The History of Charaideo Maidam | The Untold Story |

Поделиться
HTML-код
  • Опубликовано: 27 дек 2020
  • instagram- / bhaskaryoutube
    আশা কৰিছোঁ আপুনি এই ভিডিতো নিশ্চয় উপভোগ কৰিলে।যদি ভাল লাগিল তেন্তে বন্ধু বৰ্গৰ লগত Share কৰক,আৰু কিবা থাকিলে comment ত কওক আৰু যদি এই চেনেল ত যদি নতুন হয় তেন্তে subscribe কৰিব নাপাহৰিব।
    Business Mail - jantraassam@gmail.com
    ---------------------------------------------------------------------------------------------------------
    👉👉মই কি কি বস্তু ব্যৱহাৰ কৰোঁ । লগতে উত্তম বস্তু আপোনালোকৰ বাবে
    (Best products You Can Buy)
    Click Here 👉 www.amazon.in/shop/purbanchal
    ---------------------------------------------------------------------------------------------------------
    Join Our Facebook Group - / purbanchalvideo
    Become Member-
    / @purbanchalassam
    তলত উল্লেখ কৰা লিংক বোৰ ক্লিক কৰি বস্তু কিনি মোক সহাৰ্য কৰিব পাৰিব।
    Edited with SONY VEGAS PRO 13

Комментарии • 207

  • @fih.4725
    @fih.4725 3 года назад +1

    Nice.

  • @jugabratdeka2191
    @jugabratdeka2191 Год назад +1

    *Bahut Val lagil dei sai , love from Darrang.*

  • @amarjyotibezbaruah2841
    @amarjyotibezbaruah2841 3 года назад +1

    Amr government body.a axom khon vlkoi promote korebo pora nai pithibi agot okol Kaziranga National park, tea garden kiba kibi dekhai thake aibur sobai gom paise... Moi aitu kua nai ja haibur dekhabo nalage.... Lage haibur amr gourab but tatkoi aru bohut bostu ase ji bur show korebo lage.... Axom.ot thakia hoitu mur logote aru bohutai gomai pua nasil iyar bixoi.... Thank you bhaskar daa bohut khini bostur knowledge apuni di ase.... AXA koru agoloiku di thakibo

