প্ৰতিদিন টাইমৰ ষ্টুডিঅ'ত ভিতালী দাসৰ কন্যাৰ কণ্ঠত মাতৃৰ জনপ্ৰিয় গীত 'জোনবাই এ'

Поделиться
HTML-код
  • Опубликовано: 8 сен 2024
  • প্ৰতিদিন টাইমৰ ষ্টুডিঅ'ত ভিতালী দাসৰ কন্যাৰ কণ্ঠত মাতৃৰ জনপ্ৰিয় গীত 'জোনবাই এ'

Комментарии • 576

  • @Mainaborgohain9141
    @Mainaborgohain9141 Год назад +213

    চকুপানী ওলাই গল।সৰুৰেপৰাই ভিটালীবাৰ গান শুনি ডাঙৰ হৈছো বিহু বুলিলেই ভিটালীবা।।তেখেত যে আমাৰ মাজত নাই কবলৈ সচাই বৰ কঠিন হয়।।আজি তেখেতৰ কন্যাৰ কন্ঠত তেখেতৰেই গীত শুনিবলৈ পাই ভিটালীবা আকৌ আমাৰ মাজলৈ ঘূৰি অহা যেন অনুভৱ হল।ইমান সুন্দৰ কন্ঠ আগবাঢ়ি যোৱা সদায় ,,বহুত বহুত মৰম তোমালৈ❤️

  • @swrneelbapan9138
    @swrneelbapan9138 Год назад +204

    জুবিন দাদাই ভিতালী বাৰ কন্যা ক সহযোগ কৰি বিহু গীত ৰ জয়যাত্ৰা অব্যাহত ৰাখিৱ লাগে।।
    সুন্দৰ ভন্টি

  • @robinchangmai9312
    @robinchangmai9312 Год назад +425

    নতুন প্ৰজন্মৰ বাবে সুন্দৰ কণ্ঠৰ অধিকাৰী , কোনো সন্দেহ নাই বিশাল গায়ক হবই । অন্তৰৰ পৰা আৰ্শীবাদ থাকিল ।

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 Год назад +198

    মাতৃৰ মোহনীয় কণ্ঠৰ জেনেটিক অধিকাৰী 🎉👌👍

  • @chironjitsaikia4567
    @chironjitsaikia4567 Год назад +122

    বৰ সুন্দৰ কণ্ঠ। ভিতালী বাইদেউলৈ মনত পৰি গ'ল।

  • @daspiglets1866
    @daspiglets1866 Год назад +61

    দেখায় শুনায় সাইলাখ ভীটালী বা।বহুত দূৰ আগুৱাই যাব🥰একেই কণ্ঠ

  • @hbk..6107
    @hbk..6107 Год назад +130

    মাৰ্জিত শিল্পীৰ সৃষ্টি....আশীৰ্বাদ কৰিলো...জয় আই অসম 🙏🙏🙏

  • @rinkigogoi7455
    @rinkigogoi7455 Год назад +58

    উঃ ভিতালি বা লৈ মনত পৰি গল,এইবোৰ সোণালী গীত❤️আজীৱন প্ৰীয় হৈ থাকিব

  • @ashokdas8961
    @ashokdas8961 Год назад +124

    * VITALEE is back.... Wow! awesome, supper and mindblowing perfomance... অতি সুন্দৰ কণ্ঠ, ১০০% তোমাৰ স্বগী'য় মাঁৰ দৰেই, আগুৱাই যোৱা ভগৱানে কুশলে ৰাখক তাৰেই কামনা ...।

  • @mydreamssk9330
    @mydreamssk9330 Год назад +22

    তুমি আগুৱাই যোৱা ভন্টী। অসমবাসীৰ আশীৰ্বাদ তোমাৰ লগত আছে। তোমাৰ কণ্ঠ সাইলাখ তোমাৰ মাৰ দৰেই। অযুত মৰম তোমালৈ।

