8Aug-22,গীতা কিয় অৰ্জুনে শুনিবলৈ পালে? নৃপেন শ‌ইকীয়া।

Поделиться
HTML-код
  • Опубликовано: 1 дек 2024

Комментарии •

  • @nirmalchangmai-kz5rd
    @nirmalchangmai-kz5rd Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @Beta-b7o
    @Beta-b7o 2 месяца назад +1

    ৰাম কৃষ্ণ হৰি প্ৰণাম জনাইছোঁ

  • @harjyotimedhi3176
    @harjyotimedhi3176 2 года назад +1

    Jai shree krishna jai shree Ram.

  • @manojdeka2948
    @manojdeka2948 Год назад +1

    কৃষ্ণ কৃষ্ণ আয়োজন আই গৰাকীৰ বৰ ভাগ্যৱান

  • @animadevi4327
    @animadevi4327 2 года назад

    Krishna Krishna 🙏🙏 bap prabhu loi xewa nibedilu

  • @sakuntalamazi1601
    @sakuntalamazi1601 2 года назад +1

    krishna krishna krishna 🙏🙏🙏

  • @daduldas1643
    @daduldas1643 2 года назад +2

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ

  • @gitanjalipathak1375
    @gitanjalipathak1375 2 года назад +2

    কৃষ্ণ প্ৰভু সেৱা আগবঢ়ালোঁ।

  • @prafullabora5386
    @prafullabora5386 2 года назад +3

    হে মোৰ প্রাণৰ বান্ধৱ , শ্রৱণ কৰা হল । অত্যন্ত সুখী হ'লো । হে বান্ধৱ, কৃতজ্ঞতাৰ শৰাই ভাগি আপোনাৰ শ্রীচৰণত অৰ্পণ কৰিলো । জয় জগত গুৰু শ্রীমন্ত শঙ্কৰদেৱৰ জয় । জয় জয় আৰু জয়

    • @nipensaikia3763
      @nipensaikia3763  2 года назад +1

      হে বাপবান্ধৱ ,আমাৰ সহস্ৰ প্ৰণিপাত।
      ভগৱানে আপোনাসৱ সমস্ত বাপ,আইক
      চৰণত ঠাই দিয়ক। জয় গুৰু শঙ্কৰ।

  • @prafullabora5386
    @prafullabora5386 2 года назад +3

    জয় গুৰু শঙ্কৰ । কৃষ্ণ কৃষ্ণ । হে মোৰ প্রাণৰ সুহ্দ বান্ধৱ, শত সহস্ৰ কোটি প্রণিপাত আৰু ভক্তি ভৰা সেৱা গ্রহন কৰিব

    • @nipensaikia3763
      @nipensaikia3763  2 года назад +1

      Ramkrishna Ramkrishna Ramkrishna Ram Ram Krishna Ram Krishna Ram Krishna Ram Krishna Ram Krishna Ram Krishna Ram Pranam

  • @rumigogoi8881
    @rumigogoi8881 2 года назад +4

    কৃষ্ণ কৃষ্ণ হৰি ৰাম।

  • @arjundas7468
    @arjundas7468 2 года назад +2

    Krisna krisna

  • @dimbeswarigogoi6683
    @dimbeswarigogoi6683 2 года назад +2

    Krishna Krishna probhu bhoktibhora hewabhagi agborhalu krishna

  • @rekhajyotipachani7797
    @rekhajyotipachani7797 2 года назад +2

    Krishna 🙏 Krishna 🙏 Bapjon 🙏
    Apuni gyanor sagor hodai

  • @kumudgayan1664
    @kumudgayan1664 2 года назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ।গীতাৰ অমৃতময় বাখ্যা শুনিবলৈ কৃপা লাভ কৰিবলৈ সক্ষম হয় সেয়সকল নিশ্চয় কৌটি কৌটি পুণ্যৰ গৰাকী হ'ব লাগিব।সেয়ে বৰহমপুৰ নিবাসী আইগৰাকীলৈ শত সহস্ৰ প্ৰণাম জনাইছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

    • @nipensaikia3763
      @nipensaikia3763  2 года назад +1

      কৃষ্ণ কৃষ্ণ বাপজনা সেৱা গ্ৰহণ কৰিব।

  • @kalpanahazarika7631
    @kalpanahazarika7631 2 года назад +4

    কৃষ্ণ প্ৰণাম সেৱা জনালো।

  • @bontiborah5014
    @bontiborah5014 2 года назад

    কৃষ্ণ ৰাম নাৰায়ণ মাধৱ মাধৱ

  • @anjanarupadas6601
    @anjanarupadas6601 2 года назад +7

    🙏🙏কৃষ্ণ কৃষ্ণ প্ৰভু, সমস্ত ভকত বৈষ্ণব ৰ শ্রী চৰণত সন্ধ্যাৰ সেৱা ভাগি নিবেদিছো। 🙏🙏🙏🙏🙏

  • @nijaradas4894
    @nijaradas4894 2 года назад +4

    🙏🏼🙏🏼🙏🏼🙏🏼কৃষ্ণ প্ৰভু,আপোনাসৱ সমস্তকে শতকৌটি প্ৰণাম জনালোঁ । কৃষ্ণ হৰি ৰাম কৃষ্ণ 🙏🏼🙏🏼🙏🏼🙏🏼