  • @NITISHKRRAY
    @NITISHKRRAY 3 года назад

    Ultimate dada

  • @Harshitapriyam285
    @Harshitapriyam285 3 года назад

    Vl lagil

  • @dimpoldh3363
    @dimpoldh3363 2 года назад

    জানি ভাল লাগিল

  • @simantadas3676
    @simantadas3676 3 года назад

    বহুত খিনি কথা জানিব পাৰিলো। ধন্যবাদ

  • @5307pearl
    @5307pearl 3 года назад +5

    ভাস্কৰ আৰু দিম্পু - দুয়োৰে দ্বাৰা নিৰ্মিত ভিডিঅ' ক্ৰমে "চৰাইদেওৰ ৰহস্য ফাদিল" আৰু "ভিতৰত আছে ৰজাৰ মৃতদেহ" চালো।
    ভিডিঅ'দুটা নিৰ্মাণত শ্ৰীযুত নবীন বুঢ়াগোহাঁই দেৱে তেওঁলোক দুজনক যথেষ্ঠ সহায় কৰিছে। এটা ছুটি ভিডিঅ'ৰ মাধ‍্যমেৰে চৰাইদেউ মৈদামৰ বিস্তৃত বুৰঞ্জী মানুহৰ মাজলৈ লৈ যোৱাটো এটা অতি কষ্টকৰ কাম।আৰু তেওঁলোক দুজনে এনে এটা প্ৰচেষ্টা হাতত লোৱা বাবে নিশ্চিত ভাৱে প্ৰশংসনীয়। (চৰাইদেউ মৈদামৰ ওপৰত এখন তথ্য চিত্ৰ বনোৱাৰ চিন্তা কৰিবলৈ দুয়োকে অনুৰোধ জনালোঁ)।
    "আৱাহন"-- ৯ম বছৰ, ৮ম সংখ্যাত প্ৰকাশিত ভুৱন চন্দ্ৰ সন্দিকৈ দেৱৰ "চৰাইদেউ" নামৰ প্ৰৱন্ধটো তলত উল্লেখ কৰা হৈছে।
    ভিডিঅ'টো চোৱাৰ লগতে এই কথাখিনি পঢ়িলে সকলো উপকৃত হ'ব বুলি আশা কৰিলোঁ।
    স্বর্গদেৱ আৰু তেওঁৰ পৰিয়ালৰ লােকসকলৰ প্ৰায়বিলাক মৈদামেই আহােম সাম্রাজ্যৰ প্রথম স্থায়ী ৰাজধানী চৰাইদেওত আছে। “মৈদামবিলাক চৰাইদেও পাহাৰৰ নামনিৰ পৰা শাৰী শাৰী পাতি দিয়া আছে। একোটা শাৰী তিনি চাৰি মাইলৰো বেছি ঠাই জুৰি আছে। তাৰ পাছতে আকৌ অন্য এশাৰী। প্রত্যেক শাৰীত কিমানকৈ মৈদাম আছে ঠিককৈ ক'ব নােৱাৰি। অনুমান এশ ছকুৰিমানকৈ শাৰীয়ে প্রতি আছে। তাৰ উপৰিও চৰাইদেও পাহাৰ পাৰ হৈ তিৰু পথাৰত ভালেমান মৈদাম আছে বুলি মানুহে কয়। কিছুমান মৈদাম দুপুৰা তিনি পুৰা মাটি জুৰি আছে। ওখই এতিয়া কিছুমান মৈদাম দুই তিনি জোপা কাকিনী তামােলৰ সমান হ'ব। আগতে মৈদামবিলাক যে কিমান ওখ আৰু বহল আছিল, ইয়াৰপৰাই অনুমান কৰিব পাৰি। ডাঙৰ ডাঙৰ মৈদামৰ মাজে মাজে কিছুমান সৰু সৰু মৈদাম দেখিবলৈ পােৱা যায়।”
    মৈদামবিলাক আগৰ দবে থাকিবলৈ হােৱা হলে সঁচাকৈয়ে ইজিপ্টৰ পিৰামিডবিলাকৰ দৰে পৃথিৱীৰ ভিতৰত আচৰিত বস্ত্ত হ'লহেতেন। নৈসর্গিক ঘটনাত মৈদামবিলাক চাপৰ হোৱাটো স্বাভাবিক। কিন্তু তাৰ উপৰি অর্থলােভী মানুহে মৈদাম খান্দি টকা বিচাৰোতে প্রায় সকলােবিলাক মৈদাম খহে। কিন্তু এই সকলােবিলাকতকৈ অসম কোম্পানীৰ চাহ খেতিয়কসকলে মৈদাম খান্দি, ভাঙি সমান কৰি তাৰ ওপৰত চাহ বাগিচা খােলে।
