উপৰ কুৰুৱা দৰং

Поделиться
HTML-код
  • Опубликовано: 3 окт 2024
  • #pranjitgogoi #pranjitgogoi #ভাগৱতপাঠ
    #ভাগৱত_ব্যাখ্যা_অনুষ্ঠান
    #ভাগৱত_ব্যাখ্যা
    #ভাগৱত_পাঠ_ও_ব্যাখ্যা

Комментарии • 45

  • @ManjuDeka-y9i
    @ManjuDeka-y9i 3 месяца назад +2

    Krishna❤❤

  • @khirodbhuyan5967
    @khirodbhuyan5967 3 месяца назад +1

    Krishna 🙏

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 3 месяца назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @abhigyanborahanuhazarika167
    @abhigyanborahanuhazarika167 3 месяца назад

    Krishana🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @keshabbora7742
    @keshabbora7742 3 месяца назад

    কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @rameswardeka2412
    @rameswardeka2412 3 месяца назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏

  • @HoreswariDas-j2g
    @HoreswariDas-j2g 3 месяца назад

    🙏🙏🙏

  • @KushalataBuragohain-iq3gg
    @KushalataBuragohain-iq3gg 3 месяца назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤

  • @Narendrasaikia556
    @Narendrasaikia556 3 месяца назад +2

    Ramkrisnaramkrisnagovind

  • @barnalidas7784
    @barnalidas7784 3 месяца назад

    Krishna Krishna Ram Ram Krishna Krishna Ram Ram Krishna Krishna Ram Ram Krishna Krishna Ram Ram

  • @mamonidas5766
    @mamonidas5766 3 месяца назад

    Ram Krishna Krishna Pranam Prabhu

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 3 месяца назад

    কৃষ্ণ কৃষ্ণ বাপজনা ভক্তি ভৰাসেৱাভাগি গ্ৰহন কৰিব কৃষ্ণ।

  • @junumech7558
    @junumech7558 3 месяца назад

    কৃষ্ণ প্ৰভু জনা কৃষ্ণ কৃষ্ণ

  • @nripenburagohain
    @nripenburagohain 3 месяца назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @poragboruah4156
    @poragboruah4156 3 месяца назад

    🙏কৃষ্ণ কৃষ্ণ🙏 জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏

  • @pritisreedutta3917
    @pritisreedutta3917 3 месяца назад

    Krishna krishna

  • @padmaluchanbrphukan5300
    @padmaluchanbrphukan5300 3 месяца назад

    SHIV GURU ,RAM KRISHNA,🙏🙏🙏

  • @simantadutta2030
    @simantadutta2030 3 месяца назад

    কৃষ্ণ কৃষ্ণ বাপ সন্ধিয়াৰ সেৱা নিবেদিচো 🙏

  • @munmikachari6189
    @munmikachari6189 3 месяца назад

    Diwa muko tuwa podo saya tole thai Ram Ram. Krishna Krishna. ❤❤

  • @AditPatar-d8j
    @AditPatar-d8j 3 месяца назад

    Krishna krishna krishna bap 👌❤❤❤❤❤❤❤❤❤❤❤❤❤😂❤❤❤❤❤❤

  • @dipawalimadhurjyavlogs41
    @dipawalimadhurjyavlogs41 3 месяца назад

    Krishna 🙏

  • @JituHazarika-o3i
    @JituHazarika-o3i 3 месяца назад

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম

  • @labanyadevi5536
    @labanyadevi5536 2 месяца назад

    কৃষ্ণ কৃষ্ণ হৰি ৰাম

  • @BijumoniPohuchungi
    @BijumoniPohuchungi 3 месяца назад

    কৃষ্ণ কৃষ্ণ প্ৰভু এই অভাগিনি দাসী যে ভাবি থকা ভাবনৰ উত্তৰ টো পালোঁ। আপোনালৈ দূৰৰ পৰায়ে ইভাগী সেৱা আগবঢ়ায় ছোঁ কৃষ্ণা

  • @SewaliPathak-md1hn
    @SewaliPathak-md1hn 3 месяца назад

    😮😮😮o

  • @lakhikantarajbongshi
    @lakhikantarajbongshi 3 месяца назад

    কৃষ্ণ বাপ আপোনাৰ শ্ৰী চৰণত সেৱা জনাইছো কৃষ্ণ ক পাইবাৰ জানা ভকতহে পন্থা এহি মানে কহে গীতা ভাগৱত গ্ৰন্থ কৃষ্ণ কৃষ্ণ