  • @jannatulbakiyajannatul1060
    @jannatulbakiyajannatul1060 Год назад +29

    সচাঁকৈ অসমবাসী ৰাইজৰ মাজত আকৌ যেন ভিতালী বা উভতি আহিল ।

  • @dadugogoi5548
    @dadugogoi5548 Год назад +10

    সুন্দৰ লাগিছে। মাক স্বৰ্গীয়া ভিটালী বাইদেউৰ আশীৰ্বাদৰ লগতে অসমৰ সমূহ বিহু প্ৰেমী ৰাইজৰ আশীৰ্বাদ আছে। তুমি সাহসেৰে আগ বাঢ়ি যোৱা । 🙏🙏

  • @manalishadas2421
    @manalishadas2421 Год назад +13

    মোক দেউতাই ভিডিঅ টো চাই থাকোতে গানটো ভিতালী বাইদেৱে গাইছে নেকি সুধিছে☺ একেই কণ্ঠ ❤ বহুত মৰম তোমালৈ মাইনা❤ সংগীতৰ জগতখনক বহুদূৰ আগুৱাই যোৱা তুমি ❤

  • @careertalksassam6210
    @careertalksassam6210 Год назад +7

    ভিতালী বাৰ সৈতে প্ৰায় একেই কণ্ঠ। শুভকামনা থাকিল আধৰুৱা কামখিনিক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হ‌ওক।

  • @jadumonisarmahvlogs6243
    @jadumonisarmahvlogs6243 Год назад +7

    ইমান সুন্দৰ কন্ঠ,, ভিতালী বাইদেওৰ চেম কন্ঠ,, শুভেচ্ছা জনালো

  • @Sushil_Kashyap
    @Sushil_Kashyap Год назад +18

    অহাবছৰৰ পৰা ভিতালী বাৰ কণ্ঠৰ যাদু পুনৰ শুনিবলৈ পাম বুলি আশা কৰিলো। শুভেচ্ছ কমলিকালৈ

  • @BLGEntertainmentASSAM
    @BLGEntertainmentASSAM Год назад +30

    তোমাৰ কণ্ঠত গীতবোৰ শুনি ভিতালী বাইদেউ লৈ মনত পৰি গ'ল, য'তে আছা বাইদেউ তোমাক শুৱৰিছোঁ আকৌ এবাৰ শ্ৰদ্ধাৰে 🙏🙏🙏 কণ্ঠটো হুবহু ভিতালী বাইদেউৰ দৰে।

  • @pobontamuli4168
    @pobontamuli4168 Год назад +8

    বহুত একাগ্ৰতা ই গাইছে ! ভাল লাগিছে।ভগৱানে আৰ্শীবাদ কৰক কনমানীজনীক ।।

  • @user-ibankumarnath
    @user-ibankumarnath Год назад +22

    ভাষাহীন সুন্দৰ কন্ঠ ❤সাধাৰণ সৈনিকে দূৰনিৰ পৰা সদৌ অসমবাসী ৰাইজলৈ ৰঙালীৰ ওলগ জনালোঁ…!!!❤
    ভিটালী বাইদেউক শ্ৰদ্ধাৰে সোৱঁৰিছোঁ

  • @prostutigogoi5202
    @prostutigogoi5202 Год назад +73

    চকুৰ পানী ক বাধা দিব নোৱাৰিলো ,সঁচা কৈ ভিতালী বালৈ মনত পৰি গল আজি দুবছৰ হল ছোৱালীজনীও ডাঙৰ হল , তেওঁ যেন মাকৰ কন্ঠেৰে জীপাল হওক

    • @hemantanath4879
      @hemantanath4879 Год назад

      Exactly..so nice her tune and singing

    • @pallabibora7441
      @pallabibora7441 Год назад

      আন্তৰিক শুভেচ্ছ জনালো

  • @manalishadas2421
    @manalishadas2421 Год назад +20

    এইটো গীত শুনিলে শৈশৱৰ স্মৃতিবোৰ মনত পৰি যায় ❤ সেই জোনবাইৰ দিনবোৰে ভাল আছিলে☺❤ বহুত মৰম তোমালৈ মাইনা❤☺😍

