LIVE : Karnataka Reserve pvt. Jobs for Locals | চাকৰিৰ বাবে জানিব লাগিব কানাড়া ভাষা N18L
HTML-код
- Опубликовано: 10 фев 2025
- LIVE : Karnataka Reserve pvt. Jobs for Locals | চাকৰিৰ বাবে জানিব লাগিব কানাড়া ভাষা N18L
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#karnataka #karnatakagovt #karanatakajobsforonlylocal
#news18assamoriginals #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...
অসম চৰকাৰে কৰ্ণাটক চৰকাৰৰ পৰা শিক্ষা লোৱা উচিত । মই কৰ্ণাটক চৰকাৰৰ সিদ্ধান্তক ১০০% সমৰ্থন কৰোঁ।
Anfale bihari di vori porise axxom t
@@AzidulAli-x3r hoy kiono Axom sorkare kebol bahiror manuhok he pradhyano diye
balor somorthon…india is same country and anyone can work any where
@@chandankn but have you read the news of Karnataka law
Where kanadiga have 75 percent reservation in higher job and 100 percent reservation in lower job
When all are
@@JunashMardi7 It turned out to be a biggest joke of the year. This is baseless and CM himself removed the tweet. No one I said no one can bring that kind of bill in Indian constitution.
😮😮😮😮😮
সুন্দৰ পদক্ষেপ।
অসমতো এইখন লাগু হব লাগে, 7:55 অসমত অসমীয়া জনা অনিবাৰ্য কৰক।
আমাৰ অসম চৰকাৰে কেতিয়া বুজিব
Anfale bihari di vori porise axxom
কণাটক চৰকাৰক ধনন্যবাদ।অসমৰ হিমন্ত্বই বাতৰিতো পঢ়িছেনে ।বহিিৰাগতক সুবিধা দিবলৈ অসম চৰকাৰে কি কৰিছে।
Bill gurai lua hoise
Mokkel...poha huna kriso jdi meritot pabi.. reservation lage goru..etu bill anile ses raijyo...uthai dile heitu bill .sa ge ja..
ঠিকে আছে অসমত বিহাৰী সকলক চাকৰিৰ বাবে exam দিব নিদিয়ে।
Totally agree 💯💯
আমাৰ খাৰখোৱা মহাশয় সকলে ইয়াৰ পৰা শিক্ষা লওক ৷
Aru amar axxom khont bihari di vori porise .joy himanta
Axomot axomiya h solibo dialogue tu ki hobo atiya😂
Corporate house বোৰৰ Backlash ৰ পিছত কৰ্ণাটক চৰকাৰে সিদ্ধান্ত বাতিল কৰিলে।
Assam government abur akha nakara val
অসমত অসমীয়া vakha দৰকাৰ নাই jdi অসম বুলি নাম তো কিয় rakhise atorai dibo lge, aneu bahiror manuh besi ase, অসমত
অসমত চাকৰি নথকাৰ কাৰণেই আমাৰ শিক্ষিত লৰা ছোৱালী যায়।দূভাগ্য আমাৰ অসমত চাকৰি নাই ,কিয়?
