Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
গৌৰৱ অসমৰে নহয় ভাৰতৰ গৌৰৱ।জনগণৰ হৈ ভাল কাম কৰি যাব।জনগণেই আপোনাৰ ভৱিষ্যতৰ জীৱন সুৰক্ষিত কৰিব।ৰাইজ সদায় আপোনাৰ লগত থাকিব।❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
গৌৰৱ গগৈ অসমৰ বেষ্ট্ পলিটিচিয়ান ৷ গৌৰৱ গগৈলৈ বহুত বহুত শুভেচ্ছা যাচিছোঁ ৷
অসমৰ ভাবী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ । গৌৰৱ গগৈ ভাৰতবৰ্ষৰ গৌৰৱ। হিমন্তৰ চামচা পিয়াজ হাজৰিকা এতিয়া তাৰ মাইকীৰ মেখেলাৰ তলত লোকই আছে পদত্যাগ কৰাৰ ভয়ত ।
ধন্যবাদ মাজুলী বাসী ৰাইজ।
মাজুলীবাসীৰ এই মৰম সততে অন্য ঠাইত পোৱা নাযায়।ধন্য মাজুলীবাসী।
সুন্দৰ এটি দৃশ্য দেখা পালোঁ।ভাল লাগিল
গৌৰৱ গগৈ জিন্দাবাদ
গম পালে মানুহ কাক কয় 🙏🙏🙏👍👍👍
গৌৰৱ গগৈ অসমৰ সম্পদ, অসমৰ গৌৰব, অসমৰ ভবিষ্যত মূখ্যমন্ত্ৰী 🎉🎉🎉❤❤❤🎉🎉🎉❤❤❤
গৰৌব গগৈ মন্তব্য শুনি থাকিলে শুনি থাকিবৰ মন জায়
যোৰহাট, শিৱসাগৰ আৰু মাজুলীবাসী ৰাইজ লোভ আৰু টকাত বিক্ৰী নগ'ল।❤
Barpeta amar baki juriahat gourovoddin
@@hridoybabuassampolice2591 gubor
,
Tarun Gogoi dore GOURAV GOGOI aguwaise, akhomr porborti C.M GOURAV GOGOI..... ❤❤❤❤
একদম সঁচা আৰু একমত।
Puwai puwai Gela nakhabi liver nosto hobo
গৌৰৱ গগৈক ৰাইজেইই জিত কৰি জিকালে... নিৰ্বাচনৰ আগৰে পৰা ৰাইজ সদল বলে তেওঁৰ পক্ষত থিয় হল..😊😊😊 আৰু এইয়া ৰাইজে তেওঁৰ উপৰত কোনো দয়া উপজি কৰা নাই... তেওঁৰ সাংসদ হিচাপে দক্ষতা, বিষই বস্তু উপস্থাপনৰ শৈলী, জি কোনো অসমৰ বা মনিপুৰকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা ৰাজিৰ উপৰত তেওঁৰ জ্ঞানৰ গভীৰতা তথা মূল্য বৃদ্ধিকে ধৰি নিবনুৱা সমস্যাৰ উপৰত তেওঁ জি গুৰুত্ব সহকাৰে এক বলিষ্ঠ কণ্ঠ ভাৰতৰ সদনত ৰাখিছে অসমৰ ৰাইজ তাত সম্পূৰ্ণ ১০০% গুণ মুগ্ধ হৈছে। তেওঁ তেওঁৰ পিতৃ অবিহনে, কোনো মুচলমান সম্প্ৰদায়ৰ ভোট বেংক নোহোৱাকৈ সম্পূৰ্ণ অসমীয়া স্বভিমানেৰে নিজৰ অৰ্হতাৰ ভিত্তিত জয় যুক্ত হল...!! 😊😊😊 তেওঁক অশেষ ধন্যবাদ...!! সত্যৰ সদায় জয়.... বুৱটি নদীক কোনে ধৰি ৰাখিব পৰিছে...??? মীৰা বৰঠাকুৰ বাইদেউ লগতে জিকা হলে আৰু ভাল লাগিল হয়.…😊😊😊 ধনৰ বল, জনৰ বল, বতলৰ যোগান আদিৰ স্বত্বেও গৌৰৱ গগৈক ভেটিব নোৱাৰিলে বিজেপি য়ে... ই এক লাজৰ বিষয় হিচাপেই পৰিগণিত হব BJP ৰ বাবে.... 😊😊😊 ৰাইজ এতিয়া ২০২৬ সমাগত...!!! গৌৰৱ গগৈ য়ে অসমৰ ভৱিষ্যত মুখ্য মন্ত্ৰী...!! 😊😊😊 গৌৰৱ, অখিল আৰু লুৰিনক গগৈক অৰ্থাৎ ৩ গগৈক অসমৰ চৰকাৰ চলাবলৈ দিয়ক....😊😊😊 আকৌ এবাৰ গৌৰৱ গগৈ জিন্দাবাদ...!!! 😊😊😊
