নেগেৰাৰ গুৰুঘাত ॥ NEGERAR GURUGHAT ॥ Pankaj Bora || How to Play Negera.

Поделиться
HTML-код
  • Опубликовано: 18 сен 2024
  • নেগেৰাৰ গুৰুঘাত ॥ NEGERAR GURUGHAT ॥ Pankaj Bora || How to Play Negera.
    Pankaj Bora Musical
    গুদু দুম ss
    গুদু দুম ss
    ………
    গুদু দুম গুদু দুম……
    উৰু……………..
    (ঘিন গুদু ঘিন উৰু
    ঘিন গুদু ঘিন উৰু
    ঘিন গুদু ঘিন গুদু
    ঘিন গুদু ঘিন উৰু
    ঘিন টিকি টৌ উৰু
    টিনি টিকি টৌ উৰু
    টিনি টিকি নিটি কিটি
    কিনি টিকি টৌ উৰু)২
    (ঘেনা কিনি টিকি ঘেনা
    কিনি টিকি টৌ ss)২
    ঘিন sঘি না ঘেনি
    তা ঘেনি ঘেন তাক
    (ঘেনা নাঘে নাঘে নানা
    ঘেনা নাঘেন তাঘেন ঘেনা) আৱৰ্তন
    (ঘেনিটিকি টৌকিটি
    কিটিটিকি টৌঘেনি) আৱৰ্তন
    (ঘিনাটিনি টিনিঘেনা
    টিনিটিনি ঘেনাটিনি)আৱৰ্তন
    ঘেনি টিকি টৌ ss
    কিনি টিকি টৌ ss
    কিনি টকি টিটি কিটি
    তাকো গুদু ঘেন থাক
    ঘেন ॥
    সত্য, ত্ৰেতা,দ্বাপৰত👉 • সত্য, ত্ৰেতা, দ্বাপৰত ...
    কিশলয় ক্লাছ👉 • কেনেকৈ শিকোৱা হয় “কিশল...
    How to play dhol part-3 (English subtittle)👉 • বোল কেনেকৈ স্পষ্ট হব ?...
    চুঁচনি থকা বোল👉 • চুচঁনি থকা বোল ॥ Dhol ...
    কছাৰি ছেও👉 • কছাৰি ছেও ॥ KOCHARI SE...
    How to play dhol part-2 (English subtittle)👉 • Dhol TUTORIAL with ENG...
    মাহিতা” ক’ত পাব 👉 • Dhol TUTORIAL with ENG...
    নেগেৰাৰ গুৰুঘাত👉 • নেগেৰাৰ গুৰুঘাত ॥ NEGE...
    ন শিকাৰুৱে নেগেৰাৰ বোল কেনেকৈ বজাব 👉 • ন-শিকাৰুৱে বোল কেনেকৈ ...
    How to play dhol part 1 ( English subtittle)👉 • How to Play dhol, With...
    How to play Negera ( Rogor tips)👉 • How to play Neger, ROG...
    জোনবাইৰ দেশলৈভিতালী বা 👉 • জোনবাইৰ দেশলৈ ভিতালী ব...
    অ’ ককাই👉 • অ’ ককাই ॥ চংখাম ফুকন ॥...
    বিহুৰে বিৰিণা পাত👉 • বিহুৰে বিৰিণা পাত ॥ হু...
    ঢোলবাদন Live👉 • Dholbadan by Pankaj Bo...
    পশুপতি (ভক্তিগীত)👉 • পশুপতি || Pasupati || ...
    অসমী আই 👉 • আই || Aai || Band of K...
    বাপতি সোহোন 👉 • BAPOTI XAHUN , BIHU, P...
    ডন্বৰু 👉 • ডম্বৰু ॥ DOMBORU, BHAK...
    গেজেং ফুল (বিহু)👉
    • GEJENG PHOOL Bihu, BIP...
    ঘুনুচা👉
    • Video
    গাঁৱৰ ডেকা 👉
    • GAONR DEKA 2020 BIHU, ...
    পাহাৰী গাভৰু( বিহু)👉
    • পাহাৰী গাভৰু - ২০২২ | ...
    ৰাইজৰ পদধূলি (বিহু)👉
    • ৰাইজৰ পদধূলি ॥ হুঁচৰি ...
    পানী তোলা ছেও👉
