মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই ক’লে আলফা শক্তিশালী বুলি

Поделиться
HTML-код
  • Опубликовано: 25 дек 2024

Комментарии • 252

  • @Danirojasfc6
    @Danirojasfc6 4 месяца назад +126

    আলফা আছে কাৰণেই অসম আৰু অসমীয়া জাতিটোৰ জীয়াই ৰাখিছে! আলফা অবিহনে অসম! অসম অবিহনে! সম্ভৱ হবই নোৱাৰেঁ!!!
    জয় আই অসম।
    সোণৰ অসম।
    আমাৰ অসম।
    ভাষিক অসমীয়াৰ অসম। 🙏💚🌏

    • @hujintao990
      @hujintao990 4 месяца назад +6

      এনেকুৱা কি কাম কৰিলে

    • @উৎপল__অসম
      @উৎপল__অসম 4 месяца назад

      ​@@hujintao990সেইটো আপুনি নুজুজিব।

    • @dostireactionatoz
      @dostireactionatoz 4 месяца назад

      Amar suwali burok beya kaam krib diye
      Maat namate
      Miya logot ulfa ase neki

    • @BholaRamBhuyan
      @BholaRamBhuyan 3 месяца назад +1

      ঔঔ

    • @SarafatAli-lv5sy
      @SarafatAli-lv5sy 3 месяца назад

      P

  • @nayanmaninath2203
    @nayanmaninath2203 4 месяца назад +22

    আলফা জিন্দাবাদ। জয় আই অসম ❤❤❤✊✊✊

  • @HappyLife-v1z
    @HappyLife-v1z 4 месяца назад +129

    ২০২৬ চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়া ✅🇮🇳
    জয় আই অসম ❤️😍

    • @gunajitsarma5579
      @gunajitsarma5579 4 месяца назад +7

      Sambhab nohai .cm hobale hole jogyata thakibo lagibo 5/6 ta siyale siyarile cm nohai

    • @theviralclips8659
      @theviralclips8659 4 месяца назад +4

      বামুণ বামুণ চিঞৰিলে মন্ত্ৰী হয় নহ ?

    • @gunajitsarma5579
      @gunajitsarma5579 4 месяца назад +1

      @@theviralclips8659 tor giyan simito akol toi Congress dolar babe vote bank .🙏

    • @riyankalita1623
      @riyankalita1623 4 месяца назад

      ​​@@gunajitsarma5579 আৰু তই যি ফালে বামুণ সেইফালৰ vote বেংক নেকি ? 😂

    • @chowlungjyotigogoi5755
      @chowlungjyotigogoi5755 4 месяца назад

      Upper Assamot BJP a kebol bamunor voot pabo

  • @Surajitlahakar
    @Surajitlahakar 4 месяца назад +15

    সংযুক্ত মুক্তি বাহিনী জিন্দাবাদ✊

  • @hemantaborgohain4493
    @hemantaborgohain4493 4 месяца назад +62

    এইডাল দেখোন আলফাৰ ঘনিষ্ঠ । আলোচনা ক'ত হবনো । আলোচনা গোপনে হৈয়ে থাকে দেখোন । বোমা এখন ৰাজনৈতিক নাটক যেন লাগিল ? অসমীয়াক বহিৰাগতৰ মাৰ খাবলৈএৰি দি সোমানীক নিৰাপত্তা দিয়াটোৱে জাতি ৰক্ষা নহয়জানো ?

  • @PrabajalPhukan
    @PrabajalPhukan 4 месяца назад +8

    আলফা জিন্দা বাদ জয় আই অসম

  • @techinfoassam4798
    @techinfoassam4798 4 месяца назад +46

    এইটো মুখ্য মন্ত্ৰী নহয়। ই এটা মহা পাগল

  • @aushmitasaikia8003
    @aushmitasaikia8003 4 месяца назад +30

    ULFA zindabad!!! ULFA a axom jiyai rakhibo.... Nohole axom nathakil hoi aji

    • @abhijitkalita6938
      @abhijitkalita6938 4 месяца назад +2

      😂🤣Ulfa e axomiya k hai mareh dekhon 😂🤣.

