Aji video dekhha pai click koriluu khub val lagil tumak moiuu agoraki suwali muru tumar dore ake dekha eman besi beya heikarone manuhor agt ulabole kiba laj lage Jana kinu kom
Aji moi ganar karoni pagal ganar karone kahini hoi gano banaisu 4 ta hoi gol jibonot emane kahini hoi purise sima nai kahini emane hoi puri se prithibid jiyai thoka sosta nohoi buli buji pao kintu nije bonabo lagibo prithibid santire jiyabo hole situye kotha judi dukh nohoi dhuni huwa tu matlab nai ji bilag ke dukh kori aji suk hoise siloke he janibo ane kuwa video bilake sao moi ❤🎉🎉🎉🎉 thank you sir thank you sister ❤
প্ৰিয়াৰ ওঠ আৰু তালুত জন্মগত ভাবে defect থাকিলেও তেখেতৰ কণ্ঠ আৰু সংগীত বহুত সুন্দৰ। তেখেতৰ মানসিকতা আৰু সাহসীকতাক চেল্যুট জনাইছোঁ। প্ৰিয়া নৱপ্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস। জীৱনৰ প্ৰত্যাহ্বান নেওচি তেখেতৰ কণ্ঠেৰে সংস্কৃতিৰ পথাৰত উজ্বলি উঠক। পোহৰ সন্ধানী জীৱনটোৱে বিশেষ ভাৱে সক্ষম হৈও আকাশ চুবলৈ সক্ষম হওঁক। তাৰেই কামনা কৰিলোঁ।
এনেকৈ উৎসাহ দিয়া কমেন্ট চেকচনৰ প্রত্যেকজনকে অশেষ ধন্যবাদ দেই। ইমান সুন্দৰকৈ লিখি সকলোৱে সকলোকে জীবনটোত জীয়াই থকাৰ বাবে সাহস দিয়ে। 🙌
Bohut dhunia voice
প্ৰিয়াৰ কথাবোৰ বৰ ভাল লাগিল। সুন্দৰ কণ্ঠৰ অধিকাৰী। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
খুব সুন্দৰ কথা কলে চক্রপানী দাই - প্রথম দৃষ্টিত কাকো জাজ নকৰিব কোনেও। 🙏
প্ৰিয়া তোমাৰ মাতটো বহুত সুন্দৰ হয়। তুমি বহুত দূৰ আগুৱাই যোৱা তাৰেই কামনা কৰিলোঁ।
Mozaaa ba
Oh eman sundor kontho mon bhori goise dei bohut aguai jua Priya
শব্দহীন হৈ পৰিছো। উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি উঠা। চক্ৰপাণি দাদাক ধন্যবাদ জনালো🥰
কিবা এটা বেলেগ বস্তু শিকিলোঁ যেন লাগিলে আজি মোৰ সঁচাকৈ বহুত বহুত ভাল লাগিলে আগুৱাই যোৱা best of luck প্ৰিয়া
কথা কোৱা আৰু গান গোৱাত বহুত পাৰ্থক্য আছে। গান বহুত ধুনীয়া গাইছা।
ইমান সুন্দৰকৈ গাইছা প্ৰিয়া ....তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।
সুন্দৰ। প্রিয়া বাৰ গান শুনিছো, তেও আগুৱাই যাওক সদায় তাৰেই কামনা। 🙌
Hosakoi bor xundor kontho...😘😘agbarhi juwa tumi....bht bht axirbaad korisu tmk...
ভগৱানে সদায় কুশলে ৰাখক | ইমান সুন্দৰ কণ্ঠ ভাগ্য লাগিব❤❤❤
মাতটো বহুত সুন্দৰ, আগুৱাই যাওক কামনা কৰিলোঁ
অতি সুন্দৰ কন্ঠৰ অধিকাৰি প্ৰিয়া তুমি। ভগৱানে জন্ম তে দিয়া সুললিত কন্ঠ তোমাৰ। বহুত আগুৱাই যোৱা আমাৰ আশীর্বাদ আছে তোমাৰ লগত।
Wow 🥰❤️❤️ voice 😍
Baa 2mi aguwai juwa ❤️
Chakra Daa ❤️
Bohut inspire hoisu apunar video bur sai
দিপলিনাতকৈ বহুত বেছি গুণৰ ভাল গাইছে ♥️😍🙏🔥❤️
priya r upadhi kiii????
