Hatot gojal mari vorit gojal mari //ranjan chutia//WHPC

Поделиться
HTML-код
  • Опубликовано: 20 дек 2024

Комментарии •

  • @SunilBabu-zp9pt
    @SunilBabu-zp9pt Год назад +4

    Praise the lord petai❤️❤️🙏🙏🙏

  • @radhakrishnachowdhury4682
    @radhakrishnachowdhury4682 Год назад +7

    😢ঈশ্বৰ পশংসা হওক হে গৰু পিতা এই গীতটো যৰীয়তে সকলো দাস দসী আাশীবাদ কৰে যেন আমেপ✝✝✝✝💓💓💓💓🌺🌺🌺🌺

  • @sabitagogoi665
    @sabitagogoi665 Год назад +18

    ঈশ্বৰৰ প্ৰশংসা হওঁক
    গুৰুজনাৰ আৰু গুৰুমা প্ৰৱীএ শ্ৰী চৰনত সেৱা আৰু ধন্যবাদ জনাইছো
    সে প্ৰভু যীচু পিতা তোমাৰ এই প্ৰৱীএ আত্ম গীতেৰে গুৰুজনাৰ যুগেদি আমাক সকলোকে আশীৰ্বাদ কৰিছে আৰু আবেগিক কৰি তুলিছে
    ধন্যবাদ পিতাই ✝️🛐✝️😭😭😭😭😭😭😭

    • @lakhigogoi5243
      @lakhigogoi5243 Год назад +1

      ঈশ্বৰৰ মহিমা হওঁক গুৰুজনা জয় হওঁক হালেলৈয়া হালেলৈয়া হালেলৈয়া🛐❤🛐

  • @neepasahu735
    @neepasahu735 Год назад +12

    ঈশ্বৰৰ প্ৰশংসা হওঁক🙏 হে প্ৰভু তোমাৰ পৱিত্ৰ শ্ৰীচৰনত সেৱা জনাইছো🙏🙏এই গীতটো শুনি বলৈ বহুত ভাল লাগে। লগতে আমাৰ মহান ঈশ্বৰ প্ৰভু যীছুয়ে আমাক পাপৰ পৰা উদ্ধাৰ কৰিব😊 কাৰণে কালবাৰী ক্ৰুচত আমাৰ বাবে শত হল । ঈশ্বৰে যে মানব জাতিক ইমান প্ৰেম কৰে এই কথা আমাৰ গুৰুজনাৰ যোগেদি গম পালো। ঈশ্বৰে গুৰুজনাক বহুত বহুত শক্তি দিয়ক🙏🙏

  • @TinsukiaAssam-nb3up
    @TinsukiaAssam-nb3up Год назад +1

    Praise the lord pati 🙏❤🙏❤🙏❤🙏❤🙏❤🙏❤🙏🙏🙏🙏🙏❤❤❤❤❤🙏🙏🙏

  • @rekhamonibharali383
    @rekhamonibharali383 Год назад +8

    ঈশ্বৰৰ প্ৰশংসা হওক। গুৰুজনাৰ চৰণত সেৱা জনাইছো আমাক অতি সুন্দৰ গীতেৰে মন ভৰাই তুলিলা ।ধন্যবাদ পিতা ধন্যবাদ গুৰুদেৱ।আমাৰ গুৰুজনাক দীৰ্ঘজীৱি কৰা আমেন

  • @minotisobor6069
    @minotisobor6069 Год назад +4

    Praise the lord pitai❤❤❤❤❤ 🙏🙏🙏🙏

  • @lakhigogoi5243
    @lakhigogoi5243 Год назад +5

    ঈশ্বৰৰ প্রশংসা হওঁক🛐
    হে প্রভু এই আত্মাৰ গীতটী বহুত বহুত ভাল লাগিলে গুৰুজনা ইমান সুন্দৰকৈ আত্মাত গাইছে❤
    ❤ হে প্রভু গুৰুজনা এই আত্মাৰ গীতটী যোগেদি সকলো ৰোগী- দুখী আৰু সকলো দাস-দাসীক আশীর্বাদ কৰে আৰু গোটেই পৃথিৱীত মহিমা হওঁক🛐
    আৰু লগতে যিসকলে এই আত্মাৰ গীতটী লগত জড়িত থকা সকলোকে গুৰুজনা যোগেদি ঈশ্বৰে বহুত বহুত আশীর্বাদ কৰিছে আৰু শক্তি দিছে ❤❤
    🛐হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া
    🛐❤❤❤❤❤❤🛐

