Bhupen Borah on Himanta : CMয়ে ব্যৱহাৰ কৰা শব্দবোৰ অসমীয়াৰ শালীনতাৰ ভিতৰত নপৰে - বূপেন বৰা। N18V

Поделиться
HTML-код
  • Опубликовано: 30 янв 2025

Комментарии • 60

  • @devakantaborah2973
    @devakantaborah2973 Месяц назад +1

    অতি সত্য কথা

  • @BhaskarNath-c7u
    @BhaskarNath-c7u Месяц назад +8

    Sopon dekhi thakote goise congressor

  • @Nirmalkumarray2000
    @Nirmalkumarray2000 Месяц назад +9

    কংগ্ৰেছ অসমত 2026 চনতো নাহে।।ভূপেন ডাঙৰীয়া আগৰ টকা আৰু এতিয়াৰ টকাৰ পাৰ্থক্য আছে।আগত সকলো বস্তৰ দাম কম আছিল আৰু মজুৰিও কম আছিল।গতিকে কাম আৰু টকাৰ মূল্য সমানেই আছে।।।কেৱল মূদ্ৰস্ফীতিহে হৈছে।।টকা ঋণ লোৱা কথাটো আগৰ মূল্যৰ মতেই আছে। নিৱনুৱা সমস্যাৰ কথা কৈ লাভ নাই তহতৰ দিনত টকা দিলেহে চাকৰি হৈছিল।এইক্ষেত্ৰত হিন্দুতকৈ মুছলমানেহে চাকৰি টকা দি লোৱা মানুহৰ সংখ্যা বেছি।।গতিকে কংগ্ৰেছে যে অসম চলাব নোৱাৰে সেইটো অসমৰ কংগ্ৰেছৰ নেতৃত্বৰ ভাষনতে গম পায়।।।কংগ্ৰেছে মনত ৰখা ভাল যে বিজেপিৰ যিবোৰ ৰাজ্যিকৰ পৰা তৃণমূললৈকে কমিটি আছে,সেইবোৰতে বহু ভোট বিজেপিৰ আছে।গতিকে অসমৰ প্ৰতিটো কোণত এতিয়া বিজেপি সক্ৰিয় হৈ উঠিছে,গতিকে কংগ্ৰেছ অসমত কেতিয়াও নাহে।।।বিজেপিৰ শাসনত অতিষ্ঠ হলেহে বেলেগ চৰকাৰ হব।

    • @kumudbaruah2001
      @kumudbaruah2001 Месяц назад +1

      সুন্দৰ মন্তব্য কৰিছে।

    • @monsingmaslai
      @monsingmaslai Месяц назад

      Boht val uttr disa congreak,hoi congrear dint kene asil heikotha hkolu a jane..

    • @dilipdeka3355
      @dilipdeka3355 Месяц назад

      এতিয়া পুৰণি বিজেপি কেইজন আছে এতিয়া অগপ আৰু কংগ্ৰেছৰ মেটেল কেইজনে চৰকাৰ চলাই আছে দেখোন আজিৰ পৰা কেইবছৰমান আগতে গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ আহিছিল এতিয়া গঙ্গাৰ পানী আহিল নেকি গতিকে তেতিয়াও অগপৰ বাহিৰে বাকী মন্ত্ৰী বিধায়ক সকলেও কংগ্ৰেছৰ ট্টেণিং লোৱা।