  • @minakshiofficial6601
    @minakshiofficial6601 Год назад +17

    ইমান ধুনীয়া কণ্ঠ...আকৌ আমি ভিতালি বাইদেউক ঘূৰাই পোৱা যেন লাগিছে....আগুৱাই যোৱা ভনী... Tumar maa lgt tumar same voice 😍😍❤️❤️

  • @putulnath1715
    @putulnath1715 Год назад +8

    ভিতালি দাস ৰ কণ্ঠই যি ধৰণে বিহুক এটা নতুন প্ৰজাই লৈ লৈ গৈছিল। সেই ঠাই তেঁওৰ ছোৱালীয়ে স্থান পাই সেইয়ে কামনা কৰিলো ।তেওঁক ভগৱানে সাহস আৰু সহায় কৰক । এইযে প্ৰাথনা ।লগতে অসমৰ ৰাইজে ও প্ৰাধান্য দিওক। ধন্যবাদ

  • @biswajitkalita314
    @biswajitkalita314 Год назад +5

    সুন্দৰ গায়কী👌 আৰ্শীবাদ কৰিছোঁ তোমাৰ ভৱিষ্যত উজ্জ্বল হওক🙏 তোমাৰ মাৰ সুৰীয়া গীতবোৰৰ এজন প্ৰিয় শ্ৰোতা আছিলোঁ । সেই গায়কী আজি তোমাৰ সুৱলা কন্ঠৰ মাজত বিচাৰি পাইছোঁ। আগবাঢ়ি যোৱা ইশ্বৰে তোমাৰ মঙ্গল কৰক🙏

  • @juntidas202
    @juntidas202 Год назад +4

    চকু পানি ওলায় গ'ল অ মোৰ, ভগৱানে তোমাক ভালে ৰাখক তুমি আগুৱাই যোৱা 🙏🙏🙏

  • @nanditadutta6770
    @nanditadutta6770 Год назад +8

    অতি সুন্দৰ।ভবিষ্যত উজ্জল কামনা কৰিলো।❤️

  • @bikashborah6109
    @bikashborah6109 Год назад +41

    ভিতালী বাৰ এটি অতি জনপ্ৰিয় গীত,সুন্দৰ কণ্ঠৰ অধিকাৰী🙏🙏

  • @bishwamtvlogs1098
    @bishwamtvlogs1098 Год назад +13

    সদায় অমৰ হৈ থাকক ভিতালি বা কাৰণ এইবিলাক বিহু সদাই প্ৰিয় 🥹🥹❤️ কোনোদিনে এইবিলাক গান বেয়া পাও বুলি মানুহে কবই নোৱাৰে । জুবিন দা আৰু ভিতালি বাৰ বিহু ৰ অবিহনে বিহু আধৰুৱা যেন লাগে 🥹❤️

  • @nripendoleyofficialmirimel2044
    @nripendoleyofficialmirimel2044 Год назад +2

    OMG ❤️😘😘,same to same Vitali Das.... We find again'Vitalis melody

  • @natokorbartaloiamibor
    @natokorbartaloiamibor 8 месяцев назад

    বহুত বহুত মৰম তোমালে ভন্টি,,, ভিতালি বাৰ গান বোৰ সজীৱ কৰি ৰাখিবা সদায়,,,সুন্দৰ কণ্ঠ,,,আগুৱাই যোৱা,,,অসমবাসী তোমাৰ লগত সদায় আছে,,,❤❤❤❤

  • @apatyagogoi8453
    @apatyagogoi8453 Год назад

    আজিও বিশ্বাস নহয় আমাৰ মাজত নাই। এনেকুৱা লাগিছে যেন ভিতালী বাই আকৌ গান গাইছে। আমাৰ শৈশৱ বোৰ আৰম্ভ হৈছিল তেওঁৰ গানৰ পৰা। জানমণি গান মানেই ভিটালি বাৰ কণ্ঠ। চকুপানী ওলাই গল। হৃদয়ৰ পৰা আশীৰ্বাদ কৰিছোঁ তুমি আগুৱাই যোৱা❤

