শংকৰদেৱৰ নাম লৈ দাদাগিৰি বন্ধ হ'ব লাগে !

Поделиться
HTML-код
  • Опубликовано: 15 дек 2024

Комментарии • 299

  • @apapegu6787
    @apapegu6787 2 месяца назад +71

    কুকুৰ পুহিব পাৰে কিন্তুু গাহৰি পুহিব নোৱাৰি 😂😂😂😂😂কিযে হব???????????

    • @abinashdeka7280
      @abinashdeka7280 2 месяца назад +4

      Right 👍😅

    • @Kafirxtreme
      @Kafirxtreme 2 месяца назад

      Gahori letera hoi bht kintu kukur mekuri nhy

    • @biswajit8895
      @biswajit8895 2 месяца назад

      Hero goru kukur manuhe khai ne puhi.. honkardev a koisil jibo bepar nokoriba mohapap

  • @UtpalaDeviBorah
    @UtpalaDeviBorah 2 месяца назад

    Exactly 👌💯👏❤

  • @bedanidhi_sh
    @bedanidhi_sh 2 месяца назад +11

    এনে সমাজ ত্যাগ কৰক যত দিনত হলে শংকৰ গুৰু, ৰাতি হলে বতল ধৰোঁ" বিধৰ নীতি চলে।

  • @digantanath3121
    @digantanath3121 2 месяца назад +66

    ৰাম ৰাম আজিকালি অসমত বহুত বহুত শংকৰদেৱ আছে
    মানে নিজকে শংকৰদেৱ বুলি ভবা মানুহৰ অভাব নাই

  • @dhrubajyotikoch2440
    @dhrubajyotikoch2440 2 месяца назад +3

    এনেকুৱা নিয়ম সমূহ আমাৰ উন্নতিৰ অন্তৰায়।
    গতিকে আমাৰ চিন্তা ধাৰাবোৰ যুগৰ লগত খাপ খুৱা হ'ব লাগে।
    ইতিমধ্যেই আমি অৰ্থ নৈতিক ভাৱে বহু দুৰ্বল।
    আমাৰ পৰম্পৰাগত চিন্তা ধাৰাবোৰ সংস্কাৰৰ এইয়া উপযুক্ত সময়। অন্যথা বাকী জনগোষ্ঠী সমূহৰ তুলনাত আমি বহু পিছ পৰি যাম।
    কাৰণ আজিৰ দিনত অৰ্থনৈতিক স্বাৱলম্বিতা যিকোনো ব্যক্তি বা পৰিয়ালৰ বাবে প্ৰাথমিক প্ৰয়োজন।

  • @Chinmay-das
    @Chinmay-das 2 месяца назад

    আমি ও আছোঁ গাঁৱৰ পৰা অকলশৰীয়া হৈ 😢

  • @debenkonwar8367
    @debenkonwar8367 2 месяца назад

    আমি দেখিছো বেগটো দলি মাৰি দি আঙুলীৰে সংকেত দি আঁতৰি যোৱা পাছত চাইকেলখনত ওলোমাই দিয়া টোপোলাটো লৈ বিশ্ব জয় কৰি যোৱাদি আঁতৰি যায় । এৰা এইবোৰক টিকাত ভালকৈ চাত দিয়কত । হোটেলৰ বিজতৰীয়াৰ ৰসগোলাবোৰ গোগ্ৰাসে খাই আৰু খাৰ খোৱাৰবোৰ%চুৱা ।খুব পিতক। ।

  • @labokantaburagohain9245
    @labokantaburagohain9245 2 месяца назад

    এই সকলে ধমৰ্ৰ একো নাজানে মাএ নিজকে বিচাৰ কৰিব বিচাৰে 🕉🕉🕉

  • @7gc970
    @7gc970 2 месяца назад +28

    ধৰ্ম নামত শংকৰ সংঘৰ পাপি কিছুমানে
    মহা পাপ কৰিছে গাহৰিৰ মাংস ভোজন কৰিব পাৰে কিন্ত পুহি দুটকাৰ ইনকম কৰিলে গাত লাগে । এই ধৰ্ম পৰা আতৰি আহিব লাগে ।

    • @prasenjitdaimari6683
      @prasenjitdaimari6683 2 месяца назад +3

      Yes u r right bro.