Gourob Da Zindabad ❤❤❤
বহুত ইচ্ছা। আছে। গৌৰৱ গগৈ চেলুত।
সুন্দৰ মনৰ গৌৰৱ গগৈ ❤
অসমৰ স্বাভিমান--অসম তথা ভাৰতৰ শক্তিশালী যুুৱকণ্ঠ যোৰহাট লোকসভাৰ সাংসদ গৌৰৱ গগৈক মাজুলীবাসীৰ উষ্ম আদৰণি । সন্মানীয় মাজুলী বাসীলৈ আমিও আন্তৰিক অভিনন্দন জনালোঁ ।😊
বহুত বহুত ধন্যবাদ থাকিল মা দেউতা মনৰ আশা বোৰ ফলৱতী হৈ ৰল।
গৌৰৱ গগৈ ❤
অভিনন্দন বহুতো। সদায় মানুহৰ হকে কাম কৰি যাওক।
Hosakoi bhut vl lagil gorav gogai zindabad
2026 মাজুলী হৈ খেলিব,,,, কংগ্ৰেছ jindabad
ST Reserved
গৌৰৱৰ জয়যাত্ৰা দেখি বৰ ভাল লাগিছে। সৰ্বানন্দ সোণোৱাল আৰু গৌৰৱ গগৈৰ বাদে আন নেতা আহিলে মাজুলীৰ ৰাইজে পহুখেদা দিব বুলি আশা ৰাখিলোঁ।
বহুত বহুত ধন্যবাদ জনাইছো সুন্দৰ দিনৰ বাবে বাট চাই আছো 🙏🙏🙏
Next CM🎉
Gaurav gogoi zikibo Gaurav gogoi zindabaad
Next CM of Assam
গৌৰৱ গগৈৰ ডাঙৰীয়া লৈ আন্তৰিক শুভেচ্ছা জনালোঁ। তেখেতৰ ৰাজনীতি জীৱনৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।তেখেতকভগৱানে শক্তি দিয়ক।লগতে গৌৰৱ গগৈৰ সপক্ষে ভোট দান কৰা সন্মানীয় ভোটা সকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ।🙏🙏দলে বলে
Gourav Gogoi zindabaad rahul gandhi zindabaad
Congratulations 👏🎉
বহুত বহুত ধন্যবাদ থাকিল ।
গৌৰৱ গগৈ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
আমাৰ সময়ত কোনো পাৰ্থি নিৰ্বাচনত হাৰিলে এক সংগীত তেওঁক ৰাইজে গায় শুনাইছিল... মোৰ ও আজি সেই সংগীত টো গাই সুনাবৰ মন গৈছে.....😅😅😅😅"তপন গগৈ হাৰি গল... হাই ৰে হাই...টকা দিও হাৰি গল... হাই ৰে হাই...বতল দিও হাৰি গল... হাই ৰে হাই...তপন গগৈ হাৰি গল... হাই ৰে হাই..."ধন্যবাদ ৰাইজ... 😊😊😅😅😂
গৌৰৱ গগৈ অসমৰ গৌৰৱ
Gourav Gogoi Zindabad
হিমন্তৰ চামচা ফিৰুজ হাজৰিকা পদত্যাগ কৰা ভয়ত এতিয়া তাৰ মাইকীৰ মেখেলাৰ তলত সোমাই লোকাই আছে। 😂😂😂😂😂😂তাক ধৰি আনি পদত্যাগ কৰাব লাগে ।
Mekhela tolot humai Kaziranga habikhonr goromot Gela gundho to loi ase sage😅😅😅 nhole to aru lukabole jega nai....😅
😂😂😂😂
গৌৰৱ গগৈ এদিন মুখ্যমন্ত্ৰী হ'ব
Gourob gogoi dangoria zindabad next cm
পৰৱৰ্ত্তী চিএম অসমৰ ।শুভেচ্ছা থাকিল ।
Gaurav Gogoi Next CM of Assam 2026
Gourav gogoi jindabad
Next CM 💙
Congratulations gourav gogoi
মানুহজনৰ কথাত ধৰিব পাৰি সঁচাই পঢ়া শুনা কৰা ব্যক্তি আমাৰ মাননীয় CM sir ৰ আকৌ কথাবোৰ দুৰ্যোধনৰ নিচিনা উগ্র।
গৌৰৱ গগৈ ছাৰ ক দেখিলে ৰাজনীতি কৰিবলৈ মন যায়।
Congratulations।।।❤❤❤
Very good, welcome to people of MAJULI.
