জুবিনৰ দৰে গান গালেই জুবিন হৈ নাযায় , মানুহৰ ইমান ইগৌ হ’ব নাপায় Sanjib Bora : Ramakanta Dewri

Поделиться
HTML-код
  • Опубликовано: 15 сен 2024
  • জুবিনৰ দৰে গান গালেই জুবিন হৈ নাযায় , মানুহৰ ইমান ইগৌ হ’ব নাপায় Sanjib Bora : Ramakanta Dewri
    #timesguwahati #news #mikirbheta
    About us
    We are a web portal from North-East
    Times Guwahati
    Follow us on FB
    / timesguwahatinews
    follow Pulak Nath at inst
    / pulaknath123
    Visit our website
    timesguwahati.com
    Thanks for visit us ✅Follow Pulak Nath as Your friend at Facebook
    / pulaknath123
    For any Detais please inbox or comment

Комментарии • 538

  • @chowlengdonahom1105
    @chowlengdonahom1105 2 года назад +276

    ১০০% সত্য, শুদ্ধ কথা কৈছে। আনক অনুকৰণ কৰাতকৈ নিজৰ বিবেক, নিজৰ প্রতিভাৰে, নিজৰ সৃষ্টিৰে সফল হ'বলৈ চেষ্টা কৰা উচিত। জুৱিন দাৰ স্হান কোনেও ল'ব নোৱাৰে নোৱাৰে নোৱাৰেই।✊

  • @nayanmonidutta9768
    @nayanmonidutta9768 2 года назад +93

    সমস্যাৰে জৰ্জৰিত ৰাজ্য এখনত বিধায়কৰ বহুতো কৰণীয় কাম আছে | নতুনকৈ উঠি অহা লৰা এজনক বিধায়কজনে কিয় তেনেকৈ কৈছে নেজানো, কিন্তু শোভা পোৱা নাই | জুবিনেই হওঁক সুধাকণ্ঠই হওঁক ( সকলো বিখ্যাত শিল্পীৰ কথা কবলৈ নেযাও, তালিকা দীঘলীয়া হ'ব) সকলোৱে নিজৰ প্ৰচেষ্টাত একোখনকৈ সুকীয়া স্থান দখল কৰিছে | সেইয়া মঞ্চতেই হওঁক বা মানুহৰ হৃদয়তেই হওঁক | কাৰো লগত কাকো তুলনা কৰা উচিত নহয় | মই যদি কও জুবিনে সুধাকণ্ঠৰ স্হান লব পাৰিব নিকি কোনোবা জনমত তেতিয়া কেনে হব কথাটো ? ঠিক তেনেদৰে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱ, জ্যোতি প্ৰসাদ আগৰৱালা , পাৰ্বতী প্ৰসাদ বৰুৱা বৰ্তমানৰ পাপন.... নিজৰ নিজৰ স্হানত কাৰো কাৰোৰে লগত তুলনা কৰিব নোৱাৰা প্ৰতিভা দক্ষতা আছে | জিতুল সোনোৱালৰ কী বোৰ্ড বজোৱা জুবিন আজি বিখ্যাত শিল্পী | সেইবুলি জিতুলৰ গান বেয়া পোৱা ব্যক্তিও মোৰ মতে নাই চাগৈ | গতিকে কোনেও কব নোৱাৰে আজি জুবিনক আদৰ্শ হিচাপে লৈ সংগীতৰ চৰ্চা কৰা সঞ্জীৱো হয়তো নিজৰ সুকীয়া পৰিচয়েৰে এদিন উজলি উঠিব |

    • @gamingwithraino4494
      @gamingwithraino4494 2 года назад

      Yes brother manuhor mon xodai aneka hob lage ......xokolu kothate mnuhok hate krib nalge .......asolote ji jon bidhaoke anekoi koise teur puttroi ki krise xokolue valkoi jane .....ako ahe lukok niti xikha dibole ....tenekoi nkoi olop jodi utxah dile hoi jubok jone aru olop val pale hoi ...axon monsot mati ni anekoi kaku etiking krib nalge sbore prestige ase bidhaiok jonoru aru uthi oha jubok jonoru lgte xadharon ajon jubokoru 🙏🙂

    • @taralimahanta2456
      @taralimahanta2456 2 года назад +3

      Xosa kotha koise apuni..