  • @akantagogoigogoi3686
    @akantagogoigogoi3686 Месяц назад +4

    ভাল সপোন দেখিছে ভূপেন আলী

  • @DulalSaikia-v4y
    @DulalSaikia-v4y Месяц назад

    পৰিবতনৰ গান গাইহে অসমত বিজেপি চৰকাৰ আহিছিল ।।পৰিবতনৰ নামত শিক্ষকৰ নামপৰিবতন কৰি টিউটৰ কৰিলে।এতিয়া বিধায়ক মন্ত্ৰী সকলৰ বেতন বঢ়ায় ললে ।চৰকাৰৰ নিয়ম মতে সাক্ষাত কাৰ দি অসমৰ মাননীয় তেতিয়াৰ চৰকাৰে গঠন কৰি দিয়া বাচনি কমিটিয়ে নিযুক্তিৰ বাবে অনুমোদন দিয়াৰ পাছত নিযুক্ত হৈ শিক্ষক পদত মাহিলী বেতন পোৱা শিক্ষকক বন্ধ হৈ থকাবকেয়া দিব নোৱাৰি তেতিয়াৰ মননীয় শিক্ষামন্ত্ৰী বতমানৰ মাননীয় মুখ্য মন্ত্ৰী জনে আমাক টিউটৰ নামদি টুপি মূৰত দি আমাৰ লৰা ছোৱালীক উচচ শিক্ষা দিয়াত বাধা দিয়াটো কৰি দেশৰ পৰিবতন কৰিলে ।

  • @bolindoley1045
    @bolindoley1045 Месяц назад

    🙏🌲👍

  • @PranjalSaikia-yk1lc
    @PranjalSaikia-yk1lc Месяц назад +1

    CHANGE SHOULD BE THERE THE VENTURE SCHOOL TEACHERS PROBLEM SHOULD BE SOLVED

  • @ruhitdihingia8210
    @ruhitdihingia8210 Месяц назад

    ২৬ ত যি চৰকাৰে নাহক, নতুন গাড়ী starting Problem হোৱাৰ দৰে চৰকাৰৰ starting Problem হ'ব। চৰকাৰ চলিবলৈ ১০ গুণ মূল্য বৃদ্ধি যদি কৰে, কৰ- কাটল যদি অভাৱনীয় ভাবে বৃদ্ধি কৰে চৰকাৰ চলিব। ফলস্বৰূপে, জনসাধাৰণৰ কি অৱস্হা হ'ব সহজেই অনুমেয়

  • @bishaldas3964
    @bishaldas3964 Месяц назад +2

    Xosa kothaaa

  • @nolevel__2900
    @nolevel__2900 Месяц назад

    ভূপেন বঢ়াই চিন্তা কৰিব লগা একো নাই । কাৰণ 2026 ত বি যে পি চৰকাৰে আকৌ শাসন কৰিব ।

  • @rinkushivam8759
    @rinkushivam8759 Месяц назад +1

    ভূপেন বৰা মূৰ্দাবাদ

  • @DebanathDoley-c2i
    @DebanathDoley-c2i Месяц назад

    Well come Cong.

  • @BhaskarNath-c7u
    @BhaskarNath-c7u Месяц назад +4

    26 or nirbasonot haribo kongress kheli lav nai

  • @NikhilRoy-he7jz
    @NikhilRoy-he7jz Месяц назад

    Bhupen Borah kamar manuh nohoy.
    Himanta r lekhiya ketiyao hob nuware
    Himanta jindabad.

  • @amritmazumdar6855
    @amritmazumdar6855 Месяц назад

    মহাত্মা গান্ধীৰ কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ কংগ্ৰেছৰ মাজত আকাশ পাতাল পাৰ্থক্য।

  • @BhaskarNath-c7u
    @BhaskarNath-c7u Месяц назад

    Val pasna korise borak

  • @BhaskarNath-c7u
    @BhaskarNath-c7u Месяц назад +3

    Vupen ali dangoria

    • @NilaSarmah
      @NilaSarmah Месяц назад

      হৈ যোৱা উপ নিৰ্বাচনত শুকুৰ আলি মিঞিটোক লৈ হিমন্তই নিৰ্বাচনত প্ৰচাৰ কৰিছিল মনত পেলাব।

  • @BhaskorDoley-m2j
    @BhaskorDoley-m2j Месяц назад

    Assamot. Takibo. Nalage. Bupen. And. Ripun. B

  • @manashmahanta6761
    @manashmahanta6761 Месяц назад

    2026 bjp চৰকাৰ

  • @RahulBrother123
    @RahulBrother123 Месяц назад

    HBS SAHAB OUR NEXT CM 2026 LIKHI RAKHAK BORA DANGARIA

  • @explorewithmirju2508
    @explorewithmirju2508 Месяц назад

    C for Congress C for Corruption.. Corruption is in their blood... Foundation stone may be laid but it never completes due to corruption...