Aiya dekhi val lagile...hosai amar future cm jon gorav gogoi jindabad
Next CM gaurav gogoi
Great job Sir Gaurav Gogoi ❤❤❤
গৌৰৱ গগৈ অসমৰ সমপদ।
Our king 🎉🎉🎉🎉🎉🎉😊
Congratulations sir ❤👏 🎉 🎉 Gourov gogoi hoise hobologiya axomr next CM jon
অসমৰ গৌৰৱ হৈ থাকক চিৰকাল।
বহুত ভাল লাগিল।
ধন্যবাদ মাজুলীৰ ৰাইজ
Gaurav Gogoi zindabad Assam CM Gaurav Gogoi 2026 love you sir 💯🙏💪💪💪💪 CM Gaurav sir Sarkar congratulations 👏👏👏
জয় আই অসম
congratulations 🎉sir❤👍
Congratulations Gaurav Gogoi 🎉🎉🎉🎉❤❤❤❤
Gourop gogoi jindabat majulite Congress Besi ASE Amar इयाद nai tq
Congratulation gourav daaaa
আমাৰ গৌৰৱ ❤❤
Warm Congratulations to G. gogoi ❤❤❤❤❤
অতি সুন্দৰ দৃশ্য আৰু সুন্দৰ😅😅 মন্তব্য
Thanks for you. Sir Gaurop Gogoi.
Moja moja ❤❤❤❤ 26 congesh sorka
Congration❤❤❤
এফালে অমিত সাহৰ কিনা বেচা, আনফালে শৰদ পাওয়াৰ থার্ড ফ্রন্টৰ প্ৰস্তুতি ১৭৩ নাম্বাৰ যোগোৱাৰ, বাহিৰৰ পৰা কংগ্ৰেছৰ (৯৯) সমৰ্থন ।
Gourav Gogoi Longlive , Proud of Assam, Warm welcome by Public of Majuli ( Biggest River Island of the World)
Gourav Gogoi Longlive. Proud of Assam.
Moi bohut bohut bhal lagise ❤❤❤frm dhakuakhana
Gentle man assam hero
Mojja❤.
গৌৰৱ গগৈৰ জিন্দাবাদ
Tank you very nice. Gourav Gogoi ji.
Parfect leader for Our Assam. Next CM, Should be project by Cong.
গৌৰৱ গগৈ জিন্দা বাদ ।
Gaurav gogoi zindabad
Gorve gogoi aru aguwai jaiowk amar gorav
Long live gourab gogoi
Congratulations dada ... 😊
Congratulations gaurav gaurav gogoi🎉
❤❤🙏 congratulations 🎉
What a wonderful and nice person we have in Assam.Gaurab Gogoi zindabad.
গৌৰৱ গগৈ ডাঙৰীয়া সদায় অসমৰ গৌৰৱ কংগ্ৰেছ জিন্দা বাদ
Gourav gogoi jindabad 🙏🙏🙏🙏
সাংবাদিকজন বিজেপিৰ যেন পাইছো সেই কাৰণে তেওঁ মুখত বিজেপি বুলিহে ওলালে ।
Gaurav gogoi zindabad❤
Congratulations ❤
As a true leader ❤
❤️❤️❤️❤️❤️❤️❤️
টিউটৰ সকলৰ পৰিয়ালৰ শাও লাগিছে ।জীয়াতূ ভূগি জীয়াই আছো ।আমাৰ দুখ কোনে বুজিব?
Dhanyavaad.
We want 2026 gurav gogoi cm sir 🙏🙏
Gogoi sir zindabad zindabad zindabad..