    • পানী তোলা ছেও ॥ ঢোল বা...
    Antaryami Nrayan (RAKH)
    • ৰাসৰ গীত ॥ ৰাধা-কৃষ্ণ ...
    PASHUPATI mahadev
    • পশুপতি | টোকাৰী গীত | ...
    KOLI JUGE TUKARI GEET
    • Video
    Online negera class
    • ঢোলৰ সম্পূৰ্ণ গুৰুঘাত ...
    Best size DHOL LESSON by Pankaj Bora, Fingering Tips, Buloni, Rogor, How to Develop Rogor, Rogor
    exercise, • DHOL LESSON by Pankaj ...
    ঢোলৰ মুখ্য আৰু আনুসংগীক স্বৰ বা ধ্বনি সমূহ জানিবলৈ এই ভডিঅ’টো চাওক
    • Dhol Lesson by Pankaj ...
    ঢোলৰ অ আ ক খ
    • Dhol Lesson by Pankaj ...
    ঢোলৰ আকাৰ আৰু গঠন কেনে হোৱা উচিত
    • Best size of dhol , Ho...
    এখন নতুন খৰচনা শিকক
    • Oja Dhol Lesson #KHORS...
    হস্ত সাধনা
    • হস্ত সাধনা ॥Hand Pract...
    অনলাইন ঢোল শিকিবলৈ যোগাযোগ কৰক
    • Online Dhol class From...
    ঢোসৰ ৫ ৰত্ন
    • PANCHA RATNA OF DHOL ,...
    ঢোলৰ মাৰি আৰু টেমেকা
    • Dhol Lesson By Pankaj ...
    চাৰি যুগে চাৰি ঢোল
    • Dhol Lesson . চাৰি যুগ...
    দীঘলিয়া ছেও
    • Online Bihu Dhol Class...
    ঢোলৰ ভাঙনি
    • Dhol Lesson by Pankaj ...
    ছেও আৰু চাপৰ কি
    • Dhol Lesson by Pankaj ...
    ৫১ টা সহজ বোল শিকক
    • Dhol Lesson by Pankaj ...
    ঢোলৰ অলংকাৰ
    • Dhol Lesson by Pankaj ...
    তালিত বজোৱা বোল
    • Dhol Lesson by Pankaj ...
    জানিলওক এই ৬ টা কথা
    • Bihu Dhol Lesson by Pa...
    কম শব্দত কেনেকৈ ঢোল অনুশীলন কৰিব
    • Dhol Lesson by Pankaj ...
    ঢোলৰ উৰুলি আৰু কুৰুলি
    • Dhol Lesson by Pankaj ...
    দিগিৰিখি তাখিৰিখি বজাবলৈ শিকক
    • Bihu Dhol Lesson by Pa...
    ঢোলৰ অংশ সমূহ আৰু তাৰ কাম
    • Bihu Dhol Lesson by Pa...
    ঘৰতে কেনেকৈ নেগেৰা শিকিব
    • Negera Lessons by Pank...
    নেগেৰাৰ ২৫ টা সহজ বোল
    • Negera Lesson by Panka...
    নেগেৰাৰ ভাঙনি আৰু অলংকাৰ
    • Negera Lesson (3), Bha...
    দিহানামত নকৰিব এই ভুল
    • Online Negera Class (4...
    নেগেৰাৰ ৰগৰ বজাবলৈ শিকক
    • Negera Lesson by Panka...
    খোল পাঠ- পৰিতাল
    • Khol lesson (3) পৰিতাল...
    খোল পাঠ- ৰূপক তাল
    • Khol Lesson 2, ৰূপক তা...
    facebook - / pankajboraofficial
    Instagram- pankajbora204
    Our Musical Band
    #BAND_OF_KISHALAY
    / band-of-kishalay-55990...