  • @rashmiborah1103
    @rashmiborah1103 Год назад

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ প্ৰতি দিন টাইম লৈ আৰু আশীৰ্বাদ থাকিল আমাৰ ভিটালী বাইদেউ মৰমৰ কন্যা লৈ আমি শ্রোতা ৰাইজে পুনৰ ভিটালী বাইদেউক ঘূৰাই পাইছোঁ অভিনন্দন জনালোঁ আগুৱাই যাওঁক বহুত ভাল লাগিল দেখি আৰু গীত শুনি এনে লাগিল যে আমাৰ শ্রোতা মৰমৰ ভিটালী বাইদেউ যে গীত পৰিবেশন কৰি আছে 🙏🙏🙏🙏

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 Год назад +15

    একেবাৰে মাতৃৰ কণ্ঠৰ মিল আছে ।

  • @AbinashBorahOfficial
    @AbinashBorahOfficial Год назад +8

    সচাঁই ভিতালী বাই দৰে হুবহু একে মাত ❤ সচাঁই ভাল লাগিল । বা আমাৰ মাজলৈ আকৌ ঘূৰি আহিছে । মাত টো শুনিয়ে বেলেগ এটা শিহৰণ জাগি গল দেহত ❤

  • @Cherry-gogoi555
    @Cherry-gogoi555 Год назад +7

    আন্তৰিক শুভেচ্ছা থাকিল ❤ । ভিতালী বাইদেউৰ কণ্ঠ পুনৰ উভটি আহিছে। তোমাক আমাৰ মাজত বিচাৰিম সদায়েই।

  • @jitendrarabha4660
    @jitendrarabha4660 Год назад +5

    সাইলাখ শ্ৰদ্ধাৰ ভীতালীৰ দৰেই সুমধুৰ কণ্ঠ,আগবাঢ়ি যোৱা,শুভেচ্ছা যাচিলোঁ৷

  • @sema3600
    @sema3600 Год назад +2

    Wowww vitali baideu dore ki khundo voice❤❤❤❤❤❤

  • @RaniRani21423
    @RaniRani21423 Год назад +3

    ইমান ভাল লাগিছে। সুন্দৰ কন্ঠ একদম ভিটালী বাক দেখি থকা দৰে লাগিছে❤

  • @kuhicreationchannel1213
    @kuhicreationchannel1213 Год назад +1

    শ্ৰদ্ধাৰ ভিতালী বাইদেউলৈ মনত পৰি গল, গীতটো শুনি🥰সঁচাকৈ বিহু বুলি কলে বাইদেউৰ কথা মনলৈ আহে

  • @prayax731
    @prayax731 Год назад +2

    তোমাক দেখি কান্দি পেলালো। তোমাৰ মাৰ যাদুকৰী কণ্ঠ তোমাৰ মাজত আছে। তোমাৰ মাজেৰে ভিতালী বা জনীক পুনৰ শুনিব পাম। বৰ প্ৰিয় আছিল তেওঁ। আশীৰ্বাদ কৰিছোঁ তুমি বহু যোজন বাট আগুৱাই যোৱা।

  • @dhrubajyotiborah5060
    @dhrubajyotiborah5060 Год назад

    বৰ সুন্দৰ কন্ঠ................. ভিতালী বাইদেউ লৈ মনত পৰি গৈছে

  • @hemandutta4091
    @hemandutta4091 Год назад +1

    হেৰাই যোৱা কন্ঠ তি। পুনৰ ছোৱালী গৰাকীৰ কন্ঠত প্ৰাণ পাই উঠিছে

  • @shrutikashyap2691
    @shrutikashyap2691 Год назад +1

    মাৰ দৰেই সকলোৰে অন্তৰত ঠাই লোৱা তুমি কিন্তু নিজৰ কণ্ঠেৰে জিনা সকলোকে😍 আশীর্বাদ আৰু মৰম থাকিল তোমালৈ❤ ভিটালি বাই চাগে সুগৰ হাঁহিটিৰে চাই আছে তোমালৈ😊