  • @Unmaydas-gg2xv
    @Unmaydas-gg2xv 2 месяца назад

    He krishna daiboki Nandana kripar xagar pirio monor bansa xadai nugusak tua Guna nam amar mukhe ram ram krishna

  • @Mahananda.Hazarika.
    @Mahananda.Hazarika. 3 месяца назад

    Sumitra Gogoi
    Krishna Bap Krishna Pranam janalo Aaponar legate Samasta Bap Aaisakalak Krishna

  • @Unmaydas-gg2xv
    @Unmaydas-gg2xv 2 месяца назад

    Pravu apunar bhagabat path xunile krishna pitak hridaiot pao kouti kouti namaskar apunar saranot

  • @swapnagogoi8702
    @swapnagogoi8702 3 месяца назад +5

    Krishna Krishna probhu apunar choronot hoto kuti pronam jonaisu Krishna Krishna

  • @ArnabGogoi-zu4ju
    @ArnabGogoi-zu4ju 3 месяца назад

    Hundor dada bohut kotha janilu

  • @pallabikagohain5720
    @pallabikagohain5720 3 месяца назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🌹🙏🙏🙏

  • @khogeswarigogoi1902
    @khogeswarigogoi1902 3 месяца назад +3

    কৃষ্ণ কৃষ্ণ বাপ সন্ধ্যাৰ ভক্তি ভৰা সেৱা নিবেদিছো সমস্তৰে চৰণকমলত ই

  • @Life_style-1990
    @Life_style-1990 3 месяца назад +2

    Krishno Krishno

  • @pallabikagohain5720
    @pallabikagohain5720 3 месяца назад +2

    কৃষ্ণ কৃষ্ণ বাপ জনা আপোনাৰ চৰণত ভক্তিভবে সেৱা জনালোঁ কৃষ্ণ

  • @upenbora450
    @upenbora450 3 месяца назад +2

    Krishna Krishna Krishna 🙏🙏🙏 Bap

  • @saratgogoi5339
    @saratgogoi5339 3 месяца назад +2

    কৃষ্ণ🙏🙏🙏🙏🙏🙏

  • @lipikarajkonwar5654
    @lipikarajkonwar5654 3 месяца назад

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @vikramborgohain1910
    @vikramborgohain1910 3 месяца назад +1

    লিখা আছিল বুলি কিতাপৰ সকলো কথা সচাঁ নহয়,,,, THE SUN RISES IN THE EAST,,,, কিন্তু প্ৰকিততে সূয্য একে ঠাইতে থাকে,,,,সূয্য কেতিয়াও নুদুবে আৰু কেতিয়াও নুলায়,,,

  • @japanidas6859
    @japanidas6859 3 месяца назад +1

    কৃষ্ণ অচ্যুত কেশব বিষ্ণুহৰি সত্য জনাৰ্দ্দন হংস নাৰায়ণ গোপাল গোৱিন্দ মুকুন্দ মাধব ৰাম কৃষ্ণ ৰাম কৃষ্ণ