চাকৰি নহয় অ বেটা কোম্পানি নাই।
ৰটন টাটাই অৱশ্যে এটা নতুনকৈ কোম্পানি অসমত বনাব।
তাত বহুটো লৰাই চাকৰি পাব।
@@BishnuBaruah-hr9ujright কোম্পানী নাই বাবেই
অসম চৰকাৰলৈ এটা অনুৰোধ অসমতো সকলো চৰকাৰী বেচৰকাৰী অনুষ্ঠানত অসমীয়া ভাষা টো প্ৰযোজ্য কৰক , অসমত যেতিয়া semi conductor company খুলিব তেতিয়া কৰ্ণাটক ৰ এজনকো চাকৰি দিব নালাগে
হয় এটাও অসমৰ বাহিৰৰ হব নালাগে।
প্ৰত্যক্ষ ভাৱে নহয়, পৰোক্ষভাৱে কৌশল গত নীতি নিৰ্ধাৰণ কৰি কৰ্ণাটক চৰকাৰৰ দৰে ব্যৱস্থা ললে কিছু পৰিমাণে অনা অসমীয়া নিযুক্তি বিলুপ্তি ঘটিব ।।
কৰ্ণাটক চৰকাৰে ,চৰকাৰী ও বেচৰকৰী খণ্ডত নিযুক্তিৰ ক্ষেত্ৰতো যি ভূমিকা লৈছে,ঠিক তেনেধৰণৰ ব্যৱস্থা আমাৰ অসম চৰকাৰে ললে বহুত ভাল হব । Railway,ONGC,OIL আদিতো থলোৱাৰ নিযুক্তি সংৰক্ষণৰ ব্যৱস্থা কৰক, কিয় নো প্ৰতি বছৰে জাকে জকে হিন্দী ভাষী লোক অসমত নিযুক্তি লৈ চাকৰি কৰি আছে ।প্ৰাইভেট সেক্টোৰত 100% থলুৱাৰ নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক । আমাৰ অসম চৰকাৰে এনে ব্যৱস্থা ললে অসমৰ নিবনুৱাৰ হাৰও কমিব ।
Bohud bhal decision
মেঘালয়লৈ নাযাব গাড়ী,কৰ্ণাটকট নাই চাকৰি । এতিয়া কোন দিশে ঘূৰিব জীৱনৰ চাকৰি ? 😭😭😭😭
Anfale axxom t bihari di vori porise
@@AzidulAli-x3r aku bihari bhari thoka ni amar eyat ejonu bihari ni sob axomiya manuh ase
@@J_boruah. Kor hoi nu kok sn apuni ajoni bihari manuh nai ne???
@@J_boruah. আছে ,ভাই বহুত বিহাৰী মাৰোৱাৰী বঙালী মিয়া ঊৰিয়া ভৰি আছে তুমি কত দেখি পাবা 😢
Axomotu ai decision lobo lage...bohut bahiror manuh Axomot sakori kori ase.
😢😮
ভাল কথা। অসমীয়াই তাতে উন্মুক্ত যৌৱন ৰ বেহা, ঠগ, গুণ্ডাগৰি কৰি বদনাম কৰি আহিছে। ছোৱালী বিলাক মদ খাই উলংগ হৈ ফুৰে। অতিষ্ঠ হৈছে তাৰ সমাজ কেন্দ্ৰিক মানু্হ
ধন্যবাদ বিকাশ ডাঙৰীয়া, এনেধৰণৰ বাতৰিৰ লৈ চৰকাৰৰ কোনো ভ্ৰুক্ষেপ নাই। অসমীয়াত এষাৰ ফকৰা আছে "ৰাতি হ'লে সাত হাল বাই, পুৱা হ'লে এহালো নাই" ।।
😮😮
শিকিব লাগে অসম বিদেশী আৰু বহিৰাগত ৰাজপাট সুবিধা দিয়া আমাৰ চলি থকা চৰকাৰে।বিদেশী খেদিম কৈ নাগৰিক লাইচেন্স দিয়ে চৰকাৰে।
Good
অসমত এশ শতাংশ কৰক
অসমৰ চৰকাৰে ও কৰ্ণাটক চৰকাৰে দৰে সিদ্ধান্ত গ্ৰহণ কৰিলে ভাল হব,
বাহিৰৰ ৰাজ্যৰ চৰকাৰে নিজৰ খিলঞ্জীয়া মানু্হ খিনিৰ হকে কাম কৰে । আৰু আমাৰ অসমত ওলোটা হে হয় । গুৱাহাটীত প্ৰাইভেট কাম এটা কৰিবলৈ হলেও দৰমহা ৮ / ৯ হেজাৰ পোৱা চাকৰী অধিক । কোম্পানী বোৰত ১২ ঘণ্টা কামত খাটোৱাই দিয়ে ১২০০০ / হেজাৰ ।
আমাৰ অসমত বহিৰাজ্যৰ মানুহৰ প্ৰতি প্ৰাধান্য দিয়া দেখা যায়, মই কিন্তু কৰ্ণাটকৰ চৰকাৰক সমৰ্থন কৰোঁ proud of karnataka government 🙏
কৰ্ণাটকৰ এই সিদ্ধান্ত তৈলেটৰ ফ্লাছ মাৰি মাটিৰ তলৰ টেংকি লৈ পেলাই দিয়া হয়......😮😮😮
Mur 15 years hoise banglore at cannada language a janu
বঢ়িয়া!