  • @rekhamonibharali383
    @rekhamonibharali383 Год назад +8

    শুনিলে হেপাহ নপলোৱা মন ভৰাই তোলা গুৰুজনাৰ এই গীতেৰে সকলোৰে মঙ্গল কৰক আমেন

  • @NibhaChangmai-jz7xo
    @NibhaChangmai-jz7xo Год назад +4

    প্ৰভূ, আপোনাৰ চৰণত কোটি কোটি প্ৰণাম।,🙏🙏✝️✝️

  • @RajuNath-nu3lk
    @RajuNath-nu3lk Год назад +1

    Praise the lord jesus provu joi 🙏 🙏❤️halleluya 🙏 ❤amen 🙏 ❤

  • @mrinmoytalukdar6601
    @mrinmoytalukdar6601 Год назад +1

    Pita tumak pranam gaan tu dhunia lagise ❤❤❤pita aamak aakhirbad kora 🙏🙏🙏 praise the lord 🙏🙏🙏

  • @deepdutta6846
    @deepdutta6846 Год назад +2

    বহুত সুন্দৰ হৈছে পিতায় 🎉 ❤❤

  • @gitanjoligogoi6279
    @gitanjoligogoi6279 Год назад +11

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏গুৰুপিতাৰ চৰনত প্ৰনাম জনাইছো 🙏ঈশ্বৰৰ আত্মাৰ গীতৰ যোগেদি সকলোকে আৰ্শীবাদ কৰক 🙏🙏🙏

  • @HelenRay-py6lr
    @HelenRay-py6lr Год назад

    Praise the lord gurupita 🙏🙏🙏 geetor jogedi prahbu hokoluke akhirbad korok ❤❤❤amen❤❤❤

  • @kabitamoran6158
    @kabitamoran6158 Год назад +4

    ঈশ্বৰৰ প্ৰসংশাৰ হওক 🛐🛐🛐❤️❤️❤️ঈশ্বৰৰ গৌৰব হওক ✝️✝️✝️আমেন 🙏🙏🙏

  • @buluphukangogoi3603
    @buluphukangogoi3603 Год назад +4

    ঈশ্বৰৰ প্রশংসা হওঁক।গুৰু পিতাই আৰু গুৰু মাৰ চৰণত প্ৰণাম জনাইছোঁ।হে প্ৰভু পিতাইক সদায় সুস্থ কৰি ৰাখিবা।লগতে গুৰুমা তথা পৰিয়ালৰ সকলোকে তথা সকলো কৰ্ম কৰ্তাক সুস্থ কৰি ৰাখিবা।হে প্ৰভু পিতাইৰ এই পবিত্ৰ গীতৰ জৰিয়তে আমাৰ সকলো পাপ মোচন কৰা আৰু আমাক আশীৰ্বাদ কৰা।আমেন

  • @lakhigogoi5243
    @lakhigogoi5243 Год назад

    ঈশ্বৰৰ প্রশংসা হওঁক🛐
    গুৰুজনা এই আত্মাৰ গীতটী যোগেদি গোটেই পৃথিৱীত আশীর্বাদ কৰিলে সকলো পাপ ক্ষমা কৰিদিলে ❤গুৰুজনা জয় হওঁক হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া🛐❤🛐

  • @JitulChutia-xp9bk
    @JitulChutia-xp9bk Год назад +5

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 প্ৰভূ যীচুৰ জয় হওঁক 🙏✝️

  • @nijaragogoi2552
    @nijaragogoi2552 Год назад +3

    Praise the lord pitai 🙏✝️🛐🙏

  • @tulshirdas2985
    @tulshirdas2985 Год назад

    Praise the Lord🙏✝🙏 Esworor gite hokuluke
    Akhirbad korok🙏🙏🙏🙏🙏
    Hallelujah🙌🙌 amen🛐🛐

  • @Junmonigogoi-be9fs
    @Junmonigogoi-be9fs Год назад +2

    ঈশ্বৰৰ প্ৰসংশা হওঁক 🙏 হে প্ৰভু তোমাৰ তেজেৰে কিনা সকলো দাস দাসী ধৰি ৰাখিবা 🙏 হে গুৰু পিতা আপোনালৈ মোৰ সহস্ৰ কোটি প্ৰণাম 🙏🙏🛐✝️🙏🙏❤❤❤❤❤

