ভাল গান লৈ আছোঁ ৰৈ।।
    i love you all।।💙💙😌😚

  • @rantuvlogs2257
    @rantuvlogs2257 3 года назад +10

    বহুত দিনৰ অপেক্ষ অন্ত আজি শুনিবলৈ পালোঁ সুন্দৰ বন্ধু❤️❤️

  • @karbiet8604
    @karbiet8604 3 года назад +28

    Can't understand the lyrics but the voice, flute & music is so good...i listen more than 10 times🌸❣️❣️

  • @ritamanikalita3039
    @ritamanikalita3039 3 года назад +1

    ৰাতিপুৱা উঠাৰ পৰা ৰাতি শুৱালে আপোনাৰ গানেৰে দিনটো পাৰ হৈ যায়। আগ্ৰহৰ অন্তত গানটো পালোঁ। কব ভাষা নাই,বহুত ভাল লাগিল।

  • @nihar9723
    @nihar9723 3 года назад +17

    The flute part is “UNREAL” ♥️🍂

  • @rithikroshanhazarika3350
    @rithikroshanhazarika3350 3 года назад +53

    Sannidhya and Bozropat Music, I will never be able to thank you enough for this masterpiece 🖤🖤

  • @tulikabhuyan4025
    @tulikabhuyan4025 3 года назад +3

    Unbelievable music system and song......হিয়া চুই যায়। ❤

  • @pulaksaikia5791
    @pulaksaikia5791 3 года назад +1

    বহুত ধুনীয়া গাইছা.sunnidya Dada 😘😘😘🙏🙏

  • @xaviergogoi
    @xaviergogoi 3 года назад +23

    বহু অপেক্ষাৰ মোৰত এই গীতটি পালোঁ। ধন্যবাদ সান্নিধ্য আৰু বজ্ৰপাত MUSIC ❤️❤️🙏🙏