    • @metubeassam3050
      @metubeassam3050 2 года назад +3

      Xosa moi o take bhabu

    • @karunakalita8021
      @karunakalita8021 2 года назад +1

      Rightly said

    • @chinmoy415
      @chinmoy415 2 года назад +1

      Apuni kuwa kotha khar hoxa kintu ego besi ase furti anondo kori program besi Val lagibo

  • @papanborah3866
    @papanborah3866 2 года назад +231

    Zubeen দাক যে প্ৰাণ ভৰি ভাল পাওঁ দেই। আৰু লগতে কওঁ সঞ্জিবে যে জুবিন দাক অনুকৰণ কৰিছে সেইটো একো ডাঙৰ কথা হোৱা নাই। তেওঁ জুবিন দাক তোমাৰ মোৰ দৰেই ভাল পায়। সেয়ে চেষ্টা কৰিছে জুবিন দাৰ দৰে অকণমান ৰাইজক দেখুৱাবলৈ। ইয়াক ট্ৰল কৰাটো ভাল হোৱা নাই। আৰু Mr ৰমাকান্ত ডাঙৰীয়া প্ৰতিনিধি হৈ কাৰোবাৰ প্ৰতিভাক সন্মান ,উচ্চাছ দিব লাগেনে তেওৰপ্রতিভাক নেগলেট কৰিব লাগে আৰু তোমাৰ মাততো শুনি চাবা record কৰি কেনে লাগে।

  • @ashique.305
    @ashique.305 2 года назад +165

    জুৱিন দাৰ স্থান কোনেও লৱ নোৱাৰে ♥️ love you zubeen da💖 জয় আই অসম

  • @dulanzubeensaikia8257
    @dulanzubeensaikia8257 2 года назад +57

    King of Assam 🌹🙏🙏
    Only Zubeen Daa 🙏🙏🙏

  • @Doigrung
    @Doigrung 2 года назад +61

    Zubeen dar nisina talent ny janisu... Kintu.. sonjib ajon uthi oha singer.. Teuk ami utkha he dibo lage....zubeen dak hokoluwe val pai hei karone zubeen dar gaan hokoluwe gabo khuje... iyat beya pai lav ny..... Sonjib bora k support korok... Dhonyobad

    • @jodujunakakashmusical266
      @jodujunakakashmusical266 Год назад +1

      তোমি যদি আগবাঢ়ি যাব বিচাৰা তেন্তে নিউজৰ কথা নামানিবা ! সকলোৱে যদি জুৱিন দাৰ নিচিনা হব পৰা হলে হলেই হেতেন । ইমানো সহজ নহয় - জুৱিন গাৰ্গ হোৱাটো , sanjeeb দাই পাৰিছে যে ! আৰু বেছি নক‌ও নিউজে তোমাক এদিনত উঠাব এদিনত নমাব - এ‌ইবোৰ বাদ দিয়া নিজ ভালেই জগত ভাল - যি হৈ আছে ভালেই হৈ আছে ।।।।।। sanjeeb da bst of luck

  • @krishnachungkrang7223
    @krishnachungkrang7223 2 года назад +93

    ভালো মানূহক সকলোৱে follow কৰে... এইটো ডাঙৰ কথা নহয়, কোনোবাই জুবিন দাৰ‌ দলে গান গাব বিচাৰিছে গাব দিয়ক , সাহক কৰক ....................

    • @bagadharchetia9299
      @bagadharchetia9299 2 года назад

      হয়

    • @nipenborah7037
      @nipenborah7037 2 года назад

      সমালোচনা কৰিব লাগি গল ।যিমান হলেও যি কৰিলেও জুবিন দাৰ নিছিনা হব নোৱাৰে সকলোৱে জানে । লৰাটোক সাহস হে দিব লাগে ।জুবিন দাৰ নিছিনা গালেই খোজ কাঢ়িলেই যেনিবা তাতে কি ডাঙৰ কথা হল । সঞ্জিৱ তুমি জুবিন দাক গুৰু মানি আগুৱাই যোৱা ।

    • @babankalita2253
      @babankalita2253 2 года назад

      I agree

    • @MDedits94
      @MDedits94 2 года назад +1

      Apuni thikei koise. Moi o ak mot .