  • @bibhabaruah8345
    @bibhabaruah8345 Год назад +2

    Praise the Lord,halleluijah

  • @momtatamang6741
    @momtatamang6741 Год назад +4

    Praise the Lord 🙏🙏🙏🙏hallelujah hallelujah

  • @rubiburagohain635
    @rubiburagohain635 Год назад

    Praise the lord 🙏🙏🙏✝️ Eshore hokoluloike akhirbad korok amen ✝️🙏🙏🙏

  • @rikirajchitrakor7506
    @rikirajchitrakor7506 Год назад +5

    ঈশ্বৰৰ প্ৰশংসা হওক
    এই গীতৰ কাৰণে বহুত অপেক্ষা কৰি আছিলো

  • @mrrupeswar
    @mrrupeswar Год назад +1

    Thank you so much for good song sing may God always bless you forever and ever for your family and ministry' life.let it be glorify to God hallelujah amen Hallelujah .

  • @sumisingha62day98
    @sumisingha62day98 Год назад

    Praise the Lord provu 😭🙏🏻✝️❤he pravu muk soitane parthona hunibo nidiye 😭🙏🏻✝️muk roikha kora provu abr dekha diya 😭🙏🏻✝️

  • @luckydutta3391
    @luckydutta3391 Год назад +6

    ঈশ্বৰৰ প্ৰশংসা হ‌ওঁক ✝️🛐🙏❤️💖😭😭 প্ৰভু তোমাৰ অসীম প্ৰেমৰে আমাক বান্ধি ৰাখিবা প্ৰভু ✝️🛐🙏 ৰোগৰ, দুখৰ,পাপৰ পৰা আমাক মূত্ত্ব কৰি ৰাখিবা প্ৰভু ✝️🛐🙏 তোমাৰ চনতৰ পৰা দূৰ‌ নকৰিবা প্ৰভু ✝️🛐🙏 তোমাৰ জীৱন্ত বাক্যৰে আমি দেউতাৰ যুগেৰে আৰু যেন নতুন নতুন গীত সুনিবলৈ পাওঁ প্ৰভু ✝️🙏 আমেন 🙏❤️

  • @deeptiphukan5656
    @deeptiphukan5656 Год назад +7

    Praise the lord. Thank you Jesus 💟✝️🙏🏻🛐

  • @hemontauran5346
    @hemontauran5346 Год назад +3

    ঈশ্বৰৰ প্ৰশংসা হওঁক।
    হয় পিতাই তুমিয়েই আমাৰ একমাত্র আশা আৰু ভৰষা।কুটি কুটি বাৰ ধন্যবাদ জনাইছো 🙏🙏🙏

  • @hirengogoi5527
    @hirengogoi5527 Год назад +3

    ঈশ্বৰৰ প্ৰশংসা হওঁ‌ক।
    প্ৰভু যীচুলৈ ধন্যবাদ।গুৰুজনাৰ শ্ৰীচৰনত সেৱা জনাইছো।
    ঈশ্বৰে এই গীতৰ কথাৰে দিয়া শুভবাৰ্তা গোতেই মানৱ জাতিৰ মাজত আৰু পিথীৱীৰ সীমালৈকে যেন প্ৰচাৰিত হওঁ‌ক ।
    গুৰুজনাক ঈশ্বৰে আৰু শক্তি ,জ্ঞান ,বুদ্বি প্ৰদান কৰি দীৰ্ঘায়ু কৰি ৰাখক।❤❤

  • @manoojhazarika3909
    @manoojhazarika3909 Год назад +6

    Praise the Lord ✝️🛐❤..

  • @annerajjak4621
    @annerajjak4621 Год назад +4

    Prise the lord 🙏 Hallelujah 🛐✝️ pitai

  • @abhijeethdr5920
    @abhijeethdr5920 Год назад +2

    PRAISE THE LORD,THANK YOU DEAR 😘 LORD JESUS, DHANYABAD GURUPITA, HALLELUJAH,AMEN❤

  • @rinagogoi4853
    @rinagogoi4853 Год назад +10

    ঈশ্বৰৰ প্ৰশংসা হওক 🙏🙏
    মহান গুৰুপিতাইক আৰু গুৰুমাক কোতি কোতি বাৰ সেৱা জনাইছো 🙏🙏এই গীতটীয়ে সকলো দাস দাসিক আৰ্শিৱাদ কৰক 🙏🙏
    Hallelujah 🙏🙏🙏