    • @RINKUxFFxYT
      @RINKUxFFxYT 2 месяца назад +2

      কোন পাপি আৰু কোন পূণ্য তাৰ বিচাৰ কৰিবলৈ আপুনি কোন। এই বিলাকৰ বিচাৰ পৃথিৱীৰ কাৰো অধিকাৰ নাই

    • @AnKit-ls8jl
      @AnKit-ls8jl 2 месяца назад +4

      Blar sankr songhoeiya kam ni kela

    • @Gamusanmekhelasadorsaneki225
      @Gamusanmekhelasadorsaneki225 2 месяца назад +3

      হে হে হে হা হা হা কেবল শংকৰ সংঘই হে নে ? জয় গুৰু, এক শৰণ ভাগবতীয়া, বামুনীয়া, নাম কিৰ্তনীয়া, ,,,, ইত্যাদী কি বাহিৰৰ সমাজ নেকী???

    • @NumalKhangia
      @NumalKhangia 2 месяца назад +3

      ​@@Gamusanmekhelasadorsaneki225আমিও নাম প্ৰসংগ কৰিয়েই কাম কাজ কৰোঁ, কিন্তু গাহৰি, কুকুৰা, চব পুহো,, কোনো মাইকা লাল জন্ম হোৱা নাই আমাক বাধা দিবলৈ,,, এই ফকতিয়া নিয়ম সংঘৰ বাহিৰে কোনোৱে নকয়,,

  • @PrasannaNeog
    @PrasannaNeog Месяц назад

    Presendentk khub ptk. He is not lawer of high court.

  • @DeepDe-c7q
    @DeepDe-c7q 2 месяца назад

    Case korok hight courtt .....

  • @bisukutum8736
    @bisukutum8736 2 месяца назад

    এইবোৰ চিন্তা কৰিব নালাগে আৰু নিজৰ কৰ্ম নিজে কৰি থাকক

  • @arupgogoi7241
    @arupgogoi7241 Месяц назад

    লুকুৱাই লুকুৱাই ঠিকে খাই বেলেগৰ ঘৰত বা হোটেলত কিন্ত পুহিলে লাগে জগৰ

  • @DBARMAN-v6c
    @DBARMAN-v6c 2 месяца назад +31

    আমি সকলোৱে গুৰু বুলি ভবা মহাপুৰুষ জনাৰ নামত এচাম ধৰ্মান্ধ লোকে দাদা গিৰি ভণ্ডামি বেছি হৈছে। ইহঁতে গাহৰি গোপনে খাব পাৰে কিন্তু ব্যবসায় হিচাপে গাহৰি পালন কৰিলে জগৰ লাগে। নিজৰ ঘৰৰ সকাম আদিত মাছ -মাংখ দিয়া নিষেধ আনৰ ঘৰত দকছি খায়।ব্যবসায় নহয় সমাজৰ ওপসংকৃতি মদ,জুৱা,দ্ৰাগছ আদি বন্ধ কৰাৰ কামত গুৰুত্ব আৰোপ কৰক। সমাজৰ দহৰ উপকাৰ হ'ব।