  • @musicassamreverb9498
    @musicassamreverb9498 2 года назад +47

    জুবিন জুবিনেই ❤️

  • @parthahandique923
    @parthahandique923 2 года назад +11

    জুবিন দা নিচিনা হ'ব নোৱাৰে যিমানে হ'লেও। জয় জুবিন দা।

  • @lucknathchetia8468
    @lucknathchetia8468 2 года назад +7

    ৰমা দা আনক এনেকে নকব সপোন আছে সকলুৱে,

  • @mitalirabha8082
    @mitalirabha8082 2 года назад +66

    ১০০% সত্য।জুবিন দাৰ স্থান কোনেও লব নোৱাৰে ❤️love you ❤️জুবিন দা💓জয় আই অসম

  • @duhnu8387
    @duhnu8387 2 года назад +7

    জুবিন দা ৰ স্থান কোনেও ল'ব নোৱাৰে কিন্তু সেইবুলি ৰাইজৰ মাজত এনেকৈ লাজ দিব নাপায় নহয়।।সাহস উৎসাহ দিবহে লাগে।।

  • @kenonrajbongshi8563
    @kenonrajbongshi8563 2 года назад +2

    100%ৰাইট জুবিন দাৰ দৰে কোনেও হব নোৱাৰে
    সাইলাখ কিও কতিলাখ হলেও হব নোৱাৰে এইটো কথা মইও কোও
    জুবিন দা অলপ মদ খায় গতিকে দাদাৰ লগত দুজন মান সাইস্থৰ পক্ষে ডক্তৰ এনি টাইম থকাটো মই বিচাৰো ❤️❤️🔥🔥

  • @alomali8834
    @alomali8834 2 года назад +9

    অসম এক ফালে। আৰু জুবিন গাৰ্গ এক ফালে। I love ❤️❤️ zubeen Daa

  • @hemantagogoi813
    @hemantagogoi813 2 года назад +125

    আনৰ মনত ইমান আঘাত দিৱ নালাগে । বেয়া কথা ।

  • @arifhussainhazarika851
    @arifhussainhazarika851 2 года назад +24

    আমি জানো যে Jubin এজনেই কিহৰ junior আৰু কিবা.....eibur লৈ নিউজ নিদিব

  • @drgaming3361
    @drgaming3361 2 года назад +18

    একদম সঁচা কথা । জুবিন দাৰ স্থান কোনেও লব নোৱাৰে
    Love you zubeen daa ❤️❤️
    I always love u zubeen daa ❤️

  • @bhadrakantadas6101
    @bhadrakantadas6101 2 года назад +25

    ভূপেন দা ভূপেন দা ই ভূপেন দাৰ নিচিনা কোনো হ'ব নোৱাৰে।তেওঁ বিশ্ব ৰত্ন।

  • @krishnasaikia2739
    @krishnasaikia2739 2 года назад +13

    লৰা জনক ৰাজহুৱা অনুষ্ঠান এটাত এনেকৈ কোৱা ভাল কথা নহয়, এইটো গুন সকলোৰে গাত না থাকে।

  • @dhantidutta5291
    @dhantidutta5291 2 года назад +8

    সঞ্জীৱ বোলা জনক মইও ফোন কৰিছিলোঁ ।। ব্যৱহাৰ টু ভাল নাপালোঁ ।।

  • @erashree5256
    @erashree5256 2 года назад +1

    Sanjib agg bahi jua Tumi..hdai gaan gai jaba😍😍

  • @jyotishchoudhury2377
    @jyotishchoudhury2377 2 года назад +22

    জুনিয়ৰ চিনিয়ৰ এইবিলাক হোৱাতকৈ নিজৰ এক সুকীয়া পৰিচয় হব লাগে,, আৰু মই অমুকৰ দৰে হম, মই তমুকৰ দৰে হম বুলি কোৱাতকৈ নিজে নিজৰ ঠাইত থাকি বিশ্ববাসীৰ আগত নিজৰ পৰিচয় গঢ়ি তুলিব লাগে

  • @bhadreswarbora2004
    @bhadreswarbora2004 2 года назад +9

    বিধায়ক মোতএনে ।কথা ভাল নালাগে উঠি অহা লৰা ।তাক উৎসাহ দিব লাগে আৰুআগোৱাই যব পাৰে বিধায়কে মুখত ।লেকাম ৰাখি কথা কব লাগে৷

  • @rajdeepgamer9268
    @rajdeepgamer9268 2 года назад +9

    Sanjibr nijor gaan ase , aaru hi nijei junior zubeen buli koi nufure🙄 belegehe koi...
    Akol sanjibei nhy belegeo zubeen daar gaan gai stage ot, tart voice tu mili jai babe koi manuhe junior zubeen buli, tat ki prblm ...