Veer Lachit Sena Ahibo nehki etiah Bengaluru Govt kotha patibo!! Pahre joldi vaal hobo
Axomotu sem habo lage
যোগ্য ভুগ্য বসুনধৰা.... 😊😊😊 পাব্লিক ছেক্টৰ আৰু সম্পূৰ্ণ প্ৰাইভেট ছেক্টৰৰ মাজত দিন - ৰাতিৰ, আকাশ পাটালৰ পাৰ্থক্য...😅😅😅😅 সম্পূৰ্ণ ১০০% প্ৰাইভেট কোম্পানী বোৰ এক মাত্ৰ এটা ফৰ্মূলা ৰ উপৰত চলে... সেইটো হল - মুনাফা, লাভ বা profit. গোটেই কোম্পানী মাত্ৰ এটা ভেটিৰ ওপৰতে পৰিচালনা হয় সেইটো হল profit বা লাভ, তাৰ বাহিৰে গুৰু গোঁসাই একো নামানে...🙂🙂🙂🙂😅😅 কৰ চিদ্দা ৰামায়াইৰ কথা শুনিব...😂😂🤔🤔🤔🤔😢😢
যি সময়ত আমাৰ হিমন্তই ৰাজ্যটো বাদেই বিদেশৰ পৰা বাংলাদেশী আনি অসমত বৰ পীৰা পাৰি পাকঘৰত জেগা দিছে ।সেই সময়ত কৰ্নাটকে নিজৰ জনসাধাৰন তথা মাতৃভাষাৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছে ।
কৰ্ণাটকৰ মানুহে ব্যক্তিগত কোম্পানীৰ কিছুমান কাম কেতিয়াও নকৰে আৰু কৰিবও নোৱাৰে হিন্দী ভাষীৰ মানুহ নহলে অকল কানাডা ভাষী লোকে নোৱাৰিব । তথাপিও আমাৰ অসম চৰকাৰৰ বৰমুৰীয়া সকলে এই বাতৰিটো চোৱা অতি জৰুৰী বুলি ভাবোঁ তেতিয়া কিবা অলপ খিকিব পাৰিব ।
This is the difference between Assamese and other people of India.They always give attention to their local people for any job. We have to learn much more from this example.
বাহিৰা কোম্পানী বিলাকে অসমত কাম কৰি আছে আৰু বাহিৰা লোকে কাম কৰি আছে অসমত সেই বিলাক কি হ'ব।
Anfale bihari di axxom khon vori porise
Khedibo lagiboi,lachit sena,md akhil gogoi,lujon guti,gaurav gogoi ki chingi aae
Se.
Muthote axom roxatole jabo lage take bisare amar axomiyai adin haai haai koribo jidore babor mugole axom akromon krisil aru mondir dhonxo korisil thik tenekoi atia amar axomor xkolu nuhua koribo bahiror manuhe axomot ahi aru tak amar axomiyai xubidha dise bih gosot xar pani di jiyai dangor korise aru xei fol axo.iyai khabo😂😂😂😂
Ami Bengaluru t te kori asu
Axom r mamai sinta korib lge
Akol dukhiak Hara hasti kori ki paise apuni itihakhe apunak khoma nkorib😢
Adha oxom banglore ase,
Agree everything but why only for assam ather state candidate cane do like kannadiga
এই বাদ্ দিয়ক এইবোৰ, একো হৈ নপৰে গৈ, ৰাজনীতি জড়িত হৈ আছে
অসমীয়া মাধ্যমত পঢ়া ৰ বাবেই কিবা এটা কৰক
Very good
Moja
Ami jnu kannada language
En problem Ella 😊
Aponi news kobo nejani ohh..😢😢😢
অসমত চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা দিবলৈ হিমন্তুই অসমীয়া ভাষা আতৰাই বাংলা ভাষাৰ ব্যবস্থা কৰিছে ।
Bangalore to bihari besi ase