  • @basantaborah7325
    @basantaborah7325 2 месяца назад

    Good your sarves

  • @DeepDe-c7q
    @DeepDe-c7q 2 месяца назад +2

    শংকৰদেৱ সংঘৰ মানুহ বোৰে কি বুলি ভাবে নাজানো । 😂😂😂😂

    • @abinashdeka6177
      @abinashdeka6177 2 месяца назад +1

      সংঘৰ মানুহ বুলি ধাৰণা হে কৰিছে। বিশ্বকৰ্মা পূজা‌ সংঘৰ সদস্যই নকৰে।

  • @KoushikKumar44
    @KoushikKumar44 2 месяца назад +5

    খাবলৈ পায়, খোৱাবলৈ নাপায়,
    শংকৰ সংঘ😅

  • @rajenbora2222
    @rajenbora2222 2 месяца назад +4

    শংকৰ সংঘ হিন্দুৰ নামত কলংক।মুখা পিন্ধা ধ্ৰৰ্ম।

  • @mbharali2627
    @mbharali2627 2 месяца назад +4

    এইজনা সভাপতি নে মহাপুৰুষ আবিৰ্ভাৱ ঘটিছে জানিব পৰা হ'লে ভাল আছিল।

  • @labokantaburagohain9245
    @labokantaburagohain9245 2 месяца назад +3

    এই সকলে ধমৰ্ৰ একো নাজানে । মিছা 😊ছ😊🕉🕉🕉🕉

  • @commenti5459
    @commenti5459 2 месяца назад +14

    টিকাত তিনিগুৰ মাৰিলেও গাহৰি খাবলৈ নেৰে

  • @ashutdutta2698
    @ashutdutta2698 2 месяца назад +13

    এইবোৰ চিন্তা কৰিব নালাগে । যেতিয়া আপোনাৰ পইচা হব তেতিয়া গাঁৱৰ মানুহ বোৰ আহি আপোনাৰ ঘৰত ভেনা মাখি পৰাদী পৰিবহী ।

  • @DhrubaSarma-op5co
    @DhrubaSarma-op5co 2 месяца назад +7

    আপুনি কৰ্ম কৰক। ধৰ্ম ‌পিছত। কৰ্ম ই ধৰ্ম।

  • @bipangogoi207
    @bipangogoi207 2 месяца назад +7

    এনে ধৰনৰ বিচাৰ কৰা সভাপতি, সম্পাদক ৰাজ পথত নি ধুলায় দিব লাগে।

  • @Gorono79
    @Gorono79 2 месяца назад

    Aiburei holl General caste or dadagiri

  • @DigantanathNath
    @DigantanathNath 2 месяца назад

    Police case deyok,

  • @Kanishkadaimary-j5f
    @Kanishkadaimary-j5f 2 месяца назад +2

    বাদ দিয়া হে সিহঁতৰ কথা, নিজৰ কামত আগবাঢ়ি যোৱা।

  • @amiyabaruah3534
    @amiyabaruah3534 2 месяца назад

    শংকৰদেৱে কীৰ্তন দশমত লখিছে ৷ আপোনালোকে পঢ়িছে ৷ তাৰ কোনোবা ঠাইত ৷ লিখা আছে নে ? বৰং সংসাৰৰ সুখ বিচাৰি গাহৰিৰ লগ পাই ৷ গাহৰিয়ে কি খাই বয্‌ঠা ৷হেয়ে ভাবক ৷

  • @jayantachetia4488
    @jayantachetia4488 2 месяца назад +1

    শঙ্কৰ মাধৱে গাহৰি পোহিব নাপায় বুলি কোনখন শাস্ত্ৰ ট লিখা আছে সেই পণ্ডিত সহাপত্তি সম্পাদকে দেখক ই আতি দুখ জনাক কথা শিক্ষিত নিবনুবা সকলক এনে কিছুমান অন্ধবিশ্বাসৰ বলি কবিছে কিয় ~

  • @bharatbharali7874
    @bharatbharali7874 Месяц назад

    Sankar sangha nohobo pare karon sankar sangha hole Vishwakarma puja potar dekha nai.