ইমান মৰমলগা মতটো বহুত ভাল লাগিল
যদি মাক ভাল পোৱা ছবে comment টো পঢ়ি like কৰি দিবা 💖🌍🥀
প্ৰীয়া তুমি ইমান দিন কত লুকাই আছিলা । যদি কণ্ঠ আছে চেষ্টা নকৰা কিয় । ইমান বিলাক চেনেল আছে তোমাক নিশ্চয় বিচাৰি ওলিয়াব । সাধনা থাকিলে আৰু প্ৰয়াস কৰিলে কঠিন কাম সহজ হয় । অগ্ৰজ জনৰ ওচৰত শিক্ষা লবা । ধন্যবাদ পৰাশৰ ।
Hosae Priya tumi bohut hahokhi enekei aguai jua 👍👍
মাতটো বহুত সুন্দৰ।জীৱনত আৰু আগুৱাই যাওঁক ,ভগবানে আপোনাক আৰ্শীবাদ কৰিব।
Bohut dhuniya Priya...tumi aaguwai juwa...lots of love ❤️❤️❤️
Emn xundar voice.. xuni thakibo mn jai priya bar git xomuh ... Thankq..
আশীৰ্বাদ কৰিছোঁ প্ৰিয়া তোমাৰ সপোন বাস্তৱ হ ওক
প্ৰিয়া God bless u তোমাৰ জীৱন টো সুন্দৰ হক।আগুৱাই যোৱা!
ভগৱানে সদায় কুশলে ৰাখক | ইমান সুন্দৰ কণ্ঠ ভাগ্য লাগিব❤❤❤
Mur bohut vll lge ba apunar gan burr aru axa koru aru notun gan pam.. Agbarhi jauk ba.
Usoror baby etau enekoi jonmo hoise dumah man agot ..bor dukh loga ..
বা আপোনাক কি বুলি ধন্যবাদ জ্ঞাপন কৰিম । বহুত ভাল লাগিল চাই
Very nice voice 👌👌 aru aguwai jowa 👍🏻👍🏻 God bless you always 🙏🏻
সঁচা নোম হিহৰী যোৱা কণ্ঠ বা জনীৰ ।।
বহুত বহুত মৰম বা জনীলৈ ।
বা তোমাৰ কণ্ঠটো ইমান ধুনীয়া ❤ ভগৱানে মংগল কৰক বা তোমাৰ 🙏❤ আজিৰ Episode2 চাই বহুতে বেছি ভাল লাগিল চক্ৰ দাদা☺
NJ
Ko
বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো
Bahut bhal lagil vonti 2mr koth bur huni 🙏❣️
প্ৰিয়া তোমালোকৰ পৰিয়ালৰ সাহস দেখা পায় সচাকৈ মানি লৈছো ।আগলৈ আৰু আগুৱাই যোৱা তাৰে কামনা ।মাতটো সচাকৈ বহুত ধুনীয়া ।
প্ৰিয়া তোমাৰ সাহসীকতাৰ সলাগ লৈছো।এইদৰে তুমি আৰু আগুৱাই যোৱা, তাৰেই কামনা কৰিলো ।
Happy bihu dada ❤️
Khub bhal lagil....priya aaguwai jua... Subhakamona thakil...
Taur okol kontho ai dhuniya nohoi , tau dakhat bohut dhuniya aru morom loga .
সুন্দৰ গান গাইছে
মাতটো যে ইমান মিঠা, আগুৱাই যোৱা শুভকামনা জনালোঁ
excellent job Best wishes for you God bless you
সঁচা নিজৰ মন কঠিন কৰি ৰাখিলে বহুত আগুৱাই যাব পাৰি,উদাহৰণ আজি বাৰ্তালাপৰ দ্বাৰা বুজি উঠিলোঁ ......ধন্যবাদ ভিডিও টো আমাক উপহাৰ দিয়াৰ বাবে
খুব সুন্দৰ অনুষ্ঠান। প্রিয়া তুমি আগবাঢ়ি যোৱা।
খুব সুন্দৰ
Bohut dhunia gaisa tumi Priya...Ru val hok tare kamona korilu..🙏
খুব সুন্দৰ প্ৰতিভা । আগুৱাই যোৱা বাইদেউ।।
Priya baa hosai agoraki bor morom loga aru moromiyal . God bless you baa.
আচৰিত প্ৰতিভা গৰাকী তুমি,,তোমাৰ উৎযল ভৱিষ্যত কামনা কৰিলোঁ,,সুখী হোৱা মনৰ জোখাৰে
সচঁাই তোমালোক বহুত সাহসী ধন্যবাদ ।
ধুনীয়া মাত
Hosake bor val lagile aaji show2 sai❤❤
শুভেচ্ছা থাকিল ❤️❤️ আগবাঢ়ি যোৱা 🙏
Bhut besi dhuniya baa tumar mat Tu. Tumi aguwai juwa.
Emn dhunia voice.....best wishes..