    • @aushmitasaikia8003
      @aushmitasaikia8003 4 месяца назад

      @@abhijitkalita6938 apuni val koi buji paale nischoy buji pabo moi kio eneke koisu

    • @choamunvlogs5330
      @choamunvlogs5330 4 месяца назад

      Long Live ULFA
      Long Live Ahom
      Long live Axom
      ..........!!!!!

    • @shahedhasan334
      @shahedhasan334 4 месяца назад

      ❤🇧🇩

  • @NKMedia-d6k
    @NKMedia-d6k 4 месяца назад +21

    মামাই নিজে প্ৰাক্তন আলফা দেখোন
    শান্তি আলোচনা যদি সেইয়া যে ফুটুকাৰ ফেন হব সেইয়া ধুৰুপ

  • @bhaskarnath3236
    @bhaskarnath3236 4 месяца назад +20

    Paresh baruah val manuh val hok

  • @ajoygohain2470
    @ajoygohain2470 4 месяца назад +18

    এইটোৱে, সাপ হৈ খোটে। বেজ হৈ জাৰে।। এই মালটো তলত পথাব লাগে, নহলে অসমে।।। 😭😭😭 লাগিব।।।।

  • @PrabajalPhukan
    @PrabajalPhukan 4 месяца назад +4

    জয় আই অসম

  • @janardanbora2803
    @janardanbora2803 4 месяца назад +65

    আলফাৰ কথা অসমে যিমান জানে হেই টকলা অমিত শ্বাহে কি গম পাব হয় 😅😅😅

  • @arbazzkhan2460
    @arbazzkhan2460 4 месяца назад +13

    তাৰ মানে আপোনাক এৰেষ্ট কৰিব লাগে। আলফাৰ লগত আপোনাৰ মিতিৰালি আছে।

  • @sansuarmani6382
    @sansuarmani6382 4 месяца назад +29

    Loli pop😂😂😂 poltics

  • @PabanNath-dv7wi
    @PabanNath-dv7wi 4 месяца назад +5

    আলফাৰ ওপৰত ইমান বিশ্বাস আছে যে আলফাই অসমীয়াৰ ক্ষতি নকৰে।

  • @kinaramdas5198
    @kinaramdas5198 4 месяца назад +26

    আলফাৰ কথা আপুনি জানাবৈ কাৰন ৯০ দশকত আপুনিও সেই সময়ত সইখন নাৱৰে যাট্ৰী আছিল।

  • @SunnyBanerjee-w3g
    @SunnyBanerjee-w3g 4 месяца назад +2

    🌄🌄🌄🌄🌄🌄
    Joy Aai Axom 🙏🙏🙏

  • @MriduMoran-l8e
    @MriduMoran-l8e 17 дней назад

    আলফা আমি গতিকে অসম আমাৰ অসমীয়া আমি জয় আই অসম 💗

  • @axommusicalstudio6235
    @axommusicalstudio6235 4 месяца назад +2

    Powar of Alfa 🙌

  • @D11Assam
    @D11Assam 4 месяца назад +3

    Joy ai axom

  • @abinashsaikia4390
    @abinashsaikia4390 4 месяца назад +4

    পুলিচে কিবা একচ্ছন লব নে তেওঁৰ ওপৰত কাৰণ তেওঁ আলফাৰ লগত কথা পাতে

  • @budheswarnath6516
    @budheswarnath6516 4 месяца назад +22

    শৃংখল চলিহালৈকো ভাবুকি আহে , তেওঁ অসমীয়া ৰ হতে মাত মতা দলৰ এজন মূৰব্বী হয়... গতিকে তেওঁকো চৰকাৰ খনে দেহরক্ষী দিব লাগে ।

