জন্মৰ ৬ মাহতে হাৰ্মনিয়াম বজাইছিল Superstar Singer2-ৰ Harshita Bhattacharya-ই | Eta Kotha Kua Na
HTML-код
- Опубликовано: 7 ноя 2022
- #harshitabhattacharya #rupamsharma
National TV-ত উজ্বলি উঠা (Love me india 2nd rupper up, Superstar singer season 2) আৰু যতিন বৰাৰ শেহতীয়া ছবি ৰত্নাকৰৰ ‘এটা কথা কোৱানা’ গীতটিৰ জড়িয়তে অসম তথা সমগ্ৰ ভাৰততেই উজ্বলি উঠা কণমানি শিল্পী হৰ্ষিতা ভট্টাচাৰ্য (Harshita Bhattacharya)-ৰ সৈতে কিছু মনৰ কথা পাতিলো। আশা কৰো Interview-টো চায় আপোনালোক আপ্লুত হ’ব।
Baa love you so much❤
Khub val lagil thank you so much 🙏
Welcome…. N god bless u for your bright future ❤️❤️
সুন্দৰ
Bahut morom aru asirbad thakil... Aru aguwai joa😍😍😍
মৰম লগা আৰু অতি সুন্দৰ কণ্ঠ শিল্পী গৰাকীলৈ আন্তৰিক শুভ কামনাৰে উজ্বল ভৱিষ্যত আশা কৰিলো .....
ধন্যবাদ জনালো
imaan cute puali joni❤❤ may God bless you
🥰🥰🥰
মৰম লগা ছোৱালীজনীৰ বিষয়ে জানিব পাৰি ভাল লাগিল,,, লগতে তেওঁৰ কণ্ঠত গীতটি শুনি ভাল লাগিল,, সুন্দৰ কণ্ঠ,, উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।
খুব ভাল লাগিল।
Harshitaloi bahut morom thakil.. 💓💓💓😘😘😘
Khub dhunia kontho
Dhuniya 💗💗💗👌👌👌👌
অতি সুন্দৰ।❤️❤️❤️
ধন্যবাদ
চাই আছো দেই
Mza
Very Nice interview
Thank u so much ❤️
Nice.
❤️❤️👍