Anea kowa amar cm lagea❤❤❤❤❤❤❤
Gourav gogoi 🎉😍❤️
dhainobad GORAB GOGOI JINDABAD
God bless you❤.
Gourav daa ❤❤❤
বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ।।।
গৌৰৱ অসমৰে নহয় ভাৰতৰ গৌৰৱ।জনগণৰ হৈ ভাল কাম কৰি যাব।জনগণেই আপোনাৰ ভৱিষ্যতৰ জীৱন সুৰক্ষিত কৰিব।ৰাইজ সদায় আপোনাৰ লগত থাকিব।❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
গৌৰৱ গগৈ অসমৰ বেষ্ট্ পলিটিচিয়ান ৷ গৌৰৱ গগৈলৈ বহুত বহুত শুভেচ্ছা যাচিছোঁ ৷
অসমৰ ভাবী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ।
গৌৰৱ গগৈ ভাৰতবৰ্ষৰ গৌৰৱ।
হিমন্তৰ চামচা পিয়াজ হাজৰিকা এতিয়া তাৰ মাইকীৰ মেখেলাৰ তলত লোকই আছে পদত্যাগ কৰাৰ ভয়ত ।
ধন্যবাদ মাজুলী বাসী ৰাইজ।
মাজুলীবাসীৰ এই মৰম সততে অন্য ঠাইত পোৱা নাযায়।ধন্য মাজুলীবাসী।
সুন্দৰ এটি দৃশ্য দেখা পালোঁ।ভাল লাগিল
গৌৰৱ গগৈ জিন্দাবাদ
গম পালে মানুহ কাক কয় 🙏🙏🙏👍👍👍
গৌৰৱ গগৈ অসমৰ সম্পদ, অসমৰ গৌৰব, অসমৰ ভবিষ্যত মূখ্যমন্ত্ৰী 🎉🎉🎉❤❤❤🎉🎉🎉❤❤❤
গৰৌব গগৈ মন্তব্য শুনি থাকিলে শুনি থাকিবৰ মন জায়
যোৰহাট, শিৱসাগৰ আৰু মাজুলীবাসী ৰাইজ লোভ আৰু টকাত বিক্ৰী নগ'ল।❤
Barpeta amar baki juriahat gourovoddin
@@hridoybabuassampolice2591 gubor
,
,
,
Tarun Gogoi dore GOURAV GOGOI aguwaise, akhomr porborti C.M GOURAV GOGOI..... ❤❤❤❤
একদম সঁচা আৰু একমত।
Puwai puwai Gela nakhabi liver nosto hobo
গৌৰৱ গগৈক ৰাইজেইই জিত কৰি জিকালে... নিৰ্বাচনৰ আগৰে পৰা ৰাইজ সদল বলে তেওঁৰ পক্ষত থিয় হল..😊😊😊 আৰু এইয়া ৰাইজে তেওঁৰ উপৰত কোনো দয়া উপজি কৰা নাই... তেওঁৰ সাংসদ হিচাপে দক্ষতা, বিষই বস্তু উপস্থাপনৰ শৈলী, জি কোনো অসমৰ বা মনিপুৰকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা ৰাজিৰ উপৰত তেওঁৰ জ্ঞানৰ গভীৰতা তথা মূল্য বৃদ্ধিকে ধৰি নিবনুৱা সমস্যাৰ উপৰত তেওঁ জি গুৰুত্ব সহকাৰে এক বলিষ্ঠ কণ্ঠ ভাৰতৰ সদনত ৰাখিছে অসমৰ ৰাইজ তাত সম্পূৰ্ণ ১০০% গুণ মুগ্ধ হৈছে। তেওঁ তেওঁৰ পিতৃ অবিহনে, কোনো মুচলমান সম্প্ৰদায়ৰ ভোট বেংক নোহোৱাকৈ সম্পূৰ্ণ অসমীয়া স্বভিমানেৰে নিজৰ অৰ্হতাৰ ভিত্তিত জয় যুক্ত হল...!! 😊😊😊 তেওঁক অশেষ ধন্যবাদ...!! সত্যৰ সদায় জয়.... বুৱটি নদীক কোনে ধৰি ৰাখিব পৰিছে...??? মীৰা বৰঠাকুৰ বাইদেউ লগতে জিকা হলে আৰু ভাল লাগিল হয়.