  • @asomiaasom6008
    @asomiaasom6008 3 месяца назад +1

    মায়াময় ৰহসময় সন্দেহজনক পদ উপদেশেৰে মানুহক মতিভ্ৰম কৰি বিপথে নি পাপী কৰি নৰকত পঠোৱা মায়াবী ভাগৱতে তঁহত শংকৰী ভকত কেইটাকো মুক্তি নিদিয়ে ।তোৰ ভগৱান স্বয়ং কৃষ্ণই শিৱক ভজিছিল ।কৃষ্ণই শিৱক ভজি স্বাম্বৰ পুত্ৰ প্ৰাপ্ত কৰিছিল ।তোৰ ভগৱান স্বয়ং কৃষ্ণই অৰ্জুনক কুৰুক্ষেত্ৰ ধৰ্ম যুদ্ধত বিজয়ী হবলৈ শিৱ আৰ্শীবাদ আৰু শিৱৰ পৰা পাশুপাত অস্ত্ৰ প্ৰাপ্ত কৰিবলৈ উপদেশ দি অৰ্জুনক অস্ত্ৰ আৰু আৰ্শীবাদ প্ৰাপ্ত কৰাইছিল ।যি ৰাম নামে জীৱক ইাপ তাপ নাশ কৰি মোক্ষ প্ৰদান কৰে সেই ৰামে পৰম ব্ৰহ্ম শিৱক ভজিছিল ।জীৱক মোক্ষ দিয়া ভগৱান ৰামৰ আৰাধ্য দেৱ আছিল শিৱ ।ভগৱান ৰামৰ গুৰু সকলোৰ ভজনীয় আৰাধ্য দেৱ আছিল পৰম ব্ৰহ্ম শিৱ ।পৃথকে পৃথকে পুজিলে যদি কেহ সন্তুষ্ট নহয় তেতিয়া হলে স্বয়ং ভগৱান কৃষ্ণ লগত থকাৰ পিছত স্বয়ং কৃষ্ণই কিয় অৰ্জুনক শিৱক তপস্যা কৰি শিৱৰ আৰ্শীবাদ লবলৈ উপদেশ দিছিল ?শিৱক ভজিব নিদি কৃষ্ণই অৰ্জুনক পাশুপাত অস্ত্ৰ আৰু বিজয়ী আৰ্শীবাদ দিব লাগিছিল কিয় পৃথকে শিৱক ভজিব দিলে স্বয়ং কৃষ্ণই ???।কৃষ্ণই যদি শ্ৰেষ্ঠ ভগৱান হয় তেন্তে স্বয়ং কৃষ্ণই সখা অৰ্জুনক কিয় মোক্ষ নিদিলে বা দিব নোৱাৰিলে ?স্বয়ং কৃষ্ণই কিয় নিজৰ বংস যদুকুল বংস ৰক্ষা কৰিব নোৱাৰিলে ?স্বয়ং ভগৱান কৃষ্ণই কিয় সাধাৰণ নাৰী গান্ধাৰীৰ অভিশাপৰ পৰি নিজক ৰক্ষা কৰিব নোৱাৰিলে ? ভগৱান স্বয়ং কৃষ্ণই কিয় বালক ভাগিন অভিমন্যুক ৰক্ষা কৰিব নোৱাৰিলে ?দ্বাপৰ যুগৰ শেষান্তত কৃষ্ণ নামত নৰ অৱতাৰ ধৰি লীলা কৰা কৃষ্ণ বিষ্ণৰ অৱতাৰ হয়নে নহয় প্ৰাণজিত গগৈ ? দ্বাপৰত কৃষ্ণ নামত নৰ অৱতাৰ ধৰা বিষ্ণুই সৃষ্টিৰ আদিত নিৰাকাৰ নিৰ্গুণ নিস্কাম পৰম শিৱক ভজিছিলনে নাই ? নিৰাকাৰ নিৰ্গুণ পৰম ব্ৰহ্ম শিৱৰ তিনি ৰূপৰ তিনি গুণৰ সাকাৰ স্বৰূপ প্ৰকৃতিৰ চৈতন্য শক্তি ব্ৰহ্মা বিষ্ণ মহেশ্বৰ হয়নে নহয় ?