  • @rupamonidas277
    @rupamonidas277 Год назад

    ভিতালী বা নাই যদিও গোটেই অসমক এটুকুৰা হীৰা উপহাৰ দি থৈ গল💜💜💜💜💜💜💜💜💜💜💜💜

  • @Siba_nee
    @Siba_nee Год назад

    সচাঁই ভাল লাগিল❤❤... ভিতালী ma'amক শুনাৰ দৰেই লাগিল❤❤

  • @dimpidas4373
    @dimpidas4373 Год назад +1

    Dhuniya hoise majoni......gd bless you....mar gan xuna Jen pai kolija joni,...gd bless you 🙏❤❤

  • @nayanbarman7121
    @nayanbarman7121 Год назад +1

    Vitali bar kontho Jen lagil ... axirbad korilo aguwai jowa

  • @kalendas1935
    @kalendas1935 Год назад

    Bhitali baideur nisina voice dhuniya lagise aru bhitali baideur kontho bisa palu god bless you sister ❤️❤️❤️🙏🙏🙏

  • @deka0038
    @deka0038 Год назад +1

    কিমান খিনি সাসহেৰে মৃত মাতৃ ৰ গীত টো গাব পাৰিছে। উফফফ ভাল হওক তাইৰ🥰🥺🥺

  • @pkpk6048
    @pkpk6048 Год назад +9

    আগবাঢ়ি যোৱা , আশীৰ্বাদ কৰিছো ।

  • @pragyanjm
    @pragyanjm Год назад +4

    বৰ সুন্দৰ কণ্ঠ।
    আগবাঢ়ি যোৱা ❤❤❤❤❤❤

  • @basudevborah3313
    @basudevborah3313 Год назад

    মিতালী দাস কন্যা গান শুনি বহুত ভাল লাগিল তাই আৰু আগুৱাই ৰাওক ধন্যবাদ থাকিল

  • @pradipgogoi3182
    @pradipgogoi3182 Год назад +1

    বহুতো সুন্দৰ। আগুৱাই যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব।

  • @geetadas1015
    @geetadas1015 Год назад +21

    Feel so sad by remembering bhitali ba. Her voice is similar with her mother. God bless her. Go ahead, wish for your bright future

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Год назад +21

    Grand salute to kamslika Daughter of Vitalee baa. God bless you. Always be positive and happiness. Uninic voice and excellent singing.

  • @digntabora8263
    @digntabora8263 Год назад +1

    Nice vonti agoloi aru aguai jua tarei kamona thakil

  • @itstibrajyoti544
    @itstibrajyoti544 Год назад +2

    গাৰ নোম সিঞৰি গৈছে.....❤️

  • @nikhilphukan8279
    @nikhilphukan8279 Год назад +4

    অতি সুন্দৰ কণ্ঠ । মাতৃৰ দৰেই আগবাঢ়ি যাওঁক গীতৰ জীৱন ।

  • @jugalbaruah6541
    @jugalbaruah6541 Год назад +4

    Worthy daughter of worthy mother. May God bless you. Be a great singer of Assam.

  • @pulumanipathak8327
    @pulumanipathak8327 Год назад

    Wow so sweet voic.ek Dom AMR mromor srodhar Vitali baar dory a lgil 🙏👌❤️.

