Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
সুন্দৰ উপস্থাপনা।পুৰনি বিহুগীত বা বিহু নামৰ তুলনাই নাই।মুনুকণ গগৈৰ এই প্ৰচেষ্টাক শলাগ জনাইছোঁ।বহুতো শুভকামনা থাকিল।
তোমালৈ বহুত মৰম ও শুভ কামনা যাচিলো মুনু বা, ধন্যবাদ মা আপোনাৰ চৰণতো সেৱা যাচিলো,এনে এগৰাকী মা পোৱাটোৱেই ভাগ্যশালী বা, ধন্যবাদ আগুৱাই যোৱা ❣️🙏
বহুত ভাল লাগিল মুনুকণ। তোমাৰ মাৰ কণ্ঠ,সুৰ অতি সুন্দৰ। তোমাৰ ভিডিঅ'ৰ জৰিয়তে মাক আগবঢ়ায় লৈ যোৱা।মাক জীয়েকৰ একেলগে অনুস্থান দেখিলে বহুত ভাল লাগে। তুমি আগবাঢ়ি যোৱা।
অতি সুন্দৰ্ ।শুনিলে শুনি থাকিবৰ মন যায়
সঁচাকৈয়ে ভাল লাগিল।মা আৰু তুমি কুশলে থাকা ❤️
Bor dhunia gaise bhal lagil
মুনুকণৰ চেনেল আজি প্ৰথম চাইছোঁ । বিৰাট ভাল লাগিল বিশেষকৈ তোমাৰ মাৰ অকৃত্ৰিম আৰু স্বাভাৱিক মাতত গোৱা আটক ধুনীয়া পুৰণি গীত বিলাক শুনি । বিহুগীত বহুতেই গায় । কিন্তু কথা বতৰা পতা মাততে সুৰ-মান-তাল অক্ষুন্ন ৰাখি এনেকৈ নিৰুদ্বেগ চিত্তেৰে গোৱা মাকৰ সংখ্যা খুবেই নগন্য হ'ব নেকি !
AaqWwaq
Hasakoi bohut val lagil aru purana val kiba hunibolai pam buli akha korilu❤❤Love from Rajasthan ❤❤
Nalage jaboloi oi company full song tu lage baa ❤ my favourite song
ভাল লাগিল তোমাৰ মাৰ পুৰনা বিহু গীত কেইটা | আগলৈ আৰু শুনা পাম বুলি আশা থাকিল |
Really commendable voice. Heartest Regards. God bless you
সুন্দৰ | বহুত ভাল লাগিল | আগন্তক ৰঙালি বিহুৰ হিয়া ভৰা মৰম আৰু শুভেচ্ছা থাকিল |
বহুত ধুনীয়া গাইছে মা ।
।।বৰ ধুনীয়া মধুৰত্বম পুৰণি বিহু গীত।।ভাল লাগিল ভন্টি ধন্যবাদ থাকিল।।
সুন্দৰ, উচ্ছাৰণ স্পষ্ট। অধিক শুনিবলৈ আশা কৰিলোঁ।
বহুত ভাল লাগিল
সুন্দৰ ।ভাল লাগিল।
Beautiful khuri god bless you
বৰ সুন্দৰ কণ্ঠ, গীতৰ কথা,সুৰ বৰ সুন্দৰ । ভাল লাগিল ।
অতি সুন্দৰ। ইমান ধুনীয়া যোযনা আজি কালি বিহুত শুনিবলৈ নাপাওঁ
Aai aapuni bor dhunia gaise.kontho oti hinder.vogowane aapunak aaguwai niok.
Val lagile Video tu sai baa
বহুত ভাল লাগিল ঔ
সুন্দৰ আপোনাৰ পুৰণি বিহ গীত শুনি বহুতো ভাল লাগিল। ঈশ্বৰে আপোনাক কুশলে ৰাখক।
Bahut bhal lagil, Auti purani nosuna hirabhara geet/Bihu soniboloi palu. Tar babe dhanyavaad.
গান বুলি নক'বা।নাম বা গীত হ'ব। ভাল লাগিল 🙏 ভাৰালৈ ধন্যবাদ জনাইছোঁ।❤
(মাৰালৈ)
Tumar mak bohut bhal lagil.God bless her.