  • @m.ksaikia4229
    @m.ksaikia4229 Месяц назад +1

    Asomor Rije 2051 year loike bjp logot ase

    • @Jr_dipu_bhai_yt
      @Jr_dipu_bhai_yt Месяц назад

      2051 মুসলিম সরকার তেতিয়া বুঝি পাবি হিন্দু😢

  • @ChandraSarmah
    @ChandraSarmah Месяц назад

    Raije Nibisare.

  • @JannatulAshiyana
    @JannatulAshiyana Месяц назад +1

    Right sir
    Congress zindabaad

  • @nagenbarman1002
    @nagenbarman1002 Месяц назад

    BJP Zindabad

  • @AnkurJyoti-g7i
    @AnkurJyoti-g7i Месяц назад

    Elementary school Education Department of Secretariet Secretary bohut dayor vhul kam korise

  • @KhagenBora-y8i
    @KhagenBora-y8i Месяц назад

    Cam nai congress

  • @RehanAhmed-re9lo
    @RehanAhmed-re9lo Месяц назад

    Congress jindabad Bhupendra Bhara jindabad

  • @PVBlok
    @PVBlok Месяц назад +1

    Congress jindabaad

  • @UtshabTalukdar
    @UtshabTalukdar Месяц назад

    কংগ্ৰেছৰ দিনত হীৰা পাইছিল মনত পৰে নে ।

  • @BijuDas-l8w
    @BijuDas-l8w Месяц назад +1

    Bhupendra chinta Parivar Na Lage 2000 26th BJP Sarkar rumal ko kamnaen

  • @rinkandutta6314
    @rinkandutta6314 Месяц назад +1

    Kapor fali diya to salinta kot bhupen miya

  • @AnkurJyoti-g7i
    @AnkurJyoti-g7i Месяц назад

    Director of Scert Assam ot bohut post khali vacant hoi asa kamor Pressure bohut bahise Elementary school Education Department of Secretariet and Personal Department of Secretariet etia loike Promotion bilak xunkale dibo para nai January pora thogai thogai misa kotha koi thake azi dim kali dim buli kintu dibo para nai azi December 25/12/2024 pale Retire hua manuh bohut asa Retirement age to borabo lage 65 koribo lage State government or December Vitorot 28 years manuh ejon Uda kori asil Director of Scert Assam Kahilipara eta post ot eman din rakhai niki Promotion bilak nidia ke Aikarne Retirement age to borabo lage 65 koribo lage December Vitorot Retirement age dia asa 31/12/2024 Retirement age to borabo lage December Vitorot

  • @NivaManiDas-v4f
    @NivaManiDas-v4f Месяц назад

    Congress zindabad👍

  • @tapanjitdeka800
    @tapanjitdeka800 Месяц назад

    ভূপেনে গোকাত মিছা কথা কৈছে

    • @Jr_dipu_bhai_yt
      @Jr_dipu_bhai_yt Месяц назад

      বিজেপির দালাল😅

  • @jupango460
    @jupango460 Месяц назад

    😂🤣🤣🤣🤣🤣😂😂😂😂😂😂😂

  • @khanjan-mi3jc
    @khanjan-mi3jc Месяц назад

    Congress jindabad

  • @AnudasAnuanu-h5c
    @AnudasAnuanu-h5c Месяц назад

    Rahul gandi bina bote pradan monti hob

  • @MoharamAli-d9u
    @MoharamAli-d9u 29 дней назад

    Dhar loy poketat khumaise hemanth chore

  • @jogenpegu778
    @jogenpegu778 Месяц назад

    Kam nai

  • @Bipul-g3z
    @Bipul-g3z Месяц назад

    Sok , bhupen khan dangaria , .........moi time loi question korim .

  • @ABarman-l4v
    @ABarman-l4v Месяц назад

    Nelag kukur poile log laga 9

  • @gunjalkalita7187
    @gunjalkalita7187 Месяц назад

    Congress zindabad ❤