জনসমুদ্ৰত পৰিণত পাঠশালাৰ অসম সাহিত্য সভাৰ অধিৱেশন
HTML-код
- Опубликовано: 8 фев 2025
- ⭕জনসমুদ্ৰত পৰিণত পাঠশালাৰ অসম সাহিত্য সভাৰ অধিৱেশন। অধিৱেশনৰ তৃতীয় দিনা নৱ-নিৰ্বাচিত সভাপতিক লৈ উলিওৱা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। পদ্মভূষণ নৃত্যাচাৰ্য যতীন গোস্বামীয়ে উদ্বোধন কৰে সাংস্কৃতিক শোভাযাত্ৰা। সাস্কৃতিক শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/