    • @lakhigogoi5243
      @lakhigogoi5243 Год назад

      ঈশ্বৰৰ মহিমা হওঁক গুৰুজনা জয় হওঁক হালেলৈয়া হালেলৈয়া🛐❤🛐

    • @ShankarSarkar-mu7bp
      @ShankarSarkar-mu7bp 7 месяцев назад

      Ooooooooollkkllloloo

  • @nitubarua3352
    @nitubarua3352 Год назад +5

    ঈশ্বৰৰ প্ৰশংসা হওক, আমেন🙏✝️🙏

  • @borahmintu200
    @borahmintu200 Год назад

    ঈশ্বৰৰ প্রশংসা হওঁক
    ঈশ্বৰৰ গৌৱব হওঁক
    ঈশ্বৰৰ মহিমা হওঁক
    হে গুৰু তোমাৰ চৰণত শতকোটি সহস্র প্রণাম
    এই ঈশ্বৰৰ গীত গান যোগেদি যি অমৃত চালি ভক্তি ৰস বোৱালা অতিকে সুন্দৰ!
    প্রভু পিতা যীচুৰ দয়া প্রেম সদায় গুৰুদেৱ গুৰুমাতা পুত্র জী সকলো পৰিয়াল দাস দাসী বিশ্বসীজন আৰু মণ্ডলীৰ প্রতি জনৰ লগত থাকক!
    গুৰুপিতা আৰু গুৰুমা সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ❤❤❤❤❤❤❤❤❤❤
    আমেন

  • @bphukan9263
    @bphukan9263 Год назад

    Praise the lord ! hallelujah hallelujah hallelujah ! Amen Amar Guru Pitar ai hundor geet tur jugedi Ishaworor dakh dakhi hokol aakhirbaad prapta houk

  • @NoditaGogoi
    @NoditaGogoi Год назад +1

    ঈশ্বৰৰ প্ৰশংসা হলঁক, 🙏🙏 ঈশ্বৰৰ গীতে সকলোকে আ শীবাদ ,কৰক Amen 🎉🎉❤🙏🙏❤️❤️

  • @mousumiboruah9661
    @mousumiboruah9661 Год назад +6

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏🙏। পিতাইৰ এই প্ৰাৰ্থনাৰ যোগেদি আমাৰ সকলোকে আশীৰ্বাদ কৰিব প্ৰভূ 🙏🙏🙏🙏 আমেন।

  • @debajitkonwar-bp5fs
    @debajitkonwar-bp5fs Год назад +3

    ঈশ্বৰৰ প্ৰশংসা হওক ❤️❤️❤️✝️✝️✝️

  • @aparajitaborbora1668
    @aparajitaborbora1668 Год назад +8

    ঈশ্বৰৰ প্ৰশংসা হওঁক, ঈশ্বৰৰ গীতে সকলোকে আশীৰ্বাদ কৰক । আমেন ❤✝️👏

  • @junmoni000
    @junmoni000 Год назад +2

    Praise the lord pitai ❤❤❤❤❤

  • @lizabhuyangogoi8773
    @lizabhuyangogoi8773 Год назад +3

    Praise the Lord... Amen 🙏🙏🙏🙏

  • @_Debashri_
    @_Debashri_ Год назад +5

    Praise the lord❤🙏

  • @namitasaikia7730
    @namitasaikia7730 Год назад +3

    ঈশ্বৰৰ প্ৰশংসাৰ হওক ☦️☦️☦️☦️

  • @BastobGogoiArt
    @BastobGogoiArt Год назад +5

    Beautiful lyrics 🤩🤩🙌

  • @lakhigogoi5243
    @lakhigogoi5243 20 дней назад

    হে পৰমপিতা পৰমেশ্বৰ গুৰুজনাৰ এই আত্মাৰ গীতটি যোগেদি গোটেই পৃথিৱীতে মহিমা হওঁক 🙏 ধন্যবাদ 🙏 আৰু আমাক শক্তি দিয়ে ধন্যবাদ 🙏🙏🙏🙏