  • @reetabordoloi5258
    @reetabordoloi5258 2 года назад +1

    কৃষ্ণ কৃষ্ণ শতকৌটি প্রণাম প্রভু |🙏🙏🙏🙏

  • @malinchborah2147
    @malinchborah2147 Год назад +1

    🙏🙏🙏❤❤❤

  • @jyotisankardas3637
    @jyotisankardas3637 Год назад +1

    কৃষ্ণ কৃষ্ণ

  • @r.saikia4335
    @r.saikia4335 2 года назад +5

    কৃষ্ণ কৃষ্ণ হে গুৰুজন, অৰ্জুন যিমানেই ভাগ্যৱান সঞ্জয়ো সিমানেই |হে প্রভু আমাৰোআপোনাৰ শ্ৰী পদ্মে গীতাৰ এই তত্বময় অতি গূঢ়তম কৃষ্ণৰবাণীৰ আধ্যাত্মিক বিশ্লেষণ শ্ৰৱণ কৰি জীৱন কৃতাৰ্থ হৈছে প্রভু |সেয়ে আপোনাৰ শ্ৰী চৰণত কৌটি কৌটি সেৱা নমস্কাৰ আৰু প্ৰণিপাত জনাইছোঁ |জয় গুৰু শ্ৰীমন্ত শংকৰ গোৱিন্দ গোৱিন্দ ৰাম |🙏🙏🏼🙏🏻🙏🏻👌

    • @nipensaikia3763
      @nipensaikia3763  2 года назад +1

      Krishna Krishna Ram Ram Krishna Krishna Ram Ram Krishna Krishna Ram Ram Pranam

  • @anjalibaruah7669
    @anjalibaruah7669 2 года назад +7

    কৃষ্ণ কৃষ্ণ শতকোটি প্ৰণাম বাপ🙏🙏🙏🙏
    অনুষ্ঠান আয়োজক আৰু অনুষ্ঠানত উপবিষ্ট আই বাপ সমষ্টকে সশ্রদ্ধ সেৱা জনাইচো🙏🙏🙏🙏🙏🙏

  • @pinkysaikia8512
    @pinkysaikia8512 2 года назад +1

    কৃষ্ণ প্ৰভু 🙏🙏

  • @gitikakalita5413
    @gitikakalita5413 2 года назад +2

    Jay. Ram. 🌹🌹🙏🌹🌹

  • @himanibanikya8168
    @himanibanikya8168 2 года назад

    ও বাপ আপোনাৰ দেহত ভগৱানে সোমাইছে এই অমৰিত পান কৰিলো

  • @r.saikia4335
    @r.saikia4335 2 года назад +6

    কৃষ্ণ কৃষ্ণ প্রণাম প্ৰভু |আয়োজক ভাগ্যৱতী আইগৰাকী আৰু অনুষ্ঠানত উপৱিষ্ট সমস্তকে মোৰ সশ্ৰদ্ধ ভক্তিভৰা সহস্ৰ প্ৰণিপাত নিবেদন কৰিছোঁ, গ্রহণ কৰিব |জয় গুৰু শ্ৰীমন্ত শংকৰ গোৱিন্দ গোৱিন্দ ৰাম ৰাম ৰাম ৰাম ৰাম হৰি |🙏🏻🙏🏼🙏🙏🏻

    • @nipensaikia3763
      @nipensaikia3763  2 года назад +1

      Namo Namo Narayan Namo Namo Narayan Pranam

  • @ramcharandeka9143
    @ramcharandeka9143 2 года назад +2

    Sastrara uttama Gita Bhagawat dharmara uttama nama Devara uttama Daibaki Nandana charane karo pranam.

  • @pratibhapathak5602
    @pratibhapathak5602 2 года назад +1

    Krishna

  • @binabora5025
    @binabora5025 2 года назад +4

    Krishna krishna path oti xundor xuni anandita punarber xewa jonaisu 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @nipensaikia3763
      @nipensaikia3763  2 года назад +1

      Ram Ram Ram Ram Ram Ram Ram Ram Ram Krishna Krishna Ram Krishna Krishna Ram Pranam

  • @jaganathsonowal6873
    @jaganathsonowal6873 2 года назад +1

    🙏 কৃষ্ণ 👣👈🙌

  • @prasannadaimary7872
    @prasannadaimary7872 2 года назад +3

    🙏🙏🙏

  • @bubulboruah2881
    @bubulboruah2881 2 года назад +1

    মহাভাৰতত অৰ্জুনক বধ কৰিছিল নেকি।
    বধকৰাজন ইমান বীৰ নে। তেও অৰ্জুন হতৰ কোন হয়।
    পুনৰ জীৱ দান কোনে দিলে , প্ৰভু আপোনাৰ বানীৰ যোগেদি জনাবচোন। ধন্যবাদ💐 🙏🙏

  • @kandorpabora5465
    @kandorpabora5465 2 года назад +5

    চাৰ আপুনি নগাঁও আহিলে মোক জানাব ম ই য়াম

  • @prachiborgohain2408
    @prachiborgohain2408 2 года назад +1

    সেৱা বাপ জনা

  • @AJAYdas07
    @AJAYdas07 2 года назад

    Bhout val lagile

  • @moiniborah2943
    @moiniborah2943 2 года назад

    🙏🙏🙏🙏🪔🪔

  • @_dio_kid_82_.
    @_dio_kid_82_. 2 года назад +1

    Krishna

  • @RitaBorah-o2t
    @RitaBorah-o2t 2 месяца назад +1

    Krishna