  • @surenboruah3241
    @surenboruah3241 Год назад +2

    ভিতালী বাইদেউ ৰ লগত কণ্ঠৰ বহু মিল আছে, আশীৰ্বাদ কৰিছোঁ আগুৱাই যোৱা 🙏

  • @pgoswami5378
    @pgoswami5378 Год назад +13

    সুন্দৰ গাইছে। বৰ ভাল লাগিল।

  • @pinkudeka106
    @pinkudeka106 Год назад

    🥺🥺🥺♥️♥️♥️♥️💚💚💚 বহুত ভাল লাগিল ।।আকৌ উভতি আহিছে।।

  • @sun7088
    @sun7088 Год назад

    ভগৱানে তোমাক সকতি দিয়ক গানটো শুনি থাকোনে অলপ2 ভিতালীবাৰ মাতটো লাগে

  • @anilkumarchetia1816
    @anilkumarchetia1816 Год назад

    We have found our Vitali Das alive again.God Bless you komolika.

  • @barshadakua6192
    @barshadakua6192 Год назад

    Gaar num siyori uthise maat tu xuni.... Vitali baaa ❤❤❤2nd

  • @sumisaloi1725
    @sumisaloi1725 Год назад

    তুমি বহুত আগুৱাই যোৱা।তোমাৰ মাক উভতাই পোৱা যেন লাগিছে।বহুত বহুত বহুত বেছি মৰম আৰু শুভকামনা জনালো ❤️🙏🫂

  • @sangitasaikia2927
    @sangitasaikia2927 Год назад +6

    Amazing ...god bless you

  • @bishwamtvlogs1098
    @bishwamtvlogs1098 Год назад +8

    আগুৱাই যোৱা তুমি❤

  • @imanualsonowal-mk9px
    @imanualsonowal-mk9px Год назад

    Jugy matri jugy kony I salute aguwai juwa bihu bulile Bhitali bai best

  • @dipankadas3870
    @dipankadas3870 Год назад

    Bohut val lagil vitali ba mur bohut sorddhar asil aru tumi mur bukur major humai gola

  • @pankhi.3266
    @pankhi.3266 Год назад

    বৰ ধুনীয়া গাইছে অ মাজনী জনীয়ে মোৰ চকু পানী ওলাই গৈছে শুনি থাকোতে।

  • @tulenborah2574
    @tulenborah2574 Год назад

    তুমি ভিতালী বা ছোৱালী বহুত ধুনীয়া সুৰ তোমাৰ বহুত ধুনীয়া গান ভিতালী বা গান বহুত ভাল লাগিছে মোৰ

  • @eloratalukdar1485
    @eloratalukdar1485 Год назад +2

    আশীৰ্বাদ থাকিল মাজনী❤

  • @tilenkalita9870
    @tilenkalita9870 Год назад +29

    বহুত ভাল গাইছা। শুভেচ্ছা থাকিল আৰু বহুত বেছি আগুৱাই যোৱা 🙏

  • @zerobudgetfilms4508
    @zerobudgetfilms4508 Год назад +2

    ভিটালী বাইদেউৰ গানবোৰ শুনিয়ে ডাঙৰ হৈছো ভনীজনীৰ কন্ঠ শুনি বৰকৈ মনত পৰিছে বাইদেউলৈ।। 🥺

  • @lakhyahiragohain2011
    @lakhyahiragohain2011 Год назад +9

    অতি সুন্দৰ 👌 আগুৱাই যোৱা 🎉❤

  • @deepjyotidas6862
    @deepjyotidas6862 Год назад +4

    Miss u vitali baidoo
    Baki ghurai paisu apunakkk

  • @queenhazarika7033
    @queenhazarika7033 Год назад +5

    Beautiful voice like her mother. She has a very bright future ahead. God bless her.