  • @nirupoma5935
    @nirupoma5935 Год назад +2

    ঈশ্ৱৰৰ প্ৰশংসা,গৌৰৱ আৰু মহিমা সকলোতে বিয়পি পৰক। প্ৰভু গুৰুজনাৰ মুখেৰে উচ্চাৰিত এই গীতেৰে সকলোকে আশীৰ্বাদ কৰিবা🙏 আমেন,🙏✝️🛐

  • @porinitaphukon1752
    @porinitaphukon1752 Год назад +2

    Praise the lord Amen🙏😭❤️

  • @pankajdey5363
    @pankajdey5363 Год назад +6

    Praise the lord ❤

  • @DeVheart108
    @DeVheart108 Год назад

    Thnk u god ! Amar babe tew rokto dan korile!!❤ Praise the lord

  • @bphukan9263
    @bphukan9263 Год назад

    Praise the lord ! Hallelujah hallelujah hallelujah ! Pita Ishaworor Guru pitar prathona geetur jugedi Ishaworor dakh dakhi hkolok aakhirbaad korok amen ❤❤❤🙏🙏🙏

  • @nobajyotinobajyoti-eh1lq
    @nobajyotinobajyoti-eh1lq Год назад +5

    Praise the Lord Hallelujah Amen

  • @aratidevi4519
    @aratidevi4519 Год назад +3

    Amen 🙏 praise the Lord 🙏🙏

  • @nirojdeori7130
    @nirojdeori7130 Год назад +1

    ঈশ্বৰৰ প্ৰশংসা হওঁক ❤❤❤

  • @PIKUS-2Y
    @PIKUS-2Y Год назад +5

    Praise the lord Jesus 🙏🙏🙏

  • @ProbinBorgohain-c1j
    @ProbinBorgohain-c1j Месяц назад +1

    ঈশ্বৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ 👏👏👏🌺🪴👍

  • @bandanabhatta7713
    @bandanabhatta7713 Год назад +3

    Praise the Lord, amen ❤❤❤

  • @bphukan9263
    @bphukan9263 Год назад +1

    Praise the lord ! hallelujah hallelujah hallelujah ! Amen ❤❤❤ 🙏🙏🙏🙏

  • @MinakshiVlogs1219
    @MinakshiVlogs1219 Год назад +17

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏
    প্ৰভু তুমি আমাৰ মহান গুৰু পিতাক সদায় সুস্থ কৰি ৰাখিবা আৰু তেওঁৰ লগতে তেওঁৰ পৰিয়ালকো দীৰ্ঘায়ু কৰিবা,🛐🙏
    এই পৱিত্ৰ গীতৰ দ্বাৰা আমাৰ সকলো পাপ অপৰাধ ক্ষমা কৰি দিবা পিতা🙏🛐😭
    আমেন ✝️🛐

  • @BREGLEANGLE
    @BREGLEANGLE Год назад +4

    Praise the Lord 🙏 Aman

  • @RuskinGogoi-sz1dx
    @RuskinGogoi-sz1dx Год назад +3

    Praise the Lord 🙏🏻🌹💖🎵🎸🎸🎸✝️🎸🎸🎸🎵💖🌹🙏🏻

  • @ajoyborooah7213
    @ajoyborooah7213 Год назад +3

    Praise the Lord
    ❤,Amen❤

  • @parijatsaikia184
    @parijatsaikia184 Год назад +1

    ঈশ্বৰৰ প্ৰশ্ংসা হওঁক। আমেন 🙏🙏🙏

  • @businesswithmoyur
    @businesswithmoyur Год назад +1

    Praise the Lord Pitai amen 🙏🙏

  • @binuhazarika2535
    @binuhazarika2535 Год назад +1

    ঈশ্বৰৰ প্ৰশ‍ংসা হ‌ওক । পিতাইলৈ সেৱা জনাইছো। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক 🙏🙏🙏🙏

  • @NayanMani-n2n
    @NayanMani-n2n Год назад

    Praise the Lord dada
    Aru jishue anugarah korak

  • @Bhaskarjp11
    @Bhaskarjp11 Год назад +5

    Praise The Lord🙏❤️

  • @simarekhagogoi3558
    @simarekhagogoi3558 Год назад +3

    Praise the Lord, Amen Amen.