    “আহােম ৰজাৰ শেষ অৱস্থাত স্বৰ্গদেউ পুৰন্দৰ সিংহৰ দিনত টকা-কড়িৰ অনাটন হােৱাত ভালেমান মানুহে ৰাজ আদেশত মৈদাম খান্দে। আগতে মৈদামবিলাক ৰাখিবৰ কাৰণে আৰু চাফ-চিকুণকৈ ৰাখিবৰ কাৰণে ৰখীয়া ৰখোৱা নিয়ম আছিল। বিষয়াসকলে সেইবিলাকৰ তত্ত্বাৱধান লয়। মীৰজুমলাই যেতিয়া বৰজনা গোঁহাই, লাচিত গোঁহাই আৰু লালুক গৌাঁহাইৰ মৈদাম খান্দি অনেক টকা কড়ি লাভ কৰি শেষত ৰজাসকলৰ অস্থি পর্যন্ত নিলে, তেতিয়া স্বৰ্গদেৱ জয়ধ্বজ সিংহই খেদ কৰি এইদৰে কৈছিল - “বুপা-পুথাও পুলিনৰ হাড়কো ৰাখিব নােৱাৰিলো।” তেতিয়া অসমীয়া প্রজাৰ মনত বৰ আঘাত লাগি, মৰ সাহ দি মুছলমানক ৰণত জলা কলা কৰিছিল।"
    "সেই সময়ত অপাৰ ধন-সোন, অলংকাৰ, বাচন-বৰ্তন মৈদাম খান্দি অনা হৈছিল। তাতােকৈ আগেয়ে মুছলমানবিলাকেও ধন সােণৰ লােভত ভালেমান মৈদাম খান্দিছিল। Fathiyas Ibriyah বােলা এখন মুছলমান বুৰঞ্জীত মৈদামবিলাকৰ কথা এনেদৰে আছে যে, ৰজাসকলৰ শটোৰ মূৰ পূবফালে, ভৰি পশ্চিমফালে থােৱা হয়, বৃহৎ টান কাঠৰ কোঠালী-ঘৰ কৰে। সেই বুৰঞ্জীৰপৰা এটা আচৰিত কথা শুনিবলৈ পােৱা যায় যে
    "a lamp with plenty of oil and a torch bearer alive into the vault to look after the lamp." [E. A. Gait]
    বতাহ নােপােৱা এনে এটা মৈদামত বহুত দিনৰ পৰা জ্বলি থকা চাকি আৰু জীয়াই থকা মানুহৰ কথা শুনিলে আমাৰ মনত ভৌতিক কাণ্ড যেন লাগে। ৰশ্মিবেগ নামৰ এজন মুছলমান সেনাই নবাব মীৰজুমলাৰ আগত এবাৰ এটা এনে কথা কৈছিল যে, কেইবাশ বছৰীয়া মৈদাম এটা খান্দোতে ভালেমান বহুমূলীয়া বস্তু পােৱাৰ লগে লগে এযােৰা কেঁচা তামােল-পাণাে পােৱা গৈছিল। ইয়াে আমাৰ মনত বৰ আচৰিত যেন লাগে।
    "Ten such vaults were opened by the order of the Nawab and property worth about Rs. 90000 was recovered."
    মুছলমানে খন্দাৰ পাছত মানৰ দিনতাে কোনাে এটা মৈদাম সম্ভৱতঃ নখন্দাকৈ নৰ'ল। সেই সময়ত মৈদাম খান্দি ধন উপার্জন কৰাটো এটা বৰ ডাঙৰ কাৰবাৰৰ দৰে হৈ উঠিছিল। তাৰ পাছত কোম্পানীৰ তৰফৰ পৰা ধন খন্দা আৰম্ভ হ'ল। আগৰ কালত স্বৰ্গদেৱসকলৰ ডঁৰিত আৰু ভূত-প্রেতৰ ভয়ত মৈদাম নখদাকৈ আছিল। কিন্ত্ত আক্ৰমণকাৰী মুছলমানে যেতিয়া সেই বাট উলিয়াই দিলে, তেতিয়া মানুহৰ মনৰ ভয় গুচিল। মৈদাম খান্দি যে মানুহৰ বিপদ নােহােৱাকৈ আছিল তেনে নহয়। ভালেমান সময়ত মৈদামত সােমাই বাট বন্ধ হৈ, মাটি খহি, বেয়া গেছ বাহিৰ হৈ ভালেমান অর্থলােভী মানুহৰ প্রাণ নাশ হ'ল। কোন মৈদাম কতিয়া কোনে খান্দি কি কি পাইছিল তাৰ বিশদ বিৱৰণ ৰায়বাহাদুৰ অধ্যাপক শ্ৰীযুত সূর্যকুমাৰ ভূঞাদেৱৰ "আহােমৰ দিন"ত আৰু Department of Historical and Antiquarian Studies ৰ জৰিয়তে প্রকাশ হােৱা "দেওধাই বুৰঞ্জী"ৰ ১৪৬ পৃঃ পঢ়িলেই পাব। কিন্তু অসম চাহ কোম্পানীয়ে যেনেকৈ ধ্বংস কৰিলে, আনে তেনে কৰা নাই।”