  • @birennath8618
    @birennath8618 2 месяца назад

    গাৱত ময়ো পুহিম বু লি ভাৱি ছিলো গাহৰি, পিছে যোৱা নাই পাহৰি, কেৱল পোৱাহে নাই আহৰি।

  • @santanusworld2512
    @santanusworld2512 2 месяца назад +1

    এজন অসমীয়া স্ৱাবলম্বী হোৱাত অসুবিধাটো কিয় ? বুজি নাপাওঁ ! গাহৰি খাব পাৰি কিন্তু গাহৰি পালন কৰি নিজৰ ভৰিত নিজে থিয় হোৱাটো অপৰাধ !!😢😒😡

  • @banjitchangmai4047
    @banjitchangmai4047 2 месяца назад

    PK নাথ,,,, গাহৰী খায় থাকে দেখোন,, মানুহৰ যদি কিবা এটা খাবলৈ মন থাকে,, এ নাখাওঁ আজি পূজা,, তেনে ভক্তি ভক্তি নহয়,, মনত কষ্ট পায় ভক্তি নকৰে

  • @mukutbora6706
    @mukutbora6706 Месяц назад

    Ane samaj tiyag karak jat dinat Hale Sankar guru rati Hale batal dharu

  • @khoni267
    @khoni267 2 месяца назад +11

    তেওঁলোকে শঙ্কৰ সংঘৰ নাম নললে, আমাৰ শংকৰী মানুহে একো পূজা নাপাতে, তেওঁ লোক শংকৰ সংঘৰ মানুহ টো নহব ও পাৰে।

  • @assamesefunni7522
    @assamesefunni7522 2 месяца назад +4

    কিছুমান অলপ ধনী ভকতে নিজকে শংকৰদেৱ বুলি ভাবে

  • @gaurirabha3236
    @gaurirabha3236 2 месяца назад

    ঘৰত পুহিলে ছুৱা পেটত পুহিলে ছুৱা নহয় । তাতে নাথ, নাথ মানুহে কি নাখায়. সেইবোৰ সমাজত থাকিবই নেলাগে কেলা । সমাজত ভোজ পাতিলে সিহতৰ লৰাবোৰে গৰুৱে গু খোৱাদি খায় ,সেই বিলাক নাটক কৰি একো লাভ নাই ।

  • @DebajitNath-h1c
    @DebajitNath-h1c 2 месяца назад

    Sankardeb hongho okolo vuj khabo jaane...

  • @montumohan6424
    @montumohan6424 2 месяца назад +1

    শংকৰ সংঘৰ মানুহৰ যদি ইমানেই নিয়ম তেন্তে কৰবালে গলে বাছত,ট্ৰেইনত, হোটেলত, বজাৰৰ মিঠাই, এইবোৰোতো যাব আৰু খাব নালাগে।কিয় খায়।কি ঠিক সিহতে বা কি খায় বস্তুবোৰ কেনেকৈ বনাইছে।বা চলাইছে।।যি বিলাক সংঘৰে জীৱ জন্তুৰ পোহাৰ বাবে এঘৰীয়া কৰিছে সিহতবোৰকো এঘৰীয়া কৰিব লাগে।সিহঁতৰ হাতে খাবও নালাগে যাবও নালাগে।।মাছ বুলি নাখাই জিজি বুলি মুখে বায়।

  • @thaneswarnarzary8778
    @thaneswarnarzary8778 2 месяца назад

    Aji dinot gahori mangko nakawa kun ase

  • @smaronbora1004
    @smaronbora1004 Месяц назад

    Aku Kariba nowray

  • @samudrahazarika110
    @samudrahazarika110 2 месяца назад +29

    সমাজ কি? আজি কালি সমাজ বোলা বস্ত টো আছেনে? সমাজক ভয় কৰি চলিলে পেটত গামোচা বান্ধিব লাগিব।

  • @MintuRajkhowa558
    @MintuRajkhowa558 2 месяца назад

    Police e aei Secretary president burak arrest nakare kio? asolte politics humai ase vote r onko ase so sup thake netaburu

  • @UpenKalita-dx2cr
    @UpenKalita-dx2cr 2 месяца назад +4

    আপোনালোকে এই ব্যৱসায়টোৰ লগত লাগি থাকিব এৰি নিদিয়ে যেন। কিন্তু সেই ধৰ্ম গুৰু সকলক ভুল বুলি প্ৰমাণিত কৰিবলৈ শ্ৰদ্ধাৰ ৰাষ্ট্ৰাৰে আগুৱাই যায় থাকিব। য'ত দেখা পায় প্ৰণাম জনাবচোন দেখিব এদিন এই সকল অনুতপ্ত হয় আপোনালোকক আদিৰ ল'ব।