  • @rajdutta5094
    @rajdutta5094 Год назад +3

    PRAISE THE LORD 🙏🙏🙏 HALLELUJAH 🙏🙏🙏 AMEN 🙏 AMEN 🙏 AMEN 🙏

  • @hemarisong5764
    @hemarisong5764 Год назад

    Praise the lord pitai amen ✝️ 🛐 🙏🏻💚💚💚

  • @monisaikia9087
    @monisaikia9087 Год назад

    Thanku so much gurudev thanku parampita parameshwara ❤❤❤

  • @gargeedoley
    @gargeedoley Год назад +6

    Praise the Lord Jesus Amen 🙏🛐🙏✝️🙏🛐❤❤❤

  • @manashpratimgohain210
    @manashpratimgohain210 Год назад +2

    Amen❤praise the Lord❤✝️🛐

  • @shyamoliboruah249
    @shyamoliboruah249 Год назад +6

    Praise the lord ✝️🙏🛐

  • @Spanish702
    @Spanish702 2 месяца назад +1

    Probhu Daya kora babu jhyai Tula prabhu jesus praise the lord 🙏🙏🙏🙏🙏

  • @Prernaira_
    @Prernaira_ Год назад +1

    Praise the lord 🙏🏻💫

  • @SkMarak-m7w
    @SkMarak-m7w 5 месяцев назад

    Praise the Lord pastor God bless you all the time Amen

  • @monishagogoi4596
    @monishagogoi4596 Год назад +1

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏✝️🛐 আমেন

  • @lakhigogoi5243
    @lakhigogoi5243 Год назад +1

    ঈশ্বৰৰ প্রশংসা হওঁক🛐
    গুৰুজনা এই আত্মাৰ গীতটী যোগেদি আমাক সকলোকে বহুত সাহসী কৰে আৰু বহুত বহুত আশীর্বাদ কৰে হালেলৈয়া হালেলৈয়া হালেলৈয়া🛐🛐🛐🛐

  • @ChinmayaMallick1989
    @ChinmayaMallick1989 2 месяца назад +1

    Bohut bhal lagise. Ebar ami nachim❤❤❤❤❤

  • @rumenbegum8131
    @rumenbegum8131 Год назад +2

    praise the lord, amen.

  • @enoshpatho5522
    @enoshpatho5522 Год назад +1

    Ranjan.sir nice 👌 amar prabhur jayjay hok hallelujah Amen 🙏 👏

  • @rimjimvlog9400
    @rimjimvlog9400 Год назад +5

    Praise The Lord 🙏

  • @jugeswargogoi8642
    @jugeswargogoi8642 Год назад +4

    ঈশ্বৰৰ প্ৰশংসা হওঁক🙏

  • @MinaDevi-t8v
    @MinaDevi-t8v Год назад

    Praise the lord. Bohut val lagil .

  • @abhijitkalita374
    @abhijitkalita374 Год назад +2

    Praise the lord 🙏🙏👏🙏🙏 AMEN ✝️✝️🙏✝️✝️ HALELUA

  • @jyotibaruah7954
    @jyotibaruah7954 Год назад +3

    Praise the Lord 🙏🙏🙏🌼🌸🌻

  • @jituboruah564
    @jituboruah564 Год назад +4

    praise the lord❤

  • @mridulabordoloi1789
    @mridulabordoloi1789 Год назад +1

    ঈশ্বৰৰ প্রশংসা হওঁক🙏🙏🙏❤❤

  • @RamakantaGogoi-hh5pj
    @RamakantaGogoi-hh5pj Год назад +4

    Praise the lord. Bless my father as he is suffering from cancer and paralysis. Show your miracle lord..

  • @bosontaborah565
    @bosontaborah565 Год назад +4

    Praise the Lord.

  • @lipikagogoi4434
    @lipikagogoi4434 Год назад +2

    Praise the Lord 🙏🙏🙏🙏🛐🛐🛐🛐

  • @mirapayeng6678
    @mirapayeng6678 Год назад +3

    Praise. The lord❤️🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼

  • @RumiMech-i7u
    @RumiMech-i7u Год назад +7

    Praise the Lord amen🙏❤

  • @ajantapatar1901
    @ajantapatar1901 Год назад +1

    ‌ঈশ্বৰৰ প্ৰশংসা হওঁক পিতাই ।

  • @digantakonwar8175
    @digantakonwar8175 Год назад +2

    🙏🏻Praise the lord 🙏🏻😇

  • @trishnaranigogoi236
    @trishnaranigogoi236 Год назад

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏✝️🙏 গুৰুজনালৈ সেৱা জনালোঁ 🙏✝️🙏