সুন্দৰ অনুষ্ঠান ভাল লাগিল ।
Bhut Val lagise
Hosakoi kothaa bur... Khub hundor.. Aagnahi juwaa baa God bls u lv u lott
ইমান মিঠা মাততো, প্ৰতিবন্ধকতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে,তাৰে জ্বলন্ত উদাহৰণ এয়া___বহুত বহুত মৰম জাচিলোঁ প্ৰিয়া বা,আগুৱাই যোৱা🥰❤️❤️💓💓
প্ৰিয়াৰ গান শুনি বহুত ভাল লাগিল।
Priya baa aguwai jowa,tumar vedios bur sai moio monot hahokh paw, mor mouth defacet ase,val posto koi kotha koboloi sastha koru, bohu sahokh paisu apunar pora
ভাল লাগিলে প্রিয়া....তোমাৰ উজ্বল ভবিষ্যত কামনা কৰিলো....কোনোবাই যদি
তোমাকলৈ বিৰূপ মন্তব্য কৰে তাক পত্যাহবান হিচবে লবা... আগুৱাই যোৱা...
Best episode 👍 ইমান সাহসী প্ৰিয়া তুমি আৰু তোমাৰ পৰিয়াল। বহু কথা শিকায় গলা প্ৰিয়া। আৰু সাহস দিয়ক,kukhole ৰাখক ভগৱানে
বহুত বেছি ধুনীয়া সুৰ, লগতে তেওঁ সাহস ক মানিব লগীয়া ❤️
বহুত সুন্দৰ গাইছা প্ৰিয়া।তোমাৰ উজ্বল ভবিৎষ্যত কামনা কৰিলোঁ।😍😍😍😍👌👌👌
আপোনাৰ মাতটো বহুত ধুনীয়া।
সুন্দৰ কণ্ঠ বহুত ভাল লাগিল চাই
Chakrapani dada apunar bartalapr proti tu part a sw bht vl lge ...priyar kotha khini bht vl lgise ...bt moi ru ki ki gan gaise sabo bisarilu naplu
Aji video dekhha pai click koriluu khub val lagil tumak moiuu agoraki suwali muru tumar dore ake dekha eman besi beya heikarone manuhor agt ulabole kiba laj lage Jana kinu kom
Aji moi ganar karoni pagal ganar karone kahini hoi gano banaisu 4 ta hoi gol jibonot emane kahini hoi purise sima nai kahini emane hoi puri se prithibid jiyai thoka sosta nohoi buli buji pao kintu nije bonabo lagibo prithibid santire jiyabo hole situye kotha judi dukh nohoi dhuni huwa tu matlab nai ji bilag ke dukh kori aji suk hoise siloke he janibo ane kuwa video bilake sao moi ❤🎉🎉🎉🎉 thank you sir thank you sister ❤
Priya keep it up.you are so preety. 👌god bless you 🙏❤
Voice 🔥🔥🔥
ইমান ধুনীয়া গাইছে❤️❤️
খুউব ভাল লাগিল। খুউব সাহসী
প্ৰিয়া আগবাঢ়ি যোৱা
অতি সুন্দৰ কন্ঠ।
Bor val lagile sai chakra da
তুমি আগুৱাই যোৱা মা
ভালে থাকা সদায়🙏
বহুত সুন্দৰ
প্ৰিয়া তুমি সচাকৈ বহুতৰ বাবে আদৰ্শ প্ৰেৰণা ৰ উৎস বুলু দাস
❤️💨
Aguwai Juwar Kamonare😊😊
ইমান ধুনীয়া কন্ঠ প্ৰিয়া তোমাৰ সঁচাই ,।,
Khub xundor
বহুত ভাল লাগিল প্ৰিয়া তোমাৰ সাধনা দেখি ।আৰু আগবাঢ়ি যোৱা ভগৱানেও যেন তোমাৰ কণ্ঠৰ অসুবিধা খিনি দূৰ কৰে তাৰে কামনা কৰিলো ।
সুন্দৰ,শুভেচ্ছা আছে সদাই
Otikoi hundor voice Priya..
Thanks Priya best off luck👍✊💪
❤❤❤
I love u dada bht vl paw apunak
Seriously.... Val lagil... Love From Gohpur
Nice voice
Justic for prash OFFICIAL
প্রিয়া বা তুমি আগবঢ়াই যোৱা। 🥰🥰
প্ৰিয়ালৈ বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলো । তোমাৰ গীতেৰে বিহুৰ মঞ্চ কপাই তোলা ।
❤️❤️
Thankyou so much apunaluke muk Iman morom Aru axirbaad diya babe.....apunalukor morom dekhi muru kobole bhaxa nai🙏🏻❤✨
👌👌👌👌👌
👍👍👍
Very nice 👍
Bhal lagil. God bless you..
Very good