    • @killu1929
      @killu1929 4 месяца назад

      😂😂😂😂

  • @MonujBora-lh3dn
    @MonujBora-lh3dn 2 месяца назад +2

    Ulfa thakile he asom jiyai thakibo jai aai axom

  • @anonymous_assamese4838
    @anonymous_assamese4838 4 месяца назад +13

    বাইকৰ হেলমেট পিন্ধি বোমা নিষ্ক্ৰিয় কৰিব গৈছে 😂😂

  • @lakhikrchintey5693
    @lakhikrchintey5693 4 месяца назад +9

    হিমন্ত মহা পাপি মহা পাগল

  • @ramensaikia5553
    @ramensaikia5553 4 месяца назад +3

    Ulfa mama axomiya ami sob ak 🙏🙏

  • @Jaiaiaxom12
    @Jaiaiaxom12 4 месяца назад +2

    জ আই অসম য়

  • @northeast7617
    @northeast7617 4 месяца назад +6

    Inner line permit ILP dibo lage Axomot oti hunkale, 6th clause of Assam accord implement koribo lage oti hunkale, 6 indigenous communities in Assam must be given ST Status.. Tetiya he khilonjiya bhumiputro hurokhito thakibo Axomot.. Joi Aai Axom 🙏Joi Bir Lachit💪💪

    • @gitumanibarman6536
      @gitumanibarman6536 4 месяца назад

      Gourobok gurutto dile h. ministare, sringkhol kon, jonmoni rabha sorkari bikhoya aasil, gotike teor jano h. ministare ki dicison lole vaboksun abar ?

  • @rockyhandsome6465
    @rockyhandsome6465 3 месяца назад +1

    Good hosa সদায় সঁচাই

  • @UtpalKnower
    @UtpalKnower 4 месяца назад +1

    আলফা জিন্দাবাদ

  • @cartoondhekho9306
    @cartoondhekho9306 4 месяца назад +19

    Mama Voy Khaise, Agot Koicil Ni😅😅😅

  • @JayantaSaikia-y7h
    @JayantaSaikia-y7h 4 месяца назад +5

    আলফা ও অসমীয়া হে।

  • @champakkumar4253
    @champakkumar4253 4 месяца назад +7

    Gone Case Chief Minister in Assam History....😅😅😅
    He is fit for a College GS....Not a CM😊😊

  • @jitulkalita4455
    @jitulkalita4455 4 месяца назад +4

    নিৰাপত্তা অসমৰ বীৰ লাচিলত সেনাক দিয়ক , শৃখলা চলিত দিয়ক , বহিৰাগত অসম খন শেষ কৰি দিলে লুটি লুটি , এই খন চৰকাৰৰ বাবে বহিৰাগত সুবিধা পাই আহিছে , ২০২৬ কি হয় দেখা যাব ,

  • @JayasriKalita-t6z
    @JayasriKalita-t6z 3 месяца назад

    আলফা আছে কাৰণে আমাৰ অসম ৰ সিমা সিমায়ে হৈ আছে তথাপিও আমাৰ অসমোৰ ভিতৰত কিছু মান দাঙৰ দাঙৰ মানুহে জাগা দশল কৰি আছে আলফা বিলাকেই অসমৰ এ হক বা ভাৰতৰে হক সেই শিমাৰ কাখে কাখে দিন ৰাতি একাকাৰ কৰি দিউতি কৰিব লগা হৈছে জয় আই অসম

  • @anwarahmed6477
    @anwarahmed6477 2 месяца назад +1

    Alfa is correct from Mangaluru,jai hind

  • @nayankumarpawe2671
    @nayankumarpawe2671 4 месяца назад +2

    ১৫আগষ্টত যদি কেইযেগা মানত বোমা ফুটা হলে। তেতিয়া কলে হেঁতেন যে পৰেশ বৰুৱা লগত মোৰ একো কথা বতৰা নহয় বুলি। এইজনৰ কথাৰ কোনো বিশ্বাস নাই সাপক বিশ্বাস কৰিলেও মুখ্যমন্ত্ৰী কথা বিশ্বাস কৰিব নোৱাৰি।