  • @nayangamining4054
    @nayangamining4054 3 года назад

    Vala lagesa video to sai dada

  • @nirmalisaikia5303
    @nirmalisaikia5303 3 года назад

    নবীন দা ভাল লাগিল

  • @user-nt9cd1bi3f
    @user-nt9cd1bi3f 8 месяцев назад

    Nobin da bohot expert assam histry behoy he .😊

  • @r.s.bentertainment1961
    @r.s.bentertainment1961 2 года назад

    Kisu kotha gom palu

  • @kaustavhazarika8136
    @kaustavhazarika8136 3 года назад +7

    Current r apdcl connection bhaskar daa.. 🔥 🔥 😂❤️

  • @moyurirajowar2666
    @moyurirajowar2666 3 года назад

    Vl lagill sai

  • @jayantakumarborah
    @jayantakumarborah 3 года назад

    Eitu otipat bhal hoise..kiman gyan palu aji

  • @bitubikashnath9742
    @bitubikashnath9742 3 года назад +5

    সুন্দৰ দিম্পু দা আৰু দুয়োজনৰ ভিডিঅ’ চালো সচাকৈয়ে ভাল লাগিল ৷ ধন্যবাদ ইমান সুন্দৰ কথা আমাক জনোৱাৰ বাবে ৷

  • @bhrigukalita6479
    @bhrigukalita6479 3 года назад

    Nice dada

  • @TheThirdEYE07
    @TheThirdEYE07 3 года назад +3

    Thank You dada for this video🙏🙏🙏

  • @kkkarunakoch4411
    @kkkarunakoch4411 3 года назад +1

    Mja

  • @JohnBaishya
    @JohnBaishya 3 года назад +10

    Same day goisilu Bhaskar daa,, morning goisilu.. bad luck log napalu😔

  • @deepjyotiphukan1580
    @deepjyotiphukan1580 2 года назад

    ❤mja dada frm gourisagor

  • @anantadhunsaikia
    @anantadhunsaikia 3 года назад +1

    বহুত ধুনীয়া লাগিল কথা খিনি জানিবলৈ পায়
    Super episode 👌🌲
    Amazing vlog

  • @monmayurilahon7931
    @monmayurilahon7931 3 года назад +17

    নিজৰ ঠাই খন দেখি বহুত ভাল লাগে 🤩 ভাল লাগিল ভাস্কৰ দা 👌

  • @user-lg8ob3lx7o
    @user-lg8ob3lx7o 2 года назад

    Royal Family.r descendants hokolok dekhabo sun....interview eta lobo. I'm curious.

  • @funtrickdd
    @funtrickdd Год назад

    Bhai ভিতৰত গৈছে tumi Mur hay bhoi লাগিছে yat

  • @jyotiprakashsarma4333
    @jyotiprakashsarma4333 3 года назад

    বহুত ভাল লাগিলে।ধন্যবাদ। 🙏

    • @bhaswatideka9697
      @bhaswatideka9697 3 года назад +1

      Muru video abar saba dei ❤ olp help koribo

  • @rumibhuyan3937
    @rumibhuyan3937 3 года назад +3

    ❤️🔥😘... love from Sivasagar ❤️

  • @bibudhjyotisaikia4373
    @bibudhjyotisaikia4373 3 года назад +3

    Love 💓 you 😘 Bhaskar dada ❤️❤️ student of Sibsagar Govt ❤️

  • @PranjalKumarNath
    @PranjalKumarNath 3 года назад +1

    Informative video👌

    • @mobilepoint1081
      @mobilepoint1081 3 года назад

      মোৰ এই chennal টোত এটা scem app promotion virel call recording video এটা বনোৱা হৈছে ।।। video তো চাব পাৰে হয়তো আপোনালোকৰ প্ৰয়োজনীয় হব পাৰে ।। লগতে আপোনালোক সকললৈ নৱ বৰ্ষ বহুত বহুত শুভেচ্ছা থাকিল।।।,,,

  • @Rizwanahmed08
    @Rizwanahmed08 3 года назад +1

    Love from Assam Nalbari

  • @gtritu3804
    @gtritu3804 3 года назад +1

    Nice.....da...da.. video...,

  • @mintuburagohain9974
    @mintuburagohain9974 3 года назад

    And sannadhya

  • @tanbinfoiz2844
    @tanbinfoiz2844 3 года назад +1

    Mojja Dada

  • @dulinkhan61
    @dulinkhan61 3 года назад +1

    Val lagil

  • @Dhruvajyotilifewithvlogs7
    @Dhruvajyotilifewithvlogs7 3 года назад

    Blockbuster

  • @dhurbajyotirajkonwar
    @dhurbajyotirajkonwar 3 года назад

    Apunar Video bur r pora bhut Kotha hikilu .. Thank You Very much ❤️❤️

  • @jeetanbaruah14
    @jeetanbaruah14 3 года назад

    Bohut bhal lagil

  • @dilipbarman9923
    @dilipbarman9923 3 года назад

    Good Inspiration... Joy Aai Axom, good job.