Комментарии • 74

  • @binitamili
    @binitamili 10 месяцев назад

    Hundor lagise

  • @PranjalPatar-lt8qx
    @PranjalPatar-lt8qx 2 месяца назад

    Sir Val lagise

  • @user-xz8ld7xm3v
    @user-xz8ld7xm3v Год назад

    🙏🙏🙏

  • @user-gb1dq2tj6o
    @user-gb1dq2tj6o 11 месяцев назад

    well come pongkaj daa

  • @user-gb1dq2tj6o
    @user-gb1dq2tj6o 11 месяцев назад

    moja,ajir pora moi apunak gru mani lolu,aro soront dorilu

  • @makhanisaikia1155
    @makhanisaikia1155 Год назад +1

    Bhot dhuniya hoise mor bhot mon jai alop bojau valk pora nai

  • @ronitrajkonwarkonwar4078
    @ronitrajkonwarkonwar4078 Год назад +1

    Ai gurughat vagi bohut hundor rupe apuni amak diya babe Dhonoybad thakil amar gurujona

  • @Dhirajborah1
    @Dhirajborah1 2 года назад +6

    Mojja pankaj daa❤love from Dhemaji

  • @RidipHazarika2571
    @RidipHazarika2571 2 года назад +4

    Dhunia Pankaj da🙏🙏

  • @AnjaleeBorah
    @AnjaleeBorah Год назад +2

  • @Jitenvlogs353
    @Jitenvlogs353 2 года назад +1

    অতি সুন্দৰ

  • @dipdas8979
    @dipdas8979 2 года назад +1

    Bor dhuniya bujoni apunar.🙏🙏🙏🙏

  • @RajuChutia-ef1yn
    @RajuChutia-ef1yn 2 года назад +1

    Thank you for your guru ghat
    Moi bojabole try karisu

  • @parashborgohain7107
    @parashborgohain7107 2 года назад +3

    এই নাগাৰা জোৰ জন্ম আৰু উৎপত্তি বিষয়ে জনাতো অতি প্ৰয়োজনীয় ।কাৰণ আমি অকল নতুন চাপৰ ,সুৰ লগাই বজাবলেহে শিকিছো ।ওজনি অসমৰ নাগাৰা বেলেগ আৰু নামনি অসমৰ নাগাৰা বেলেগ ।গতিকে নাগাৰা বিষয়ে জনাব

  • @kalpanapatgiri9986
    @kalpanapatgiri9986 2 года назад +1

    Sir dihanamt tal bojiwa video dibosun.uponr video sai a mai negera bojai asu dhoynobad sir.negerar pratham taltu mor valkoi oha ni sir .

  • @BNP1252
    @BNP1252 2 года назад +1

    Zing zing amazing brother

  • @runubaruah6143
    @runubaruah6143 Год назад

    Sir guru ghar tu likhito akare dile val asil

  • @samiranborthakurvlogs
    @samiranborthakurvlogs Год назад

    Dhulor saporor nisina lagise olpman

  • @cggaming2r
    @cggaming2r Год назад

    Bhal lagisa

  • @KamalbharaluaKamal
    @KamalbharaluaKamal 3 месяца назад

    মোক লিখিত ৰূপত দিব পাৰিব নেকি গুৰু

  • @hiranyadas252
    @hiranyadas252 2 года назад +1

    🙏🙏🙏🙏🙏🙏🙏🙏💐💐💐💐🙏🙏🙏🙏🙏🙏

  • @mrinalidutta2006
    @mrinalidutta2006 2 года назад +1

    পংকজ বৰা আপোনাৰ নেগেৰা চাপ বজোৱা চাই মই বাছো কিন্তু কূৰুলীটো বজাব পৰা নাই কি কৰিলে অনুমান বুজা দিব নি। কাৰণ নেগেৰা বজাবলৈ বৰ আশা আছে

  • @minudas2500
    @minudas2500 11 часов назад

    Sar moi ak saporitu bojabo para nai plz
    Dekhi dibo sun

  • @ujjalflutesinger3153
    @ujjalflutesinger3153 2 года назад +1

    Apunar pora bohut khini sikibole palu

  • @pankajphukan6468
    @pankajphukan6468 11 месяцев назад

    সোমনাথ বৰা ডাঙৰীয়াৰ এটা ভাষণত নেগেৰাৰ গুৰুঘাট আছে বুলি পালো।

  • @dipalihatimuriaakash5155
    @dipalihatimuriaakash5155 2 года назад +1

    Akonman sutikoribo pari neki

    • @PankajBora.Official
      @PankajBora.Official  2 года назад

      Nisooy. Hokolure babe hohoj huake beleg eta dim bulihe vabisu.