  • @RajuHazarika-f1f
    @RajuHazarika-f1f 2 месяца назад +1

    দাদা আপোনাৰ লগত ময়ো আছোঁ মোক এঘৰীয়া কৰাৰ ১ বছৰ হ'ল
    মই কুকুৰা পুহিচো জোবা বছৰ ভাদ মাহৰ পৰা ময় এঘৰীয়া

  • @DhananjayNath-pg4sn
    @DhananjayNath-pg4sn 2 месяца назад

    Gahori manuhor ghor duwar nothoka jagat puhino lage.

  • @HiteshDeka-hp7nf
    @HiteshDeka-hp7nf 2 месяца назад +13

    মানুহ পৰিবেশ ৰ দাস গতিকে সময়ৰ লগত মিলি যাবলৈ কিছুমান জীৱীকা কৰিবলৈ লাগিব জীৱ জন্তু ক ঘিণাৰ চকুৰে চোৱা ভাল নহয়

  • @dipondas1098
    @dipondas1098 2 месяца назад

    Morigaon or sob Manu Sankardeb or puwali ..

  • @ChandanDas-nj6kv
    @ChandanDas-nj6kv 2 месяца назад +12

    ৰাতিলৈ পাৰে যদি এটা মুৰ্গী মাৰি সভাপতি সহ অাটাইকে এসাঁজ খুৱাওক সকলো ঠিক হৈ যাব

  • @ratulsaikia4511
    @ratulsaikia4511 2 месяца назад +1

    এই গালে নিজকে শঙ্কৰদেৱৰ ওপৰত বুলি ভাবে

  • @Sanatonboro123
    @Sanatonboro123 2 месяца назад +5

    Amar tribal manuh Buror eibur problem nai …🙅‍♂️

  • @mbharali2627
    @mbharali2627 2 месяца назад +3

    লগতে তেওঁ থকা বা পৰিচালনা কৰা সমাজ খনৰ নিবনুৱা যুৱক -যুৱতী সকলৰ কৰ্ম সংস্থাপনৰ বাবে সমাজৰ পৰা আৰ্থিক ভাৱে কিমান জনক সহায় কৰিবলৈ সক্ষম হৈছে তাৰ এটা খতিয়ান দাঙি ধৰা হ'লে অসমৰ অন্যান্য সমাজ সমূহেও আদৰ্শ হিচাপে গ্ৰহণ কৰিলে হেঁতেন।

  • @MousumiNeog-db4bw
    @MousumiNeog-db4bw 2 месяца назад +4

    শংকৰদেৱ সংঘ এটা dustbin সংঘ

    • @lakshyadharsarania9451
      @lakshyadharsarania9451 2 месяца назад

      Tr ghor khan dustbin

    • @abinashdeka6177
      @abinashdeka6177 2 месяца назад +1

      He never mentioned about Sankar Sangha. Sanghar manuhe viswakarma Puja nokore. Eyar pora buja jai kar mentality dustbin.

    • @MousumiNeog-db4bw
      @MousumiNeog-db4bw 2 месяца назад

      @@abinashdeka6177 gute Assam bakhi e dekhi ahise sanghar kam bur। Jua এবছৰ r batori dekha neki? Kun dunia t jiai ase he।

  • @rituparnasarmah3239
    @rituparnasarmah3239 2 месяца назад

    Aikhon India hou vai school college njbabo kin2 indiar mnhe mandirot jbo namgharot jbo

  • @subhasishchutian8801
    @subhasishchutian8801 2 месяца назад +5

    আমি সংঘৰ,, আজিৰ নহয় ,, গাহৰি , কুকুৰা, হাঁহ পূহো ,, আমাৰ দৰে বহুতে পোহে,, আমাক এই বিলাক আজি লৈকে কোনেও বাধা দিয়া নাই,,, কৰ্ম কৰাৰ বাবে উৎসাহিত কৰে , শিৱসাগৰ নামতি