  • @aminislam7437
    @aminislam7437 3 года назад +10

    Love from dubai

  • @thegamerboy5628
    @thegamerboy5628 3 года назад

    Ultimate level

  • @dibyajyotihazarika7858
    @dibyajyotihazarika7858 3 года назад

    Awesome video

  • @cobra_esports_official_
    @cobra_esports_official_ 3 года назад +1

    ❤️

  • @davidchetia7381
    @davidchetia7381 3 года назад

    Val lagil dei. . Very informative .!! Thanks to Nabin da. . !!

  • @ranubarman857
    @ranubarman857 3 года назад

    Video 2 sai val lagil 👍💞💞💞

  • @jadumonigogoi403
    @jadumonigogoi403 2 года назад

    like pyramid

  • @Dhruvajyotilifewithvlogs7
    @Dhruvajyotilifewithvlogs7 3 года назад

    Osm

  • @Dhruvajyotilifewithvlogs7
    @Dhruvajyotilifewithvlogs7 3 года назад

    Top

  • @putukanvlog6137
    @putukanvlog6137 3 года назад

    Love from America

  • @Dhruvajyotilifewithvlogs7
    @Dhruvajyotilifewithvlogs7 3 года назад

    Osm video

  • @bbbrosmusicofficial
    @bbbrosmusicofficial 3 года назад

    Good work

  • @user-ls1ce6et6x
    @user-ls1ce6et6x 3 года назад

    মজা Bhashkar da 😍😍

  • @Dhruvajyotilifewithvlogs7
    @Dhruvajyotilifewithvlogs7 3 года назад

    Hit

  • @MERADY
    @MERADY 3 года назад

    Dada Moi Daarangor pora sipsagor AHISU APUNAK KOT LOG PAM

  • @babagogoi7109
    @babagogoi7109 3 года назад

    👍 móoja val lagil

  • @robinboruah4715
    @robinboruah4715 3 года назад

    Nice information

  • @bitusaikia7511
    @bitusaikia7511 3 года назад +3

    ❤️❤️❤️😘

  • @parlykonwar1301
    @parlykonwar1301 3 года назад

    Bahut val lagil sai

  • @niranjannath2846
    @niranjannath2846 3 года назад

    Val lagil sai dada

  • @nayandas2581
    @nayandas2581 3 года назад

    👍👍👍👍👍

  • @hrideepmalakar3152
    @hrideepmalakar3152 3 года назад +1

    দাদা আহোমসকলৰ ধৰ্মৰ ইতিহাসৰ বিষয়ে অলপ জনাৰ ইচ্ছা আছিল ।

  • @onelv_inn
    @onelv_inn 3 года назад +3

    আপোনাৰ channel ত Historical Video মেইন 🥰🥰🥰🥰

  • @kamruprkaushik
    @kamruprkaushik 3 года назад +1

    bhaskar da love u 2

  • @Mryou837
    @Mryou837 3 года назад +1

    Moja

  • @joydeephazarika3305
    @joydeephazarika3305 3 года назад

    Great youtuber...lvs you bhai..m from dergaon

  • @Dhruvajyotilifewithvlogs7
    @Dhruvajyotilifewithvlogs7 3 года назад

    Mja video

  • @abinashduwari5452
    @abinashduwari5452 3 года назад

    Bhaskar da Hoo dhua pukhuri Tu horu nhy dangor hoi

  • @ditimoniboruah976
    @ditimoniboruah976 3 года назад

    Nijr jega❤️

  • @loveassamsurajitdasdas201
    @loveassamsurajitdasdas201 3 года назад

    ভাল লাগিল ভিদিও টো চাই দাদা

  • @pralaysarmah1391
    @pralaysarmah1391 3 года назад

    🔥👍

  • @brojenvlogging6575
    @brojenvlogging6575 3 года назад

    Mojaaa

  • @gobinsvlogs7434
    @gobinsvlogs7434 3 года назад

    Nice da