  • @digantadeka7201
    @digantadeka7201 Год назад

    Mozza

  • @Subhrajyotibora123
    @Subhrajyotibora123 2 года назад +5

    চাৰ মই নেগেৰা বজাব জানো কিন্তু শুৰুঘত টো কি মই ওলিয়াব নোৱাৰি লো মই এই ভিডিও টোপা শিকিম 🙏

  • @GitaBezbaruah-fp8uy
    @GitaBezbaruah-fp8uy Год назад

    Mòi Toronto para nai

  • @sinmoystudio6507
    @sinmoystudio6507 2 года назад +2

    চাৰ আপোনাৰ ভিডিঅ' সমূহ চাই মই গম পাইছো যে উজনি অসমৰ আপোনি এজন ভাল নেগেৰা বাদক তথা দিহানামৰ দিশত আপোনি যথেষ্ট জ্ঞাত গতিকে আপোনাৰ পৰা এটা কথা জানিব বিচাৰো যে যোৱা অলপ দিন আগত মৰিগাঁও জিলাৰ ৰাজামায়ং নামৰ এখন ঠাইত উজনি অসমৰ এগৰাকী বাইদেৱে স্পষ্টকৈ কৈছিল যে নগাঁও, মৰিগাঁও, হোজাই মানে আমাৰ মধ্য অসমৰ দিহানামবোৰ তথা সুৰ-সঞ্চাৰবোৰ ভোল। মই এটা কথা জানিব বিচাৰো যে যিহেটো দিহানামৰ কোনো লিপিবদ্ধ সংবিধান নাই গতিকে আপোনাৰ পৰা জানিব বিচাৰো যে আমাৰ মধ্য অসমৰ দিহানামবোৰ, সুৰ-সঞ্চাৰবোৰ তথা মধ্য অসমত প্ৰচলিত বাজনাবোৰ ভোল নেকি? মোক কক! কাৰণ এটা কথা চাৱক ঠাই বিশেষে যদি ভাষা সলনি হ'ব পাৰে তে দিহানামৰ সুৰ-সঞ্চাৰবোৰ সলনি হোৱাটো স্বাভাৱিক আৰু এটা কথা আমি সৰুৰ পৰা যি ভাষা শুনি আহো সেই ভাষাই শিকো বা কবলৈ লওঁ ঠিক তেনেদৰেই আমি ককা- আইতা হ'তৰ দিনৰ পৰা যি দিহানাম শুনি আহিছো সেই দৰেই আজিও তেনেদৰেই আমাৰ ইয়াত প্ৰচলিত হৈ আহিছে আৰু আগলৈয়ো থাকিব গতিকে এজন অভিজ্ঞ ব্যক্তি তথা জ্যেষ্ঠ হিচাপে আপোনাৰ মতটো জানিব বিচাৰো কৃষ্ণ🙏