…😊😊😊 ধনৰ বল, জনৰ বল, বতলৰ যোগান আদিৰ স্বত্বেও গৌৰৱ গগৈক ভেটিব নোৱাৰিলে বিজেপি য়ে... ই এক লাজৰ বিষয় হিচাপেই পৰিগণিত হব BJP ৰ বাবে.... 😊😊😊 ৰাইজ এতিয়া ২০২৬ সমাগত...!!! গৌৰৱ গগৈ য়ে অসমৰ ভৱিষ্যত মুখ্য মন্ত্ৰী...!! 😊😊😊 গৌৰৱ, অখিল আৰু লুৰিনক গগৈক অৰ্থাৎ ৩ গগৈক অসমৰ চৰকাৰ চলাবলৈ দিয়ক....😊😊😊 আকৌ এবাৰ গৌৰৱ গগৈ জিন্দাবাদ...!!! 😊😊😊
Gourob Da Zindabad ❤❤❤
বহুত ইচ্ছা। আছে। গৌৰৱ গগৈ চেলুত।
সুন্দৰ মনৰ গৌৰৱ গগৈ ❤
অসমৰ স্বাভিমান--অসম তথা ভাৰতৰ শক্তিশালী যুুৱকণ্ঠ যোৰহাট লোকসভাৰ সাংসদ গৌৰৱ গগৈক মাজুলীবাসীৰ উষ্ম আদৰণি । সন্মানীয় মাজুলী বাসীলৈ আমিও আন্তৰিক অভিনন্দন জনালোঁ ।😊
বহুত বহুত ধন্যবাদ থাকিল মা দেউতা মনৰ আশা বোৰ ফলৱতী হৈ ৰল।
গৌৰৱ গগৈ ❤
অভিনন্দন বহুতো। সদায় মানুহৰ হকে কাম কৰি যাওক।
Hosakoi bhut vl lagil gorav gogai zindabad
2026 মাজুলী হৈ খেলিব,,,, কংগ্ৰেছ jindabad
ST Reserved
গৌৰৱৰ জয়যাত্ৰা দেখি বৰ ভাল লাগিছে। সৰ্বানন্দ সোণোৱাল আৰু গৌৰৱ গগৈৰ বাদে আন নেতা আহিলে মাজুলীৰ ৰাইজে পহুখেদা দিব বুলি আশা ৰাখিলোঁ।
বহুত বহুত ধন্যবাদ জনাইছো সুন্দৰ দিনৰ বাবে বাট চাই আছো 🙏🙏🙏
Next CM🎉
Gaurav gogoi zikibo Gaurav gogoi zindabaad
Next CM of Assam
গৌৰৱ গগৈৰ ডাঙৰীয়া লৈ আন্তৰিক শুভেচ্ছা জনালোঁ। তেখেতৰ ৰাজনীতি জীৱনৰ উজ্বল
ভৱিষ্যত কামনা কৰিলো।তেখেতক
ভগৱানে শক্তি দিয়ক।
লগতে গৌৰৱ গগৈৰ সপক্ষে ভোট দান কৰা সন্মানীয় ভোটা সকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ।🙏🙏
দলে বলে
Gourav Gogoi zindabaad rahul gandhi zindabaad
Congratulations 👏🎉
বহুত বহুত ধন্যবাদ থাকিল ।
গৌৰৱ গগৈ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
আমাৰ সময়ত কোনো পাৰ্থি নিৰ্বাচনত হাৰিলে এক সংগীত তেওঁক ৰাইজে গায় শুনাইছিল... মোৰ ও আজি সেই সংগীত টো গাই সুনাবৰ মন গৈছে.....😅😅😅😅
"তপন গগৈ হাৰি গল... হাই ৰে হাই...
টকা দিও হাৰি গল... হাই ৰে হাই...
বতল দিও হাৰি গল... হাই ৰে হাই...
তপন গগৈ হাৰি গল... হাই ৰে হাই..."
ধন্যবাদ ৰাইজ... 😊😊😅😅😂
গৌৰৱ গগৈ অসমৰ গৌৰৱ
Gourav Gogoi Zindabad
হিমন্তৰ চামচা ফিৰুজ হাজৰিকা পদত্যাগ কৰা ভয়ত এতিয়া তাৰ মাইকীৰ মেখেলাৰ তলত সোমাই লোকাই আছে। 😂😂😂😂😂😂
তাক ধৰি আনি পদত্যাগ কৰাব লাগে ।