  • @MBora-ry6ud
    @MBora-ry6ud Месяц назад +1

    माननीय मुख्यमंत्री श्री हिमंत विश्व देव आप सही बोला हैं। मनीष

  • @ArjunRajbongshi-ht2xs
    @ArjunRajbongshi-ht2xs 4 месяца назад +2

    কিয় সুৰ সলনি হ'ল মামা।।।

  • @manashkalita1978
    @manashkalita1978 2 месяца назад

    অসমৰ অধম cmহিমন্ত বিশ্ব মৰন তোৰ সময়ে দিব

  • @PRANABBORAHUNOFFICIAL
    @PRANABBORAHUNOFFICIAL 4 месяца назад +3

    ৪০০ ল'ৰা আছে? কেনেকৈ জানে মামাই?

  • @mohendradohutia-dj5km
    @mohendradohutia-dj5km 4 месяца назад +3

    আলফা নথকা হ'লে বিদেশী বনিয়াই অসমীয়া জাতি জিয়াই নাথাকিলে হেতেন।

  • @V.B.M.B.V
    @V.B.M.B.V 4 месяца назад +1

    এইজন অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাতি এটা কথা কয় দিনত এটা কয়. কি বকে নিজেই নাজানে😡👊🏿

  • @inndian255
    @inndian255 3 месяца назад

    Ulfa jindabad

  • @junbora3558
    @junbora3558 4 месяца назад +1

    বিজেপি চৰকাৰৰ আৰক্ষী সকলে কম্বল আৰু হেলমেট পিন্ধি বোমা নুফুটা কৰি দিব পাৰে । গৌৰৱ সোমানি বিজেপি দলৰ মানুহ হোৱা বাবে বডিগাৰ্ড পাইছে, শৃংখল চলিহা বেলেগ দলৰ হোৱা বাবে বডিগাৰ্ড নাপালে, তেওঁ লাগিলে খিলঞ্জীয়া অসমীয়াই হওক । মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সঁচা কথা কবলৈ দ্বিধাবোধ কৰিছে, গুৱাহাটী মহানগৰৰ মাজ-মজিয়াত পুলিচ -আৰক্ষীয়ে দিনে ৰাতিয়ে গিজ গিজাই থকা অঞ্চলত আলফাই কেনেকৈ বোমা স্থাপন কৰিলে । বোমা ফুটকেই বা নুফুটক । ধৰা পেলাব পৰা হলে আৰক্ষীয়ে নুফুটা বোমা স্থাপন কৰা কেইজনক ওৰি দিলে হেঁতেন নেকি? তাৰ মানে মুখ্যমন্ত্ৰীয়ে অসমৰ আৰক্ষী বিভাগ ব্যৰ্থ বুলি নকয় ।

  • @durlovgogoi-u7s
    @durlovgogoi-u7s 4 месяца назад +1

    আলফা ❤

  • @tringkolblogs557
    @tringkolblogs557 28 дней назад

    অসম এখন সুকীয়া ৰাষ্ট্ৰ এইয়া কিমান সত্য কোনোবাই ক'ব নেকি?