  • @bitupangogoi2117
    @bitupangogoi2117 2 года назад +15

    Dr ভূপেন হাজৰিকাৰ তুলনাত Zubeen garg eku nohoi

    • @villagerockstar1772
      @villagerockstar1772 2 года назад +2

      Zubeen dai agotei bohut keita interviewt koise j teok bhupen hazarikar lgt tulona koribo mana krise....

    • @akashprotimofficel3925
      @akashprotimofficel3925 2 года назад +1

      Bhupen Hazarika siror tulona nai , Zubin da hol gayak ,kin2 Bhupen Hazarika sir hol hilpee (silpee).

  • @sahilhoque1645
    @sahilhoque1645 2 года назад +8

    Next বিধান সভা election ত মই ৰমাক ৰগৰি দিম ⚡

  • @soonmoni6746
    @soonmoni6746 2 года назад +23

    Love u Zubeen da ♥️♥️♥️♥️

  • @ayandewri7481
    @ayandewri7481 Год назад

    Right ..👍👍👍👍thikei koise...jubeen jubeeenei 🙏🤞tar Thai kuneu lobo nuware👍👍👍

  • @angsumanraja3368
    @angsumanraja3368 2 года назад +40

    জুবিন দাৰ দৰে একেই কন্ঠৰ গৰাকী আন কোনো হ'ব নোৱাৰে। জুবিন দাৰ দৰে আন কোনোৱে গাব নোৱাৰে।দুই এটা শব্দ জুবিন দৰে কোৱাৰ চেষ্টা কৰিবহে পাৰে সেয়া হুবহু নহয়। বহুতো পাইছো জুবিন দাৰ অবিকল বুলি কয়। কিন্তু গান শুনিলেহে গম পোৱা যায়, জুবিন দাৰ কন্ঠৰ দৰে দৰদী আৰু বিশালতা আন কাৰো। নাই।

    • @shekharrajbongshi6929
      @shekharrajbongshi6929 2 года назад +2

      Right 👍

    • @juliegogoi3760
      @juliegogoi3760 2 года назад +1

      Ekdom hosa kotha 👍👍👍👍👏👏👏👏ru Bollywood t singers koi bohu uporat kiyou nu ya ali gantu kunew gabo nuearile kintu amar super hero a gale

    • @balendaimary9815
      @balendaimary9815 2 года назад

      Tanhle okal zubbenei tkakak un kunu thakibo nlage hoi na nhay

    • @juliegogoi3760
      @juliegogoi3760 2 года назад

      Mur nejor motamot disu tate tur ki hol ha

    • @angsumanraja3368
      @angsumanraja3368 2 года назад

      @@juliegogoi3760 ময়ো সত্যটো উপস্থাপন কৰিছো তাতে তোৰনো কি হ'ল হা?

  • @papusvlogs4675
    @papusvlogs4675 2 года назад +1

    💯 right 👍

  • @ramashrikalandi3434
    @ramashrikalandi3434 2 года назад +4

    I love you zuben da 🙏🇮🇳 Jai Shri Krishna

  • @mainubegum4364
    @mainubegum4364 2 года назад +7

    Our heartbeat zubeen da 😍😍😍😍😍❤❤❤💖💖💖💖💖

  • @shonhaque2843
    @shonhaque2843 Год назад +1

    Zubeen Garg amar vogoban

  • @pratapdas1113
    @pratapdas1113 2 года назад +1

    Go ahead Sanjib don't mind

  • @gracesonabhiofficial1816
    @gracesonabhiofficial1816 2 года назад +1

    U r right

  • @imranbabumusically
    @imranbabumusically 2 года назад +8

    যি কৈছে, সঠিক টো এই কৈছে ! জুবিন জুবিনেই । জুবিন দাৰ কোনো দ্বিতীয় নাই। জুবিন দাৰ দৰে গান গালে জুবিন হ'ব নোৱাৰে । জুবিন দাৰ দৰে একেই কণ্ঠদান কৰা টো অনুকৃতি ( mimicry) বোলে, সেয়া Junior Zubeen বুলি নকয়। জয় জুবিন দা ✊♥️💖