পৰম ব্ৰহ্ম শিৱৰ তিনি গুণৰ স্বৰূপ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ একেশ্বৰ হয়নে নহয় ?তিনি অংশৰ বিষ্ণুই ২৪টা অৱতাৰ ধৰিছিল নে নাই ?বিষ্ণুৰ ২৪ অৱতাৰৰ ভিতৰত দশ অৱতাৰক শ্ৰেষ্ঠ অৱতাৰ হয়নে নহয়? বিষ্ণুৰ অৱতাৰ সমুহ যেনে পৰশুৰাম ,শ্ৰীৰাম ,হলিৰাম ,শ্ৰীকৃষ্ণ আদি অৱতাৰী পুৰুষ সকলে শিৱ শংকৰ মহাদেৱক ভজিছিলনে নাই ?তোৰ গুৰু মাধৱদেৱ পৰমব্ৰহ্ম ঈশ্বৰ নেকি ? তোৰ গুৰু মাধৱ পুৰুষেলিখা কোৱা পৃথকে ভজিলে কেহো নলয় কৃষ্ণক ভজিলে সমস্তৰে হয় এই কথা তই বিশ্বাস কৰি ঈশ্বৰৰ বাণী বুলি ভাবিছা সেই জন মাধৱদেৱে নিজে মুক্তি পাইছেনে তেওঁতো কেৱল কৃষ্ণ আৰু গুৰু শংকৰদেৱক ভজিছিল ? তোৰ গুৰু মাধৱদেৱ পুৰুষ ভগৱান নে ৰাম কৃষ্ণ ভগৱান ?ঈশৰ বিষ্ণুৰ অৱতাৰ ভগৱান ৰাম কৃষ্ণৰ কথা উপদেশ বেছি গুৰুত্ব শুদ্ধ সত্য নে অসমীয়া কবি সাহিত্যিক বৈষ্ণৱ মাধৱদেৱৰ উপদেশ গুৰুত্বপুৰ্ণ শুদ্ধ সত্য ?ঈশ্বৰ ভগৱান বিষ্ণুৰ কথা মানিম নে একপক্ষীয় স্বাৰ্থপৰ সংকীৰ্ণ মনৰ অসমীয়া কবি সাহিত্যিক বৈষ্ণৱ মাধৱদেৱৰ কথা মানিম ?স্বয়ং বিষ্ণুই গণেশ পূজিব কৈছেনে নাই ? বিষ্ণুই শিৱক ভজিছিলনে নাই ?আদিশক্তি মাতৃ দুৰ্গাই ব্ৰহ্মা বিষ্ণুক স্ৰজিছিলনে নাই?বিশ্বকৰ্ম কোন ?ঈশ্বৰৃ বিশ্বকৰ্মা স্বৰূপ ধৰি জগতৰ সৃষ্টি কাৰ্য কৰিছিলনে নাই ।যদি ঈশ্বৰে বিশ্বকৰ্মাৰ স্বৰূপত জগতৰ সৃষ্টিকাৰ্য কৰিছিল তেনে জগতৰ সৃষ্টিকাৰ্য কৰা বিশ্বকৰ্মা ঈশ্বৰক ভজিলে ভুল কত ?মায়া শাস্ত্ৰ ভাগৱত কীৰ্তনঘোষা নামঘোষা আৰু মায়াবী গুৰু শংকৰ মাধৱে তহতক মতিভ্ৰম কৰি শিৱ দেৱ দেৱীক বেদ বিহিত ভক্তি ধৰ্ম কৰ্ম আচৰণক নিন্দা কৰা ধৰ্ম দি তঁহতক নিন্দা প-পত লিপ্ত কৰা নাইনে প্ৰাণজিত গগৈ ?