  • @SubhaSaikia-h9n
    @SubhaSaikia-h9n 4 месяца назад

    JAI AAI ASOM ❤❤❤

  • @LuluNarah
    @LuluNarah 3 месяца назад

    I love himanta mama

  • @nibransonowal9182
    @nibransonowal9182 3 месяца назад

    সকলো ৰাজনৈতীক কথাৰ বাবে অসম পিছুৱাই গৈছে

  • @hemenkalita1088
    @hemenkalita1088 3 месяца назад

    Joy ai akhom

  • @bantidas2403
    @bantidas2403 4 месяца назад

    মোৰ শক্তি মোৰ কথা মোৰ মা মোৰ ভণিমোৰ দেউতা এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত মই অলপ কম আমাৰ সমাজ আমাৰ ৰাইজ আগত এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত নিজৰ ঘৰ সৎসাৰ নিজৰ পৰিয়াল নিজৰ জন্ম দিয়া মাৰ ক্ষেত্ৰত এদিন মাই মোক 10,মাহ 10দিন পেটত ৰাখিছিল কিন্তু মাৰ ক্ষেত্ৰত একো কৰিব নোৱাৰিলো ও কিন্তু দেউতাৰ ক্ষেত্ৰত হয় এই মূৰ্খ এই অধমক এদিন জন্ম দিছিল কিন্তু এই পৃথিৱীত লেবেল দিয়াৰ ক্ষেত্ৰত নহয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @manindrabarman7493
    @manindrabarman7493 4 месяца назад

    আছে আৰু থকাৰ প্ৰয়োজনীয় ।

  • @JaynalAli-h5w
    @JaynalAli-h5w 3 месяца назад

    Alfa zindabaad Joi i assam

  • @FulchanHussain-mc3qy
    @FulchanHussain-mc3qy 4 месяца назад +2

    মামাৰ মুখটো সৰু হয়গল।

  • @PrabajalPhukan
    @PrabajalPhukan 4 месяца назад +1

    আলফা আছে কাৰণে অসমীয়া জীয়াই আছে নহ'লে কি কি নকৰিলে হয়

  • @Arrangers-18r
    @Arrangers-18r 4 месяца назад +2

    ইয়াৰ বেছি দিন নাই আৰু যাবগৈ চকীৰ পৰা 😅😅 ই পাগল হৈ গৈছে 😂😂

  • @satyajit1732
    @satyajit1732 4 месяца назад +1

    Alpha lage nohole kisuman manu nijoke don buli vabe

  • @guddubora7712
    @guddubora7712 3 месяца назад

    চাকৰি কিমান দিলে অসমীয়া লৰা ছোৱালীক আপুনি ৰাইজক জনাব নেকি বাৰু

  • @bantidas2403
    @bantidas2403 4 месяца назад

    😢 এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত একো নকাও এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য সকলোও ধৰ্মৰ প্ৰাণ ৰাইজে কৱ মই কিন্তু ভাই অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য সকলোও হয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় জয় তে জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এটা কথা ক ও মই মোৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ মোৰ ক্ষেত্ৰত মোৰ কথা মোৰ জাগাৰ কথা মোৰ শক্তি কথা মোৰ বাই লগতে মোৰ ভাইতিৰ কথা লগতে মোৰ সৎসাৰ মোৰ পৰিয়াল এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত মই কথা কম এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু এই ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ

  • @TarunPayeng
    @TarunPayeng 4 месяца назад +6

    চৰম নাই কিয় cm

  • @NishaNisha-n3h
    @NishaNisha-n3h 21 день назад

    ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @sahrukali-wq2bw
    @sahrukali-wq2bw 3 месяца назад

    আলফাৰ লগত মই কল্কি অৱতাৰ পুনাৰ আহিছে টুটুমণি আহমেদ

  • @DEARBAGARA
    @DEARBAGARA 4 месяца назад

    Himanta biswas sarma sir punar aha 2026 t proyajan ase akhamiya jati basi thakibo lagibo

  • @BidyutDey647
    @BidyutDey647 3 месяца назад

    Hemanta Bishwasharma Zindabad
    Mama pradhanmantri hobo lage
    Sob thik kori dibo sob thanda hoi jabo

  • @PrabajalPhukan
    @PrabajalPhukan 4 месяца назад

    কথা টো শুনি হাহি ৰখাব পৰা নাই দেই 😃😃😃

  • @balendas2049
    @balendas2049 4 месяца назад

    অসমত প্ৰাক্তন আলফা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মন যায় তাকেই কৰিব ও পাৰে আৰু কব ও পাৰে। গতিকে অসমত তেওঁৰ ওপৰত জনা বুজা মানুহ আৰু কোনো নাই।

  • @JagadishMali-w5q
    @JagadishMali-w5q 4 месяца назад +2

    Lage ULFA o nohole bohirahgoto Bonia bilakor dadagiri besi hoise...

