সু-প্ৰভাত অসমৰ আজিৰ অতিথি মনজ্যোৎস্না মহন্ত | Manjyotsna Mahanta at Doordarshan Kendra Guwahati
HTML-код
- Опубликовано: 5 окт 2024
- Xuprabhat Axom (DD Assam)
Guest : Manjyotsna Mahanta Goswami , singer
Anchors : Kumar Bhaskarjyoti, Zara
Producer : Debabrata Goswami
সুনদৰ বাইদেউ আমি আৰু নহও কাৰু পৰ . ..ভাল লগা গীত .মই আপোনাক ওচৰৰ পৰা পাইছো❤❤❤❤❤❤❤
সচাকৈ বাইদেউ গীতবোৰ মোৰ অতি প্ৰিয় ।আৰু আপোনালোক ধন্যবাদ জনালোঁ । ভাল ভাল প্ৰগেমবোৰ দিবা
খুব সজীৱ অনুষ্ঠান এটা উপভোগ কৰিলোঁ। জিৰণি (মানে মনজ্যোৎস্না) আমাৰ সকলোৰে অতি মৰমৰ।
Khub val lagil baidaur onusthan tu sai tekhet mur agoraki onoytom priyo xilpi.
বাইদেউৰ শব্দ উচ্চাৰণ বৰ সুন্দৰ এটা এটা শব্দ বুজিব পাৰি
Eman bhal lage baideuk
Nice show
সুন্দৰ অনুষ্ঠান ।
সুন্দৰ অনুষ্ঠান
আজি কিছুদিন আগত মোৰ বা ৰ লগত হেন্দিকত যাওঁতে বাইদেৱক লগ পালো। কথা পাতি খুবেই ভাল লাগিল। actully মোৰ বা ৰ শিক্ষাগুৰু হয়।
Ati hundar lagil baideu.
ভাল লাগিল।
আপোনাৰ গান যে ইমান ভাল লাগে!
বাইদেউৰ গীত বহুত ভাল লাগে
DD অসম মোৰ অতিকৈ আপোন ॥
All time favourite
বহুত ভাল লাগিল
অন্যতম প্ৰিয়।
সচাকৈ বাইদেউৰ গীত বোৰ মোৰ অতিকৈ প্ৰিয়।
Khudi Bhala na bahut din pisot dekhisu🙏🙏🙏🙏♥️♥️♥️♥️
On of my fvrt song ranga sila...
মোৰ প্ৰিয় শিল্পী ।
A very nice interview.
Val lagil
এনেকৈয়ে ভাগেনে সপোন...., আকৌ এবাৰ শুনিম়়়় ২ লাগে।
এইটো অনুষ্ঠানত তৰালি শৰ্মাকো আনিব চোন।
.
Tarali sharm k lage