বহুত ধুনীয়া । মা আৰু জীলৈ আন্তৰিক স্নেহ যাচিছোঁ । মাজে মাজে আৰু বিহু নাম শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ । ধন্যবাদ ।
Maja lagil.
Bor dhunia gaise bhal lagil 🎉
বাইদেউ আপোনাৰ এই পুৰনা বিহু কিফাকি শুনি বহুত ভাল লাগিলে আগলৈ আৰু ভাল ভাল শুনিবলে পামবুলি আশাৰে বাত চাই ৰলো
O Munukon tumi bor dhuniya dei.
বৰ সূন্দৰ ।ভগৱানে কূশলে ৰাখক।
Bhal lagil ❤️❤️
আগতে এনে গীত সকলোৰে মুখে মুখে। ভাল লাগিল।
Val lagile video tu sai baa ❤️
DHUNIYA DHUNIYA. GOD BLESS BOTH OF YOU.
ভাল লাগিল দুয়োলৈকে থাকিল শুভেচ্ছা
Wish you happy bihu and congretulation for a beautiful bihu song.
So nice 👍aguaii juaa sistar
Val lagile dai
আপোনাৰ বিহু নাম শুনি ধন্যবাদ জনাইছোঁ
ভাল লাগিল 🎉🎉🎉😊
Bohut2 vl lagil♥️♥️♥️♥️♥️
বহুত ভাল লাগে তোমাৰ বিহু গীতবোৰ মোনুকন বা🥰🥰
সুন্দৰ বিহুনাম কেইষাৰ শুনি অতি আনন্দ লাভ কৰিলো ৷
Val lagil
বৰ ভাল লাগিল
অতি সূন্দৰ হৈছে আগলৈ আগ বাড়ী যোৱা কৃষ্ণ 🙏🙏🙏🙏🙏
Munukon tomar Mar mat tu Eman dhuniya tomar to mat to kenekoi bhal nahaba alaponar maaloi dhanyabad.
সুন্দৰ বিও গীত গাইছে
Very nice, go ahead.
ভাল লাগিল।আগলৈ শুনিবলৈ আশা ৰাখিছো।
ভাল লাগিল নববৰ্ষৰ শুভেচ্ছা থাকিল
Moza
Shosia val lagil o
God bless you.
মাক জীয়েক দুয়োকে আশীৰ্বাদ জনালো।
Thanks
Oti dhunia bihu ❤❤ ajiloike xuna ni
সঁচাকৈ ভাল লাগিল ।
বৰ ভাল লাগিল দেই।
Val lagil baidew
Bhut val lagil.
খুৰী আপোনালৈ শুভেচ্ছা থাকিল
সুন্দৰ গীত হৈছ
ভাল লাগিল
সুন্দৰ ধন্যবাদ জনালো
Val lagil ma
বৰ ভাল লাগিল দেই
ভাল লাগিছে
মুনুকন,তোমাৰ contact no হেৰাল,এই টো নম্বৰত মেচেজ কৰি দিবাচোন।,,,,তোমাৰ বীৰেন চাৰ।
Excellent , sister
Borhia lagil
Okhek dhonyabad Logote rongali bihur xubhechare.
Tumaloy bohut morom aru huvakamona jonalu from sivasagor. Bohut hundor gaise maa 🎉💞💞
Oti sundar
Bahut bahut bhal làgise ❤🎉
ভাল লাগিল❤❤❤
Bihugeet o akhamiya fokara yojana khuni bhal lagil.
Very nice
অতিসুন্দৰ আকৌ লগপাম আশা থাকিল❤
Assamia bohut purani bihugeet sunilu bohut subhewa jonalu
Veri nice
Really old is gold
Sundar hoise
বৰ.ভাল..লাগিল
Dhuniya 👍
Bot bhal lagise.Aiburehe bihu jujona.
অতি সুন্দৰ ৷
Hundar
Good
Very nice 👌
Duet worth listening
সুন্দৰ বিহু গাইছে
Bohut vl lagile dey geeti keita
Bhal lagil ❤🎉❤🎉
সুন্দৰ।
Nice ❤❤
Moja, moi assamr bahiyr pora tumar bihu video to sai asu, bohut val lagil,sakri ari assam jab mon goise,karn moi nije bihut bhiu gan gau, kintu aei bar suti napalu,mon bea,😭😭
Very nice❤
O ba bhal lagil comment lekhar nattun lahkhim pur joy ram bonia