  • @ShafiFaridulAnowarKhan
    @ShafiFaridulAnowarKhan 4 месяца назад +1

    Soliha da axom jolai ase... Apuni security diyok mama saboke... Beya kolu neki

  • @pinkupinku7273
    @pinkupinku7273 3 месяца назад

    পৰেশ বৰুৱা দাঙিয়া আপুনি আছে কাৰণে আমি আছো

  • @DJNEWS24
    @DJNEWS24 4 месяца назад

    বিদ্ৰোহী সংগঠন ক আমি suport নকৰো কাৰণ অসমীয়া সংগঠন হলে অসমত মিয়া বাংলাদেশীৰ ইমান উৎপাত নাবাঢ়িল হেতেন। আলফাই অসম খন বিদেশীৰ কবলৰ পৰাই ৰক্ষা কৰিব নোৱাৰে so আমাৰ বাবে দেশৰ হকে কাম কৰা বোৰ হে ভাল

  • @BijuPayeng-j7o
    @BijuPayeng-j7o 3 месяца назад +1

    Tar kothar..

  • @nayankumarpawe2671
    @nayankumarpawe2671 4 месяца назад

    গৌৰৱ সুমানি নহয় মীয়া হোৱা হলে কি কলে হেঁতেন অসমীয়াক দম দিয়াৰ কাৰণে আলফাই মাৰিম বুলি কৈছে কি বেয়া কথা কৈছে আলফাই ভাল কথাই কৈছে বুলি কলে হেঁতেন চাগে।

  • @richimoy2962
    @richimoy2962 4 месяца назад

    এৰেষ্ট কৰিব লাগে । আলফাৰ লগত কথা পাতি থাকে ।

  • @ShafiFaridulAnowarKhan
    @ShafiFaridulAnowarKhan 4 месяца назад

    Mamay aaji buji pale neki?? Apuni sab gom pay.. Kor pani kot jay... 😊 u r good mama

  • @GitiBordoloi
    @GitiBordoloi 4 месяца назад

    Moja...

  • @nayantalukdar9444
    @nayantalukdar9444 3 месяца назад

    মই আৰু আমি বহুত ধোকা খাইছো আজিলৈকে হস্পিটেল আৰু পঞ্চায়তৰ পৰা গতিকে মই পৰেশ বৰুৱা দেৱক ক'ত লগ পাম কোনো য়ে আলফালৈ এনেই নাজাই চৱ ধোকা খাইহে পথ বিচাৰিব লগা হয়,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,, , ,

  • @AmdadulSorkarSorkar
    @AmdadulSorkarSorkar 4 месяца назад

    Cm go back

  • @kabitabhuyan545
    @kabitabhuyan545 4 месяца назад

    আপুনি কৰ্ম সংস্কৃতি গঢ়িব পৰা নাই

  • @NandanKarmakar-qb8td
    @NandanKarmakar-qb8td 3 месяца назад

  • @manashpratimassam8879
    @manashpratimassam8879 4 месяца назад +1

    দিক বিদিক হেৰুৱা যেন অনুভৱ গল😂

  • @ArmaanAhmed-ik9wc
    @ArmaanAhmed-ik9wc 4 месяца назад +1

    Paresh baruah power dekhai dise 😂😂😂😂😂😂 mama bhoi khaise

  • @afiarukshonajannat9811
    @afiarukshonajannat9811 3 месяца назад

    হিমান্তু মামা এজন আলফা আছিল 😂

  • @BiswajitGogoi-l3e
    @BiswajitGogoi-l3e 20 дней назад

    Moi jam

  • @JituBora-p9y
    @JituBora-p9y 4 месяца назад +2

    Alfa nai buli koisil olp din agot atia ako Aiya ki😜😜😜

  • @hemprasadbordoloi2020
    @hemprasadbordoloi2020 4 месяца назад

    কি যে কয় আৰু.......