  • @gubinnath4561
    @gubinnath4561 Год назад +4

    নৱ প্ৰজন্মৰ এগৰাকী সূন্দৰ কন্ঠ ৰ অধিকাৰী । তুমি এদিন ডাঙৰ গায়ীকা হবা কোনো সন্দেহ নাই।🎉🎉🎉

  • @thenatureofyoutubecreativi2176
    @thenatureofyoutubecreativi2176 Год назад +7

    Like mother like daughter.. Very nice👍👍👍

  • @kakalimalakar5102
    @kakalimalakar5102 Год назад +1

    ভিতালী বাক কেতিয়াও পাহৰীব নোৱাৰো ৷মই বহুদিনলৈ কান্দিছো ৷ মাজনী তোমাৰ মাজতে তোমাৰ মাক বিছাৰী পাম ৷

  • @radaliassame3397
    @radaliassame3397 Год назад

    কোনো সন্দেহ এ নাই ভিতালী বাৰ উত্তৰাধিকাৰী যে নহৱ। বহুত বহুত আশীর্বাদ থাকিল।

  • @dipika5511
    @dipika5511 Год назад

    Gaar nom xiyari uthil....vitali baa loi monot pori sakupani ulai gol❤

  • @anudevi6963
    @anudevi6963 3 месяца назад

    সুন্দৰ মাইনা সদায় আগুৱাই যোৱা ❤❤

  • @diptadiptalukdar4745
    @diptadiptalukdar4745 Год назад

    Like
    Mother Like daughter God bless you go forward

  • @priyankasaikia4908
    @priyankasaikia4908 Год назад

    🙏🙏🙏khub val singer agoraki ami paisilu atiya aku palu ...khub besi Val lagil 🙏🙏🙏🙏🌸🌸🌸🌸🌸🌸

  • @BikashDas-ex8xr
    @BikashDas-ex8xr Год назад +7

    God bless you sister.
    Your voice is excellent keep it up.

  • @samsulhaquechoudhury5411
    @samsulhaquechoudhury5411 Год назад +1

    ভাল লাগিল

  • @sarattamuly1520
    @sarattamuly1520 Год назад

    সঁচাকৈ ইমান সুন্দৰ কণ্ঠ।

  • @pinkuboruah2245
    @pinkuboruah2245 Год назад

    Moja,moi assamr bahiyr pora gan/video to xunisu aru saisu bohut val lagise sakri ari assam jabloi mon goise,

  • @NITUNath-zm7qd
    @NITUNath-zm7qd 5 месяцев назад

    অতি সুন্দৰ ❤❤❤❤ ধুনীয়া ‌লাগিছে

  • @Prince31DN
    @Prince31DN 9 месяцев назад

    সঁচাকৈ ভিটালী বা বহুত মনত পৰি গল ভিটালী বা আপুনি আমাক এৰি অজান দেশলৈ গলে কিন্তু আপোনাৰ দৰে কণ্ঠৰ মাইনা জনীক দি গলে আশা কৰোঁ মাইনা জনে যাতে আপোনাৰ দৰে আগুৱাই যায় আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ পুনৰ জন্ম যাতে অসমী আইৰ কোলাত হয়😭😭😭

  • @dipikachoudhurymahanta6552
    @dipikachoudhurymahanta6552 Год назад +1

    অতি সুন্দৰ কণ্ঠ ! নোচোৱাকৈ শুনিলে ধৰিবই নোৱাৰি,চকুপানী ৰখাব নোৱাৰিলো।❤❤

  • @jasbirmamonichannel431
    @jasbirmamonichannel431 Год назад

    বহুত ভাল লাগিল দেখিবলৈ পাই আৰু বহুত বহুত শুভ কামনা কৰো👍👍👌🙏😍

  • @gunamonikalita9758
    @gunamonikalita9758 Год назад

    জুনিয়ৰ ভিতালী…বঢ়িয়া !

  • @SpaceIsAwesome035
    @SpaceIsAwesome035 Год назад +7

    Heart touching.May God bless u ❤

  • @eeagrimangaldaidivision4413
    @eeagrimangaldaidivision4413 Год назад +2

    May God bless her with lots of happiness and prosperity....

  • @rupalimbora8315
    @rupalimbora8315 Год назад

    Xundor kantha bhut val lagil

  • @iftikarahmed9171
    @iftikarahmed9171 Год назад

    Looks like her mother bhitali baa and voice are so attractive , God bless you maina