    • @PankajBora.Official
      @PankajBora.Official  2 года назад +2

      নমস্কাৰ । প্ৰথম কথাটো হ’ল আপুনি ভবাৰ দৰে মই কোনো পাকৈত নেগেৰা বাদক নাইবা দিহানামৰ বিশেষজ্ঞ নহওঁ । কিন্তু লোক সংগীত ভাল পাওঁ বাবে সময় ওলিয়াই মাজে সময়ে চৰ্চা কৰো । আচৰিত কথাটো হল নগাওঁ, মৰিগাওঁ, হোজাই অথবা মধ্য অসমৰ দিহা নামৰ সুৰ সঞ্চাৰ ভুল বুলি তেখেতে কি সাহসত, কি যুক্তিত ক’লে । কাৰণ প্ৰতিটো বস্তুৰে নিজা নিজা কিছুমান আঞ্চলিক বৈশিষ্ট থাকে, যিটো সেই অঞ্চলৰ পূৰ্বজ সকলৰ দিনৰ পৰা তেনেকৈয়ে চলি অহা । গতিকে কোনো এটা অঞ্চলৰ আঞ্চলিক বৈশিষ্ট নজনাকৈ ভুল বুলি কি যুক্তিৰে কলে তেখেতেহে জানিব । হয়তো লোক সংগীতৰ বৈশিষ্টৰ বিষয়ে তেখেত ভালদৰে জ্ঞাত নহয় ।এনেধৰণৰ কিছুমান ব্যক্তিৰ বাবেই আজি বিহু, দিহানাম,ভাওনা সকলোতে বিভ্ৰান্তিৰ সৃস্টি হৈছে । গতিকে তেনেবোৰ ব্যক্তিৰ পৰা ভবিষ্যতে সাৱধান হোৱা ভাল । বাকী নিজৰ অঞ্চলৰ, পূৰ্বজ সকলে দেখুৱাই যোৱা আদৰ্শেৰে , বিকৃত নকৰাকৈ কৰি যাওক । 🙏🙏

    • @sinmoystudio6507
      @sinmoystudio6507 2 года назад +1

      ধন্যবাদ বাপ আপোনাৰ মতটো পাই ভাল লাগিছে কৃষ্ণ 🙏

  • @parashborgohain7107
    @parashborgohain7107 2 года назад +1

    কৃষ্ণ ..🙏এই নাগাৰা জোৰ উৎপত্তি বিষয়ে জনাব ।

  • @babylalung2953
    @babylalung2953 2 года назад +1

    Aipune hodar vido de thikebo sun

    • @PankajBora.Official
      @PankajBora.Official  2 года назад

      Hodai diyatu possible nohoi. Tothapiy hoptahot 3 ta manke dibole sesta korim

  • @roiumbon5172
    @roiumbon5172 2 года назад +2

    বৰা ডাঙৰীয়া; দিহানামৰ কোন কোন অংখত নেগেৰাৰ ভাঙনি বা অলঙ্কাৰ কেনেকৈ বজাব লাগে ভাঙনিৰ লগত ছাপৰিৰ তাল মিলাব পৰাকৈ জনালে উপকৃত হম ।

    • @PankajBora.Official
      @PankajBora.Official  2 года назад

      নিশ্চয় । সোনকালে তাৰ ওপৰত এটা ভিডিঅ’ দিম 🙏

    • @roiumbon5172
      @roiumbon5172 2 года назад

      @@PankajBora.Official হয়. আশাৰে বাত ছাই ৰলো ।

  • @tulumanidas1884
    @tulumanidas1884 Год назад

    Alop buji palu valoi nohoi

  • @manjuphukon9544
    @manjuphukon9544 Год назад

    অসমীয়াত চেওঁ বিলাক লিখি দিল ন শিকাৰো হকলৰ বাবে সুবিধা হয়

  • @ujjalflutesinger3153
    @ujjalflutesinger3153 2 года назад +1

    Dada tinisapor dibosun

  • @gokulgogoi1796
    @gokulgogoi1796 2 года назад +1

    চাৰ, নেগেৰাৰ দৰেই,বাঁহীৰো ক্লাছ দিয়াৰ ব্যৱস্থা কৰিবচোন | plz......

  • @alakasonowal3844
    @alakasonowal3844 2 года назад +1

    Likhi dille basi bhal aashile gurudev

  • @jbdsunofficial810
    @jbdsunofficial810 2 года назад +1

    Khulor gurughat Tu dibo sun

  • @RanjanDas-jt1lb
    @RanjanDas-jt1lb 2 года назад +1

    নামত নেগেৰা কি দৰে বজায়

  • @seemachalihasvlogs9473
    @seemachalihasvlogs9473 Год назад +1

    🙏🙏🙏

  • @prasantabharali1302
    @prasantabharali1302 2 года назад +2

    Hundar lagise

  • @kalpanapatgiri9986
    @kalpanapatgiri9986 2 года назад +1

    Sir dihanamt tal bojiwa video dibosun.uponr video sai a mai negera bojai asu dhoynobad sir.negerar pratham taltu mor valkoi oha ni sir .