  • @DaisyRabhaDaisyRabha
    @DaisyRabhaDaisyRabha 2 месяца назад +2

    ৰাইজে খুৱাবনেকি তুমি তোমাৰ কাম কৰি যোৱা

  • @rhulbora7545
    @rhulbora7545 2 месяца назад

    খাওতে খাব পাৰে, পুহিলে জগৰ লাগে

  • @googleindia6521
    @googleindia6521 2 месяца назад

    আজিকালি। আলচি মানুহে ধৰ্ম কৰে।goli মাৰো ধৰ্ম।

  • @manujkumarbora8901
    @manujkumarbora8901 2 месяца назад

    Hoi sorkare eyar kiba upai krib lage amar gahor farm krib mon kin2gaont puhib nuwaru homaje dhorib

  • @parishmitadutta4274
    @parishmitadutta4274 2 месяца назад

    Mas buli nakhai jiji buli khai. Enekua kisumanor homaj hekarone assamot unoti nohoi kisumanor

  • @hazarikagroup3446
    @hazarikagroup3446 2 месяца назад

    Khub pitibo lage anekua vokotok....

  • @kishorrabha3753
    @kishorrabha3753 2 месяца назад

    তেওঁ লোকৰ ঘৰত বা বংশৰ গাহৰি খৱা কুনুবা আছে নেকি তদন্ত কৰি আমাক জনাব ।

  • @AimKla
    @AimKla 2 месяца назад +1

    এনেকুৱা মানুহৰ বাবে আমাৰ অসমীয়া সমাজ খন পিছ পৰি আছে

  • @RinkuBhirali
    @RinkuBhirali 2 месяца назад

    ,😢😢

  • @akhilmahanta2524
    @akhilmahanta2524 2 месяца назад +2

    শ্ৰী শঙ্কৰদেৱ শ্ৰী মাধৱদেৱে কত কৈ গৈছে লিখি গৈছে প্ৰমান দিৱলে কওক ৷

  • @gautambaruah6374
    @gautambaruah6374 2 месяца назад +6

    নিজৰ জীৱনটো আগুৱাই নিয়াত আনৰ কিহৰ আপত্তি , একো অপৰাধ কৰা নাই।

  • @RINKUxFFxYT
    @RINKUxFFxYT 2 месяца назад +1

    অসমত থকা বিদশীবিলাকে গাহৰি পুহে নেকি?অসমথত যে মাৰোৱাৰী বিলাক আছে, তেওঁলোকৰ সমান গাহৰি পুহি হৈছে নাই সেইটো কওকচোন

    • @mukub3040
      @mukub3040 2 месяца назад +1

      Biscut ,bread chips even some medicine pig oil and fats are main ingredient ...they business on them ..not only pig ...beef also used ..

  • @subarnachetia9560
    @subarnachetia9560 2 месяца назад +1

    Apunii agbahii jok.. Apunii sur dokait ny kora...

  • @jitenkonwar2942
    @jitenkonwar2942 2 месяца назад +1

    কোন সমাজৰ সেইটো উল্লেখ কৰা নহ'ল। গাহৰি পোহিলেনো কি জগৰ লাগে সেইটো হে নুবুজিলো?😂😂

    • @banjitchangmai4047
      @banjitchangmai4047 2 месяца назад

      নাথ সমাজ,,

    • @jitenkonwar2942
      @jitenkonwar2942 2 месяца назад

      নিশ্চয় সত্য।" শঙ্কৰদেৱৰ দেৱৰ নাম লৈ দাদাগীৰি বন্ধ হব লাগে"।❤❤❤

  • @balinarayanbora3056
    @balinarayanbora3056 2 месяца назад +7

    বাধা প্ৰদান কৰা সকলে অৰ্থ উপাৰ্জনৰ আন ৰাস্তা দেখুৱাই দিয়ক।

    • @RINKUxFFxYT
      @RINKUxFFxYT 2 месяца назад

      অসমৰ বাহিৰৰ আহি যি সকলে অসমত আছে, সেই সকলে,কি,কৰি অসমৰ জীয়াই আছে, সেইটো কথা ভাবি চাই ল, তাৰ পিছত কমেন্ট কৰিব।