  • @dharanisvlog5012
    @dharanisvlog5012 2 года назад

    সুন্দৰ right

  • @hemantagogoi2474
    @hemantagogoi2474 2 года назад +1

    Ryt kotha

  • @safikulxiii8068
    @safikulxiii8068 2 года назад +5

    King is always be a king 💓💓💓💓joi zubeen da

  • @mr.patarassam.7986
    @mr.patarassam.7986 2 года назад +37

    Duplicate বস্তু এনেও বেছি দিন নচলে।

  • @poraggogoi8339
    @poraggogoi8339 2 года назад +6

    It's absolutely right

  • @assamese_facts
    @assamese_facts 2 года назад +2

    King Of Assam Zubeen Da..& King of India Arijit Singh.. Both are legend....

  • @biswajitgogoi7747
    @biswajitgogoi7747 2 года назад +1

    একদম সচাঁ কথা । জুবিন গাৰ্গৰ লগত তুলনা নকৰিব । জুবিন দাৰ দৰে আৰু বেলেগ কোনো নাই ।

  • @palvlogs3919
    @palvlogs3919 2 года назад +20

    জুবিন দাৰ দৰে একেই কণ্ঠৰ গৰাকী হ'ল বুলিয়েই যে জুবিন হ'ব সেইটো হ'বই নোৱাৰে আৰু সম্পূৰ্ণ টো একে কণ্ঠ স্পষ্ট নহয় অলপ মিলে যেনিবা 😌 জুবিন জুবিনেই পাৰিব কোনোবাই জুবিন দাৰ কৰ্ম বোৰ দেখুৱাব কেতিয়াও নোৱাৰে আৰু নোৱাৰেই 😇🤞

  • @suhanidancegroup
    @suhanidancegroup 2 года назад +3

    Zubeen da zubeen dai...Love you Zubeen da❤️

  • @missamarilocal4896
    @missamarilocal4896 2 года назад +2

    Zubeen da zubeen ne hoi tar jagat blg kunu zubeen nii ai axomtut zubeen da is best no attitude love this man😘😍❣️❣️❣️❣️❣️zubeen da bss na Mon Jai

  • @neelimakashgogoi2742
    @neelimakashgogoi2742 2 года назад +24

    Zubin da best ❤❤ all time

  • @pujasaikia9470
    @pujasaikia9470 2 года назад

    Zubeen da zubeen ai aru lov u zubeen daa😍😍😍

  • @bikidas7184
    @bikidas7184 2 года назад

    Xosa kotha 👏👏👏👏

  • @mintubharali3092
    @mintubharali3092 2 года назад +1

    Sanjib bora ajon udio man jubok
    Teu zubeendar sthan lobole jua nai.keol matro zubeendar gaan he gaise.bidhayak deuri sir vab dharona akdom kesua lora-sualir nisina. Bidhayak hisabe deuri sir a aji somajor udioman jubok jubotik utsah dibo lagisil. Kintu take nokori gaangai val pua lora atak somalusona kori monubol down koribole goise.aibur val katha nohoi.deuari sir.. Apuni sanjib r nisina koi zubeen dar ata sobdo koboloi anurudhjonalu.
    Sanjib bora,tumi karu ra katha nuhuniba.tumi gaan gai jua.god bless you.

  • @kamalrabha368
    @kamalrabha368 2 года назад +4

    সচা কথা, জুবিন জুবিনেই

  • @maheshganju2334
    @maheshganju2334 2 года назад +1

    Zubeen da kintu ketiau ekmot nohoy bidhayokor kothat joy junior jubeen

  • @gitanjaligogoi9195
    @gitanjaligogoi9195 2 года назад

    Jubin dar Dore kunu hob nuware ae pithibit ...jubin da is best in our world ...love you jubeen da

  • @s.d6539
    @s.d6539 2 года назад

    জুবিন হʼব নালাগে, নিজৰ প্ৰতিভাৰে নিজৰ নামেৰে উজলি উঠক, গায়ক হোৱাটো সহজ, শিল্পী হোৱাটো টান। শিল্পী হ'বলৈ সাধনাৰ প্ৰয়োজন । জুবিন দাৰ দৰে নিজেও সাধনা কৰক,নিশ্চয় সফল হ'ব। অকল ষ্টাইল অনুকৰণ কৰিলেই নহয়, সেইটো সচা কথা।