  • @LALITDEKA-y8t
    @LALITDEKA-y8t 3 месяца назад

    Krishna🙏🌹🪔

  • @asomiaasom6008
    @asomiaasom6008 3 месяца назад +1

    বেদ আৰু সোতৰ খন পুৰাণৰ সাৰ কথা উপাখ্যান উপদেশ জ্ঞান লৈ কেৱল কৃষ্ণকে একমাত্ৰ পৰম ব্ৰহ্ম শ্ৰেষ্ঠ ঈশ্বৰ জাহিৰ কৰি তাৰ লগত অতি সন্দেহজনক ৰহস্যময় মায়াময় বিভ্ৰান্তকাৰী মায়াবী পদ উপদেশ যুক্ত কৰি দ্বাপৰ যুগৰ শেষত কলিযুগৰ আদিত বাসে ওঠোৰ সংখ্যক মায়াবী ভাগৱত পুৰাণখন লিখা নাইনে ?বিষুৰ নৰ অৱতাৰ কৃষ্ণকে পৰমব্ৰহ্ম শ্ৰেষ্ঠ ভগৱান জাহিৰ কৰি কেইটামান বিভ্ৰান্তকাৰী মতিভ্ৰমকাৰী ৰহস্যময় মায়াময় পদ উপদেশ লিখি ওঠোৰ হাজাৰ শ্লোকত ভাগৱত লিখিছেনে নাই ? ব্যাসে নিজৰ পুত্ৰ নাতি পুতি বংসৰ গৃহযুদ্ধত পতিত হোৱা নিদাৰুণ বিপৰ্যয়ত মন অশান্ত কৰি চিন্তামগ্ন ব্যাসৰ আগত দ্বাপৰ শেষত কলিৰ আদিত হঠাৎ নাটকীয় ভাবে নাৰদৰ আগমন হৈ ব্যাসক ৰহস্যজনকভাবে আগৰ সোতৰ খন পুৰাণত হৰিনাম ভক্তি কথা নাই সেয়ে কেৱল কৃষ্ণকে একমাত্ৰ শ্ৰেষ্ঠ ঈশ্বৰ বুলি কৃষ্ণই সাৰ বুলি ভাগৱত লিখিব উপদেশ দিয়া নাছিলনে ? নাৰদৰ উপদেশৰ পিছত ব্যাসে আগৰ সোতৰ খন পুৰাণত ঈশ্বৰ হৰিৰ শুদ্ধ নাম গুণ ভক্তি নিলিখা বুলি কোৱাত চিন্তত হৈ ঈশ্বৰ ৰূপ কৃষ্ণক ধ্যান কৰি দেখিলে কৃষ্ণই বাওফালে মায়াময় আৰু সোফালে ভক্তিধৰ্ম যুক্ত হৈ বহি আছে ।কৃষ্ণৰ বাওফালে মায়া আৰু সোঁফালে ভক্তধৰ্ম যুক্ত স্বৰূপ দেখি সেইৰূপে মায়া আৰু ভক্তি ধৰ্ম যুক্ত ভাবে ভাগৱত লিখিছিল ব্যাসে ।কৃষ্ণৰ বাওফালৰ মায়া ৰূপক প্ৰতিফলিত কৰিবলৈ ভাগৱতত শুদ্ধ সত্য ভক্তি ধৰ্মৰ লগত মায়াময় ৰহস্যময় সন্দেহজনক বিভ্ৰান্তকাৰী স্ববিৰোধী দুমুখীয়া বিপৰীতমুখী বিভ্ৰান্তকাৰী মতিভ্ৰম কৰা পদ উপদেশ ভাগৱতত লিখিছে ।যি মায়া উপদেশে প্ৰকৃত শুদ্ধ সত্য বেদধৰ্মক অসাৰ বুলি বেদধৰ্ম ত্যাগ কৰাই ধৰ্মভ্ৰষ্ট কৰি দুৰাচাৰী পাপত লিপ্ত কৰা ৰাখে ।অসমৰ মায়াবী গুৰু শংকৰ মাধৱেও ভাগৱতৰ মায়াক সৰ্বাধিক গুৰুত্ব দি ভাগৱতৰ মায়াক সাৰ কৰি মায়াময় ভক্তি ধৰ্ম যুক্ত বিভ্ৰান্তকাৰী মায়া শাস্ত্ৰ কীৰ্তনঘোৱা নামঘোষা লিখি নিজ শিষ্য শংকৰী ভকতক বিভ্ৰান্ত কৰি মতিভ্ৰম কৰাই মায়াময় ভক্তিধৰ্ম যুক্ত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি যায় ।মাজাবী গুৰু শংকৰ মাধৱৰ প্ৰভাৱতে মায়াময় ভক্তিধৰ্ম কৰা শংকৰী ভকত প্ৰাণজিত গগৈ হতে আন গুৰু দেৱ নাম ভকত ,শিৱক ,দুৰ্গাক ,দেৱ দেৱী সকলোক ,সনাতন বেদধৰ্মৰ বেদ উিহিত ভক্তি কৰ্ম ধৰ্ম আচৰণক বিৰোধ নিন্দা তুচ্চতাচ্চিল্য কটুসমালোচনা কৰি দুৰাচাৰী মায়াভক্তি ধৰ্ম আচৰণ কৰি আছে ।প্ৰাণজিত গগৈ তহতক ৰহস্যৰ আভাস দিলো বুজিব পাৰিলে নিন্দাবাদ মায়া ত্যাগ কৰি কেৱল নিস্বাৰ্থ ভক্তি ধৰ্ম কৰা মুক্তি পাব পাৰা নহলে আমাৰ লগতে নৰকত পৰিবি ।তঁহতৰ বহুত ভিডিওত তঁহতক ভুল ধৰি তহতৰ ভুল বিকৃত অপব্যাখ্যা কথা কৈছো কিন্তু তহতৰ চেতন নাই আৰু তহতে কোৱা চৈতন্য আৰু জড়ৰ কথা ?মায়াময় ভক্তিধৰ্ম যুক্ত ভাগৱতৰ তত্ব ৰহস্য যেতিয়ালৈ নুবুজিবা তেতিয়ালে তহতে একপক্ষীয় ক্ষুদ্ৰস্বৰ্থৰে সংকীৰ্ণতাৰে পৰনিন্দা ইৰচৰ্চা কৰি ভক্তি কৰিথাকিবা ।পৰনিন্দা মহাপাপ গতিকে তহতে যিমানেই কৃষ্ণ শংকৰ মাধৱ নাম লৈ নভজা কিয় পুণ্যৰ ঘৰত শুণ্য পাপৰ ঘৰ ভৰা ।