    • @jayantadutta1024
      @jayantadutta1024 2 месяца назад

      চাই ল বুলি কোৱাতকৈ চাই লওক বুলি ক’লে ভাল ৷ আৰু কোনে কি ব্যৱসায় কৰিব সেয়া নিজৰ কথা সেয়া ধৰ্মৰ ওপৰত নিৰ্ভৰশীল নহয় ৷ বেয়া কাম নকৰিলেই হ’ল ।

  • @MarchiGogoi
    @MarchiGogoi 2 месяца назад

    Ru hongkori manuh ha puja napate tewluk hongkori nhoi a ...heikarone puja patise ...dhormok loi kunew beak kuwa2 usshit nhoi kintu ...

  • @neksusbasumatary409
    @neksusbasumatary409 2 месяца назад +8

    Bohot bosor agot ST bilakok gahuri khua buli ghrina korisil aji .. ei gahori bohotok khongsatapn di ase.. it s good.. . Aru parile.. axomia biya kas karma sob gahori dibo lage. Suggest from me..😂

    • @NotreallyChiranjib
      @NotreallyChiranjib 2 месяца назад

      Laopani tu suggest nkro🤣

    • @chintamonibordoloi4666
      @chintamonibordoloi4666 2 месяца назад +1

      @@NotreallyChiranjiblau pani kholoni lal ne bear khai mane mod nakhou lal kham 😂

    • @AnKit-ls8jl
      @AnKit-ls8jl 2 месяца назад

      ​@@chintamonibordoloi4666😂😂😂

    • @anirbansaikiaaxom
      @anirbansaikiaaxom Месяц назад

      Okol nijoke advertisement kori thak.kukur hoi tohot.reservation u lage sob lage.asol gahori tohot

    • @anirbansaikiaaxom
      @anirbansaikiaaxom Месяц назад

      Biya t gahori tur bapere ahi bonabo ne mare.kotha olop Sai sinti kobi.amar ekhon xomaj byobastha ase.

  • @MohendraSaikia-m4h
    @MohendraSaikia-m4h 2 месяца назад

    Biya hokamor partit niramikh khuai raijok dekhuai but ghorot lukai sob khai...aitu ke niomor dhormo...motlob nai aapuni kori jawk hai dharma Ari diok.

  • @jayantadeka6350
    @jayantadeka6350 2 месяца назад

    , 6:39

  • @CNvlog228
    @CNvlog228 2 месяца назад

    Anekua homajot nathaki aghoria thokatuei bhal

  • @ParameswarDas-eq9sd
    @ParameswarDas-eq9sd 2 месяца назад +3

    Police have to arrest village president

  • @jekab1996
    @jekab1996 2 месяца назад

    I love to live alone

  • @santanaMoran-ew9gf
    @santanaMoran-ew9gf 2 месяца назад

    Napai ,nalage buli kuwa manuh bur val behaver jugya nhoi

  • @binilbasumatary6867
    @binilbasumatary6867 2 месяца назад

    My appeal to so called religous people of Assam -let our young men do business and grow economically.

  • @digantadeka9735
    @digantadeka9735 2 месяца назад +40

    আপুনি আগবাঢ়ি যাওক, care nokoribo. Kheikhokole aapunar jibonor daaittyo noloi.

    • @baru6780e
      @baru6780e 2 месяца назад

      Axom t nam gabo hikilai nijoke sanker dev buli vhabe😂

  • @priyatamkhargharia9823
    @priyatamkhargharia9823 2 месяца назад

    Apuni pig farm khonoke bisari palene ru beleg dhai asile dekhun

  • @jumoniborah7841
    @jumoniborah7841 2 месяца назад +1

    কাম কৰি নাখাই চুৰ কৰি খাব লাগে নেকি?