  • @VijaySharma-xy3ez
    @VijaySharma-xy3ez 2 года назад +1

    Write 1000%

  • @yubrajdeka4995
    @yubrajdeka4995 2 года назад +3

    Zubeen zubeen ai ..... zubeen mne akhon xagor jar xoman kono hbo noware......nijr namere nijr parisoy kra osit ... copy kori 2nd zubeen hwa r drkar nai.....xakolore gan gbo pare but 2nd boli tag kra osit nhy .....
    Zubeen daa k bht vl pw....blg ji ki nhy te o r nam kalangka nakhanibo plz....
    Joi aai axom

  • @mvthengal3876
    @mvthengal3876 2 года назад +1

    Right

  • @dhritirekhanath7567
    @dhritirekhanath7567 9 месяцев назад

    সঞ্জীৱ তুমি আগুৱাই যোৱা

  • @birajkonwar3605
    @birajkonwar3605 2 года назад +3

    জুবিন দাৰ দৰে telant কাৰোঁ নাই,আৰু জুবিন দাৰ গানৰ যি মধু ময় খুৰ তেঁও পৰা কোনো কাৰি আনিব নোৱাৰে, সঞ্জীৱ অৰ্থাৎ জুনিয়ৰ জুবিন হিচাপে পৰিচিত তেঁও এজন উদীয়মান শিল্পী, তেঁও সংগীত জগতত নতুন কৈ ভৰি দিছে, তেঁওক আমি উৎসা দিব লাগে, যিমান পাৰে আগুৱাই যোৱাত সহায় কৰিব লাগে, তেওঁক down দিব নালাগে,,

  • @monishaborah3201
    @monishaborah3201 2 года назад +4

    Zubeen da 1 jonei aru belg ni Jai Zubeen daa ❤️🔥

  • @nandodas1821
    @nandodas1821 2 года назад +1

    Val koise kokaii 😊

  • @pritamsarma1672
    @pritamsarma1672 2 года назад

    Right your comment Romakanta khura...

  • @chimpidekabordoloi9969
    @chimpidekabordoloi9969 2 года назад

    Sanjib is the best,aru zubeen da o best joi zubeen da

  • @promodbora3129
    @promodbora3129 2 года назад

    জয় জুবিন দা

  • @dulumedhi2513
    @dulumedhi2513 2 года назад +1

    Yes 100

  • @petpuha
    @petpuha 2 года назад +4

    জয় জুবিন দা ❤❤❤❤.

  • @sumantasaikia7256
    @sumantasaikia7256 2 года назад +11

    Yes, no one can stand as Zubin Garg

    • @ctcreation6549
      @ctcreation6549 2 года назад

      Hai buli zubeen dak follow kora tu aku beya kotha nhy.

  • @ilovestroom
    @ilovestroom 2 года назад +9

    U r not true if some one copy art of others that is the sign of love and we always try to live with positive

  • @mamu1469
    @mamu1469 2 года назад +2

    I love you Zubeen da God bless you

  • @user-ck5wk6wh2y
    @user-ck5wk6wh2y 2 года назад +3

    ঠিক কৈছে জুবিন জুবিনেই । জুবিন গাৰ্গৰ নিজস্ব সুন্দৰ সৃষ্টিৰ কথা কৈ শেষ কৰিব নোৱাৰি। জুবিনৰ দৰে মাত টো উলিয়াই গান গাব পাৰিলেই জানো জুবিন গাৰ্গ হব পাৰিব জানো

  • @robiulislam3710
    @robiulislam3710 2 года назад

    100%right.

  • @dcgaming2839
    @dcgaming2839 2 года назад

    Hosa kotha Zubeen da dora hobo jonom jonom lagibbo . Vogoban ajona thake thik zuberi da ❤️

  • @abinashkolitaabinashkolita7456
    @abinashkolitaabinashkolita7456 2 года назад