  • @buddhibasumatary5869
    @buddhibasumatary5869 3 года назад

    Dimpu bhai

  • @mrassamhacker8346
    @mrassamhacker8346 3 года назад

    Mojja

  • @anytv2358
    @anytv2358 3 месяца назад

    Same video same place,dimpu baruah views 10 lakh aru apunar 45k😅

  • @Dhruvajyotilifewithvlogs7
    @Dhruvajyotilifewithvlogs7 3 года назад

    Super

  • @MantuChutia-pb6iv
    @MantuChutia-pb6iv 3 года назад

    Bhashkar sa aaru Nabinda apunaluk duyujonoke Dhanyabaad

  • @Dhruvajyotilifewithvlogs7
    @Dhruvajyotilifewithvlogs7 3 года назад

    Nice

  • @himangshuborah5319
    @himangshuborah5319 3 года назад

    Ultimate blogs

  • @monjitasonowal2198
    @monjitasonowal2198 3 года назад

    By the way bor hundrkoi bujai dise bor bl lagil

  • @mintuburagohain9974
    @mintuburagohain9974 3 года назад

    Baskat da apuna lolai mur ata request ja amar sivasagar or tonmay krypton home vlog bona bo LA ga

  • @r.s.bentertainment1961
    @r.s.bentertainment1961 2 года назад

    15 years ago goisilu, tetia moidam bur alop beleg asil, atia alop khandi ulale

  • @monujgogoi4651
    @monujgogoi4651 3 года назад

    nic sir🥰

  • @jishnutalukdarvloge1393
    @jishnutalukdarvloge1393 3 года назад

    WAW

  • @dayalhaldar.mychannellpago2217
    @dayalhaldar.mychannellpago2217 3 года назад

    Love u dimpu da

  • @amlanborptra4026
    @amlanborptra4026 3 года назад

    Apdcl r connection ata lagisil bru 💚💚😬😬🤗

  • @alexsubba7798
    @alexsubba7798 3 года назад

    🔥🔥👍👍🔥🔥👍👍

  • @villagecookingdhun1759
    @villagecookingdhun1759 3 года назад +13

    আপোনাৰ ভিডিও বিলাক চাই ভাল লাগে।মই ও এটা নতুন youtube চেনেল খুলিছোঁ সকলোৱে সহায় সাৰথি কৰিব। 🙏🙏🙏🙏❤️❤️❤️❤️🙏🙏🙏🙏

  • @Dhruvajyotilifewithvlogs7
    @Dhruvajyotilifewithvlogs7 3 года назад

    Nice video

  • @wizvai7820
    @wizvai7820 3 года назад

    Vall lagil

  • @antarikhhandique2599
    @antarikhhandique2599 3 года назад

    Charaideo jatiya bidyalay khon dekisil sage

  • @2bgamer544
    @2bgamer544 3 года назад

    Love u

  • @mainikhandadhara
    @mainikhandadhara 3 года назад

    Apun thai nijor District ❤️ love frm sepon 😍

  • @musicloverwithlovestory7711
    @musicloverwithlovestory7711 3 года назад

    I love sivsagar

  • @sanjibkashyap5646
    @sanjibkashyap5646 3 года назад +1

    Vai ata jolo chips khoa challenge video dya

  • @Mithundhubriassam
    @Mithundhubriassam 3 года назад +1

    I'm Mithun Dhubri Assam

  • @monjitasonowal2198
    @monjitasonowal2198 3 года назад

    Emn khor khedakoi dekhaise sai hepahe npolai dada

  • @mrdimpol9371
    @mrdimpol9371 3 года назад

    I'm from charideo Assam

  • @dutta22
    @dutta22 3 года назад

    Good morning kokai☺️

  • @SurajBpr
    @SurajBpr 3 года назад

    Namaskar

  • @skytradingfan2623
    @skytradingfan2623 3 года назад

    Frst cmnt