    • @jumoniborah7841
      @jumoniborah7841 2 месяца назад +1

      সভাপতিক চবৰে ঘৰ চলাব দিব লাগে।

  • @SantumoniBharadwaj
    @SantumoniBharadwaj 2 месяца назад

    Gahori khabo pare but puhibo nuware - sanker sanghar

  • @cr9f.b.g266
    @cr9f.b.g266 2 месяца назад

    my favourite pork ❤

  • @rahulhazarika6783
    @rahulhazarika6783 2 месяца назад

    Amar u akei , dutaman pandit ase ja babe aku koribo nuwari☹️☹️☹️☹️☹️

  • @dineshachandrarabha7158
    @dineshachandrarabha7158 2 месяца назад +5

    সময়ৰ সৈতে পৰিস্থিতিৰ পৰিবৰ্তন হয়।

  • @DhananjayNath-pg4sn
    @DhananjayNath-pg4sn 2 месяца назад

    Gahori puhat kono problem nai.
    Kingu osor suboriyar taat jaate durghomdo nejay seitu he lokkhoniyo.

  • @bhagyashreeandkabyashree5977
    @bhagyashreeandkabyashree5977 2 месяца назад +2

    গুৰুজনাক হাজাৰ বাৰ সেৱা জনাইও এটা কৱ লাগিৱ। আহোম ৰাজ্যৰ 600 বছৰীয়া ৰাজত্ব কালত শংকৰদেৱৰ কেনে অৱদান আছিল।

  • @Niltuu
    @Niltuu 2 месяца назад

    Jibo jantu puhibo lage kintu bibokhair babe nohoi. Gahori mankhor karone he puha hoi, hokulu jibo jiyai thokar odhikar jase, okol gahori nohoi, kukura adiu puhibo nalage, mankhor babe.

    • @AJSJ-123
      @AJSJ-123 2 месяца назад

      Jibo kak bule janane,tomi baat kuwa jibo hoy aru hei baat chaulor pra ulai aru hei chaul dhaan keti kori hazar hazar kit potongo ke dhari kechu k Mari koribo loga hoy.toi u baat kuwa Ari de.

  • @BhobenBora-b5d
    @BhobenBora-b5d 2 месяца назад

    Apunar jukti ase jodi ainor kax sapok

  • @DebajitNath-h1c
    @DebajitNath-h1c 2 месяца назад

    Apunar logot aasu.....

  • @dhurbaboro7915
    @dhurbaboro7915 2 месяца назад +1

    Kla Assamese bure gahori puhe aru khai naki ....... Ghin korisili ... Aru atia amar traditional food 😂😂😂😂 ✌️

  • @PranjalDas-q7z
    @PranjalDas-q7z Месяц назад

    Raij a ako dal kri nede ajikali bht pathok ase mod khai nam gabo jay

  • @NabajyotiDaimary-lv2so
    @NabajyotiDaimary-lv2so 2 месяца назад

    Kisumane koi okhomiya kita henu gahori nekhai kintu aitu kotha akdom misa ..ami gahorir fan ❤ apuni aguwai juwa da kukure Ane o vuke ... god bless you ❤❤❤❤❤

  • @jtsay-7351
    @jtsay-7351 Месяц назад

    Gahori dekena khana ata khuai deok anai akuali lobo luvia rije e😂

  • @rhulbora7545
    @rhulbora7545 2 месяца назад +2

    মানুহবোৰ পেতকুলি হবলৈ ধৰিচে দিনক দিনে

  • @pranjitpranjit2264
    @pranjitpranjit2264 2 месяца назад

    Apunai agobahi jauk

  • @SrutadavKrishnachannel
    @SrutadavKrishnachannel 2 месяца назад

    Good job।

  • @PadmaGogogoi
    @PadmaGogogoi 2 месяца назад

    কৃষ্ণ হে ।অ হৰি অ ৰাম ।

  • @surabhiboro7490
    @surabhiboro7490 2 месяца назад +2

    নিজৰ কাম নিজে কৰি থকা সিহতে দি থকা নাই