কৰ্ণাটক চৰকাৰে এফালৰ পৰা ভাল কৰিছে আৰু আনফালৰ চাবলৈ গলে বেয়াও কৰিছে । ময়ো আছোঁ বেংগালোৰত আজি 8 বছৰ ধৰি ,মই কানাডা ভাষা ক'ব পাৰো কিন্ত লেখিব পঢ়িব হে নাজানো। মই বিচাৰো অকল অসমক টাৰ্গেত কৰিলে নহ'ব, অসমৰ বাহিৰেও বাকী বিভিন্ন ৰাজ্য যেনে, বিহাৰ , উৰিষ্যা , কলকাতা,ঝাৰখণ্ডত ,,আৰু বিভিন্ন ৰাজ্য মানুহ আহি এইখন বেংগালোৰত চাকৰি খাই আছে। গতিকে কৰ্ণাটক ৰাজ্যই যি সিদ্ধান্ত লৈছে মই ভাৱো যে অকল অসমৰ অসমীয়া সকলৰ কাৰণে নহয় , বাকী ৰাজ্যৰ পৰা আহি কৰ্মৰত কৰি থকা সকলোকো এই সিদ্ধান্ত ল'ব লাগে। কিন্তু , যদি এনেকুৱা হবলৈ গৈ আছে তেন্তে খাটাঙ এই কৰ্ণাটক ৰাজ্যৰ যিবোৰ ফেক্টৰী ,ইন্দ্ৰাষ্টী আছে সকলোবোৰ অন্ধকাৰ হৈ পৰিব। গতিকেই, মোৰ,ফালৰ পৰা এনে নোহোৱা টো বিচাৰো।
Amar sarkare karnatak sarkaror pora shikha lowok , karnatak sarkarak sellut jonaisu,
Axam sorkara kornatka sorkara pora olap heka luwatu besaru
Amar sarkare karnataka r pora hikibo lagiya bohut ase
Laaj lage Assam or CM a ki kori asse Assam at industrial ahibo lage nohole bahira industry item bur band koribo Lage
অসমত it company কিয় প্ৰতিষ্ঠা কৰিব নোৱাৰে ?
No problem come to Hyderabad,,
Mor 15 Year bangalore
Or Assamr jubak jubati janar jiyai thokibole ninidibo Assam mantri bilkae 😮
অসমত চৰকাৰী চাকৰিত ৰ্বহি ৰাজ্যৰ যুৱকক ভুৱা নথিৰ জৰিয়তেই চাকৰি দিয়াৰ বিধেয়ক ইতিমধ্যে চলিয়েই আছে।
Local manuhe valke kam nokoru tT
Assam or CM ki kori asse Bahira Industry Assam at anibo lage
This is very good I'm like very good cm sir
মিচা কথা মোৰ ১০ বছৰ হ'ল আজিও কৰি আছো কিন্ত এনেকুৱা হোৱা নাই ।
বিল খন ইতিমধ্যে স্থগিত কৰা হৈছে।।কেৱল আসমীয়া নহয় সকলো বহিৰাগত লোকক এই প্ৰযোজ্য কৰা হব।।
বাকী ৰাজ্য বোৰৰ পৰা কণা্ৰ্টকৰ মানুহক মৰিয়াই মৰিয়াই সেদি পঠিয়াব।
মামা কিবা এটা কৰক কৰ্ণাটক চৰকাৰক
Only for all india hindi and English boss
xosa kotha
Moi nije interview Disu.
June Karnataka language
Olpo holeo janne xihe basni hoise
Kune koi se moi বৰ্তমান bengalor অত আছোঁ ।
Oxomotu hobo lage
মই কৰ্ণাটক ৰাজ্যত কাম কৰোঁ
Bangaluru ,Karnataka ei jagat assam or bahut thikadar ase company bilakot. Assam ot jiman tat dugun pai poisa. Assam ot hubidha nai jot Bangaluru jen jagat ase .
Atiya hoitu amar assam t aru bahibo nibonua 😂😂😂
আমাৰ অসমতো এই নিয়ম লাগু কৰিব লাগে।
Bortoman bill khon sthogito rakha hoise...
Good stap Karnataka government
ভাল সিন্ধান্ত,আমি অসমৰ অসমীয়া মিডিয়মত পঢ়িও অসমত চাকৰি নাপাই।
Moza korisa nijor bhakhato ru nijor manuhor kotha sinta koriboi
Curreptet manuh buror bebohar anekuwai
Hyderabad Ahibo Pary ,,,
Vale hoise Sakor ba sakore eki.... Agote hob lagesil....
অসম চৰকাৰে অসমীয়াতকৈ অনাঅসমীয়াক চাকৰি দিয়াৰ বাবে বেছি আগ্ৰহী নহয়নে বাৰু? অসমততো অসমীয়াই অসমীয়া ভাষা শিকাৰ প্ৰয়োজনেই নাইকিয়া কৰিলে দেখো!
