ডাঙৰ খবৰ।ৰাজনীতি হিলি গ'ল।অনুপ চেতিয়াক হাজিৰ কৰোৱা হ'ল আদালতত।খুৱালে শঁপত।/virel news

Поделиться
HTML-код
  • Опубликовано: 2 дек 2024

Комментарии • 12

  • @kailashbharali5604
    @kailashbharali5604 23 часа назад +6

    অতো কৰম মুখি মানুহবোৰ একেবাৰে. Independepence siore .

    • @bhagyajoti8554
      @bhagyajoti8554 23 часа назад +2

      😮😮😮😅😢😮😮😮😮😮 27:02 😮😮😅😮😮😮😮😮 28:25

  • @Prashanta-t7e
    @Prashanta-t7e 2 часа назад

    সংগ্ৰাম খনত যে আলফাৰ লগত জৰিত হৈ বহুতে পুলিচৰ নিজ্যাতন খাই,বহুতে জেল খাইছিল,অসমত এনে টো বহু আছে,এইখিনি মানুহৰ বাবে কি ,আপোনালোকে কৰিব লগা,বহু কম আছে।নাই বুলি কলে ভুল কৰা হব।সেইখিনি মানুহৰ এতিয়া লাথ মৰাৰ দৰে কৰিলে,বৰ বেয়া হব।কাৰণ আলফা,যেতিয়া পাহাৰৰ পৰা নামি আহে,তেতিয়া কিন্তু বন্দুক লগত থাকিলেও,আগত কিন্তু গাঁৱৰ মানু্হ ,বা আলফাক সহায় কৰা মানু্হ বোৰ হে আগত যায়,পাছত হে বন্দুক লোৱা আলফাৰ সৈনিক যায়।। এতিয়া তেনে কিছুমান মানু্হ ,সহায় কৰাৰ বাবে এতিয়াও,আদালতলৈ গৈ থাকিব লগা হয়েই আছে।সেইখিনি ৰো গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে।। গ্ৰাছ ৰুত লেৱেলত কিন্তু আলফা trainee , অকলে ওলাই আহি,কাম কৰিবলৈ,সাহস নাই।যদি মানু্হ বিলাকে সহায় নকৰিলে হই,aku নহলে হয়।।গতিকে মনত ৰখা প্ৰয়োজন।।

  • @PankajGogoi-t6j
    @PankajGogoi-t6j 10 часов назад

    নেজ পেলোৱা সংগ্ৰামীক বিশ্বাস নকৰো।

  • @bighitastha6966
    @bighitastha6966 День назад +4

    Lag lage ehatar karane kiman kak ki karile ketiau mokh nokhle karan ehatbilak aag bhiba lage asomat kiman bhal bhal sowali beya karele tar anuman diba noware lagate kiman taka atmasat karile kaba nowari

  • @jyotiprovachangmai6385
    @jyotiprovachangmai6385 5 часов назад

    Nuhunu... Eanu

  • @mahtabuddinahmed8339
    @mahtabuddinahmed8339 23 часа назад +1

    অসম খনক স্বাধীন কৰিলেনে । কিয় সংগ্ৰাম আধাতে শেষ কৰি আলফাৰ পৰা আতৰি আহিলে। কিমান মাতৃৰ বুকু উদং কৰিলি মনত আছেনে। অসমীয়া জাতিৰ স্বাভিমান ৰক্ষা কৰিব পাৰিলেনে ?

    • @JagdishSharmah
      @JagdishSharmah 17 часов назад +1

      তেওঁলোকে বাৰু নোৱাৰিলে, বাকীবোৰে নো কিদাল কৰিলে । ভালবোৰে কৰি দেখুৱাব লাগিছিল

  • @basantaborgohain5372
    @basantaborgohain5372 7 часов назад

    মানুহ বিচাৰি নেপালি আৰু।

  • @NilutpolKhound
    @NilutpolKhound 3 часа назад

    তহতি কি ঘটি তো কৰিলি জহৰা হত

  • @pastorakashMorang
    @pastorakashMorang 8 часов назад

    Really