    Amar zuben Da he main bakibur dorkar nai love you zuben Da ♥️

  • @drksoul3588
    @drksoul3588 2 года назад

    I agree with his words

  • @kokoquiz6510
    @kokoquiz6510 2 года назад +6

    zubeen best

  • @maraminath7447
    @maraminath7447 2 года назад

    Right 💯 love you Zubin da , Zubin da thoi kunu o lobo noware

  • @Solo_rider_v4_46
    @Solo_rider_v4_46 2 года назад +1

    Zubin দাক প্ৰান ভৰি ভাল পাও সচাঁ। আৰু লগতে কঁও সঞ্জীৱে যে জুবিন দাক অনুকৰন কৰিছে সেইটো একো ডাঙৰ কথা হোৱা নাই। তেওঁ জুবিন দাক তোমাৰ মোৰ দৰে ভাল পাই। সেয়ে চেষ্টা কৰিছে জুবিন দাৰ দৰে অকণমান ৰাইজক দেখুৱাবলৈ। ইয়াক ট্ৰল কৰাটো ভাল হোৱা নাই। আৰু Mr. ৰমাকান্ত দেউৰী ডাঙৰীয়া উঠি অহা প্ৰতিনিধিক উৎসাহ, সন্মান দিব লাগে নে তেওঁ মনত আঘাত পোৱাকৈ কিবা কব লাগে আপোনাৰ মুৰত সেইকণ অভিগ্ৰতাও নাই নে? Mr. ৰমাকান্ত দেউৰী ডাঙৰীয়া আপোনাক দেখাত ভাল লাগে নে, আপোনাৰ মাত টো শুনি ভাল লাগে। তথাপিও আপোনাৰ বিষয়ে কোনেও তেনেকৈ কোৱা নাই। বেলেগ নকঁও ক'ৰবাত কিবা কোৱাৰ আগত অলপ ভাবি চিন্তি কব। 🙏🙏🙏

  • @likhanlj8552
    @likhanlj8552 2 года назад +2

    Olp besi hl বিধায়ক মহোদয় ,

  • @শ্ৰীসঞ্জীৱ
    @শ্ৰীসঞ্জীৱ 2 года назад +20

    জুবিন জুবিনেই , লাগিলে মদাহি হ'ব পাৰে কিন্তু জুবিন জুবিনেই 🤣

  • @bharathindubhumi
    @bharathindubhumi 2 года назад +3

    ৰমাকান্ত তপাক নিৰ্বাচন আহিলেই আল বাল কৈ থকা দেখা যায় |
    হেৰৌ MLA ককা আপুনি যদি বেলেগৰ ওপৰতেই সদায় ভাষণ দি থাকে তেন্তে ৰাইজৰ দেশৰ কি উন্নতি কৰিব?
    আপুনাৰ বহুতো সভাত দেখো আপুনি আনৰ গুণ গায় ভাল পায় | কিয়?
    নাপাই দেই এইবোৰে এজন প্ৰাপ্তবয়স্ক ব্যক্তিক শোভা নাপায় দেই |
    ভাল কাম কৰক আপোনাৰেই ভাল নাম হব |
    এনেকৈ হলে এইবাৰ বেয়াকৈ হাৰিবা | 😭🤣😂🤣😂

  • @shaikhblogger3682
    @shaikhblogger3682 2 года назад +4

    Zubeen ❤️ u my ❤️

  • @jaljal4052
    @jaljal4052 2 года назад +1

    Yes

  • @mainabora2612
    @mainabora2612 2 года назад +13

    জুবিন জুবিনেই 😘😘juna Zubin da nisina buli vabe xi goi mental hospital t pori thokai vl😆😆😆

    • @proconvertin9406
      @proconvertin9406 2 года назад +2

      Danger kotha koi dile dexun 😂😂😂😂😂....hahisu deok baru 😂😂😂

    • @mainabora2612
      @mainabora2612 2 года назад

      @@proconvertin9406 hei 😂😂😂 apuni nokobo dai xoru swali moi😁😁

    • @proconvertin9406
      @proconvertin9406 2 года назад +1

      Aiyooo dehi

    • @mainabora2612
      @mainabora2612 2 года назад

      @@proconvertin9406 😅😲

    • @axomsumanyt7866
      @axomsumanyt7866 2 года назад +3

      Aree bhonti eibilak politician hoi..kiba eta new kotha bonai jogra logai diyat val...lora jone nijei kowa nai nohoi je moi junior zubeen..tumar mor dore manuhe ye name dise junior zubeen buli.. zubeen da k vl pai zubeen da k follow kora tu ki bea kotha neki... zubeen r dore kuneo hobo nuware aitu right..