মোৰ পুৰ্ব পুৰুষ সকলে আজি প্ৰায় পাঁচশ কোটি বছৰ আগৰ পৰাই কৰ্ণাটকত চাকৰি কৰি আহিছে।
বহত ভাল কাম কৰিছে তেওঁলোকে।
আগতে ঘৰৰ মানুহৰ চিন্তা।
পাছত যদিহে থাকে আলহীৰ অপেক্ষাত। 😊
অনুৰোধ কৰা নাই দাবী জনাইছোঁ অসমত অসমীয়া ভাষা নাজানিলে বহিষ্কাৰ হব লাগে,
আমাৰ অসমত আকৌ অসমীয়াই চাকৰি য়ে নাপাই
অসমত অসমীয়া নাজানিলেও হয় কানাড়া জানিলেও পাব ৷
Hmm anfale bihari di vori porise axxom t
Aruu axom ot bohiragotoi kuno badha obihone sakori bebokhai kori ase...axomor lorar sakori karhi loi ase...
Great work ❤❤
Bangalore ot Kai asy apune ny moi ..... Bangalore ot kateyaba ahepaisay ny apune
Moi xunebo isha nai apunar kotha
Val kotha.... thanks to Karnataka govt.
Kribo noo Assam kribo lge
কোম্পানী কেতিয়াও ৰাজ্যৰ মাতৃ ভাষা জানে নে নাই বা লিখিব পাৰোঁ নে নাই তাৰ ওপৰত ভিত্তি কৰি চাকৰি নিদিয়ে। কোম্পানীয়ে চাকৰি দিয়ে experience অাৰু skill অৰ ওপৰত ভিত্তি কৰি চাকৰি দিয়ে। IT কোম্পানী আমাৰ অসমত আহিলে কিমান মানুহৰ কৰ্ম সংস্থাপন হল হেঁতেন লাখ লাখ মানুহৰ দুঃখ নিবাৰণ হলেহেতেন। চৰকাৰে ইয়াৰ ওপৰত চিন্তা চৰ্চা কৰিব লাগে। আমাৰ অসমৰ GDP growth বাঢ়ি লেহেতেন ।
5 years parkari ahiso banglore od seem card tare.kobo gole moi assilu hero.birat maram chene disil Karnataka r guru, anna akka sokoloi.aji guwahatit Ane samman nokore.assomiya jiman sikitou hok ketiyao gentle man hobo nobare.
আমাৰ অসমত আকৌ ওলোতা ইংৰাজী নাজানিলে চাকৰি কি কোম্পানিতো কাম নাপাই বাহ অসম চৰকাৰ ধন্যবাদ লোকৰ গোলামী খটাৰ বাবে বহুত বহুত ধন্যবাদ
I am 100%agree with Karnataka government because their government feels and realized about their citizens future life . According to my view it's very important and necessary rules and Law. I hope our State government also bring this Law and order and To bring this Law and order in our State at the first we need unity of our rulling party and opposition party and other parties views.our government also very important to see and feel about our citizens future as like Karnataka government. I hope our chief minister also mind about this matter
Assamatu..Anakuaa..niaam..Kariba...lagay...haru..Ahamiaa....balagar.paraa..hikha...la...😂😂😂😂😂😂😂😂
Good initiative from their Government side....
Genta news bon korok he ami Bangalore bahut dinar pora aau ajiloike dekhun eku news huna nai
Kothatu hoi bhut laj diye aru gali pari thoi jai .
Aslte kanada kb nuwarile
Enei boki ase apuni moyu Bangalorute asu aji 2010or porai asu
Bandho hobo company bur baki ako nohoi 50%worker ase assam north east sider eitu ketiya o hobo a nuware sai thakok mur comnt tu mnt rakhile hol 🙏🫰
Not only for Assamese, this is for everyone coming to Karnataka from other state. And what's new about it? Even in Assam, some people shout need to know Assamese if working and living in Assam. Isn't it?? I am settled in Bengaluru since past 21 years now and can say one of the best city and state to work and live in.
Ai law khn implement nhoi..Hariyana 2 akei prosestha kra hoisil
Private company kio manib ai niyambor??karon teolok skillful person he lage sankya borhoa nalage nhoi
dangor company br belegt shift hb ane niyam anile