  • @nripenborgohain201
    @nripenborgohain201 4 месяца назад

    ইস্ ৰাম ৰাম

  • @durlovgogoi5965
    @durlovgogoi5965 4 месяца назад +4

    চৰকাৰ চলাইছে আলোচনাৰ বাবে গা এৰা দি কাৰ্যকাল চলোৱাৰ technic .

  • @manseralimanserali8529
    @manseralimanserali8529 3 месяца назад

    আলফাৰ ভয়ত কিয় পেপুৱা লাগে পগলা মূখ্য মন্ত্রীয়ে

  • @digantadeka7201
    @digantadeka7201 4 месяца назад +4

    Yaak aru saba mn nuhua hol😂

  • @PrabajalPhukan
    @PrabajalPhukan 4 месяца назад

    ইযান ভয়

  • @Rana-hg8hg
    @Rana-hg8hg 4 месяца назад +3

    বৰ্তমান সময়ত অসমৰ সমস্যা সমূহ, লগতে কেলেংকাৰীৰ ইচু সমূহত গুৰুত্ব দিব লাগে, আলফা বালফা অশৃংল এই ছাগলী কুৰ্মিৰ বাতৰি সমূহে সেই ইচু সমূহ ডাইভাৰ্ট কৰিবলৈ ব্যৱহাৰ হে কৰিছে গৈ, জনসাধাৰণ সজাগ হওক এই সমূহ ইচুুৰ পৰা,

  • @atozfacts6392
    @atozfacts6392 4 месяца назад +1

    Dear Paresh barua sair axomiya jati uport bahiragoto miyar oytasar hoise aponloke kiba korok

  • @bantidas2403
    @bantidas2403 4 месяца назад

    😂 হয় হয় কথাটোও কিন্তু সচা কথা হয় হয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এক মত হয় কিন্তু কথা এটা ক ও মই চাৰ মোৰ ক্ষেত্ৰত এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল চাৰ মোৰ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল চাৰ মোৰ মোৰ ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এটা কথা ক ও এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই পৃথিবিইখনআপোনাৰ হয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত কিন্তু চাৰ আলফাৰ ইমান স্বাধীন কাৰণ কি চাৰ মনৰ গৈৰৱ আৰু শক্তি তেজৰ শক্তি কাৰণে নেকি চাৰ লগতে হত্যা কাৰিও হয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত শক্তি বহুত এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত ইহত বোৰ ডাঙৰ চাগে ন চাৰ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় জয় তে জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ হয় নে চাৰ এটা কথা ক ও চাৰ ম ই মোৰ ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল চাৰ মোৰ কৃষ্ণ এই চেগতে চাৰ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত অনেক ধন্যবাদ জ্ঞাপন কৰিলোও এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ চাৰ মোৰ কৃষ্ণ জয় জয় তে জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ চাৰ মোৰ কলিজা কৃষ্ণ

  • @ChandanDeka-i2d
    @ChandanDeka-i2d 3 месяца назад

    জয় আই অসম

  • @kalpanasarmah7913
    @kalpanasarmah7913 3 месяца назад

    মামা আপুনি জুই 😅😅

  • @rajarammukhiya9602
    @rajarammukhiya9602 4 месяца назад

    Very nice mama

  • @JwngsarBasumatary-e5g
    @JwngsarBasumatary-e5g 4 месяца назад +1

    Assam sorkar only ,1 boro pepole,and ndfb against....

  • @gadgets421
    @gadgets421 29 дней назад

    e a hoi