  • @as01ridersv74
    @as01ridersv74 2 года назад +1

    Zg boss

  • @noiseassambrainers
    @noiseassambrainers 2 года назад

    এজন বিধায়কৰ মুখত এনে কথা শুভা নাপায়।

  • @ramashrikalandi3434
    @ramashrikalandi3434 2 года назад +2

    Yes 💞🙏🇮🇳 Jai zuben da

  • @nirenrongpee2719
    @nirenrongpee2719 2 года назад

    Thik koise...... Aami beleg jubin val napau kela..... Jubin is our Love and All

  • @mohankaman7631
    @mohankaman7631 2 года назад +1

    Hosa khta koise appuni jai Zubeen da

  • @sonjibsunvlogs6448
    @sonjibsunvlogs6448 2 года назад +5

    ১০০,নহয় হাজাৰ হাজাৰ সত্য কথা | Jubeen is Jubeen💝💝💝

  • @jeetborgohain8526
    @jeetborgohain8526 2 года назад

    জুবিনৰদৰে কন্ঠ হব পাৰে...কিন্ত তেওঁৰ গুণ অতুলনীয়...এনেবোৰ সস্তীয়া বাতৰি কৰি,আনৰ লগত তুলনা কৰি তেওঁক অপমান নকৰিব ।

  • @prokitiaxom3766
    @prokitiaxom3766 2 года назад

    Zubeen daa zubeen daa e hodai 👍

  • @ranineog2827
    @ranineog2827 2 года назад +1

    Xosa Kotha
    Zubeen daa ♥️♥️

  • @maadinarasul4826
    @maadinarasul4826 2 года назад +2

    Zubeen daa k jdi vl pai teok onukhoron kori agbarhi jabo bisarise tate mr budhere eku beya huwa nai khi to karu agot kuwa nai no j moi zubeen jar koi vl gabo paru ba etc...so ami teok appreciate kribo he lage

  • @LilaktKonwarLandscapeArtvlog
    @LilaktKonwarLandscapeArtvlog 2 года назад

    EKDOM THIKE KOYSE 😍😍😍😍👌👌👌👌

  • @AnkurJoyti123
    @AnkurJoyti123 2 года назад +7

    ৰমা কান্ত ছাৰে অপ্ৰিয় হলেও সত্য কথাই কৈছে, আচলতে সঞ্জীৱৰ গাত সেই প্ৰথমৰ পৰাই বহুত atitude দেখি আহিছিলো। কিন্তু কোৱাৰ প্ৰয়োজন বোধ কৰা নাছিলো। আচলতে তেখেতৰ গাত যিহেতু শিল্পী সুলভ কন্ঠ এটা আছে। গতিকে নিজক বিক্ৰিত নকৰি অলপ সংযম কৰক। নিজৰ ব্যক্তিক গুৰুত্ব দিলে নিশ্চয় ভাল হব। নহলে এই অৱস্থাত থাকিলে কিন্তু ৰাণু মণ্ডল হবলৈ বেছি দিন নেলাগে..

    • @gamingwithraino4494
      @gamingwithraino4494 2 года назад +3

      Asolote selekib pale sobei val .....ajon uthi oha jubokok olop mn utxah dib lage .....jodi xeixiniku dib nuare tenehole trol kribou nalge ......manuhok olop man utxah jonab parile .....only hate dibole try nkorib .....so kotha bur vabi saba 🤨abuj sob

    • @poojapriya7635
      @poojapriya7635 2 года назад +3

      Fokotia toy edin sanjibok log kori ahibi tetia gom pabi. Muk ase buli ji ti nobokibi. Aru tur romakanta ki hoi axomor sobe jane.

    • @gamingwithraino4494
      @gamingwithraino4494 2 года назад

      Jegat disa kla 🤣🤣😂 aibur hol seleka dana pani pai thoka so pura selekib jai kla 🤣😂😚

    • @metubeassam3050
      @metubeassam3050 2 года назад +1

      Agote nije val hoi dekhuwaok ajon uthi oha shilpi j trol kori ase tatei gom paisu apunar mentally Tu kenekua faltu

  • @dasbarbi8170
    @dasbarbi8170 2 года назад

    ১০০% সচা কথা

  • @biswajyotisaikia8770
    @biswajyotisaikia8770 2 года назад +5

    Zubeen da.. ❤

  • @dhyanbordoloi9085
    @dhyanbordoloi9085 2 года назад +2

    Zubeen dak sini paw.. But sanjeeb kun hoi

  • @buddhadevdas6369
    @buddhadevdas6369 2 года назад

    Right sir

  • @_m_p_mecdowels_gamer_7707
    @_m_p_mecdowels_gamer_7707 2 года назад +6

    First views